text stringlengths 0 188k |
|---|
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
English |
Home উত্তৰ-পূব অসম |
অভিশপ্ত ৩০ অক্টোবৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে |
by এন ই নাও নিউজ, গুৱাহাটী |
September 27, 2022 1:27 pm |
191 |
VIEWS |
Share on FacebookShare on Twitter |
অসমৰ বিভিন্ন প্ৰান্তত ২০০৮ চনত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। |
২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল। |
এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল। |
চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। |
চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল। ৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি... |
যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ। |
আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী। |
ইয়াৰ পিছতে ২০২০ চনত দৈমাৰীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল। |
আনহাতে অসম চৰকাৰে আদালতত দৈমাৰীৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। |
উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু পাঁচ শতাধিক লোক আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল। |
গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল। |
সংক্ষেপে কেইটামান গুৰুত্বপূৰ্ণ তথ্য- |
মুঠ ৮৮ জন নিহত |
পাঁচ শতাধিক লোক আহত |
সাক্ষ্য লোৱা হয় মুঠ ৬৫০ গৰাকীৰ |
দোষী সাব্যস্ত ১৪ জন |
অভিযুক্ত এজনক দোষমুক্ত ঘোষণা |
ৰঞ্জন দৈমাৰীসহ ১০ জনক যাৱজ্জীৱন কাৰাদণ্ড |
৪ জনক ৫ বছৰকৈ কাৰাদণ্ড আৰু ৩ হাজাৰকৈ টকা জৰিমনা। |
Recent News |
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন |
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ |
শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ |
ছত্তীশগড়ত পুৱতি নিশাৰ অভিযানত নিহত মহিলা কেডাৰসহ তিনি মাওবাদী সদস্য |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উত্তৰ প্ৰদেশৰ আজমগড়ৰ বাসিন্দা ৰাজকুমাৰ যাদৱে এবছৰ ধৰি অঞ্চলটোৰ বাসিন্দা আৰাধনা নামৰ এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত আছিল। কিন্তু অলপতে সেই সম্পৰ্কৰ অৱনতি ঘটিছিল। ছোৱালীজনীৰ বিয়া আন ঠাইতো ঠিক কৰা হৈছিল। যুৱকজনে ইয়াক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ যুৱতীগৰাকীক পূৰ্বৰ সম্পৰ্কলৈ ঘূৰি যাবলৈ বাৰে বাৰে হেঁচা দি আছিল। কিন্তু ... |
লগতে পঢ়ক: বিহাৰত ধৰ্মীয় শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক |
অভিযোগ কৰা হৈছে যে যুৱকজনে প্ৰাক্তন প্ৰেমিকা আৰাধনাক ৯ নৱেম্বৰত লগ কৰিব বিচাৰিছিল। আৰাধনাও সন্মত হৈছিল। ৰাজকুমাৰক লগ পোৱাৰ পিছত তেওঁলোক দুয়ো এখন বাইকত স্থানীয় মন্দিৰৰ কাষৰ কুঁহিয়াৰ পথাৰলৈ গৈছিল। তেতিয়াৰ পৰা সন্ধানহীন হৈ পৰে ছোৱালীজনী। ঘৰলৈ উভতি অহা নাছিল। ছোৱালীজনীৰ পৰিয়ালে এটা মিচিং কেচ দাখিল কৰিছিল। |
যোৱা ১৫ নৱেম্বৰত পশ্চিমি গাঁৱৰ এটা পৰিত্যক্ত কুঁৱাৰ পৰা প্লাষ্টিকেৰে বন্ধা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। অনুসন্ধানৰ পিছত দেখা গৈছিল যে এই মৃতদেহটো আৰাধনাৰ আছিল। যুৱতীগৰাকীক কোনে এনে নিৰ্মম ভাৱে হত্যা কৰিব পাৰে সেই প্ৰশ্ন উত্থাপিত হ’বলৈ ধৰে। |
আৰাধনাৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে ৰাজকুমাৰে এইটো কৰিছিল। আৰক্ষীয়ে তেওঁক খৰখেদাকৈ গ্ৰেপ্তাৰ কৰে। ৰাজকুমাৰে ধৰা দিয়াৰ সময়ত আৰক্ষীক বাধা দিয়াৰ লগতে আৰক্ষীলৈ গুলীচালনাও কৰিছিল। |
জেৰাত প্ৰথমতে তেওঁ একো ক’ব বিচৰা নাছিল। কিন্তু ৰাজকুমাৰে নিৰন্তৰ জেৰাৰ মাজত নিজকে মৌন ৰাখিব নোৱাৰিলে। তেওঁ হত্যাৰ কথা স্বীকাৰ কৰে। তেওঁ কৈছিল যে তেওঁ মন্দিৰত লগ কৰিবলৈ যোৱাৰ নাম কৰি আৰাধনাক ফোন কৰিছিল। ছোৱালীজনীক তেতিয়া নিজৰ সম্পৰ্কীয় ভায়েকৰ সহায়ত কুঁহিয়াৰ পথাৰলৈ লৈ যোৱা হৈছিল। হত্যাৰ পিছত মৃতদেহটো ছয় টুকুৰাকৈ কটা... |
লগতে পঢ়ক: ধুবুৰী হৈ ডিব্ৰুগড়! আলিপুৰদুৱাৰ-ডিব্ৰুগড়ৰ মাজত বিশেষ ৰে’ল চলাব উত্তৰ পূব সীমান্ত ৰে’লৱেই |
আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই জনায় যে অভিযুক্ত ৰাজকুমাৰ যাদৱে তেওঁৰ পিতৃ-মাতৃ, সম্পৰ্কীয় ভাই আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে এই হত্যাকাণ্ড সংঘটিত কৰিছে। প্ৰায় সকলোৱে তেওঁক কম বেছি পৰিমাণে সহায় কৰিছিল। |
আৰক্ষীয়ে অভিযুক্তৰ পৰা এটা শ্বুটাৰ বন্দুক আৰু এটা কাৰ্টিজ জব্দ কৰিছে। মৃতকৰ পৰিয়ালৰ সদস্যসকলে অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে। |
Recent News |
ভীমা কোৰেগাঁও গোচৰ: অৱশেষত কাৰামুক্ত হ’ল আনন্দ টেলটুম্বডে |
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ |
পন্নিয়িন চেলভান-১ |
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩ জন নিহত, আহত ১১ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
5 hours ago |
MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ… |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.