text
stringlengths
0
188k
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তৃতীয় অধ্যায়
(৪)
কলেজ ৱিক আহিছে। বজালী কলেজৰ চৌহদ উখল-মাখল হৈ পৰিছে। নৱাগতসকলৰ মনলৈ সাহ আহিব ধৰিছে। কলেজ ৱিকৰ শেষৰ দিনা হ’বলগা নৱাগত আদৰণি সভাৰ দিনাখনেই চিনাকি পৰ্বৰ নামত চলি অহা ৰেগিঙবোৰ। অৱশ্যে এইবাৰ ৰেগিং হোৱা নাই বুলিয়েই ক’ব পাৰি যদিও দুই-এজনে বদমাছী নকৰা নহয়। মোৰ ক্ষেত্ৰত ঘটি যোৱা ঘটনাটোৱে মোক বাবে বাৰে মানি নল’বলৈ বাধ্য কৰাইছে যে...
বিগত তিনিদিন ধৰি মই কলেজলৈ যাব পৰা নাই। ঘৰুৱা লেঠা, গা বেয়া আদি পয়মালৰ বাবেই ক্লাছবোৰ মিছ কৰিছোঁ। আচলতে সেয়া প্ৰকৃত পয়মাল নে মোৰ অজুহাতহে নাজানো। কিন্তু সেইদিনা পুৱালী আৰু আলোছায়াৰ লগত হৈ যোৱা ঘটনাৰ পিছত কিবা ভাল নলগা হৈ আহিছে।
পুৱালীহঁতক তেনেকৈ এৰি মই গুচিআহিছিলো। সেই সময়ত মই ভৰি আছিলো পূৰ্ণ খঙত। বাকী থকা সময়খিনি ক্লাছত কাৰো লগত কথা পতা নাছিলো। পুৱালীয়ে এবাৰ ওচৰলৈ আহিছিল। কিন্তু কিবা ক’ব পৰা দূৰত্ব পোৱাৰ আগতেই মই আঁতৰি গৈছিলো। তাইৰ লগত কথা পতাৰ ইচ্ছা মোৰ নাছিল। আৰু ক্লাছ শেষ হোৱাৰ লগে লগে কলেজৰ চৌহদত থকা ইউকেলিপ্তাছজোপাত আওজাই থোৱা চাইকেলখন ...
অঘটনটো ঘটিছিল দেউতা ৰাতিপুৱাই বাৰীলৈ যাওতে। ঘৰৰ পিছপিনে থকা প্ৰকাণ্ড তামোল বাৰীখনৰ একেবাৰে শেষৰফালে অকস্মাতে দেউতাই দেখিছিল, মেচিনৰ নিছিনা বস্তু এটা মাটিত সযতনে থোৱা আছে। ফেনৰ ৰেগুলেটৰৰ সমান মেচিনটোৰ এখালে সামান্য জোৰেৰে মাটিত লগাই থোৱা আছে এণ্টেনা এডাল। মেচিনটোৰ ওপৰৰ চোক এটাৰ পৰা পেৰাচুটৰ লেখীয়া সৰু স্বচ্ছ তাঁৰ এডাল আ...
তিনিদিন ক্লাছ নকৰি যিদিনা ঘৰৰপৰা ওলাই গৈছিলো, সেইদিনা কলেজ ৱিক আৰম্ভ হৈ গৈছিল। কলেজৰ চৌহদত ভৰি থোৱাৰ বিপৰীতে সিদিনা আড্ডা পাতিছিলো হিতেনৰ দোকানত, যাক বহুতে চাৰি-এন বুলিও মাতিছিল। কাৰণটোও আছিল আমোদজনক। আমি চাৰিজন হিতেন তাত লগ হৈ প্ৰায়ে আড্ডা পাতিছিলো। হিতেন পি চি অ’। ডব্লিউ এল এল ফোনৰ বাবে নিৰ্ভৰযোগ্য এই দোকানখন আছিল আন...
