text
stringlengths
0
188k
উল্লেখযোগ্য যে বাছখনৰ খুন্দা ইমান প্ৰবল আছিল যে টেম্প’খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ লগতে টেম্পখনৰ চালক দেবজিৎ সৰকাৰ (৩২) আৰু আগৰ ছিটত বহি অহা স্থানীয় যাত্ৰী ধৰণীধৰ ৰাভা থিতাতে মৃত্যু হয়।
আনহাতে গুৰুতৰভাৱে আহত ৪ গৰাকী যাত্ৰীক বেডিলা মোমিন, অনিল ছাংমা, ভাগ্যেশ্বৰ ৰাভা আৰু ফজল হ’ক বুলি চিনাক্ত কৰা হৈছে যদিও আন দুগৰাকীক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।
দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজনকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
এইখিনিতে মন কৰিবলগীয়া যে কৃষ্ণাই নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা কৃষ্ণাই নৈৰ ওপৰৰ আৰ চি চি দলংখনত যোৱা মে’ মাহতে ফাঁট ধৰা পৰাত তেতিয়াৰ পৰাই কৃষ্ণাই হৈ যোৱা বাছ বিলাক গোৱালপাৰা নগৰৰ মাজেৰে অহা কৰি আছে।
যাৰ ফলত গোৱাৰপাৰা নগৰৰ পৰা মৰনৈ সৈনিক স্কুল হৈ দুধনৈ যোৱা পথটোত অত্যাধিক যান-যঁট সৃষ্টি হোৱাৰ লগতে পথছোৱাত পথ-দুৰ্ঘটনাৰ সংখ্যাও বাঢ়ি গৈছে। আজি সংঘটিত পথ-দুৰ্ঘটনাটোক ইয়াৰে পৰিনাম বুলি উল্লেখ কৰি স্থানীয় লোকসকলে শীঘ্ৰে দলংখন মেৰামতী কৰি মুকলি কৰিবলৈ দাবী জনায়।
Recent News
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পাঁচমাঢ়িৰ প্ৰাচীন পাহাৰীয়া কেন্দ্ৰটোৱে প্ৰতিজন পৰ্যটকৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
পঞ্চমাঢ়িৰ আকৰ্ষণীয় পাহাৰ, সেউজ উপত্যকা, জলপ্ৰপাত, মন্দিৰ, আৰু ঘন অৰণ্য আৰু প্ৰাণীয়ে আকৰ্ষিত কৰে প্ৰকৃতিপ্ৰেমীক। এই অঞ্চলৰ কেইখনমান আকৰ্ষণীয় স্থান হ’ল-
ধুপগড়
ধুপগড়, সাতপুৰা পৰিসৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থান ৷ । সূৰ্যাস্ত, সূৰ্যোদয় বা নিশাৰ সময়ছোৱাত এই অঞ্চলৰ মনোৰম সৌন্দৰ্য অবৰ্ণনীয়।
মৌমাখি জলপ্ৰপাত(বি-ৱাটাৰফল্ছ)
ওখ পাহাৰৰ পৰা তললৈ জিলিকি থকা পানীৰে এই জলপ্ৰপাত হৈছে ‘পাঁচমাঢ়ীৰ ব্যতিক্ৰমী স্থানবোৰৰ ভিতৰত অন্যতম। এই জলপ্ৰপাতৰ শোভাই আকৰ্ষণ কৰিব আপোনাক।
অপ্সৰা বিহাৰ জলপ্ৰপাত
‘অশোক’ চলচ্চিত্ৰখনৰ এটা বিখ্যাত গানৰ এই জলপ্ৰপাতৰ ওচৰত দৃশ্যগ্ৰহণ কৰা হৈছিল। এই স্থান শিশুসকলৰ বাবেও মনোমোহা। এই অপ্সৰা জলপ্ৰপাত এক উৎকৃষ্ট বনভোজস্থলী।
পাণ্ডৱ গুহাসমূহ
পাঁচমঢ়ীৰ স্থানবোৰৰ ভিতৰত, পাণ্ডৱ গুহাবোৰত অসংখ্য স্মৃতি বিজৰিত হৈ আছে। এই পাণ্ডৱ গুহা হৈছে সেই অঞ্চল য’ত শক্তিশালী পাণ্ডৱসকলে তেওঁলোকৰ নিৰ্বাসনৰ সময়ত বাস কৰিছিল। ৫ টা শিলৰ এই মন্দিৰে ইয়াৰ প্ৰাচীন ঐতিহ্যৰ কথাকে সোঁৱৰাই।
চৌৰাগড় মন্দিৰ
পাঁচমাঢ়ীত আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিক তৃষ্ণা নিবাৰণৰ বাবে ১৩২৬ মিটাৰ উচ্চতাত অৱস্থিত চৌৰাগড় মন্দিৰ আপোনাৰ বাবে উপযুক্ত ঠাই। এই মন্দিৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত আৰু বিশ্বৰ বিভিন্ন কোণৰ পৰা হাজাৰ হাজাৰ পৰ্যটকে এই মন্দিৰ পৰিদৰ্শন কৰে। অৱশ্যে পৰ্যটকসকলক অধিক আকৰ্ষিত কৰা প্ৰধান উৎস হ’ল ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰৰ মনোমোহা ...
