text stringlengths 0 188k |
|---|
Odia |
Bengali |
Tamil |
Chhattisgarhi |
Malayalam |
Assamese |
Telugu |
Read the story in pictures |
Share |
Print this story |
Malkangiri , Odisha |
See more from this region |
অন্ধ্ৰপ্ৰদেশ আৰু তেলাংগনাৰ জলকীয়া খেতি চপোৱাৰ সময়ত চুবুৰীয়া ৰাজ্য চত্তীশগড় আৰু ওড়িশাৰ পৰা সীমা পাৰ হৈ কম বয়সীয়া ল’ৰা-ছোৱালীয়ে তাত কাম কৰিবলৈ আহে। সিহঁতে মজুৰিৰ বাবে নাহে, গোটেই বছৰটো জোৰাকৈ জলকীয়া নিবলৈ আহে। এই জাৰ থকা জলকীয়াবিধ গোটাই নিবলৈ সিহঁত ইমানেই আগ্ৰহী যে সিহঁতৰ বহুতেই জলকীয়া চপোৱা এই বৃহৎ উৎসৱত ভাগ ল’বলৈ বুল... |
পৰিয়ালত ডাঙৰবোৰে সৰুবোৰতকৈ বেছি জলকীয়া খায়, তেওঁলোকৰ বাবে এয়া নিয়মীয়া খাদ্যবস্তুৰ ভিতৰত পৰে। কিন্তু সেই সৰুবোৰেই জলকীয়া গোটোৱা কামটোত আগত থাকে। গোটেই বছৰটো জোৰাকৈ জলকীয়া নিয়া কাম কৰা শ্ৰমিক বলৰ আধাখিনিয়েই সৰু ল’ৰা-ছোৱালী। পৰৱৰ্তীবাৰ খেতি চপোৱাৰ সময়লৈকে জোৰাকৈ তেওঁলোকে জলকীয়া ‘আৰ্জিবলৈ’ সক্ষম হয়। এদিনৰ ১২০ টকা মজুৰিৰ পৰ... |
এইখিনি উপাৰ্জন পৰিয়ালবোৰৰ বাবে পইচাৰ ফালৰ পৰাও সুবিধাজনক। এটা পৰিয়ালে এবছৰত ১২ৰ পৰা ২০ কিলোগ্ৰাম জলকীয়া খায়। ৰৈ যোৱাখিনি তেওঁলোকে অতিৰিক্ত উপাৰ্জনৰ বাবে বিক্ৰীও কৰিব পাৰে। পামৰ পৰা চিঙি অনা সতেজ আৰু উত্তম মানৰ জলকীয়া তেওঁলোকে বছৰটো খাব পৰাটোও ই সুনিশ্চিত কৰে। |
“আমি গাঁৱৰ পৰা ২০ জন মানুহ আহিছো আৰু আমি ইয়াত তিনি সপ্তাহ থাকিম,” ওড়িশাৰ মলকানগিৰি জিলাৰ গুটুমুৰা গাঁৱৰ উমাশংকৰ পৰিয়ামিয়ে কয়। “আমাৰ সকলোৱে পইচাৰ পৰিৱৰ্তে জলকীয়া বিচাৰে।” |
PHOTO • Purusottam Thakur |
মলকানগিৰি জিলাৰ পৰা উমাশংকৰে ঘৰলৈ বুলি জলকীয়া উপাৰ্জন কৰিবলৈ আহিছে |
তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশ সেউজীয়া জলকীয়া খেতিপথাৰৰ কাষৰ ৰাস্তাবোৰত ৰঙা ৰঙা পকা জলকীয়াবোৰ দ’ম কৰি থোৱা থাকে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ জলকীয়াৰে পথাৰবোৰ ভৰি পৰে। প্ৰায়ভাগে জনজাতীয় শ্ৰমিক ওড়িশা আৰু চত্তীশগড়ৰ পৰা আহে আৰু খুচুৰা বিক্ৰী বা ৰপ্তানীৰ বাবে জলকীয়া চিঙি, ভাগ ভাগ কৰি দ’মাই থয়। |
শ্ৰমিকসকলৰ আধাসংখ্যকেই শিশু, উৎসুকতাৰে ভৰা সিহঁতে দৌৰাদৌৰি কৰি জলকীয়াৰ দ’মবোৰ ভাগ ভাগ কৰি মৰাপাটৰ বস্তাত সেইবোৰ বান্ধে। কেৱল উৎসুকতা বুলি ক’লে ভুল হ’ব, দৰিদ্ৰতাইও সিহঁতক খেতিৰ এই কামলৈ সিহঁতক আনে। সিহঁথৰ প্ৰায়ভাগ পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। নিজৰ অঞ্চলত সংস্থাপনৰ সুবিধা নথকাই সিহঁতে ৰাজ্যৰ সীমা পাৰ হৈ দেশৰ সৰ... |
PHOTO • Purusottam Thakur |
