text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
হিমা দাসক ৰাজ্যিক মৰ্য্যাদাৰে সন্মান জনোৱাৰ লগতে নগদ ধনেৰেও তেওঁক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে শচীন তেন্দুলকাৰৰ দৰে প্ৰখ্যাত তাৰকাই ভূয়সী প্ৰশংসা কৰা হিমা দাসক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে হিমালৈ আগবঢ়াইছে ১ লাখ টকাৰ পুৰস্কাৰ।
হিমা দাসৰ স্বৰ্ণ জয়ক ‘বিৰল কৃতিত্ব’ আৰু ‘অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ’ৰূপে অভিহিত কৰি মুখ্য মন্ত্ৰী সোণোৱালে ‘ভাৰতৰ এইগৰাকী নতুন দৌৰৰ ৰাণীয়ে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া সমাগত এছিয়ান গে’মছটো স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত’ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
চেতিয়াই লগতে কয় যে যুদ্ধ বিৰতিৰ চুক্তিত আলোচনাৰত আলফাই চৰকাৰৰ বিৰুদ্ধে ৰাজপথত মাত মাতিব নোৱাৰে বুলি স্পষ্টকৈ লিখা আছে যদিও অসমৰ আৰু অসমৰ জনগণৰ স্বাৰ্থত আলফাই মাত মাতি আছে। “জনগণৰ পক্ষত আমি আছো, আগলৈও থাকিম।” চেতিয়াই দৃঢ়তাৰে কয়।
চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ গৰ্জন তুলি তেওঁ কয়, “আমি দাঁত নাইকীয়া সাপ হৈ পৰা নাই। আমাৰ দাঁত এতিয়াও আছে। বৃহৎ স্বাৰ্থত শান্তি-শৃংখলা বজাই ৰাখিছো।”
“আমি যদি অসমক উত্তপ্ত কৰো বুলি ভাবো, তেন্তে সেই শক্তি, সামৰ্থ্য আৰু ক্ষমতা আমাৰ আছে। কিন্তু সেই পথলৈ আমি যাব বিচৰা নাই।” চেতিয়াই সংবাদমেলত কয়।
উচটনিমূলক মন্তব্য দিয়া বুলি বাঙালী সংগঠনৰ নেতা-কৰ্মীয়ে দিয়া গোচৰত কাৰাৰুদ্ধ জিতেন দত্ত আৰু মৃণাল হাজৰিকা সন্দৰ্ভতো চেতিয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। “কাৰাগাৰত থকা আমাৰ সতীৰ্থকেইজনক আমি আইনী প্ৰক্ৰিয়াৰেই উলিয়াই অনাৰ কথা ভাবিছো। কিন্তু ভাৰত চৰকাৰ বা অসম যদি চৰকাৰে ভাৱে যে আমাৰ এইটো দুৰ্বলতা, তেন্তে আমি সকীয়াই দিওঁ যে এয়া...
তেওঁ লগতে কয়, “ধৈৰ্য্যৰ বান্ধ এতিয়ালৈকে ছিগা নাই। ধৈৰ্য্য ধৰি আছো। ভাৰত চৰকাৰৰ শুভবুধি উদয় হ’ব বুলি আশা কৰিছো।”
“গতিকে চৰকাৰক শেষবাৰৰ বাবে কওঁ, যিসকলে উচটনিমূলক মন্তব্য দি আজিৰ এই পৰিৱেশ সৃষ্টি কৰিলে, যিসকলৰ প্ৰৰোচনাত পৰি জিতেন দত্ত, মৃণাল হাজৰিকা কাৰাগৰলৈ যাব লগীয়া হ’ল। সেই মূল হোতাসকল, শিলাদিত্যকে আদি কৰি আনসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অসম চৰকাৰক সকীয়াই দিছো।” চেতিয়াই কয়।
আনহাতে সংবাদমেলত তেওঁ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালকো কটাক্ষ কৰে। “সোণোৱালৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস আৰু আস্থা ৰাখিছিল, তেওঁ তাৰ ওপৰত কুঠাৰাঘাত কৰিছে।” চেতিয়াই কয়।
“মুখ্য মন্ত্ৰী সোণোৱাল দিল্লীৰ নিৰ্দেশ পালনৰ বাবেহে থকাৰ দৰে। কিন্তু অসমৰ ৰাইজে ভোট দি তেওঁক প্ৰতিষ্ঠা কৰিছে, দিল্লীয়ে ভোট দি মুখ্য মন্ত্ৰী বনোৱা নাই”, চেতিয়াই কয়।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই আলফা (স্বাঃ)ত যোগদান বাঢ়িছে
আন এটা গুৰুত্বপূৰ্ণ মত আগ বঢ়াই আলফাৰ সাধাৰণ সম্পাদকজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে সৃষ্টি কৰা তীব্ৰ জাতীয়তাবোধৰ আৱেগৰ বাবেই শেহতীয়াকৈ আলফা (স্বাঃ)ত অসমৰ নৱ প্ৰজন্মৰ যোগদান বহুত বাঢ়িছে। বিধেয়কখন বাতিল নকৰিলে “আৰু যাব” বুলি চেতিয়াই দাবী কৰে। কেৱল উজনি অসমতে নহয়, অসমৰ সকলো জিলাৰ পৰাই আলফাত শেহতীয়াকৈ বহু সংখ্যক যুৱকে য...
