text stringlengths 0 188k |
|---|
৮৫ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ লগত থাকিব। বজৰংবলীক পূজা কৰা। |
বৃশ্চিক ৰাশি, গণেশৰ মতে বৃশ্চিক ৰাশিত জন্মগ্ৰহণ কৰা ব্যৱসায়ীসকলৰ আজি আশাবাদী দৃষ্টিভংগী থাকিব। কৰ্মক্ষেত্ৰত সজীৱতাৰে ভৰা হওক। ইয়াৰ সদ্ব্যৱহাৰ কৰক। বৃশ্চিক ৰাশিৰ লোকসকলে গ্ৰাহকৰ সৈতে এক স্থায়ী সম্পৰ্ক গঢ়ি তুলিব। বৃশ্চিক ৰাশিত জন্মগ্ৰহণ কৰা লোকসকলে মিঠা ভাষা আৰু ধূৰ্ততাৰে কামত সফল হ’ব। সুযোগৰ সুবিধা লৈ নিজৰ যোগ্যতা প... |
আজি ৮৪ শতাংশ ক্ষেত্ৰত ভাগ্য আপোনাৰ লগত আছে। গণেশক পূজা কৰা। |
ধনু ৰাশি, গণেশৰ মতে ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত তেওঁলোকৰ প্ৰচেষ্টাৰ ফল লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ধনু ৰাশিৰ লোকসকলে নতুন অংশীদাৰিত্ব বা সংগঠনত প্ৰৱেশ কৰিব পাৰে। সামাজিক পৰিসৰ বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ যোগাযোগ গঢ়ি তোলক। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰক। ভ্ৰমণ কৰিব পাৰে। কামৰ ক্ষেত্ৰত ভাল লাভ হ’ব। এই ৰা... |
৭ শতাংশ ক্ষেত্ৰত আজি ভাগ্য আপোনাৰ লগত থাকিব। ছাই গছৰ তলত এটা লেম্প জ্বলাই দিয়া। |
মকৰ ৰাশি, গণেশই কৈছে মকৰ ৰাশিৰ বাবে সময় বৰ ভাল নহয়। মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যিকোনো পুৰণি ৰোগৰ চিকাৰ হব পাৰে। বিষে কষ্ট বৃদ্ধি কৰিব পাৰে। ধনৰ আগমনৰ ফলত আৰ্থিক জীৱনত বাধাৰ সৃষ্টি হ’ব, যাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কামৰ বাবে দিনটো লাভজনক। |
৭২ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাক সহায় কৰিব। বিষ্ণুক পূজা কৰা। |
কুম্ভ ৰাশি, গণেশই কয় যে এই দিনটো আহি আছে কুম্ভ ৰাশিত জন্মগ্ৰহণ কৰা সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মিশ্ৰিত ফলাফলৰ সৈতে। ব্যৱসায়ত অপ্ৰয়োজনীয় ক্লান্তি হ’ব পাৰে। অৰ্থনৈতিক বিপদ থকা ব্যৱসায়িক সিদ্ধান্তৰ বাবে সময় প্ৰতিকূল। আজি কুম্ভ ৰাশিৰ মানুহৰ মানসিক এলাহৰ অন্ত পৰিব। কুম্ভ ৰাশিৰ লোকসকলে সকলো দিশতে লাভ কৰিব ভাল খবৰ। |
৯০ শতাংশ ক্ষেত্ৰত আপুনি ভাগ্য পাব। কৃষ্ণক পূজা কৰা। |
মীন ৰাশি, গণেশৰ মতে মীন ৰাশিৰ কৰ্মচাৰীৰ বাবে সময় অনুকূল নহয়। অচিনাকি মানুহৰ লগত কথা পাতিলে সাৱধানতা অৱলম্বন কৰক। জিৰণি ল’বলৈ সময় উলিয়াওক। বাৰ্তাটো মধুৰ হোৱাৰ বাবে আপুনি আনকো নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে। নিজৰ মিঠা কথাৰে সকলোকে নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব। কামৰ বাবে পৰিয়ালক সময় দিব নোৱাৰি, কিন্তু এনে পৰিস্থিতিৰ পৰ... |
