text stringlengths 0 188k |
|---|
জাপানী কবিতা এটাৰ উদ্ধৃতি দি ড৹ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ আত্মজীৱনীত লিখিছিল -“আমি সৰু তৰাবোৰেই দায়িত্বৰ বিশাল আকাশখন কঢ়িয়াব লাগিব৷” আমাৰ ৱিকিপিডিয়াও এখন বিশাল আকাশ ৷ সেইখন আকাশতে পৃথিৱীৰ বহু দেশ, বহু জাতি, বহু ৰাজ্য উবুৰি খাই পৰিছে৷ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজ নিজ প্ৰান্তৰ পোহৰাইছে আৰু আগুৱাই গৈছে ৷ আকাৰত সৰু হ’লেও... |
অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্য, প্ৰশাসক আৰু শুভাকাংক্ষীলৈ মোৰ অন্তৰৰ গভীৰতম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই এইবেলিৰ ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ সামৰিছোঁ ৷ সকলোকে বহুত বহুত ধন্যবাদ ৷ |
মোৰ কেইটামান প্ৰিয় প্ৰবন্ধ(স্ব-নিৰ্বাচিত)[সম্পাদনা কৰক] |
নিক'লা টেছলা |
বন্দিতা ফুকন |
কীৰ্তিনাথ শৰ্মা বৰদলৈ |
ভোলানাথ বৰুৱা |
নমিতা ভট্টাচাৰ্য |
তুলসী গৌড়া |
লক্ষ্মীনাথ দাস |
কৃত্ৰিম বুদ্ধিমত্তা |
মনোবৈজ্ঞানিক হ'ৰৰ |
বেণ্ডৱাগন প্ৰভাৱ |
পাৰ্ৱতী থিৰুভথু |
ক'লা ৰাজহাঁহ তত্ত্ব |
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী |
স্বাভাৱিক পক্ষপাতিতা |
য়ুভাল নোৱাহ হাৰাৰী |
ডেনিয়েল কাহনেমেন |
ছুছান কেইন |
মিনাল দাখৱে ভোঁচলে |
নিক'লাচ ক'পাৰ্নিকাচ |
অতি পৰিবাহিতা |
ষ্টেনলি কুবৰিক |
মায়'ডিয়া গিৰিপথ |
পূৰ্ণিমা সিন্হা |
ৰাধিকা আপ্টে |
প্ৰিয়ম্বদা নটৰাজন |
নব্য নাস্তিকতাবাদ |
ৰিচাৰ্ড ড'কিনছ্ |
চাইকেল চালনা আৰু নাৰীবাদ |
বৰঙণি[সম্পাদনা কৰক] |
ৱিকিপিডিয়া |
সদস্য বাৰ্তা মোৰ সকলো প্ৰবন্ধ |
Userbox |
এই সদস্যজন ৱিকিপিডিয়াত ৬ বছৰ, ৫ মাহ, আৰু ২৪ দিন ধৰি আছে। |
এই সদস্যজন ৱিকিপিডিয়া ব্যৱহাৰ কৰি ভাল পায় |
“জয় আই অসম” |
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। |
"https://as.wikipedia.org/w/index.php?title=সদস্য:Ishanjyotibora&oldid=338149"ৰ পৰা অনা হৈছে |
অদৃশ্য শ্ৰেণী: |
Pages using duplicate arguments in template calls |
এই পৃষ্ঠাখন ১৮ নৱেম্বৰ, ২০২২ তাৰিখে ০০:২৬ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। |
আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত ব্যক্তিগৰাকীক স্থানীয় দোকান এখনৰ কাষত ৰৈ থকাৰ সময়তে বাইকত অহা দুই আততায়ীয়ে গুলীচালনা কৰে। |
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাইক আৰোহী আততায়ী দুগৰাকীয়ে নিচেই কাষৰ পৰা গুলীচালনা কৰাৰ বাবে ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হয়। |
আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ ব্যক্তিগৰাকীক লগে লগে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ লৈ যোৱা হয় আৰু তাতে বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। |
