text stringlengths 0 188k |
|---|
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
মন্তব্য |
Archive |
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্ম... |
by প্ৰণৱ কুমাৰ দাস |
February 9, 2018 9:52 am |
105 |
VIEWS |
Share on FacebookShare on Twitter |
অৰুণাচল প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী চাওনা মিয়ে ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চন্দ্ৰনগৰৰ পৰা বান্দৰদোৱা পথ ছোৱাৰ ৪ লেন যুক্ত কাম ২০১৯ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে এক সময়সীমা নিৰ্ধাৰণ কৰিছে। |
উপ মুখ্য মন্ত্ৰীজনে বৃহস্পতিবাৰে ৰাজ্যখনৰ কেইটামান বিভাগৰ বিষয়াৰ লগত এক আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। আলোচনাত উপস্থিত থাকে ৰিতেন কুমাৰ সিঙ, বিলাটী পাৰ্টিন, টলি বাছৰ, প্ৰিন্স ধাৱানৰ লগতে বহুতো বিষয়া কৰ্মচাৰী। |
৪ লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ লেহেমীয়া গতিত আগবঢ়া বাবে উপ মুখ্য মন্ত্ৰী মিয়ে অসন্তুষ্টি প্ৰকাশ কৰে। লগতে মিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কামত নিয়োজিত ঠিকাদাৰ সকলক কামত ব্যৱহৃত যন্ত্ৰৰ সংখ্যা আৰু কাম কৰা সময় বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। |
ইয়াৰ উপৰি তেওঁ নিশাও কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে, বিশেষকৈ চন্দ্ৰপুৰৰ পৰা ৰাজভৱন অঞ্চলচোৱা। |
আনহাতে মিয়ে বাৰিষাৰ আগতে সচিৱালয়ৰ ফালে স্থায়ী বেৰ নিৰ্মান কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ভূমিস্খলনৰ ফলত যাতে ইটানগৰৰ টাউনশ্বীপৰ কোনো বিশেষ ক্ষয় ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে। |
ঘাইপথৰ সংসদীয় সচিৱ টেছি কাছোৱে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানত সহায়ক হোৱাৰ বাবে পানীৰ পাইপ লাইন, বিদ্যুতৰ খুটা, টেলিফোন খুটা, আৰু ওএফচি কেবল তাঁৰ সমূহ ঘাইপথৰ সমীপৰ পৰা স্থানান্তৰ কৰি অন্য ঠাইত সংস্থাপন কৰিবলৈ নিৰ্দেশ জনায়। তদুপৰি কোনো বিষয়াই যদি কামত গাফিলতি কৰে তেন্তে সেই বিষয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। |
Recent News |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখ্য যে কেইদিনমান পূৰ্বে ক্লাবহাউচ নামৰ এটা এপৰ জৰিয়তে মুছলমান মহিলাক যৌন উৎপীড়ণৰ লক্ষ্য কৰি লোৱা এটা অডিঅ’ ক্লীপ ভাইৰেল হৈছিল। |
এই এপটোৰ এটা চাটিং ৰুমত অংশগ্ৰহণকাৰী হিন্দুত্ববাদী একাংশ কিশোৰ-কিশোৰীয়ে মুছলমান মহিলাৰ বিৰুদ্ধে অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰা শুনা গৈছিল। |
আজি দিল্লী আৰক্ষীয়ে লক্ষ্ণৌলৈ এটা দল প্ৰেৰণ কৰি এই অশালীন আৰু বিতৰ্কিত চাটিঙত অভিযুক্ত ৰাহুল কাপুৰ নামৰ কিশোৰজনক আটক কৰে। অভিযুক্ত ৰাহুলে ‘বিছমিল্লা’ নামৰ ব্যৱহাৰকাৰী-আইডিৰে উক্ত চাটিঙত অংশগ্ৰহণ কৰিছিল। |
ধৃত কাপুৰে এজন ব্যক্তিৰ নিৰ্দেশত এটা অডিঅ’ চেট ৰুম সৃষ্টি কৰিছিল আৰু পিছত তেওঁক মডাৰেটৰৰ দায়িত্ব হস্তান্তৰ কৰিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। আৰক্ষী উপায়ুক্ত কেপিএছ মালহোত্ৰাই এই কৰা সদৰি কৰে। |
কাপুৰৰ ম’বাইল ফোনটো জব্দ কৰা হৈছে আৰু তেওঁক সন্ধিয়াৰ ভিতৰত দিল্লীত চলি থকা তদন্ত প্ৰক্ৰিয়াত যোগ কৰা হ’ব। |
উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে শুকুৰবাৰে বাৰ্তালাপৰ সন্দৰ্ভত হাৰিয়ানাৰ পৰা তিনিজন লোকক আটক কৰিছিল। |
মুম্বাই অপৰাধ শাখাৰ চাইবাৰ চেলে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তিনিজন অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ধাৰা 153(a), 295(a), 354(a), 354(d) আৰু তথ্য প্ৰযুক্তি আইন 2000-ৰ ধাৰা 67 ৰ অধীনত গোচৰ ৰুজু কৰে। |
ধৃত অভিযুক্তসকলক আকাশ, জেষ্ণৱ কক্কৰ আৰু যশ পৰাশৰ বুলি চিনাক্ত কৰা হৈছে। |
Recent News |
