text
stringlengths
0
188k
পুৰুষৰ দ্বৈত শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে দেখুওৱা ব্যাপক সঁহাৰিয়ে আয়োজকক উৎসাহিত কৰি তুলিছে।
Recent News
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ উপৰি কামৰূপ মহানগৰৰ উপায়ুক্ত এম অংগমথুয়ে জনাই যে এন আৰ চি সম্পৰ্কীয় নথি-পত্ৰৰ যথাৰ্থতা পৰীক্ষণ অহা ১৪ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। তেওঁ আৰু কয় যে মুঠ ২৮৩ গৰাকী জিলা দণ্ডাধীশক অহা ৩০ দিনৰ ভিতৰত অসমৰ সকলো জিলাৰ বাসগৃহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ‘অহা ২৭-২৮ ডিচেম্বৰৰ ভিতৰত এন আৰ চি খচৰা সম্পৰ্ণভাৱে প্ৰস্ত...
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সত্ৰ মহাসভাৰ ভদ্ৰকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি দিব্যজ্যোতি শইকীয়াই কয়, ‘বৰ্তমান সময়ত ধৰ্মক লৈ একাংশই বৃহৎ ব্যৱসায় চলাইছে। আন একাংশই ধৰ্মৰ নামত সন্ত্ৰাসবাদী কাৰ্য্য কলাপত লিপ্ত হৈছে।‘
ইফালে ভাষণ প্ৰসংগতে বৰ্তমানৰ বিজেপি চৰকাৰকো সমালোচনা কৰি শইকীয়াই কয় যে, ‘৫৫০ বছৰ পূৰ্বে শংকৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা গণতান্ত্ৰিক ব্যৱস্থাক বৰ্তমানৰ শাসক যন্ত্ৰই ভাঙি তচনচ কৰিলে। ইয়াৰ পৰা সাৰি যোৱা নাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমো।‘
ইয়াৰোপৰি তেওঁ ‘সেতুবন্ধ’ৰ অৰ্থ বাখ্যা কৰি কয় যে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সামাজিক আৰু সাংস্কৃতিক সমন্বয় আৰু সদভাৱ স্থাপন কৰাই হৈছে সেতুবন্ধ। আমি শংকৰদেৱৰ আদৰ্শক অনুকৰণ কৰি ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰিব নোৱাৰিলে সুস্থ সমাজ গঢ় দিয়াত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।‘
উল্লেখযোগ্য যে যোৱা ৩০ মাৰ্চৰ পৰা দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ থকা ‘সেতুবন্ধ’ কাৰ্য্যসূচীৰ কাইলৈ অন্তিম দিন।
Recent News
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এইচ আই ভি পজিটিভ ব্যক্তিৰ তালিকাত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ব্যক্তিয়ে সৰ্বাধিক। তদুপৰি ২০১৭ ৰ এপ্ৰিলৰ পৰা ছেপ্টম্বৰলৈকে ডিমাপুৰত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ভিতৰৰ ৩০ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পোৱা গৈছে। এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত যৌন সম্পৰ্কৰ জৰিয়তে ৯০ শতাংশ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।
অসমৰ সীমান্তত অৱস্থিত নাগালেণ্ডৰ এই বাণিজ্যক চহৰ ডিমাপুৰত এইচ আই ভি সংক্ৰমণৰ এনে বাতৰিয়ে স্বাভাৱিকতে চুবুৰীয়া ৰাজ্যখনৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে।
Recent News
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ
পন্নিয়িন চেলভান-১
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩ জন নিহত, আহত ১১ জন
সমকামিতাৰ বিৰুদ্ধে কঠোৰ আইন ৰাছিয়াৰ! সংসদত গৃহীত বিধেয়ক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !
ছাত্ৰ নেতাৰ দেহাৱসান
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৩ গৰাকী প্ৰতিশ্ৰুতিসম্পন্ন স...
