text stringlengths 0 188k |
|---|
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া গুৰাটত শাসকীয় বিজেপিৰ মাজত টিকটকেন্দ্ৰিক বিসম্বাদে গা কৰি উঠিছে। এনে সময়তে গুজৰাট বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি দলৰ সাতজন বি... |
কিন্তু বিভিন্ন কাৰণত বিজেপিয়ে তেওঁলোকক টিকট দিয়া নাছিল। ইয়াতে ক্ষুণ্ণ হৈ তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিছে। “দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে এই বিধায়কসকলক ছয় বছৰৰ বাবে নিলম্বিত কৰা হৈছে,” বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে আজি এইদৰে বিবৃতি প্ৰকাশ কৰিছে। নিলম্বিত কৰা বিজেপি নেতাসকলৰ নৰ্মদা জিলাৰ নান্দো... |
উল্লেখ্য এইবাৰৰ বিধানসভা নিৰ্বাচনত গুজৰাটত বিজেপিয়ে ৪২ জন বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰিছে। গেৰুৱা দলটোৱে ঘোষণা কৰা ১৬০ জন প্ৰাৰ্থীৰ প্ৰথম তালিকাৰ পৰা ৩৮ জন বৰ্তমানৰ বিধায়কক বাদ দিছে। বাদ পৰাসকলৰ ভিতৰত কেইবাজনো দলৰ ডাঙৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নিতিন পেটেলো আছে। |
২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৮২ খন আসনৰ ভিতৰত ৯৯ খন আসনত জয়ী হৈছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আগতে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হিচাবে ২৭ বছৰ ধৰি শাসনত আছিল। এইবাৰ প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু চি আৰ পাটিলৰ নেতৃত্বত দলটোৱে আসনৰ সংখ্যা ১৪০ অতিক্ৰম কৰাৰ ... |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ব্ৰুচ লীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ শিল্পী বুলি অভিহিত কৰা হৈছিল । শেহতীয়াকৈ কৰা এক গৱেষণাত ব্ৰুচ লীৰ মৃত্যুৰ সন্দৰ্ভত এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ পাইছে । গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক পানী খোৱাৰ বাবেই ব্ৰুচ লীৰ মৃত্যু হয়(Bruce lee died of overhydration) । গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে অধিক পানী খোৱাৰ বাবে তেওঁৰ মগ... |
গৱেষণাত কি কি ধৰা পৰিল ? |
গৱেষণাৰ পৰা এই তথ্য পোৱা গৈছে যে, ব্ৰুচ লীয়ে খাদ্য গ্ৰহণ কৰা নাছিল আৰু কেৱল নিজকে ফিট কৰি ৰাখিবলৈ তৰল পদাৰ্থ পান কৰিছিল । গতিকে আজি আমি আপোনালোকক অভাৰহাইড্ৰেচনৰ বিষয়ে ক'ম, সঁচাকৈয়ে ই কাৰোবাৰ মৃত্যুৰ কাৰণ হ'ব পাৰেনে? শেহতীয়াকৈ স্পেইনৰ এগৰাকী কিডনী বিশেষজ্ঞৰ ‘ক্লিনিকেল কিডনী জাৰ্নেল’ৰ ডিচেম্বৰ সংস্কৰণ প্ৰকাশ পাইছে । ... |
অতিমাত্ৰা পানী খোৱাটো বিপদজনক নেকি ? |
ব্ৰুচ লীৰ মৃত্যুৰ সন্দৰ্ভত যি তথ্য আহিছে, সেই তথ্যই এই প্ৰশ্নও উত্থাপন কৰে যে অত্যধিক পানী খোৱাটো আমাৰ শৰীৰৰ বাবে বিপদজনক নেকি? অত্যধিক পানী খোৱাটোও মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে । ইয়াৰ ফলত ইন্ট্ৰাক্ৰেনিয়েলৰ ওপৰত চাপ বৃদ্ধি পায়(Is it dangerous to drink too much water) । |