অ’ ; এইটো কথা অৱশ্যে সুকীয়া যে- চহৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা শ্ৰীযুত ভাগৱতীক ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই চিনি নাপায়,কোনোৱে তেওঁৰ নামটোকে শুনা নাই, নিশাৰ টক্-শ্ব’বোৰলৈ প্ৰস্তুতি চলোৱাত শ্ৰীযুত ভাগৱতী এইকেইদিন ইমানেই ব্যস্ত যে কলেজৰ পাঠ্যক্ৰমত চকু দিবলৈ তেওঁৰ আহৰি নাই৷ কিন্তু সেইবোৰ কথাক লৈ তেও... |
সেয়ে, |
সেয়ে শ্ৰীযুত ত্ৰৈলোক্য মোহন ভাগৱতীয়ে জোৰদাৰ প্ৰস্তুতি চলাই গৈছে৷ যি কোনো উপায়েৰে অসমক বচাব লাগে৷ সৌসিদিনাখন বৰঠাকুৰৰ ল’ৰা পোণাটিৰ বাৰ্থ-ডে পাৰ্টিত হাজাৰটকীয়া বিলাতী সুৰাৰে গলটো তিয়াই ‘চাৰ বটল ভদকা’ৰ তালে-তালে ‘নাগিন-ডান্স’ত মত্ত হৈ থকা ভাগৱতীৰ তেজত এতিয়া এশ শতাংশই খাঁটি জাতীয়তাবাদ বিৰাজমান৷ ‘জাতীয় ঐক্য’, ‘জাতীয় সংহতি’-... |
সক্ৰিয় অসমীয়া বলেন দত্তক নিজৰ গুৰু হিচাপে গ্ৰহণ কৰা ভাগৱতীয়ে নিতৌ শোৱাৰ পৰা উঠিয়েই আইনাখনৰ সমুখত থিয় হয় আৰু দুইৰ পৰা তিনি ঘণ্টা পৰ্যন্ত ৰাজনৈতিক দল-সংগঠনৰ ওপৰত মৌখিক অত্যাচাৰ চলায়৷ ভাগৱতীৰ কথাৰ কি দুৰন্ত লয়,কি দুৰ্দান্ত গতি ! প্ৰতিটো বাক্যতে কি জোৰদাৰ শ্লেষ ! কি তীব্ৰ বিদ্ৰুপ ! অসমৰ জকাইচুকীয়া গাঁৱৰ মানুহে নামেই নুশুনা... |
সেইজন আত্ম-বিশ্বাসী,চিৰতৰুণ ভাগৱতীৰ মনটো আজি উগুল-থুগুল৷ অলপ নাৰ্ভাচনেছতো আক্ৰান্ত তেওঁ৷ কপালত চুলিকেইডাল বহুপৰ ধৰি পৰি আছে৷ ভাগৱতীৰ কাণষাৰ নাই৷ এপাকত পত্নীয়েহে আহি চুলিকেইডাল সঠিক ঠাইত থৈ গ’ল৷ পত্নীৰ উপস্থিতিৰ বিষয়ে ভাগৱতীয়ে উমানেই নাপালে৷ |
আজি সন্ধ্যাৰ অনুষ্ঠানটো তেওঁৰ ‘বিশ্লেষক’ কেৰিয়াৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে৷ আজি অনুষ্ঠানলৈ আগমন ঘটিব সেইজন অসমীয়াৰ,যিজন অসমীয়াৰ অনন্য ব্যক্তিত্ব,অদ্বিতীয় প্ৰতিভা আৰু তীক্ষ্ণ মেধাই ভাগৱতীক প্ৰতিমুহূৰ্ততে বিস্ময়-বিমুগ্ধ কৰি ৰাখে৷ টেলিভিশ্যনৰ পৰ্দাত প্ৰথমবাৰ প্ৰত্যক্ষ কৰোঁতেই যিজন ব্যক্তিৰ তেও... |
‘হে মা কামাখ্যা,মোক শক্তি দিয়া৷’-গলটোত ‘টাই’ডাল ‘ফিটিং’ কৰি ভাগৱতীয়ে মা কামাখ্যাক সুঁৱৰিলে৷ |
‘পপুলাৰ আছামিজ’ ভাষাত ক’বলৈ গ’লে ভাগৱতীয়ে ‘ফালি দিলে’, একেবাৰে ‘হিলাই দিলে’৷ ‘আগন্তুক বিধানসভা নিৰ্বাচনক শৰাইঘাটৰ যুঁজৰ মৰ্যাদা দিয়া উচিত নে?’শীৰ্ষক বিষয়ত উদাত্ত ভাষণ ৰাখি ভাগৱতীয়ে পুনৰবাৰ তেওঁৰ চমৎকাৰী বিশ্লেষণ-প্ৰতিভাৰ প্ৰমাণ দিলে৷ অনুষ্ঠানৰ শেষত ষ্টুডিঅ’ত বহি থকা বিভিন্ন বয়সৰ দৰ্শকে উঠি আহি ভাগৱতীৰ লগত কৰমৰ্দন কৰাৰ ... |
‘সেইয়া ছাৰ বহাৰ পৰা উঠিছে৷’-শংকিত মন এটাৰে ভাগৱতী দত্তৰ কাষলৈ গ’ল৷ |