প্ৰাপ্ত তথ্য মতে প্ৰতিযোগিতাখনত বিক্ৰম চাংমায়ে ২০০ মিটাৰ আৰু ১০০ মিটাৰ বাটাৰফ্লাইত দুটাকৈ সোণৰ পদক লাভ কৰে।
আনহাতে, জ্ঞান সন্ধান কাশ্যপে ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইলত দুটাকৈ ৰূপ পদক লাভ কৰাৰ লগতে ৮০০ মিটাৰ ফ্ৰীষ্টাইলত এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
তেওঁলোক দুগৰাকীৰ উপৰি শিৱাংগী শৰ্মাই ৪০০ মিটাৰ আই এম আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইলত লাভ কৰে দুটাকৈ ব্ৰঞ্জৰ পদক। আনাতে, প্ৰতিযোগিতাত উত্তৰা গগৈ আৰু ঋষীকেশ বৰা নামৰ অসমৰ আৰু দুগৰাকী খেলুৱৈ ভাগ লৈছিল, অৱশ্যে তেওঁলোকে পদক লাভ কৰিবলৈ সক্ষম নহ’ল।
Recent News
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত এটা লোকপিয়ল কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্বাহে কয় যে দেশৰ পৰৱৰ্তী লোকপিয়ল সম্পূৰ্ণৰূপে ডিজিটেল হ’ব। এই পদ্ধতিত ১০০ শতাংশ সঠিক গণনা কৰিব পৰা যাব।
লগতে পঢ়ক: নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
তেওঁ কয় যে এই গণনা পদ্ধতিটো নিখুঁত কৰিবলৈ অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এনে ধৰণৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে কিয়নো দেশৰ বিত্তীয় আৰু অন্যান্য পৰিকল্পনা ৰূপায়ণত লোকপিয়লে এক ডাঙৰ ভূমিকা পালন কৰে। কেৱল লোকপিয়লৰ জৰিয়তেহে দেশৰ ভিতৰুৱা অঞ্চলকে ধৰি ইয়াত বসবাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড জনা সম্ভৱ। পাহাৰীয়া অঞ্চলৰ ...
এই ই-লোকপিয়ল প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি শ্বাহে কয় যে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো লোকৰ জন্ম আৰু মৃত্যুৰ তথ্য একেলগে যোগ কৰা হ’ব। লোকপিয়ল ডিজিটেলভাৱে আপডেট কৰা হ’ব।
লগতে পঢ়ক: ভয়ংকৰ খৱৰ: মাৰ্ঘেৰিটাত কয়লা চোৰে নিয়োজিত কৰিছে বিদ্যালয় এৰা শিশুক!
শিশুটোৰ জন্মৰ পিছত, ইয়াক লোকপিয়লপঞ্জীত পঞ্জীয়ন কৰিব লাগে। যেতিয়া ১৮ বছৰ বয়সত ভোটাৰ তালিকাত নামটো উঠিব তেতিয়া ইয়াক আপডেট কৰা হ’ব। ইয়াৰ বাবে শীঘ্ৰেই এটা ছফ্টৱেৰ মুকলি কৰা হ’ব। তাত মই আৰু মোৰ পৰিয়ালে প্ৰথমেই লোকপিয়লৰ প্ৰপত্ৰ পূৰণ কৰিম।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জাবাদ হাছান লস্কৰ নামৰ যুৱকজনক মাৰপিট কৰাৰ অভিযোগ তুলি তেওঁৰ দেউতাক নইমূল ইচলাম লস্কৰে ২ আগষ্টৰ নিশা শিলচৰ সদৰ থানাত বিধায়কজনৰ লগতে তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কেইজনমান যুৱকৰ বিৰুদ্ধে শিলচৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। অৱশ্যে এজাহাৰখন পিছত বুজাবুজিৰে উঠাই লোৱা হৈছে।
কিন্তু মাৰপিট কৰা সময়ৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বিধায়কজনৰ স্থিতিক লৈ চৰ্চা হৈছে। ভিডিঅ’টোৰ দৃশ্যই ইয়াক ম’ৰেল পুলিচিঙৰ ঘটনা বুলি ভাবিবলৈ মানুহক বাধ্য কৰাইছে। আনহাতে যুৱকজনক আগুৰি লৈ মাৰপিট কৰি থকা উত্তেজিত জুমটোৰ মাজত ব্যক্তিগত সুৰক্ষাকৰ্মীৰ সহিতে বিধায়কজনকো দেখা গৈছে।
স্থানীয় সূত্ৰই কোৱা মতে, জাবাদ নামৰ ২০-২২ বছৰীয়া যুৱকজনে কিছু দিনৰ পূৰ্বে অঞ্চলটোৰ এগৰাকী বিবাহিত মহিলালৈ বুলি ফেইচবুক বন্ধুত্বৰ অনুৰোধ প্ৰেৰণ কৰে। মহিলাগৰাকীয়েও সেয়া গ্ৰহণ কৰে। তাতে উৎফুল্ল হৈ পৰে যুৱকজন আৰু সঘন বাৰ্তা বিনিময়েৰে সম্পৰ্কটোক অধিক মিঠা কৰাৰ চেষ্টা কৰে।