ইফালে ব্যক্তিগৰাকীক কিয় আক্ৰমণৰ লক্ষ্য কৰা হৈছিল, সেই বিষয়ে কোনো তথ্য লাভ কৰা নাই যদিও আৰক্ষীয়ে সন্দেহবশত: দুগৰাকী লোকক আটক কৰিছে। |
ঘটনাৰ বিশদ তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি লগতে জানিবলৈ দিছে। |
Recent News |
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে |
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে |
হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ্জ কাণ্ড: কিতাপ দিয়াৰ চলেৰে নিজা বাসগৃহলৈ মাতি নি নিৰ্যাতনৰ চেষ্টা বিদেশী ছাত্ৰীক |
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা |
The CrossCurrent Jan 2, 2022 |
দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ… |
জনপ্ৰিয় |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ! |
ছাত্ৰ নেতাৰ দেহাৱসান |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>[….দীৰ্ঘদিনীয়া বান্ধোন (longterm bonding): দুজন ব্যক্তিৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ এইটো এটা মূখ্য উপাদান। আক... |
প্ৰেমৰ বিজ্ঞানভিত্তিক অধ্যয়নত এটা মৌলিক অসুবিধা আছে। সেয়া হ’ল, প্ৰেমৰ অনুভৱক এক নিৰ্দিষ্টবাদী (objective) সংজ্ঞা দিয়াৰ অসুবিধা। বিজ্ঞানে জোখ-মাখ কৰিব পৰা মানৰ লগত কাম কৰে। জোখমাখৰ কথা বাদেই দিলো। আমাৰ অভিধানসমূহতো প্ৰেম কি তাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। অক্সফ’ৰ্ড অভিধানৰ মতে প্ৰেম-> a strong feeling of affection (মৰ... |
প্ৰেমৰ বিজ্ঞানৰ আলোচনালৈ যোৱাৰ আগেয়ে মনৰ কাৰ্য-প্ৰণালী সম্বন্ধে কিছুমান বুনিয়াদী কথা জানি থোৱাটো প্ৰয়োজন। অন্যথা এই আলোচনা আগবঢ়াবই নোৱাৰি। মন-ৰ সংজ্ঞা দিয়াটোও দুৰূহ কাম। আধ্যাত্মিক আদি দিশৰ কথা সম্পূৰ্ণ ৰূপে পৰিহাৰ কৰি অকল কাম-চলোৱা বিধৰ মনৰ যিটো সংজ্ঞা দিয়া হয়, সেইটো প্ৰায় এনে ধৰণৰঃ মগজুৰ ভিতৰৰ আৰু আমাৰ পৰিবেশ... |
মগজুৰ যিবোৰ কোষে আমাৰ চিন্তা-চৰ্চা আদি নিয়ন্ত্ৰণ কৰে, সেইবোৰক নিউৰণ বোলা হয়। নিউৰণসমূহৰ একোডাল এক্সন আৰু শাখাত বিভক্ত কেইবাডালো ডেনড্ৰাইট থাকে। এটা নিউৰণৰ ডেনড্ৰাইটসমূহে আন এটা নিউৰণৰ এক্সনৰ লগত সংযোজিত হৈ থাকে, বা কেতিয়াবা ডেনড্ৰাইট সমূহে কোষাৱৰণতে সংযোগ হৈ থাকে। সংযোগ হৈ থাকে বুলি ক’লো যদিও সেয়া এটা কোষৰপৰা আন এট... |
নিউৰ’ট্ৰান্সমিটাৰ সমূহে কোষাৱৰণৰ লগত লাগি থকা গ্ৰাহকৰ লগত সংযোজিত হয়, আৰু এই সংযোজনে গ্ৰাহকবিধৰ ভিতৰ ফালে (কোষৰ ভিতৰত) কিছুমান ৰাসায়নিক সাল-সলনি কৰিব পাৰে। এই সালসলনিবোৰে কোষৰ নিউক্লিয়াছলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই নিয়ে আৰু তাৰ জৰিয়তে বিশেষ এবিধ প্ৰ’টিনৰ সংশ্লেষণ আৰম্ভ হয়। এনে বিভিন্ন বিশেষ ধৰণৰ প্ৰ’টিনৰ বাবেই বিভি... |