তেতিয়া দুপৰীয়া বাৰমান বাজিছিল। হঠাতে ফোনটো বাজি উঠিছিল। ভ্ৰাতৃসদৃশ বন্ধু হিতেনে ফোনটো তুলি ধৰিছিল-‘হেল্ল’
-…
-“কি ? কিত্তে?”
-…
-“সি এইমাত্ৰ এৰে পৰা গেল দেখুন।”
-…
“আহুন দুটা এতে আছে।”
-….
-“নহে। বুনগাঁউ আৰ’ বৰগাণ্ডুবীৰটুহে আছে”
-….
-“তই এটা কাম কৰ। তাক ইমিডিয়েট হস্পিতেলক লগি লৈ যা, আমি তাকে লগি যাই আছু”
-…
-“অ’, ঠিক আছে।”-বুলি কৈ সি ফোনটো থৈয়েই থিয় হ’ল।
-“সইখেৰ এক্সিডেণ্ট হৈছি। বৰ হিতেন, তই থাক, হিতু আৰ মই হস্পিটেলৰ পৰা আহুং।”- আমাৰ মাজতে চিনাক্তকৰণত সহায়ৰ বাবে দি লোৱা নামকেটাৰে সি বঢ়িয়াকৈ বুজাই দি একেকোবে বাৰান্দা পালেহি। আৰু অলপো পলম নকৰি আমি চাইকেলত জাঁপ মাৰি উঠিলো।
← দিল্লীহাটত অ ক বৰ প্ৰীতিভোজ আৰু সাহিত্যৰ আড্ডা: মাধুৰীমা ঘৰফলীয়া
কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান →
You May Also Like
কথোপকথন-৮ (ধীৰাজ কলিতা)
June 15, 2012 0
কাটাৰৰ ডায়েৰী – কেইটিমান সৰু সৰু কথাৰে (ডা০ ভূপেন শইকীয়া)
May 14, 2014 0
এখন ডায়েৰীৰ ইতিবৃত্ত (৩): অনামিকা বৰুৱা
November 14, 2012 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছু লোকে চলাই থকা অমানৱীয় তথা বৰ্বৰ কাণ্ড ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত অসম বিজ্ঞান সমিতি...
ইয়াৰে অংশ হিচাপে শুকুৰবাৰে মাজুলী মহাবিদ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰে অসম বিজ্ঞান সমিতিয়ে। শতাধিক ছাত্র- ছাত্ৰী, অভিভাৱক আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াৰ সভাপতিত্বত সজাগতা সভাখন অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰসংগত ড০ শইকীয়াই কয় যে বাহ্যিক স্বচ্ছতাৰ লগতে আমি অন্তৰৰ স্বচ্ছতাতো সম...
আনহাতে ছাত্ৰ- ছাত্ৰীসকলক সৰুৰে পৰা বিজ্ঞানমনস্কতাৰে আগবাঢ়িবলৈ আহ্বান জনাই তেওঁ কয় যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ। অনুষ্ঠান উপস্থিত সকলোৱে শিক্ষাৰ্থীসকলক অন্ধবিশ্বাসৰ বিৰুদ্ধে সৰুৰে পৰাই যুঁজ দিবলৈ আহ্বান জনায়।
অসম বিজ্ঞান সমিতিৰ এনে প্ৰচেষ্টাৰ ফলত সত্ৰনগৰীৰ ৰাইজৰ মাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে যথেষ্ঠ সজাগতাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
Recent News
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পঙ্কজ জ্যোতি মহন্ত:
[লেখাটো লিখা চাৰিদিনমান হ’ল। গৰমে গৰমে মানুহবোৰ উত্তেজিত হৈ পৰিব বুলি আৰু ভূমিকম্পত সকলোৰে হৃদয়খন কঁপি আছে বুলি লগে লগে ইয়াত নিদিলো। এতিয়া কথাবোৰ বিবেচনা কৰি চাব পাৰে এবাৰ…। ]
মানুহে প্ৰকৃতিৰ সৈতে কৰিবলগা হোৱা যুদ্ধবোৰ, খাদ্য আহৰণৰ বাবে কৰিবলগা হোৱা কষ্টবোৰ আৰু সন্তানৰ নিৰাপত্তাৰ বাবে কৰিবলগা হোৱা কামবোৰে এসময়ত যেনেকৈ সভ্যতা বা সমাজৰ বিকাশ সাধনত প্ৰধান কাৰক হিচাপে কাম কৰিছিল, ঠিক তেনেকৈ আধুনিক সময়ত ভুক্তভোগীয়ে নিজেই নিজৰ মত ব্যক্ত কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বা তাৰ সামৰ্থ্য আহৰণ কৰিবৰ বাবে ক...