মহিলাগৰাকীয়ে অৱশ্যে সকলো কথা নিজৰ স্বামীক অৱগত কৰে আৰু জাবাদক তেওঁ চিনি পায় নেকি সেয়াও সোধে। মহিলাগৰাকীৰ গিৰীয়েকে চিনি নাপায় যদিও তেওঁ মহিলাগৰাকীৰ জাবাদৰ সৈতে কথা-বতৰাত বাধা নিদিয়ে।
শিলচৰ সদৰ থানাত ভুক্তভোগীৰ দেউতাকে দিয়া এজাহাৰখনৰ প্ৰতিলিপি।
সুযোগ বুজি জাবাদে মহিলাগৰাকীক ডেটিঙৰ বাবে প্ৰস্তাৱ দিয়ে। সেয়াই আছিল জাবাদে মাৰ খোৱাৰ বাবে নিজে বাছি লোৱা পথ।
মহিলাগৰাকী আৰু তেওঁৰ গিৰীয়েকে আঁচনি কৰি নিৰ্ধাৰিত সময়ত অম্বিকাপট্টী চৌৰংগীত লগ কৰিবলৈ তেওঁক জনায়, য’ত মহিলাগৰাকীৰ গিৰীয়েক আন বহুকেইজন স্থানীয় যুৱকৰ সৈতে ৰৈ আছিল।
নিৰ্ধাৰিত সময়ত এখন চিকচাক এ চি গাড়ীৰে মহিলাগৰাকীক লগ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱা জাবাদক আটাইকেইজনে গাড়ীৰ পৰা টানি চোঁচৰাই আনে আৰু গুৰুলাগুৰুলকৈ পিটন দিয়ে। তেওঁলোকে যুৱকজনৰ কাণ্ডক লাভ জিহাদ আখ্যা দিয়ে। মন কৰিব লগীয়া যে মাৰপিট কৰাই নহয়, তেওঁলোকে মাৰপিটৰ ঘটনাটো ফেচবুক লাইভ হিচাপে প্ৰচাৰ কৰিছিল আৰু এয়া যুৱকজনৰ লাভ জিহা...
সেই সময়তে বিধায়ক দিলীপ পাল তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীজনৰ সৈতে তাত উপস্থিত হয়। বিধায়কজনৰ ঘৰ ঘটনাস্থলৰ পৰা মাত্ৰ ২০০ মিটাৰৰ দূৰত।
বিধায়কজনে নিজে মাৰপিটত লিপ্ত নহ’লেও যুৱকজনক ম’ৰেল পুলিচগিৰিৰ পৰা বচোৱাৰ কোনো চেষ্টা কৰা দেখা নগ’ল। বৰং তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীজনক সহযোগ কৰাহে দেখা গ’ল। অলপ পিছতে আৰক্ষী উপস্থিত হৈ যুৱকজনক থানালৈ লৈ যায় আৰু ৰাতিটো লকআপত ৰাখে।
পিছত উক্ত ৰাতিয়ে জাবাদৰ দেউতাক নইমূল ইচলাম লস্কৰে বিধায়কজন আৰু তেওঁৰ সমৰ্থক কেইজনমান তথা নিৰাপত্তাৰক্ষীজনৰ বিৰুদ্ধে তেওঁৰ পুতেকক মিছাকৈ লাভ জিহাদৰ অভিযোগত মাৰপিট কৰা বুলি এজাহাৰ দিয়ে।
যি নহওক আজি দুপৰীয়াৰ ভাগত দুয়ো পক্ষৰ বুজাবুজিৰ পিছত এজাহাৰ প্ৰত্যাহাৰ কৰাৰ লগতে যুৱকজনক থানাৰ পৰা মুকলি কৰি দিয়া হয়।
Recent News
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে আমগুৰিৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত ধলোৱা পথাৰত আজি দুপৰীয়াৰ ভাগত দুটি শিশু পুখুৰীত পৰি কৰুণ মৃত্যুক সাবটি লয়।
প্ৰাপ্ত তথ্য মতে ধলোৱা পথাৰ বস্তীৰ ৰমেশ পাছোৱান আৰু দিপিকা পাছোৱানৰ পুত্ৰ পল্লৱ পাছোৱান (৭), জিতেন ঘাটোৱাৰ আৰু ৰঞ্জিতা ঘাটোৱাৰৰ পুত্ৰ ৰাজা ঘাটোৱাৰ(৯) আজি দুপৰীয়াৰ ভাগত বিদ্যালয়ৰ পৰা আহি পুখুৰীত গা ধুবলৈ বুলি যোৱা অৱস্থাতে পুখুৰীত পৰি অকাল মৃত্যুক সাবটি লয়।
মন কৰিব লগীয়া যে ইটা ভাটালৈ মাটি খান্দি নিয়াৰ ফলত সৃষ্টি হোৱা গভীৰ পুখুৰীত দুয়োজন ছাত্ৰই গা ধুবলৈ নমাৰ পাছতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অযোধ্যাত জন্মলাভ কৰা আৰু বাংগালোৰত ডাঙৰ-দীঘল হোৱা অনুষ্কাই ২০০৭ চনত ৱেণ্ডেল ৰডৰিকছৰ হতুৱাই প্ৰথমটো মডেলিঙৰ কাম সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেওঁ মুম্বাইলৈ চলচ্চিত্ৰ জগতত অভিনয় কৰিবলৈ আহে। ২০০৮ চনত মুক্তি লাভ কৰা তেওঁৰ প্ৰথমখন ছবি আছিল 'ৰব নে বনা দি জোৰী'। এইখন ছবিত তেওঁ শ্বাহৰুখ খানৰ লগত অভিনয় কৰে। বিপুল সমাদৰ লাভ কৰি...