“যুটীয়া সংসদীয় কমিটীৰ আগতো আমি কৈছিলো যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি দিলে অসমৰ বহু যুৱক আলফালৈ গুচি যাব।” অনুপ চেতিয়াই কয়।
অসমীয়া-বাঙালীৰ সংঘাতৰ বাবে নাগৰিকত্ব বিধেয়কখনেই জগৰীয়া
আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত আলফাৰ সাধাৰণ সম্পাদকজনে ৰাজ্যখনত শেহতীয়াভাৱে মূৰ দাঙি উঠা অসমীয়া-বাঙালীৰ মাজৰ সংঘাতৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখনকে স্পষ্টকৈ জগৰীয়া কৰে। অসমীয়া-বাঙালীৰ মাজৰ এই সংঘাতৰ প্ৰেক্ষাপট চৰকাৰৰ পৃষ্ঠপোষকতাতে সৃষ্টি হৈছে বুলি তেওঁ দাবী কৰে। বিধেয়কখন ননা হ’লে অসমীয়া আৰু বাঙালীৰ মাজত কেতিয়াও বিভাজ...
“নাগৰিকত্ব বিধেয়ক ননা হ’লে অসমীয়া-বাঙালীৰ মাজত বিভাজনৰ ৰেখা সৃষ্টি নহ’লহেঁতেন।” চেতিয়াৰ স্পষ্ট মত।
আজিৰ সংবাদমেলখনত বংগভাষী অসমীয়া সমাজৰ প্ৰতিনিধিসকলৰ লগতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু অন্যান্য নেতা-সদস্যও উপস্থিত আছিল।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জীৱন শৈলী
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
lifestyle
»
সাৱধান! মে' মাহত চাকৰি অথবা ব্যৱসায় সংক্ৰান্তীয় সমস্যাত পৰিব পাৰে এই ৬ ৰাশিৰ জাতক-জাতিকা
সাৱধান! মে' মাহত চাকৰি অথবা ব্যৱসায় সংক্ৰান্তীয় সমস্যাত পৰিব পাৰে এই ৬ ৰাশিৰ জাতক-জাতিকা
মে' মাহত কৰ্মজীৱন কিদৰে পাৰ হ'ব? শেহতীয়াকৈ ৰাশিফলে দিছে বিশেষ বাৰ্তা। মে' মাহত চাকৰি, অথবা ব্যৱসায় সংক্ৰান্তীয় সমস্যাত পৰিব পাৰে এই ৬ ৰাশিৰ জাতক-জাতিকা।
মে' মাহত কৰ্মজীৱন কিদৰে পাৰ হ'ব? শেহতীয়াকৈ ৰাশিফলে দিছে বিশেষ বাৰ্তা। মে' মাহত চাকৰি, অথবা ব্যৱসায় সংক্ৰান্তীয় সমস্যাত পৰিব পাৰে এই ৬ ৰাশিৰ জাতক-জাতিকা।
News18 Assam
Last Updated : May 04, 2022, 13:13 IST
Share this:
News18 Assam
এই মাহত বিভিন্ন গ্ৰহৰ অৱস্থানত বাৰে বাৰে পৰিৱৰ্তন হ'ব। গ্ৰহবোৰৰ অৱস্থান সলনি হোৱাৰ বাবে, ৬টা ৰাশিচিহ্নৰ লোকসকলৰ পেছাদাৰী জীৱনত এক বিশেষ প্ৰভাৱ পৰিব। জ্যোতিষীসকলৰ মতে, এই ছটা ৰাশিৰ লোকসকলে প্ৰতি মে' মাহত তেওঁলোকৰ বৃত্তিৰ প্ৰতি অধিক মনোযোগ দিয়া প্ৰয়োজন। যদি নহয়, তেওঁলোকৰ কামত ডাঙৰ সমস্যা হ'ব পাৰে। গতিকে চাকৰি হওঁক বা ...
