text
stringlengths
0
188k
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>২০১২ চনত সংঘটিত স্কুল চকীদাৰ তপন ডেকাৰ হত্যাত দোষী সাব্যস্ত কৰি পাপু শইকীয়া না...
অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰমেন বৰুৱাই এই ৰায় প্ৰদান কৰিছে, জনায় চৰকাৰী অধিবক্তা অনুজ বৰাই।
দীৰ্ঘ ৭ বছৰৰ বিচাৰৰ অন্তত আদালতে শইকীয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০হাজাৰ টকাৰ জৰিমনাও বিহিছে।
২০১২ চনৰ ৫ মে’ৰ নিশা তেজপুৰ কলেজিয়েট স্কুল খেলপথাৰত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠান চলি থকাৰ মাজতে শইকীয়াই ডেকাক চুৰীৰে আঘাত কৰি হত্যা কৰিছিল।
নিহত ডেকাৰ পৰিয়ালে তেজপুৰ থানাত ৬০৯/২০১২ নং এক গোচৰ ৰুজু কৰিছিল।
শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত জে’ললৈ প্ৰেৰণ কৰিছিল।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সংগঠনটোৰ নেতৃত্বই এখন সংবাদমেলত চৰকাৰৰ এনে দুৰ্বোধ্য স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছে।
“এফালে তেওঁলোকে লাচিতৰ জয়গান গায় আৰু আনফালে লাচিত দিৱসৰ দিনাই স্কুল-কলেজ খুলি পৰীক্ষাও পাতে। এয়া কেনেকুৱা বিসংগতিপূৰ্ণ স্থিতি?” টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই কয়।
উল্লেখযোগ্য যে সংগঠনটোৱে অহা ২৩ আৰু ২৪ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে লাচিত দিৱসৰ আয়োজন কৰিছে। এই দিৱসতে সংগঠনটোৱে এই বৰ্ষৰ লাচিত বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰদীপ ভূঞাক।
সংগঠনটোৰ নেতাসকলে কয় যে লাচিত দিৱসৰ দিনটোতে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি লাচিতক অপমানহে কৰিছে।
আনহাতে পৰীক্ষা পতাৰ ফলত লাচিত দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানটোত ব্যাঘাত জন্মিব বুলিও মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে
Recent News
দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আনহাতে nenow.in ৰ হাতত চিয়াং নদী আৰু চিয়ম (Siyom) নদীৰ সংযোগস্থলৰ এটা আছুতীয়া ভিডিঅ’ ফুটেজ আহি পৰিছে, যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অতুল বৰগোহাঁয়ে সংগ্ৰহ কৰিছে। এই ভিডিঅ’ ফুটেজত দেখা গৈছে যে চিয়ম নদীখনৰ পানী ফটফটীয়া পৰিষ্কাৰ হোৱাৰ পৰিৱৰ্তে চিয়াং নদীৰ পানী এতিয়াও ঘোলা হৈয়ে আছে।
কোৱা প্ৰয়োজন যে চীনে নদীখনত সুৰংগ খন্দা বা তেনেকুৱা কিবা নিৰ্মাণ কাৰ্য্য চলোৱাৰ বাতৰিক অসত্য বুলি কোৱাৰ বিপৰীতে ভাৰত চৰাকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই। আনকি অসম-অৰুণাচলৰ জনসাধাৰণক এক দোধোৰ-মোধোৰ অৱস্থাত ৰাখি কেন্দ্ৰীয় চৰকাৰে চিয়াং নদীখনৰ পানী প্ৰকৃততেই ক্ষতিকৰভাৱে দূষিত হৈছে নে নাই বা তাৰ পানী ব্যৱহাৰৰ উপযোগী হৈ আছে ন...
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তদুপৰি চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি দিলীপ গগৈয়ে কয়, “ব্যক্তিগত কোম্পানিৰ পৰা চৰকাৰে সাহায্য পুঁজিটো নলয় কিয়? কোম্পানিয়ে ধনখিনি দিয়াৰ ক্ষেত্ৰত চুক্তিৰ কিহৰ প্ৰয়োজন?”