অনুষ্কা শৰ্মাৰ প্ৰযোজনা গোষ্ঠীটোৰ নাম হৈছে 'ক্লীন শ্লেট ফিল্মজ'। প্ৰতিষ্ঠানটোৰ শৰ্মাৰ সহ-প্ৰতিষ্ঠাপক। এন এইছ টেনকে ধৰি একাধিক ছবি আৰু ছিৰিজ তেওঁলোকৰ প্ৰযোজনা গোষ্ঠীটোৱে নিৰ্মাণ কৰিছে। বহুকেইটা ব্ৰেণ্ড আৰু পন্যৰ এম্বাছাডৰ হিচাপে কৰ্মৰত তেওঁ নিজাববীয়া উদ্যোগত 'Nush' নামৰ মহিলাবস্ত্ৰৰ আৰ্হিও প্ৰস্তুত কৰি উলিয়াইছে। লিংগ-...
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
উত্তৰ প্ৰদেশৰ অযোধ্যাত ১৯৮৮ চনৰ ১ মে'ত অনুষ্কা শৰ্মাৰ জন্ম হয়।[1][2] অনুষ্কা শৰ্মাৰ পিতৃ এগৰাকী কৰ্ণেল। তেখেতৰ নাম হৈছে অজয় কুমাৰ শৰ্মা। আনহাতে মাতৃ অসীমা শৰ্মা এগৰাকী গৃহিণী।[2][3]
অনুষ্কাৰ প্ৰতিপালন হয় বাংগালোৰত।[2] তাৰেই ভাৰতীয় আৰ্মী স্কুলত তেওঁৰ শিক্ষা সমাপ্ত হয়। পৰৱৰ্তী সময়ত বাংগালোৰস্থিত মাউণ্ট কাৰ্মেল কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে।[4][5] অনুষ্কাই পোনপ্ৰথমতে মডেলিঙৰ জগতত কেৰিয়াৰ নিৰ্মাণ কৰাৰ কথা ভাবিছিল আৰু অভিনেত্ৰী হোৱাৰ কোনো পৰিকল্পনা নাছিল।[4] স্নাতক ডিগ্ৰী অৰ্জনৰ...
২০০৮ চনত মুক্তি লাভ কৰা ৰোমাণ্টিক ড্ৰামা ছবি 'ৰব নে বনা দি জোৰী' আছিল অনুষ্কা শৰ্মাৰ প্ৰথমখন ছবি। আদিত্য চোপ্ৰাই নিৰ্মাণ কৰা ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল তাৰকা অভিনেতা শ্বাহৰুখ খানে। আকস্মিক স্ক্ৰীণ টেষ্টৰ বাবে অমান্তি হোৱা অনুষ্কাই পৰীক্ষাটোৰ বাবে এদিনৰ সময় লৈছিল।[6] স্ক্ৰীন টেষ্ট সফল হোৱাত তেওঁই য়শ ৰাজ ফিল্মছ...
তথ্যসূত্ৰ[সম্পাদনা কৰক]
↑ "Anushka Sharma celebrates 25th birthday in Goa". Hindustan Times. 1 May 2013. http://www.hindustantimes.com/entertainment/tabloid/anushka-sharma-celebrates-25th-birthday-in-goa/article1-1053171.aspx.
↑ 2.0 2.1 2.2 Gupta, Priya (18 December 2012). "There is no system in the film industry: Anushka". The Times of India. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/There-is-no-system-in-the-film-industry-Anushka/articleshow/17649937.cms। আহৰণ কৰা হৈছে: 10 March 2014.
↑ Joshi, Sonali (8 April 2012). "Anushka Sharma buys three flats worth Rs.10 crore in Mumbai's posh area". India Today. http://indiatoday.intoday.in/story/anushka-sharma-buys-property-worth-rs.-10-crore-in-mumbai/1/183488.html। আহৰণ কৰা হৈছে: 10 March 2014.
↑ 4.0 4.1 "Anushka Sharma: Lesser known facts". The Times of India. http://timesofindia.indiatimes.com/entertainment/specials/hall-of-fame/photo-features/Anushka-Sharma-Lesser-known-facts/photostory/45178001.cms.