text
stringlengths
0
188k
February 18, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago
ৰঞ্জন বেজবৰুৱাৰ সাক্ষাৎকাৰটি পঢ়ি বৰ ভাল লাগিল ৷ সংস্কৃত ভাষাটিয়েই হ’ল আমাৰ ঐতিহ্য ৷ এনে এটি ভাষাৰ সৰ্বোত্তপ্ৰকাৰৰ উত্তৰণৰ যি সুন্দৰ পৰিকল্পনা লৈ বেজবৰুৱাদেৱ আগবাঢ়িছে- ইয়াৰ বাবে তেখেত নিসন্দেহে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷ তেখেতলৈ আমাৰ সকলোৰে অভিনন্দন জনালোঁ ৷
0
Reply
গেজেটৰ জ্ঞান
2 years ago
সুন্দৰ
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>চলিত বৰ্ষৰ ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল
সংবাদমেল
Asomiya Pratidin
Published on :
9 Nov, 2022, 3:49 pm
ডিজিটেল ডেস্কঃ অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাঁতুৰিববলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাঁতোৰবিদজনে ইংলিচ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দুৰত্বৰ বাবে ব্যৰ্থ হৈছিল।
তাৰপাছতো আশা এৰি দিয়া নাই এলভিছে। এলভিছে অহাবৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাঁতোৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত 'ৱান ৱে ছুইম' কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ 'টু ৱে ছুইম' কৰিব। অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাঁতোৰৰ মূঠ দুৰত্...
বুধবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি এলভিছে কয় যে, ইংলিছ চেনেল সাঁতোৰাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাই এলভিছ আলী হাজৰিকাই।
স্মৰ্তব্য, চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতুৰিবলৈ সক্ষম হৈছিল সাঁতোৰবিদজনে। আজিৰ সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱ...
টেনজিং গিয়াত্‍ ছো, চতুৰ্দশ দালাই লামা
বৌদ্ধশাস্ত্ৰৰ বিদগ্ধ পণ্ডিত ছং-খা-পাক (Tsong-Kha-Pa, ১৩৫৭-১৪১৯) এই সম্প্ৰদায়ৰ জন্মদাতা বুলি কোৱা হয়। ছং-খা-পাৰ কেইজনমান শ্ৰেষ্ঠ শিষ্যৰ সহযোগত ডেগ-লুগছ-পা সম্প্ৰদায়টো ক্ৰমাত্‍ আন সম্প্ৰদায়বোৰতকৈ অধিক শক্তিশালী হৈ উঠে। সেই সময়ত এই সম্প্ৰদায়টোৱে অন্যান্য সম্প্ৰদায়ৰ লগত যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল। সেয়েহে তেওঁলোকে...
১৫৭৭ চনত মংগোলিয়াৰ টিউমেট উপজাতিৰ ৰজা অল-থানখানৰ (Al-Than Khan) আমন্ত্ৰণক্ৰমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব' সেই দেশলৈ যায়। তাত দুয়ো নেতাৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয়। ছদ-নাম-ৰিগ্যাৰ ধৰ্মতত্ত্ব সম্পৰ্কীয় বক্তব্যত সন্তুষ্ট হৈ মংগোলীয় ৰজাই তেওঁক দালাই লামা উপাধি প্ৰদান কৰে। 'দালাই' শব্দৰ অৰ্থ হ'ল- সাগৰ আৰু 'লামা' শব্দৰ ...
পোনপ্ৰথমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব'লৈহে 'দালাই লামা' উপাধি আগবঢ়োৱা হৈছিল যদিও, সম্প্ৰদায়টোৰ বৌদ্ধ ভিক্ষুসকলে তেওঁৰ আগৰ আন দুজন ভিক্ষুকো এই উপাধি দিয়ে। অৱশ্যে তেতিয়ালৈ সেই ভিক্ষু দুজন জীয়াই থকা নাছিল। এই ভিক্ষু দুজনৰ প্ৰথমজন আছিল ছং-খা-পাৰ শিষ্য ডিগ-ডুন-গ্ৰাব-পা (Deg-Dun-Grab-Pa) আৰু আনজন আছিল ডিগ-ডুন-ৰিগ্যা-মাটশ্ব' ...