আনহাতে জে টি আইৰ স্বত্বাধিকাৰী আশিস ফুকনে কাজিৰঙাৰ ২০০ বিঘা মাটি জোৰা অঞ্চলত যাদুঘৰ নিৰ্মাণ কৰাৰ সন্দৰ্ভত দিলীপ গগৈয়ে কয়, “কাজিৰঙাত উচ্ছেদ চলাই সৰু-সৰু দুখীয়া মানুহখিনিক খেদি পঠিয়ালে, তাৰ বিপৰীতে পুঁজিপতি মানুহ বিলাকক ৰঙা দলিচা পাৰি দিছে। এনেকুৱা ঘটনা হ’ব পাৰে নেকি? ১০০ জন মানুহক চৰকাৰে প্ৰাধান্য দিব নে ১জন মানুহক প্ৰা...
“কাজিৰঙাত গঁড় মাৰি আছে, বানপানীৰ কৱলত হাজাৰ হাজাৰ জীৱ-জন্তু মৃত্যুমুখত পৰিছে, তাক ৰোধ কৰিব পাৰিছেনে চৰকাৰে? সেইবিলাক সমস্যা ৰোধ কৰাৰ সলনি আকৌ লেট্ৰিন-বাথৰুম বনাবলৈ গৈছে। লেট্ৰিন-বাথৰুম নালাগে বুলি ক’ব খোজা নাই। কিন্তু তাৰ আগতে জীৱ-জন্তু, গছ-গচনি ৰক্ষণাবেক্ষণ দিব লাগিব।” দিলীপ গগৈয়ে কয়।
আনহাতে শনিবাৰৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক জীৱ-জন্তু ৰক্ষণাবেক্ষণ দিবৰ বাবে হাইলেণ্ড নিৰ্মাণ কৰিবৰ বাবে সংস্থাৰ সভাপতিয়ে দাবী জনায়। লগতে অসমৰ খণ্ডসমূহ কাৰো পৈতৃক সম্পত্তি নহয়, ৰাজহুৱা সম্পত্তি বুলি সদৰী কৰে গগৈয়ে।
উল্লেখযোগ্য যে উক্ত সংবাদ মেলতে চৰকাৰী যন্ত্ৰৰ প্ৰতৰাণামূলক কোনো নীতিকেই অসমত বলৱৎ কৰিবলৈ দিয়া নহ’ব আৰু ঐতিহ্যক বিকৃত কৰি অসমৰ স্বাভিমানক আঘাত হানিবলৈ কোনো বেপাৰী-বহতীয়া চৰকাৰক অনুমতি দিয়া নহ’ব বুলি তাই আহোম যুব পৰিষদে স্থিতি স্পষ্ট কৰে।
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গণিতৰ প্ৰথমজনা অসমীয়া ডক্টৰেট শিৱেন্দ্ৰনাৰায়ণ বৰুৱায়ো দুকুৰি বছৰ আয়ুস নাপালে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ পি এইচ ডি শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ কথা ভাবিলেই সেয়ে ঘপৰাই আবেল, ৰিমান বা ৰামানুজন আদি কৃতবিদ্য গণিতজ্ঞৰ নাম মনলৈ আহে। এইসকল তীখৰ গণিতজ্ঞৰ সমকক্ষ নহ’লেও বৰুৱাই তৰল গতিবিজ্ঞানত (Fluid Dynamics) এনে কিছু মৌলিক কাম কৰ...
গৌৰীপুৰ- গদাধৰ নৈৰ পাৰৰ গৌৰীপুৰ- ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ জমিদাৰীৰ সাক্ষ্য বহন কৰা গৌৰীপুৰ- ‘দেৱদাস’ প্ৰমথেশ বৰুৱাৰ গৌৰীপুৰ- ‘হস্তীৰ কন্যা’ প্ৰতিমা বৰুৱাৰ গৌৰীপুৰ- শীলভদ্ৰৰ মধুপুৰ। গৌৰীপুৰত জন্ম হৈছিল স্ব স্ব ক্ষেত্ৰত মহীয়ান বহু ব্যক্তিৰ। সাহিত্য, সংস্কৃতি, বিজ্ঞান, সংস্কৃত চৰ্চাত গৌৰীপুৰ অঞ্চলৰ সুনাম আছে। ১৯০১ চনৰ ২৭ ...
শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ জন্ম ১৯২৬ চনত। তেখেতৰ পিতৃ নৰেন্দ্ৰনাৰায়ণ বৰুৱা আৰু মাক হেমলতা বৰুৱা। কম বয়সতে তেওঁ পিতাকক হেৰুৱায়। মাকে কষ্টেৰে তেওঁক ডাঙৰ-দীঘল কৰে। ১৯৪২ চনত গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ ইন্সটিটিউশ্যনৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। (স্মৰ্তব্য যে ১৯৪২ চনত নলবাৰী গৰ্ড...
১৯৪৯ চনত শিৱেন্দ্ৰনাৰায়ণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যাবিজ্ঞানৰ বিভাগত লেকচাৰাৰ হিচাপে যোগ দিয়ে। বিশ্ববিদ্যালয়ত কেইবছৰমান কাম কৰাৰ পিছত ১৯৫২ চনত তেখেত কেম্ব্ৰিজলৈ যায়। ১৯৫৫ চনত তেখেতে গণিতত পি এইচ ডি লাভ কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰথিতযশা বিজ্ঞনী ছাৰ জিৱ’ফ্ৰে টেইলৰ আছিল তেখেতৰ তত্ত্বাৱধায়ক। কেম্ব্ৰিজৰ...
কিন্তু বিধিৰ কি নিষ্ঠুৰ পৰিহাস! ১৯৬৪ চনৰ ৫ এপ্ৰিলৰ দিনা হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পুণেত অপ্ৰত্যাশিতভাবে তেখেতৰ অকাল বিয়োগ ঘটে।
পৰম্পৰাগতভাবে গণিতক দুইভাগত ভগাব পাৰি- মৌলিক (Pure) আৰু প্ৰায়োগিক (Applied)। মৌলিক গণিতজ্ঞসকল গণিতৰ বিমূৰ্ত ধ্যান-ধাৰণাত সদামগ্ন, গণিতৰ স্বকীয় সুষমাত তেওঁলোক মুগ্ধ; প্ৰয়োগৰ পিনে তেওঁলোকৰ দৃষ্টি নাই। তেওঁলোকৰ জানিবা ‘সামাজিক দায়বদ্ধতা’ নাই। আনহাতেদি প্ৰায়োগিক গণিতজ্ঞসকলে গণিতৰ প্ৰায়োগিক দিশৰ প্ৰতি নজৰ ৰাখে। তেওঁলোকৰ কাম...
সেই দিন আজি আৰু নাই। মৌলিক আৰু প্ৰায়োগিক- দুটা পানী নসৰকা কোঠাত গণিতক আজি আৰু বিভাজন কৰিব নোৱাৰি। মৌলিকৰো, মৌলিক গণিতৰো প্ৰয়োগ আছে; আনহাতেদি এনেকুৱা উদাহৰণো নোহোৱা নহয়, য’ত তথাকঠিত প্ৰায়োগিক গণিতৰো বস্তৱ ক্ষেত্ৰত কোনো প্ৰয়োগেই নহয়। আয়ান ষ্টুৱাৰ্টে এই প্ৰসংগত তেখেতৰ উপৰিউক্ত গ্ৰন্থত এটা বঢ়িয়া উদাহৰণ দিছে। এজন গৱেষকে পে...
প্ৰথিতযশা গণিতজ্ঞ পি আৰ হেলমছে (P R Halmos) কৈছে বোলে গণিত গণিতেই, মৌলিক, প্ৰায়োগিক বুলি কোনো কথা নাই। তীক্ষ্ণধী পণ্ডিত হেলমছৰ মতে দুবিধ গণিত বৰ্তমান- ‘Good’ আৰু ‘bad’। শিৱেন্দ্ৰনাৰায়ণ বৰুৱাই প্ৰায়োগিক গণিতত কাম কৰিছিল। তেখেতে হেলমছে উনুকিওৱা ‘Good Mathematics’ কৰিছিল। তেখেতে যে ‘Good Mathematics’ কৰিছিল তাৰ দহদহীয়া প্...