মিথুন ৰাশিঃ
মিথুন ৰাশিৰ জাতক-জাতিকাই মে' মাহত পেছাদাৰী ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। আনকি কোনেও নিবিচাৰিলেও, তেওঁলোকক চাকৰিৰ স্থান বদলি কৰিব পাৰি। তেওঁলোকৰ অসন্তুষ্টি বাঢ়িব, যদিহে অপছন্দ কৰা ঠাইলৈ বদলি কৰা হয়। কিন্তু এটা কথা মনত ৰাখিব, এই পৰিৱৰ্তনে ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব। যিসকলে এটা ভাল চাকৰি বিচাৰি আছে তেওঁলোকে বহুত ...
সিংহ ৰাশিঃ
সিংহ ৰাশিৰ লোকসকলে এই মাহত তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অতি সাৱধান হ'ব লাগিব। কামত বহুতো উত্থান-পতন থাকিব। এই ৰাশিৰ জাতক-জাতিকাৰ দশম ঘৰত ৰাহু আৰু বুধৰ স্থিতিৰ বাবে সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ অৱনতি হ'ব পাৰে। পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণলৈ অনাৰ অৰ্থ বহন কৰক। যদি আপুনি চেষ্টা কৰে, আপুনি কামত আপোনাৰ পুৰণি সন্মান ঘূৰাই পাব।
ধনু ৰাশিঃ
মে মাহত ধনু ৰাশিৰ জাতক-জাতিকাৰ ষষ্ঠ ঘৰত অৱস্থান কৰিব বুধে। আপুনি এই মাহত কৰ্মক্ষেত্ৰত ৰাজনীতিত জড়িত হোৱাৰ সম্ভাৱনা আছে। ই আপোনাক ক্ষতিগ্ৰস্ত কৰিব। সহকৰ্মীসকলৰ সৈতে সম্পৰ্কও ক্ষতিগ্ৰস্ত হ'ব। এই মাহত অপ্ৰয়োজনীয় তৰ্ক পৰিহাৰ কৰিব।
মকৰ ৰাশিঃ
মকৰ ৰাশিৰ লোকসকলৰ পেছাদাৰী জীৱনত মে মাহত যথেষ্ট উত্থান-পতন হয়। অৱশ্যে, মাহটোৰ শেষত, আপুনি কিছু ভাল ফলাফল পাব পাৰে। মকৰ ৰাশিৰ দশম ঘৰত শুক্ৰ, শনি, বৃহস্পতি আৰু ৰবি আছে। বিভিন্ন বিষয়ত আপোনাৰ সিদ্ধান্তহীনতা বৃদ্ধি পাব। ইয়াৰ উপৰিও, অমনোযোগিতা বৃদ্ধি কৰি, কৰ্মস্থানত দক্ষতা হ্ৰাস কৰা হ'ব।
কুম্ভ ৰাশিঃ
কুম্ভ ৰাশিৰ লোকসকলে এই মাহত চাকৰিৰ প্ৰতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। কুম্ভ ৰাশিৰ দশম ঘৰত কেতুৰ অৱস্থান আৰু ৰাহু বুধৰ প্ৰভাৱই কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধি কৰিব। মনত সন্দেহ বাঢ়িব। আপুনি যি কামৰ সৈতে জড়িত সেই কামত আপোনাৰ মন বহি নাথাকিব। এটা নতুন চাকৰি চেষ্টা কৰক। খৰখেদাকৈ সিদ্ধান্ত নল'ব। চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ললে সকল...
মীন ৰাশিঃ
মীন ৰাশিৰ লোকসকলে মে মাহত কামত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। বৃহস্পতি মীন ৰাশিৰ দ্বাদশ ঘৰত অৱস্থিত। আপুনি চাকৰিৰ বাবে ঘৰ এৰিব লাগিব পাৰে। কামত সফলতা পাবলৈ আপুনি অলপ বেছি মনোনিৱেশ কৰিব লাগিব।
Published by:Himangshu Bhuyan