‘ছাৰ৷’- আৱেগ আৰু উৎকণ্ঠাই উপৰ্যুপৰি খুন্দিয়াই থকা ভাগৱতীৰ মুখৰ পৰা হঠাতে শব্দটো ওলাই গ’ল৷ |
‘অ’ কওকচোন৷’-পিন্ধি থকা কোটটোৰ বুটামটো মাৰি দত্তই ভাগৱতীৰ চকুত চকু থ’লে৷ |
“ছাৰ,মানে..” |
“হয় কওক৷” |
“ছাৰ মানে আপোনাৰ সৈতে ছেল্ফি এখন উঠাৰ মোৰ মন আছিল৷”-কথাষাৰ কৈয়েই ভাগৱতী দুখোজ পিছুৱাই আহিল৷ ‘খঙাল মানুহ’ বুলি তেখেতৰ নাম এটা আছে৷ |
“কি ছেল্ফি?” গুৰু-গম্ভীৰ স্বৰেৰে দত্তই সুধিলে৷ |
“ছাৰ,এই যে আজিকালি খুউব চলিছে৷ ম’বাইলটোৰ সমুখলৈ মুখখন আনি যে মানুহবোৰে ফটো উঠে৷ মানে আপুনি বেয়া নাপাই যদি মই ম’বাইলটো উলিয়াইছোঁৱেই আৰু…” |
দত্তৰ দৰে পণ্ডিত এজনক যে ভাগৱতীয়ে জ্ঞানৰ পবিত্ৰ পোহৰেৰে আলোকিত কৰিব পাৰিছে, কথাটো ভাগৱতীৰ বিশ্বাসেই হোৱা নাই৷ |
“ফটোখন উঠাই কি কৰিব?” গভীৰ মনোযোগেৰে ব্যাখ্যা শুনি উঠি দত্তই সন্দেহৰ দৃষ্টিৰে ভাগৱতীলৈ চালে৷ |
“ছাৰ,মোৰ জীৱনৰ অন্যতম মুহূৰ্তৰ ছবিখন সংৰক্ষণ কৰিম বুলি ভাবিছোঁ৷ এইটো মোৰ বহুদিনীয়া হেঁপাহ৷ ওপৰত লিখা থাকিব- ছেল্ফি ৱিথ মাই গুৰু৷” |
“ঠিক আছে৷ ফটো উঠিম৷ মোৰ আপত্তি নাই৷ কিন্তু তাৰ আগতে মোক ছেল্ফিৰ অসমীয়া প্ৰতিশব্দটো ক’ব লাগিব৷ মোৰ ফটোখনত আপুনি ইংলিছমীয়া শব্দেৰে নামাকৰণ কৰিব নোৱাৰিব৷ ধন্যবাদ৷ ” |
উশাহ নসলোৱাকৈ কথাকেইটা কৈ দত্তই কোঠাৰ পৰা প্ৰস্থান কৰিলে৷ ভাগৱতীয়ে মাথোঁ চাই ৰ’ল৷ তেওঁৰ চকুত নিৰাশা? অসম্ভৱ কথা এইবোৰ- ভাগৱতী আৰু নিৰাশ ! গছত গৰু উঠাৰ দৰে কথা৷ বিষাদ,বেদনা,হতাশা,নিৰাশা আদিৰ দৰে নেতিবাচক শক্তিয়ে তেওঁৰ ‘আত্মবিশ্বাস’ৰ কেইবামহলীয়া অট্টালিকাটো চূৰমাৰ কৰাতো বাদেই,স্পৰ্শ কৰাৰে সাধ্য নাই৷ |
গতিকে, |
গতিকে,ভাগৱতী এতিয়া ‘ছেলফি’ৰ অসমীয়া প্ৰতিশব্দ বিচৰাত ব্যস্ত৷ তেওঁৰ বিশ্বাস আছে,তেওঁ পাৰিব৷ নিজৰ ম’বাইলত তেওঁ পৰম আকাংক্ষিত “মেম’ৰেবল ম’মেণ্ট”টোৰ ফটো ল’ব পাৰিব৷ দিনটোৰ চৌবিশঘণ্টায়েই ত্ৰৈলোক্য মোহন ভাগৱতীৰ চেতন-অৱচেতন মনত এটাই মাথোঁ প্ৰশ্ন ঢপলিয়াই ফুৰিছে-“কি? ‘ছেল্ফি’ৰ অসমীয়া প্ৰতিশব্দ কি?’ বাংলাদেশী, দুৰ্নীতি,বান-গৰাখহন... |
আৰু- ‘কলেজ,লেকচাৰ,ষ্টুডেণ্ট,চিলেবাছ..সেইবোৰ?” |
ইমান ডাঙৰ ডাঙৰ জাতীয় সমস্যাৰ লগত সেইবোৰে হ’বলা পাত্তা পায় ! ধেইই! ” |
← ‘নিৰৱধি নৈৰাঞ্জনা’:এক আলোকপাত (সুপ্ৰকাশ ভূঞা) |
পৃথিৱীৰ বয়স আৰু মেগীত সীহ (ডা৹ উদ্দীপ তালুকদাৰ) → |
You May Also Like |
বাহুমাছ (নৱ কোঁৱৰ) |
August 14, 2014 0 |
“ৰাম তেৰি গংগা মেইলী” (অপূৰ্ব কলিতা) |
October 15, 2012 1 |
আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় (-মাধুৰ্য্য গগৈ) |