১) সেইদিনা জুৱলীক কটাক্ষ কৰা হৈছিল, “জুবিনৰ অবিহনে তোমাৰ ইম্পৰটেঞ্চ নাই।”
২) বিহু পাৰ হৈ কেইবাদিনো যোৱাৰ পাছৰ অনুষ্ঠানবোৰত একেই জীনছ-চুৰিডাৰ আদি আনেও পিন্ধি থকাৰ পাছতো জুবলীয়ে চুৰিডাৰ পিন্ধাৰ বাবে তেওঁক অহংকাৰী বুলি এতিয়াও প্ৰচাৰ চলাই আছে কিছুমান মানুহে। তেওঁলোকৰ মতে এই অহংকাৰে পতন আনিব। যেন সেই ঘটনাটোৰ পাছতে ত্ৰস্ত হৈ জুবলী নামৰ মানুহগৰাকীয়ে কেৱল চাদৰ-মেখেলাকে তেওঁৰ একমাত্ৰ পোচাকৰূপে গ্ৰহণ ...
৩) কাকতে সংগ্ৰহ কৰা বিভিন্ন ব্যক্তিৰ বক্তব্যবোৰৰ ভিতৰত এজন আদহীয়া অভিনেতাৰ কথাত প্ৰকাশ হ’ল— আমাৰ মহিলাৰ জৰিয়তে জাতীয় পোছাকৰ পৰিচয় দিয়া হয়।
কথাকেইষাৰ নিন্দনীয় যদিও আমাৰ সমাজখনত শুনিবলৈ পোৱাতো আচলতে যেন একো আচৰিত কথাও নহয়। কাৰণ হিচাপে আমি কোনখন সমাজৰ মানুহ এবাৰ মন কৰিব লাগিব।
১৯৯৮ চনত মনিকা লিউনিস্কি নামৰ চৌবিছ বছৰীয়া যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমিক সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিসঙ্গত শাৰীৰিক সম্পৰ্কৰ বাতৰি প্ৰকাশ হোৱাৰ লাগে লাগে তেতিয়ালৈকে মোটামুটি অখ্যাত যুৱতীগৰাকীৰ নামটোৱেই এক মুহূৰ্ততে এটা অপবাদলৈ ৰূপান্তৰিত হৈ পৰিল। অলেখ ব্যঙ্গ, মস্কৰা, ইমেইল-কাহিনী, পৰ্ণ-বাৰ্তা সকলোতে মন...
প্ৰকৃততে আনক দমন কৰি কৰ্তৃত্ব খটুৱাবলৈ পোৱাটো সকলো মানুহৰে এক প্ৰিয় আচৰণ। পত্নী গৰাকীকো নিৰ্দেশ দি বা আঙুলিৰ ঠাৰত অৱদমন কৰি ৰাখিবলৈ পোৱাটোতো নিশ্চয় এক আনন্দ থাকে, কিন্তু এই আনন্দই মানুহটোক নিজকে আৰু গোটেই পৰিয়ালটোক আধৰুৱা কৰি পেলায়। পৰস্পৰৰ বন্ধুত্ব লাভ নকৰাতো এই শাসক আৰু শোষিত ৰূপৰ দুয়োগৰাকীৰ বাবেই সমানে দুৰ্ভাগ্যৰ কথ...