text stringlengths 0 188k |
|---|
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ... |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
অৰ্বীণ কুমাৰ বৰুৱা এজন সমৰকলা খেলুৱৈ আৰু অভিনেতা হিচাপে জনসাধাৰণৰ মাজত পৰিচিত যুৱক। তেওঁ কাইলৈ অৰ্থাৎ ২৩ এপ্ৰিলত নতুন দিল্লীত দাখিল কৰিব। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাজনীতিৰ পথাৰত ভৰি দিয়া অৰ্বীণ কুমাৰ বৰুৱাই সাংবাদিকৰ আগত তেওঁৰ মূল ইচ্ছ্যু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰে। |
নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে থিয় দিব লগীয়া অৰ্ণীব কুমাৰ বৰুৱাই দিল্লীৰ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ ওচৰতো ভোট ভিক্ষা কৰিবলৈ যাব বুলি জানিবলৈ দিয়ে। |
মন কৰিবলগীয়া যে দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া অৰ্ণীব কুমাৰ বৰুৱাই প্ৰথমজন অসমীয়া যি ৰাজ্যৰ বাহিৰৰ কোনো এটা সমষ্টিত লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
↑ 1.0 1.1 "My experience with research". Indian Academy of Science. 2007. http://www.ias.ac.in/womeninscience/LD_essays/91-93.pdf। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014. |
↑ Tapati Baruah Kashyap. "Science weds art". Harmonyindia.org. http://www.harmonyindia.org/hportal/VirtualPageView.jsp?page_id=16607। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014. |
"https://as.wikipedia.org/w/index.php?title=জয়ন্তী_চুতীয়া&oldid=230679"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
অসমৰ ব্যক্তি |
অসমৰ বিজ্ঞানী |
অসমীয়া সাহিত্যিক |
ভাৰতীয় পদাৰ্থ বিজ্ঞানী |
ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী |
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন 23 মে' 2020 তাৰিখে ০৯:২৩ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত ভুৱা ফেচবুক একাউন্ট খোলা চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰৰ হাতীগাঁৱৰ অনুপম পথৰ পৰা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চ... |
গুৱাহাটীৰ পানবজাৰ থানাত ৰুজু হোৱা ৩৪১/ ১৮ নম্বৰ গোচৰৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে অভিযান চলাই চুলেমানক গ্ৰেপ্তাৰ কৰে। চুলেমানে আৰক্ষী আয়ুক্ত হীৰেন নাথৰ উপৰি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ১৭ টা ভুৱা ফেচবুক একাউন্ট খুলিছিল। |
আৰক্ষীয়ে চুলেমানৰ জিম্মাৰ পৰা ৪৭ টা মোবাইল ফোন, ১৩ টা টেবলেট আৰু ১৫ খন ছিমকাৰ্ড জব্দ কৰিছে। |
ইয়াৰ আগেয়ে যোৱা জুন মাহত কাৰ্বি আংলঙৰ ডকমকাত অভিজিৎ নাথ আৰু নীলোৎপল দাসক এদল উন্মত্ত লোকে হত্যা কৰাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰিছিল। সেই সময়তে বাতৰি ওলাইছিল যে ‘হীৰেন চন্দ্ৰ নাথ’ৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে আয়ুক্তগৰাকীৰ ইউনিফৰ্ম পৰিহিত কিছু ফটোগ্ৰাফেৰে সৈতে... |
সেই সময়ত আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছিল, ‘’ মোৰ হোৱাটছএপৰ বাহিৰে কোনো ছচিয়েল মিডিয়াত একাউন্ট নাই। এই বিশেষ একাউন্টটো কোনোবাই কিবা উদ্দেশ্য লৈ খুলিছে যিটো মই নাজানো।‘’ |
আয়ুক্তগৰাকীয়ে ইয়াৰ পিছতে তেওঁৰ বিষয়াসকলক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰু প্ৰকাশ কৰিছিল যে ‘’শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’ আৰক্ষীৰ জালত পৰাৰ নপৰালৈকে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল চাইবাৰ অপৰাধীজনৰ সন্ধানত উদ্বিগ্ন হৈ আছিল। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সংৰক্ষিত লিংক |
শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে । |
এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু অসমটো এই বিশেষ টুইটটোৰ স্ক্ৰিনশ্বট হোৱাটচ এপ্পত ভাইৰেল হৈ পৰে । এই টুইটটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন তুলি কেইবাজনো ব্যক্তিয়ে আমাৰ সৈতে যোগাযোগ কৰে । টুইটটোত দাবী কৰা হৈছে যে ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলি চালনাত নেপালৰ তিনিজন সাধাৰণ নাগৰিক আহত হয় আ... |
সংৰক্ষিত লিংক |
সঁচাকৈ ভাৰত-নেপাল সীমান্তত ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলি চালনাৰ প্ৰত্যুত্তৰত নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হয় নেকি? সত্য কি? জানোঁ আহক । |
প্ৰণালী |
আমি প্ৰথমে প্ৰথমখন ফটো (সুৰক্ষা কৰ্মী) গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ১২ জুন, ২০২০ তাৰিখে প্ৰকাশিত ভাৰত-নেপাল যুদ্ধবিৰতি উলংঘন সম্পৰ্কীয় বিভিন্ন বাতৰিবোৰত |
প্ৰতিনিধিত্বমূলক ফটো হিচাবে সন্নিৱিষ্ট হৈছে । উদাহৰণ হ’ল এই নিউজ ৰিপৰ্টটো । |
ইয়াৰ পাছত আমি দ্বিতীয়খন ফটো গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন বহু পুৰণি হয় আৰু বৰ্তমানৰ ঘটনাৰাজিৰ লগত কোনো সম্পৰ্ক নাই । আমি উক্ত ভাইৰেল ফটোখন ইণ্ডিয়া টুডেইৰ ২০১৫ চনৰ এক নিউজ ৰিপৰ্টত ব্যৱহত হোৱা দেখিবলৈ পালোঁ । বাতৰিটোৰ মতে ৭জন অসম ৰাইফলছৰ জোৱান আৰু এজন নগা টেৰিটৰিয়েল আৰ্মীৰ জোৱান এনএছচিএন ... |
ফলাফল |
পুৰণি ফটো ব্যৱহাৰ কৰি নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হৈছে বুলি ভুৱা প্ৰচাৰ কৰা হৈছে । মৃতদেহ থকা ভাইৰেল ফটোখনৰ বৰ্তমানৰ ভাৰত-নেপাল বিবাদৰ লগত কোনো সম্পৰ্ক নাই । |
Title:নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই! |
Fact Check By: Manjori Borkotoky |
Result: False |
Tagged IndiaIndo-NepalNepalStandoff |
Post navigation |
লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই! |
চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই! |
Related Posts |
Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ চলি থকা কৃষক আন্দোলনৰ নহয়! |
December 14, 2020 March 12, 2022 Manjori Borkotoky |
এই ভাইৰেল ভিডিঅ’টোৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই! |
March 1, 2022 March 1, 2022 Manjori Borkotoky |
ট্ৰেইনৰ চেইন টানি পলোৱা এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয়! |
May 26, 2020 March 12, 2022 Manjori Borkotoky |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
ClimateFactChecks.org |
Climate Change adversely impacts Water Security | Steps Towards Climate Resilient Water Management Systems |
Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change! |
Explained | What is Net-Zero Greenwashing and why was it highlighted by the UN Secy-Gen at COP27 |
Post misleadingly claims UN Report says CO2 deadlier than Cancer |
Hydroelectric power for Climate resilience – Overview of the Victoria Hydropower plant |
Popular Posts |
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky |
ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এ... by Debanjana Baishya |
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky |
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky |
এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি? ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ নাগৰিকত্ব সংশোধন... by Manjori Borkotoky |
FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়! শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ'চিয়... by Manjori Borkotoky |
এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে? কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ... by Manjori Borkotoky |
Home |
Archives |
Submit For Fact-Check |
Our Policies |
Privacy Policy |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.