September 14, 2013 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বলীউডৰ ছবিসমূহত অভিনেত্ৰীসকলৰ প্ৰায়ে বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। সেয়া চৰিত্ৰৰ ক্ষেত্ৰতেই হওঁক বা সংলাপৰ ক্ষেত্ৰেই হওঁক। কিন্তু আজি আমি বলীউডৰ সেইসকল অভিনেত্ৰীৰ বিষয়ে আলোচনা কৰিম ৷ ... |
বলীউডৰ চিৰ সেউজ অভিনেত্ৰী হেমা মালিনীয়ে চপনো কা চোদাগৰ ছবিৰ জৰিয়তে হিন্দী ছবিত পদাৰ্পণ কৰে ৷ এই ছবিখনত হেমা মালিনীয়ে অভিনয় কৰিছিল ৰাজ কাপুৰৰ সৈতে ৷ইয়াৰ পিছত হেমা মালিনীক ৰাজ কাপুৰৰ পুত্ৰ ৰনধীৰ কাপুৰ আৰু ঋষি কাপুৰৰ লগত ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা যায় ৷ "হাথ কী চাফাই" ছবি খনত ৰনধীৰ কাপুৰৰ হিৰোইন হোৱাৰ বিপৰীতে "এক চাদৰ মেলী ... |
বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে দয়াবান ছবিখনৰ জৰিয়তে নিজৰ হিন্দী চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰে ।এই ছবিখনত মাধুৰী দীক্ষিতে অভিনয় কৰিছিল সেই সময়ৰ প্ৰসিদ্ধ অভিনেতা বিনোদ খান্নাৰ সৈতে ৷ মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ লগত দয়াবান ছবিখনত অভিনয় কৰি চৰ্চা লাভ কৰিছিল ৷ ইয়াৰ পিছত বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ লগত "মোহব্বতে" ছ... |
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম অমৃতা সিঙেও বহু ছবিত পিতা পুত্ৰৰ লগত অভিনয় কৰে ৷ অমৃতা সিঙে বেতাৱ ছবিখনৰ জৰিয়তে বলীউডত ডেবিউ কৰে ৷ এই ছবি খনত অমৃতা সিঙে অভিনেতা ছানী দেউলৰ লগত অভিনয় কৰে । ইয়াৰ পিছত অৱশ্যে অমৃতা সিঙেও ভবা নাছিল যে চানী দেউলৰ পিছত পিতৃ ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰিবলৈ সুযোগ পাব ৷ কাৰণ "বেতাব"ৰ পিছত অমৃতা... |
বলীউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ’ল ডিম্পল কাপাড়িয়া। অভিনেত্ৰী ডিম্পল কাপাড়িয়াই ধৰ্মেন্দ্ৰ আৰু চানী দেউলৰ উপৰিও বিনোদ খান্না আৰু অক্ষয় খান্নাৰ লগতো অভিনয় কৰে ৷ ধৰ্মেন্দ্ৰৰ লগত বন্টৱাৰা,শ্বাহজাদেৰ দৰে ছবিত ডিম্পল কাপাড়িয়াই অভিনয় কৰে । ইয়াৰ বিপৰীতে চানী দেউলৰ লগত নৰচিম্হা,মঞ্জিল মঞ্জিল,অৰ্জুণ,গুনাহ, আগ কা গোলাৰ দৰে ছব... |
অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হিচাপে প্ৰতিষ্ঠিত হোৱা জয়া পৰ্দাও পিতা আৰু পুত্ৰৰ লগত ছবিত অভিনয় কৰিছে ৷ জয়া পৰ্দাই ধৰ্মেন্দ্ৰৰ লগত ফৰিস্তে,শ্বাহজাদে, ন্যায়দাতা,গংগা তেৰে দেশ ম্যে,কুন্দন,এলান ই জংগ,মৰ্দো ৱালী বাত,কয়ামতৰ দৰে ছবিত অভিনয় কৰিছিল ৷ ইয়াৰ বিপৰীতে ধৰ্মেন্দ্ৰৰ পুত্ৰ চানী দেউলৰ লগত বীৰতা আৰু জবৰদস্ত ছবিখনত অভিনয় ... |
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.