তেখেতৰ কোষগ্ৰন্থ ‘On some problems of Rotating Fluids’ সমানে সমাদৃত। এই কোষগ্ৰন্থৰ গইনা লৈ উত্তৰকালৰ বহু গৱেষকে কাম কৰিছে। Proceedings of the royal Society কে আদি কৰি বহু ওখ খাপৰ পত্ৰিকাত তেখেতৰ নিবন্ধ প্ৰকাশ পাইছিল। আমি জনাত তেখেতৰ প্ৰকাশিত গৱেষণা-নিবন্ধৰ সংখ্যা সাতোটা। ইয়াৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰণালয়ত তেখেতৰ বহু নিবন...
মানুহ হিচাপে শিৱেন্দ্ৰনাৰায়ণ বৰুৱা অতি ভদ্ৰ আৰু বিনয়ী আছিল। অৱশ্যে তেখেতৰ বিষয়ে বিশেষ আমি পঢ়া নাই। কেইবছৰমান আগেয়ে ‘আছাম ট্ৰিবিউন’ত প্ৰকাশিত ড° কল্যাণ দত্ত চৌধুৰীৰ এটা লেখা পঢ়িছো। মাতৃৰ প্ৰতি থকা তেখেতৰ অচলা ভক্তি, সহপাঠীসকলৰ প্ৰতি থকা মমত্ববোধ সেই লেখাত সুন্দৰকৈ ফুটি উঠিছে। ঘৰলৈ আহিলে বিধবা মাকৰ দুপৰীয়াৰ সাঁজ ৰান্ধি...
ড° ভূপতি চন্দ্ৰ ডেকাদেৱে দুখ কৰি কৈছিল- ‘আমাৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যৰ কথা যে এনেকুৱা মহান ব্যক্তি এজনক আমি অকালতে হেৰুৱাইছো।’
সঁচা, আমাৰ বাবে ই পৰম দুৰ্ভাগ্য। কিন্তু ‘যে নদী মৰুপথে হাৰালো ধাৰা/ জানি হে, জানি তাও হয়নি হাৰা’ (অসমাপ্ত/ৰবীন্দ্ৰনাথ ঠাকুৰ)।
পুনশ্চ : শিৱেন্দ্ৰনাৰায়ণ বৰুৱাক ব্যক্তিগতভাবে বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া বুলি মই ভাবোঁ।
লেখক ড° দিলীপ শৰ্মা কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু গণিত চ’ৰাৰ এগৰাকী উপদেষ্টা। তেখেতৰ এই প্ৰবন্ধটো ঊনবিংশ সংখ্যাৰ (জুলাই-ডিচেম্বৰ, ২০০১) গণিত বিকাশত প্ৰকাশ হৈছিল।
[ad#ad-2]
পংকজ জ্যোতি মহন্ত
pankajjyoti.com
WhatsApp
Tweet
More
Email
Print
Tags:
ইয়ান ষ্টিৱাৰ্ট, পল হেলমছ, শিৱেন্দ্ৰনাৰায়ণ বৰুৱা
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str...
ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত ৰে’লৱে ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে কয় যে উক্ত প্ৰকল্পকেইটাৰ ২০১৮-১৯ বৰ্ষৰ বাবে আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা কেইটামান প্ৰকল্পৰ অৱশিষ্ট আনুষাংগিক কামৰ বাবে ৪,৪৩০ কোটি টকা ইতিমধ্যে মোকোলাই দিয়া হৈছে।
প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত পুঁজিৰ উপলব্ধতা, ভূমি অধিগ্ৰহণ, বন আৰু বন্যপ্ৰাণী বিভাগৰ সেউজ সংকেত, সেৱাৰ পৰিৱৰ্তন, কামৰ ঋতু, ভৌগলিক অৱস্থা, আইন-কানুনগত সমস্যা আৰু অন্যন্য কাৰকে প্ৰভাৱিত কৰে। ৰে’ল মন্ত্ৰী গোহাঁয়ে কয় যে এই কাৰণেই এই প্ৰকল্পসমূহ সমাপ্ত হোৱাৰ এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাটো অসুবিধাজনক।
Recent News
দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Purusottam Thakur
Translator : Pankaj Das
Language
Assamese
English
Urdu