শ্ৰেণীকোঠাৰ ভিতৰতে মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ আখ্যা অধ্যাপকৰ: অভিযুক্ত শিক্ষকক নিলম্বন, তদন্তৰ নিৰ্দেশ |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দহ বিঘা মাটি-কালিৰে আগুৰি থকা চিকিৎসালয়ৰ চৌহদত চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰী থকাৰ বাবে আছে আবাসগৃহসহ এক সুন্দৰ পৰিবেশ। |
কিছুদিন ধৰি জনসাধাৰণৰ চিকিৎসা সেৱা ঠিকেই চলি আছিল যদিও সম্প্ৰতি চিকিৎসালয়খনৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে ৷ |
স্বাস্থ্য বিভাগক ৰাইজে বহুবাৰ জনোৱাৰ পিছতো কোনো ফল নোপোৱাৰ অভিযোগ উঠিছে। |
লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট ২০২২: কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ? উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ? |
স্থানীয় ৰাইজৰ অভিযোগ কৰা মতে বৰ্তমান চিকিৎসালয়খনত এগৰাকী অস্থায়ীভাবে চিকিৎসক নিয়োগ কৰি কিবাকৈ চলাই আছে চিকিৎসা সেৱা ৷ |
চিকিৎসালয়খনত স্থায়ী আয়ুৰ্বেদিক চিকিৎসক এগৰাকীয়ে বহুদিন ধৰি সেৱা প্ৰদান কৰি আহিছিল যদিও কেইবামাহ ধৰি স্বাস্থ্যজনিত কাৰণত চিকিৎসকজনে ছুটি লৈ আছে। |
চিকিৎসালয়খনত ফাৰ্মাচিষ্ট নথকাত চকীদাৰেই ফাৰ্মাচিষ্টৰ ভূমিকা লৈ আছে বুলিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ। |
চিকিৎসালয়খনত এখন এম্বুলেন্স আছিল যদিও সেইখন এতিয়া ভঙাচিগা এটি গেৰেজৰ আলহী। |
বিকল হৈ পৰি থকা একমাত্ৰ এম্বুলেন্সখন। ফটো: নৰ্থইষ্ট নাও। |
সুন্দৰকৈ সজোৱা চিকিৎসালয়খনৰ চৌহদটো হাবি জংঘলে আগুৰি ধৰিছে ৷ |
চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰীৰ আবাসগৃহ সমূহ ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত হৈ আছে ৷ কিছুদিন ধৰি চিকিৎসালয়খনত সৃষ্টি হৈছে এক অচলাৱস্থাৰ। |
চিকিৎসালয়খনত এগৰাকী স্থায়ী চিকিৎসক আৰু ফাৰ্মাচিষ্ট নিয়োগ কৰিবলৈ শীঘ্ৰেই বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্যবিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷ |
Recent News |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
গৌতম গম্ভীৰ ফাউণ্ডেচনক কোভিড-১৯ৰ ঔষধৰ অবৈধ মজুতকৰণত দোষী সাব্যস্ত। ফেবিফ্লু দৰৱ অবৈধভাৱে মজুত কৰাৰ অভিযোগ। |
গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল। |
গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল। |
News18 Assam |
Last Updated : June 03, 2021, 18:06 IST |
Share this: |
News18 Assam |
কোভিড ১৯ চিকিৎসাৰ ঔষধ অবৈধভাৱে মজুত কৰাৰ দোষত অভিযুক্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ বোচৰকাৰী সংস্থা। গৌতম গম্ভীৰ ফাউণ্ডেচনক কোভিড-১৯ৰ ঔষধ ফেবিফ্লু (Fabiflu) অবৈধভাৱে সংগ্ৰহ, মজুতকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত দোষী সাব্যস্ত কৰিছে দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰে। দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰে ইতিম... |
দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰৰ তৰফৰ পৰা ন্যায়ালয়ক জনোৱা মতে গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল। ফাউণ্ডেচনে ১২০টা অক্সিজেনৰ চিলিণ্ডাৰ ক্ৰয় কৰিছিল আৰু বিক্ৰেতাৰ দ্বাৰা সেই চিলিণ্ডাৰসমূহ পুনৰ ভৰোৱা হৈছিল। কিন্তু ফাউণ্ডেচনে সংশ্লিষ্ট বিভাগৰ পৰা লোৱা নাছিল কোনো অনুমতি। |
ন্যায়ালয়ে এই সম্পৰ্কে অধিক অনুসন্ধান কৰিবলৈ আৰু আইন মতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰক নিৰ্দেশ দিছে। লগতে কোভিড-১৯ৰ ঔষধ আৰু অক্সিজেনৰ চোৰাং বেপাৰ কৰা সকলো লোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। |
Published by:Manjumoni Borah |
First published: June 03, 2021, 18:06 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
Corona MedicineCOVID-19 medicineDelhi High Courtgautam gambhir |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.