Previous Post
‘অস্কাৰ ২০২৩’ত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি গুজৰাটী ছবি ‘ছেলো শ্ব’
Next Post
ড০ ভোলা চৌৰাচিয়ালৈ কৃতী শিক্ষকৰ সন্মান
Related Posts
সমাজ
প্ৰাতঃস্মৰণীয়…
November 26, 2022
সমাজ
মহামতি আকবৰেও অধিকাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যি দুৰ্গ
November 25, 2022
সমাজ
প্ৰাতঃস্মৰণীয়…
November 25, 2022
সমাজ
প্ৰাতঃস্মৰণীয়…
November 24, 2022
সমাজ
প্ৰাতঃস্মৰণীয়…
November 23, 2022
সমাজ
প্ৰাতঃস্মৰণীয়…
November 22, 2022
Next Post
ড০ ভোলা চৌৰাচিয়ালৈ কৃতী শিক্ষকৰ সন্মান
No Result
View All Result
সম্পৰ্কত বন্ধুত্বৰ ভূমিকা
0 shares
Share 0 Tweet 0
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি
0 shares
Share 0 Tweet 0
এটি কলি দুটি পাত
0 shares
Share 0 Tweet 0
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা
0 shares
Share 0 Tweet 0
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য
0 shares
Share 0 Tweet 0
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।<eot>বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবি কলংকৰ সত্যা ...
সোনাক্ষী সিন্হাই কয় যে প্ৰত্যেকখন ছবি মোৰ কাৰণে মহত্ত্বপূৰ্ণ ৷ মই আশা কৰোঁ,প্ৰাৰ্থনা কৰো যাতে প্ৰত্যেকখন ছবিয়ে ভাল প্ৰদৰ্শন কৰক। মোৰ দুৰ্ভাগ্য যে বিগত সময়ত মোৰ ছবিসমূহে ভাল ফলাফল দেখুওৱা নাই। কিন্তু মই আশা এৰি নিদিওঁ ৷ মই তৎপৰতাৰে ভাল ফলাফল দেখুওৱাবলৈ সাজু আছোঁ । মই ছবিসমূহ সহজেৰে লওঁ ৷ বক্স অফিচ মোৰ নিয়ন্ত্ৰণ নাই। প্ৰ...
কলংকৰ পিছত অভিনেত্ৰীগৰাকীৰ অন্য এখন ছবি হৈছে মিশ্যন মংগল ৷ ছবিখনত বিদ্যা বালান,তাপ্সী পন্নু আৰু অক্ষয় কুমাৰৰ লগত দেখা যাব সোনাক্ষী সিন্হাক ৷ ইফালে ছলমান খানৰ লগত চৰ্চিত দাবাং ৩ ছবিত দেখা যাব সোনাক্ষী সিন্হাক । অন্যহাতে ভূজ দ্য প্ৰাইড অৱ ইণ্ডিয়া ছবিত অভিনয় কৰাৰ কথা উল্লেখ কৰে সোনাক্ষীয়ে ৷ জুনৰ পৰা দৃশ্যগ্ৰহণ হ’বলগীয়া ছব...
উল্লেখযোগ্য যে নিজৰ গতানুগতিক ব্যস্ততাৰ মাজতে কলংক ছবিৰ প্ৰমোশ্যনত নিজৰ বিয়াৰ কথা ক’লে সোনাক্ষী সিন্হাই ৷ বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাই (Sonakshi Sinha) মন্তব্য কৰে যে আলিয়া ভাট্ট আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিবাহ পাশত আৱদ্ধ হ’ব সোনাক্ষী ৷ কলংক ছবিৰ প্ৰমোশ্যনত টেলিভিশ্যনৰ এটি অনুস্থানত দিয়া এই মন্তব্যটোৱে সম্প্ৰতি চৰ্চা...
অনুষ্ঠানটিত হোৱা এক মত বিনিময়ত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট ,অভিনেত্ৰা বৰুণ ধাৱন আৰু অভিনেত্ৰী সোনাক্ষী সিন্হাক প্ৰশ্ন কৰে যে সকলোতকৈ আগেয়ে কোনে বিবাহ পাশত আৱদ্ধ হ’ব ৷ তেতিয়া সোনাক্ষী সিন্হাই নিজৰ নাম লোৱাৰ লগতে আলিয়া আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিয়া হোৱাৰ কথাও উল্লেখ কৰে ৷ সম্প্ৰতি বিয়াৰ কাৰণে উপযুক্ত পাত্ৰৰ সন্ধানত থকাৰ ক...
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Tags: বলীউড সোনাক্ষী সিন্হা
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Mail: sentinelgroup@gmail.com
thesentinelmedia@gmail.com
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
NE Focus -
সম্পাদনাৰ মেজৰ পৰা