চত্তীশগড় আৰু ওড়িশাৰ আদিবাসীসকলে জলকীয়া চপোৱা কাম কৰে |
তাৰোপৰি জলকীয়া পুৱা, দুপৰীয়া, ৰাতি সকলো আহাৰতে খাব পাৰি। আন খাদ্যত থকা বহু পুষ্টিদ্ৰব্য এই জলকীয়াত থাকে। বহু ব্যঞ্জনৰ ই জুতি বঢ়ায়। আন পৰ্বতো জলকীয়া ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা খুবেই বেছি। |
এনেকৈ সীমা পাৰ হৈ অন্ধ্ৰপ্ৰদেশত জলকীয়া চপোৱা কাম কৰিবলৈ অহা এগৰাকী হৈছে চত্তীশগড়ৰ ভেট্টি ময়ে (১৪)। সুকমা জিলাৰ বাৰেচিটি গাঁৱৰ ময়েৰ দেউতাক দুবছৰ আগতে মেলেৰিয়া হৈ ঢুকায়, তাৰপিছত পৰিয়াল চম্ভালিবলৈ তেওঁ স্কুল এৰে আৰু পৰিয়ালৰ সৰু মাটিড’ৰাত কাম কৰিবলৈ লয়। কেতিয়াবা তেওঁ নিৰ্মাণ ছাইটতো কাম কৰে। নিজৰ মাটিৰ খেতি চপোৱাৰ পিছত তেও... |
একেখন গাঁৱৰে আন ৩৫ জন লোকৰ সৈতে ময়ে আহিছে। তেওঁলোক আটায়ে পইচাৰ পৰিৱৰ্তে ঘৰলৈ জলকীয়া নিব খোজে। “জলকীয়া চিঙা কামটোত দিনে ১২০ টকা মজুৰি,” ময়ে কয়। “মই যদি জলকীয়া লওঁ, তেন্তে আমি চিঙা জলকীয়া ১২টা বস্তা পাম। মজুৰিৰ পৰিৱৰ্তে জলকীয়া লোৱাই আমি পচন্দ কৰোঁ।” |
ঋতু শেষ হোৱাৰ পিছত যুৱ শ্ৰমিকহঁতে ঘৰলৈ বুলি জলকীয়া লৈ যায়। তেওঁলোকৰ জীৱনত অলপ জলকীয়াৰ জুতি যোগ হয়। জলকীয়াৰ কথা আহি পৰিলেই স্কুল আৰু আন কাম-বন পিছ পৰি ৰয়। |
PHOTO • Purusottam Thakur |
বস্তা ভৰ্তি গৰু গাড়ীৰে বছৰটোৰ বাবে ঘৰলৈ বুলি জলকীয়া |
অনুবাদ: পংকজ দাস |
Purusottam Thakur |
@puruthakur |
[email protected] |
Share |
Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change. |
Other stories by Purusottam Thakur |
Translator : Pankaj Das |
Share |
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>আজিৰ খবৰ, গোৱালপাৰা, ১৯ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান দুধনৈ মহাবিদ্যালয়ত নৃতত্ব... |
Recent News |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আছাম ৰাইফলছে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি ধৃত এনডিএফবি(সং) কেডাৰ তিনিজনে প্ৰাথমিকভাৱে নামনি অসমত সক্ৰিয় হৈ আছিল। |
চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আছাম ৰাইফলছে শুকুৰবাৰে নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ ঝৰ্ণাপানীত চলোৱা অভিযানতে এনডিএফবি(সং) কেডাৰকেইজনক আটক কৰে। |
আটকাধীন এনডিএফবি(সং)ৰ কেডাৰ তিনিজন হৈছে ক্ৰমে ছোমাৰ বসুমতাৰী (৩০), নিপেন নাৰ্জাৰী (৩০) আৰু ৰাজেশ নাৰ্জাৰী (২৩)। ধৃত তিনিওজনৰ ঘৰ নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বুলি প্ৰকাশ কৰিছে আছাম ৰাইফলছৰ সূত্ৰই।আনহাতে ধৃত এনডিএফবি(সং) কেডাৰ কেইজনৰ পৰা আছাম ৰাইফলছে এটা পইণ্ট ৩২ কেলিবাৰ পিষ্টল আৰু চাৰি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰি... |