জানিব পৰা মতে বঢ়মপুৰ যুৱ কংগ্ৰেছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ লগতে বিভিন্ন গ্ৰাম্য পথ মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ক্ষোভ ব্যক্ত কৰি ৰাজ্য চৰকাৰখন বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে সেই সময়তে গোলাঘাটৰ পৰা নগাঁও হৈ গুৱাহাটী অভিমুখে আহি থকা অগপ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয় ৰাষ্ট্ৰীয় পথত আবদ্ধ হৈ পৰে। যাৰ ফলত গাড়ীৰ ভিতৰত বহি থকা অতুল বৰাই গাড়ীৰ ...
গাড়ীৰ মাজে মাজে খোজকাঢ়ি আহি অতুল বৰাই প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে মুখামুখী হয়। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে মন্ত্ৰী গৰাকীক পুৰণিগুদাম-গড়মূৰ-চাপানালা সংযোগী পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায়। সেই অনুসৰি মন্ত্ৰী গৰাকীয়ে শীঘ্ৰে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে।
আনহাতে কৃষি মন্ত্ৰী বৰাই নীপকোৱে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত কৰা বিস্তৰ ক্ষতি সাধনৰ সমগ্ৰ ক্ষতিপূৰণ দিব লাগিব বুলি স্পষ্টৰূপত উল্লেখ কৰে। কোনো আগ জাননী নিদিয়াকৈ নীপকোৱে পানী এৰাৰ বাবে দিশহাৰা পৰিয়ালসমূহক ক্ষতিপূৰণ দিবই লাগিব বুলি মন্তব্য কৰে।
আনহাতে এই সুযোগতে প্ৰতিবাদকাৰী সকলে মন্ত্ৰী অতুল বৰাৰ জৰিয়তে পথ মেৰামতিৰ দাবীত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে, সৰ্বসাধাৰণৰ এখন চৰকাৰ থকাৰ পাছতো গ্ৰাম্য এলেকাৰ গুৰুত্বপূৰ্ণ পথ সমূহৰ উন্নয়ন নোহোৱাত এতিয়া ৰাইজ অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আজি মেলা আৰু বিভিন্ন অনুষ্ঠান যেনে মেলাৰ মূল দ্বাৰ, প্ৰদৰ্শনীৰ তোৰণ, ৰাসচক্ৰ, আমোদ উদ্যান, মঞ্চ আদি উদ্বোধন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে মেলাৰ মূল দ্বাৰ আৰু জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথে প্ৰৰ্দশনীৰ তোৰণ উদ্বোধন কৰে।
জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথ, নিপকো অধ্যক্ষ(সতন্ত্ৰ) বিমল ওছোৱাল আৰু আন বহুত বিশিষ্ট ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ক'ভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰ ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।
শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাক কেন্দ্ৰ কৰি অগণন লোকৰ আগমনত বিলাসীপাৰা ৰাস মহোৎসৱ দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে। উল্লেখ্য যে জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া বিলাসীপাৰা ৰাস মহোৎসৱখন যোৱা ছয় দশক ধৰি জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে এক জাতি এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে।<eot>পথ দুৰ্ঘটনা...
ইয়াৰ মাজতে আজি দিনৰ প্ৰায় ১১বজাত গোৱালপাৰা জিলাৰ কৃষ্ণাই শালপাৰাৰ মাজত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন স্ক’ৰপিঅ’ আৰু জাইলোৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই ভয়াৱহ সংঘৰ্ষটোৰ ফলত তিনিজন লোকৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এই প্ৰচণ্ড সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী পথৰ দাঁতিত লুটি খাই বাগৰি পৰে। পুৱাৰ পৰা ধাৰাষাৰ বৰষুণ দি থকাৰ ফলত এই সন্দৰ্ভত বিতং তথ্য জানিব পৰা হোৱা নাই।
আনহাতে স্কৰপিঅ’খনৰ আৰোহী গোৱালপাৰা জিলাৰ সহকাৰী আয়ুক্ত স্নিগ্ধামিঠা গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অৱশ্যে কিহৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।
Recent News
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...