প্ৰেমৰ ৰাসায়নিক ভিত্তিৰ ক্ষেত্ৰত বৰ্তমানলৈ পোহৰলৈ অহা ৰাসায়নিক পদাৰ্থসমূহ হ’লঃ ড’পামিন, ছেৰ’ট’নিন, অক্সিট’চিন আৰু ভেছ’প্ৰেছিন। ইয়াৰে প্ৰথম দুটা নিউৰ’ট্ৰান্সমিটাৰ আৰু শেষৰ দুবিধ বিশেষ ধৰণৰ হ’ৰম’ন। |
প্ৰেমক আমি সঠিক ভাৱে সংজ্ঞাবদ্ধ কৰিব নোৱাৰিলেও বিজ্ঞানৰ আলোচনাৰ বাবে প্ৰেমত কি কি উপাদান থাকে তাৰ কিছুমান পূৰ্বচৰ্ত ধৰি ল’ব পাৰোঁ। যেনে, আকৰ্ষণ, যৌনতা, দীৰ্ঘদিনীয়া বান্ধোন (bond) আৰু অকল নিজৰ কৰি লোৱাৰ বাসনা (possessiveness)। এনেকৈ ধৰি ল’লে আমি বিভিন্ন ৰাসায়নিকৰ কামৰ বিষয়ে কিছু আগবাঢ়িব পাৰোঁ। |
আকৰ্ষণঃ প্ৰেমৰ বাবে প্ৰথমেই লাগিব দুই ব্যক্তিৰ মাজত এক ভাল-লগাৰ এটা অনুভৱ। ভাল লগা, নলগাটো ড’পামিন-ৰ ক্ৰিয়া বুলি ধৰা হয়। মগজুত বেছি মাত্ৰাত ড’পামিন প্ৰস্তুত কৰিব পাৰিলে, সেই কামৰ প্ৰতি বিশেষ আকৰ্ষণ আগি উঠে। যিকোনো মাদক দ্ৰৱ্যই বিভিন্ন উপায়েৰে ড’পামিনৰ মাত্ৰা বঢ়াই দিয়ে। ড’পামিনে মগজুক এক ধৰণৰ পুৰস্কাৰ প্ৰদান কৰে (r... |
যৌনতাঃ প্ৰেমৰ আন এটা প্ৰধান চৰ্ত হৈছে যৌন আকৰ্ষণ। প্ৰকৃতিৰ নিয়ম মতেই যৌন-ইচ্ছা প্ৰতিজন ব্যক্তিৰে এটা মুখ্য ইচ্ছা। কাৰণ ইয়াৰ অবিহনে পিছৰ প্ৰজন্ম জন্ম হ’ব নোৱাৰিব। সেয়ে যৌন-ইচ্ছা প্ৰেমৰ এটা বুনিয়াদী সত্তা। যৌন ইচ্ছাৰ নিয়ন্ত্ৰণকাৰী হ’ৰম’নসমূহ হৈছেঃ ইষ্ট্ৰ’জেন, প্ৰজেষ্টেৰ’ন, টেষ্ট’ষ্টেৰ’ন আদি। প্ৰেমৰ প্ৰথম পৰ্যায়ত পু... |
দীৰ্ঘদিনীয়া বান্ধোন (longterm bonding): দুজন ব্যক্তিৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ এইটো এটা মূখ্য উপাদান। আকৰ্ষণ আৰু যৌন-আকৰ্ষণে প্ৰথমৰ দৰ্শনৰ প্ৰেম সৃষ্টি কৰিব পাৰিলেও তাক প্ৰেম বুলিলে সাধাৰণতে বুজা দীৰ্ঘদিনীয়া অৱস্থা এটালৈ নিব নোৱাৰে। দুজন ব্যক্তিৰ মাজৰ আকৰ্ষণক দীৰ্ঘ সময়লৈ নিয়াৰ ক্ষেত্ৰত অক্সিট’চিন নামক এবিধ হ’ৰম’নৰ প্ৰভ... |
নিজৰ কৰি লোৱাৰ বাসনাঃ (possesiveness) প্ৰেমৰ আন এটা চৰ্ত হৈছে, প্ৰেমাস্পদক একান্ত ভাৱে নিজৰ কৰি লোৱাৰ বাসনা। ইয়াৰ কাৰণে নিজৰ প্ৰেমাস্পদক বিপৰীত লিংগৰ প্ৰাণীৰপৰা যিমান পাৰি দূৰত ৰখাৰ প্ৰয়াস কৰা হয়। ওপৰত উল্লেখিত প্ৰেইৰি ভ’ল-ৰ ক্ষেত্ৰত দেখা গৈছে যে এবাৰ সম্বন্ধ স্থাপন হোৱাৰ পাছত পুৰুষ-স্ত্ৰী উভয়ৰে দেহত ভেছ’প্ৰেছিন (v... |
ওপৰত আমি মগজুৰ কাম-কাজ ঘাইকৈ নিউৰ’ট্ৰান্সমিটাৰৰ দ্বাৰা হয় বুলি কৈ আহিছিলো যদিও, এতিয়ালৈকে ঘাইকৈ হ’ৰম’নৰ কথাহে কৈ আছোঁ। হ’ৰম’নসমূহ এনেকুৱা ৰসায়নিক পদাৰ্থ যিবোৰ একোটা গ্ৰন্থিৰদ্বাৰা প্ৰসৱিত হয় কিন্তু ইয়াক বোৱাই নিবলৈ নিজস্ব নলী নাথাকে। বৰং ই তেজৰ লগত মিহলি হৈ সমগ্ৰ দেহলৈ যায়। হ’ৰম’ন সমূহ নিয়ন্ত্ৰিত হয় প্ৰথমে মগজু... |