ধৃত আটাইকেইগৰাকীৰ বিৰুদ্ধে ডিমাপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি কৰা পৰিলক্ষিত হৈছে। |
Recent News |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা |
আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম : |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক। |
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সা... |
শ্ৰোণীৰ প্ৰদাহ ৰোগ |
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল |
Micrograph of salpingitis - a component of pelvic inflammatory disease. H&E stain. |
আই.চি.ডি.-10 |
N70-N77 |
আই.চি.ডি.-9 |
614-616 |
ডিজিজেছ ডে'টাবে'ছ |
9748 |
মেডলাইন প্লাছ |
000888 |
ইমেডিচিন |
emerg/410 |
MeSH |
D000292 |
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (ইংৰাজী: Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কোনো এগৰাকী মহিলাৰ যোনী অথবা জৰায়ু মুখৰ পৰা বেক্টেৰিয়াবোৰে যেতিয়া ক্ৰমাত ওপৰফালৰ প্ৰজনন অংগবোৰত সোমা... |
লক্ষণ আৰু উপসৰ্গবোৰ[সম্পাদনা কৰক] |
এই ৰোগৰ লক্ষণবোৰ কেতিয়াবা ধৰিবই পৰা নাযায় আৰু কেতিয়াবা খুব সাংঘাতিক ধৰণেৰে দেখা দিয়ে। ক্লামোডিয়াৰ বেক্টেৰিয়াৰ সংক্ৰামিত হ’লে মহিলাসকলৰ কোনো উপসৰ্গই দেখা নিদিয়ে বা অলপ দেখা দিয়ে। কিন্তু অভ্যন্তৰীণ প্ৰজনন অংগবোৰৰ ভয়াবহ ক্ষতি হৈ থাকে। পি আই ডি ত আক্ৰান্ত মহিলাৰ সাধাৰণ এটা উপসৰ্গ হ’ল- তলপেটৰ বিষ। আন উপসৰ্গবোৰৰ ভিত... |
Illustration depicting typical sites for pelvic inflammatory disease |
প্ৰতিৰোধ[সম্পাদনা কৰক] |
যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা। |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
আইএনডিজি দল। |
বাহ্যিক সংযোগ[সম্পাদনা কৰক] |
NIH/Medline |
CDC |
Pelvic Inflammatory Disease (PID; Salpingitis, Endometritis) |
"https://as.wikipedia.org/w/index.php?title=শ্ৰোণিৰ_প্ৰদাহ_ৰোগ&oldid=300994"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
ৰোগ |
যৌন সংক্ৰামক ৰোগ |
অদৃশ্য শ্ৰেণীসমূহ: |
অধিক উৎস বিচাৰি থকা প্ৰবন্ধ |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
AC with 0 elements |
এই পৃষ্ঠাখন ২৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ১৯:২৪ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বুদ্ধিৰ বিপ্লৱ আৰম্ভ হোৱাৰ দিন ধৰি তথ্যৰ সংগ্ৰহ, প্ৰচাৰ-প্ৰসাৰ আৰু যথোপযুক্ত ব্যৱহাৰে মানৱ আৰু মানৱ সভ্যতাক এক শৃংখলিত বাটেৰে গমন কৰিবলৈ সংগোপনে উৎসাহিত কৰিবলৈ ধৰিলে ৷... |