ছেৰ’ট’নিন এবিধ নিউৰ’ট্ৰান্সমিটাৰ। এই নিউৰ’ট্ৰান্সমিটাৰবিধৰ অভাৱে ডিপ্ৰেছন-ৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে দেহৰ বিষ আৰু যৌন-ইচ্ছা নিয়ন্ত্ৰণ কৰাটো ইয়াৰ ভূমিকা আছে। ছেৰ’টনিনৰ সঠিক মাত্ৰাই মানুহ এজনৰ মনটো ভাল লগাই ৰাখিব পাৰে। সেয়ে প্ৰেমৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অধ্যয়ন কৰা হৈছে। একেবিধ নিউৰ’ট্ৰান্সমিটাৰৰ অভাৱতে Obsessive ... |
প্ৰেমৰ বৈজ্ঞানিক বাখ্যাৰ অতি থুলমূল ধাৰণা এটা দিয়াৰ প্ৰয়াস কৰা হৈছে। কিন্তু এইখিনি অত্যন্ত সৰল ভাৱে কোৱা হৈছে। ডাঙৰ অসুবিধাটো হৈছে মানুহৰ ক্ষেত্ৰত এনে ৰসায়নবোৰক লৈ কৰা অধ্যয়নৰ সীমাবদ্ধতা। কাৰণ মানুহৰ চিন্তা-চৰ্চা অকল মগজুৰ ৰসায়নৰ ওপৰতে নিৰ্ভৰ নকৰে, ইয়াৰ লগতে তেখেতৰ শিক্ষা-দীক্ষা, পৰম্পৰা, কৃষ্টি আদিৰ কথাও সোমাই থ... |
মগজুৰ ৰাসায়নিক অধ্যয়নৰ বাহিৰেও মানুহৰ প্ৰেম অধ্যয়ন কৰাৰ কেবাটাও শাখা আছে। মনস্তত্ব, বিৱৰ্তনীয় মনোবিজ্ঞান আদিৰেও মানুহৰ প্ৰেমক বুজাৰ চেষ্টা কৰা হৈছে। তাৰ আলোচনা এই প্ৰৱন্ধৰপৰা ইচ্ছা কৰিয়েই আঁতৰাই ৰখা হৈছে। |
তথ্য-সূত্ৰঃ |
১. A Aron, H Fisher, DJ Mashek, G Strong, HF Li, and LL Brown (2005). Reward, Motivation and Emotion Systems Associated with Early-Stage Intense Romantic Love:an fMRI study. Journal of Neurophysiology 94:327-337 |
২. Marazziti D, Canale D. Hormonal changes when falling in love. Psychoneuroendocrinology. 2004 Aug;29(7):931-6. |
৩. de Boer A, van Buel EM, Ter Horst GJ. Love is more than just a kiss: a neurobiological perspective on love and affection. Neuroscience. 2012 Jan 10;201:114-24. doi: 10.1016/j.neuroscience.2011.11.017. Epub 2011 Nov 15. |
৪. Sandroni P (October 2001). “Aphrodisiacs past and present: a historical review”. Clinical Autonomic Research 11 (5): 303–7. doi:10.1007/BF02332975. PMID 11758796. |
৫. Emanuele, E.; Polliti, P.; Bianchi, M.; Minoretti, P.; Bertona, M.; & Geroldi, D. (2005). “Raised plasma nerve growth factor levels associated with early-stage romantic love.” Abstract. Psychoneuroendocrinology, Sept. 05. |
← এই সংখ্যাৰ সৰিয়হ ফুল |
এখন অৰণ্য, এজন অভিভাৱক → |
You May Also Like |
বিহুৰ ইটো-সিটো (সংগ্ৰহ) – (আব্দুছ চাজিদ) |
April 17, 2015 0 |
নাৰীশক্তিৰ প্ৰতিনিধি ফজিয়া কুফি – অভিজিত দত্ত |
May 16, 2019 0 |
পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য (দিগন্ত যাদৱ শৰ্মা) |
September 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.