ৱিকিপত্ৰিকাত প্ৰকাশিত মোৰ মনৰ কথা[সম্পাদনা কৰক] |
পঢ়ি থকাৰ সময়ত বিদ্যায়তনিক প্ৰকল্পবোৰ প্ৰস্তুত কৰোঁতে প্ৰতিবেদনটোৰ শেষত তথ্যসূত্ৰৰ একোখন তালিকা দিবলগীয়া হৈছিল৷ বিভিন্ন বিষয়ৰ বিবিধ প্ৰকল্প ৷ স্বাভাৱিকতেই তথ্যসূত্ৰৰ তালিকাবোৰতো এক বৈসাদৃশ্যই বিৰাজ কৰিছিল ৷ পিছে ব্যঞ্জনৰ মাজত বিবিধতা থাকিলেও যিদৰে ‘নিমখ’ প্ৰতিটো ব্যঞ্জনৰ বাবে এক অপৰিহাৰ্য উপকৰণ; ঠিক সেইদৰে আমাৰ বৈচ... |
যিমানদূৰ মনত পৰে, অসমীয়া ৱিকিপিডিয়াৰ লগত মোৰ প্ৰথমটো মুখামুখি হৈছিল কটন কলেজত, ২০১২ চনত ৷ সেইবাৰ অসমীয়া ৱিকিপিডিয়াৰ দহবছৰীয়া জন্মদিন পালন কৰা হৈছিল ৷ কলেজৰ পৰা কিছু পলমকৈ গৈ সভাগৃহত উপস্থিত হৈছিলোঁ ৷ লগ পাইছিলোঁ ফে’চবুকত ইউনিক’ড মাধ্যমত ভাষা-সাহিত্যৰ চৰ্চা কৰি থকা বহুতো অগ্ৰজ আৰু অনুজক ৷ চা-চিনাকি হৈ হাঁহি-মাতি প্... |
সভাৰ পৰা ওলাই আহিয়েই বোধকৰোঁ অসমীয়া ৱিকিপিডিয়াত একাউণ্ট এটা খুলিছিলোঁ ৷ পিছে সক্ৰিয়ভাৱে বিশেষ একো কৰিব পৰা নাছিলোঁ ৷ দুজনমান সাহিত্যিকৰ পৃষ্ঠাত দুটামান তথ্য সংযোজন কৰিছিলোঁ বোধহয় ৷ সেইসময়ত বিষ্ণু শইকীয়া, নিতুল বৰা দাদাহঁতে অসমীয়া ৱিকিপিডিয়াৰ বাবে সাংঘাতিক কাম কৰি থকা শুনিছিলোঁ ৷ নিতুলদাই পুৰণি অসমীয়া গ্ৰন্থবো... |
ৱিকিপিডিয়াৰ বাবে সক্ৰিয়ভাৱে কিবা এটা কৰিম বুলি ভবা-চিন্তা কৰি থাকোঁতেই কৰ্তব্যৰ খাতিৰত নেটৱৰ্কবিহীন ঠাই এডোখৰলৈ যাবলগীয়া হ’ল ৷ দুবছৰৰ পাছত সেই গভীৰতম প্ৰদেশৰ পৰা ওলাই আহিয়েই ৱিকিপিডিয়াত লিখাৰ দীৰ্ঘদিনীয়া হাবিয়াসটো পূৰণ কৰিলোঁ ৷ নিজৰ জন্মস্থান ‘পুৰণিগুদাম’ৰ বিষয়ে লিখিলোঁ ৷ পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত শতবৰ্ষগৰকা দুৰ... |
উত্থান-পতনেৰে ভৰা মোৰ এই ‘অসমীয়া ৱিকিপিডিয়া’ নামৰ ছবিখন তাতেই মোটামুটি যৱনিকা পৰিছিল ৷ কিন্তু ক্ৰিষ্ট’ফাৰ ন’লান, শ্ৰীৰাম ৰাঘৱনৰ ছিনেমাত থকাৰ দৰে এটা বিশেষ টুইষ্টৰ উদ্ভৱ হ’ল এই বছৰত, অৰ্থাৎ ২০১৯ চনত৷ যোৰহাটৰ প্ৰাণজ্যোতি নাথ বাইদেৱে এদিন কথাৰ মাজতে অসমীয়া ৱিকিউৎসত কাম কৰি থকাৰ কথা ক’লে ৷ অতীতৰ স্মৃতি ৰোমন্থন কৰি মইও ম... |
যি কি নহওক; এনেকৈয়ে দুটামান কথা শিকি-বুজি,কেইটামান পৃষ্ঠা মুদ্ৰণ সংশোধন কৰি-মেলি এসময়ত গুৱাহাটীৰ ৰেইনছ্ ইন হোটেলত অনুষ্ঠিত হোৱা আৱাসিক কৰ্মশালাত যোগদান কৰিলোঁগৈ ৷ মোৰ ৰূমমেট আছিল ভাস্কৰ নামৰ লখিমপুৰৰ ল’ৰা এজন ৷ চিনাকি হ’লোঁ৷ কাম কৰাৰ অদম্য হেঁপাহেৰে উদ্বুদ্ধ হৈ থকা ল’ৰাটোক লগ পাই উৎসাহবোধ কৰিলোঁ ৷ ভাস্কৰৰ নিচিনা আন ব... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.