দৈনিক কিমান পৰিমাণে পানী খাব লাগে |
প্ৰথমে আপোনাৰ ওজন জুখিব । ওজন জোখাৰ পিছত ৩০ ৰে ভাগ কৰক(How much water should you drink daily) । যি সংখ্যা আহিব সেয়া হ’ল আপোনাৰ খোৱা পানীৰ হিচাপ । উদাহৰণস্বৰূপে, যদি আপোনাৰ ওজন ৬০ কিলোগ্ৰাম হয় । ৬০ক ৩০ ৰে ভাগ কৰিলে ২ পোৱা যায় । অৰ্থাৎ সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে ২ লিটাৰ পানী খাব লাগে । বিশেষজ্ঞসকলেও কয় যে আপোনাৰ শৰীৰ... |
ইণ্টাৰনেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু 15 জনীয়া নিৰাপত্তা পৰিষদৰ বৈঠক দুখন সোমবাৰে অনুষ্ঠিত হ’ব (UN to hold 2 meetings on Monday) ৷ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত সোমবাৰে পৃথকে পৃথকে অনুষ্ঠিত হ’ব বৈঠক দুখন (UN meeting on Ukraine) ৷ |
এই বৈঠকে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ব্যাপক আন্তঃৰাষ্ট্ৰীয় দাবীৰ লগতে যুদ্ধত বিধ্বস্ত হৈ পৰা লাখ লাখ ইউক্ৰেনবাসীৰ দুৰ্দশাৰ বাবে প্ৰকাশ কৰা উদ্বেগক প্ৰতিফলন কৰিছে । ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ (Russias invasion of Ukraine) বিষয়ত ৰাষ্ট্ৰসংঘৰ 193 জনীয়া সাধাৰণ সভাই আহ্বান জনোৱা "জৰুৰীকালীন বিশেষ অধিৱেশন"ৰ সন্দৰ্ভত ভো... |
এই বিশেষ অধিৱেশনখন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ভোটদানৰ বাবে 15 জনীয়া নিৰাপত্তা পৰিষদৰ বৈঠকখন দেওবাৰে বিয়লি (স্থানীয় সময়) অনুষ্ঠিত হয় । বৈঠকত 15 খন সদস্য ৰাষ্ট্ৰৰ 11 খনে সপক্ষে ভোট দিছিল, য'ত কেৱল ৰাছিয়াই ইয়াৰ বিৰুদ্ধে ভোট দিছিল । আনহাতে, চীন, ভাৰত আৰু সংযুক্ত আৰৱ গণৰাজ্য ভোটদানৰ পৰা বিৰত আছিল । |
ইয়াৰ দুদিন পূৰ্বে কিয়েভৰ ওপৰত হোৱা আক্ৰমণৰ ওপৰত লোৱা এটা প্ৰস্তাৱ নাকচ কৰিবলৈ মস্কোৱে ভেটো ব্যৱহাৰ কৰিছিল ৷ |
উল্লেখ্য যে, 1950 চনৰ পৰা এতিয়ালৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কেৱল মাত্ৰ 10 খনহে এনে জৰুৰীকালীন অধিৱেশন আহ্বান কৰা হৈছে । অধিৱেশন আহ্বান কৰাৰ বাবে ভোটদান প্ৰক্ৰিয়াত নিৰাপত্তা পৰিষদৰ পাঁচজন স্থায়ী সদস্য - চীন, ফ্ৰান্স, ৰাছিয়া, গ্ৰেট বৃটেইন আৰু আমেৰিকা যুক্তৰাজ্যই তেওঁলোকৰ ভেটো ক্ষমতা প্ৰয়োগ কৰাত ব্যৰ্থ হৈছিল ৷<eot>শেহতী... |
অনিমেষৰ হত্যাকাণ্ডই কেৱল অসমেই নহয়, সমগ্ৰ দেশকে জোকাৰি গৈছে।ইয়াৰ পূৰ্বেও অসমত গণপ্ৰহাৰৰ কেইবাটাও ভয়াৱহ ঘটনা সংঘটিত হৈ গৈছে। |
ইমানৰ পিছতো অসমত আজিলৈকে গণপ্ৰহাৰৰ বিৰুদ্ধে এখন কঠোৰ আইন বলবৎ পোৱা পৰিলক্ষিত হোৱা নাই। |
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত কেৱল মণিপুৰতহে সেই ৰাজ্যৰ চৰকাৰে গণপ্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে। |
দেশৰ ভিতৰত কেৱল তিনিখন ৰাজ্যতহে গণ প্ৰহাৰৰ বিৰুদ্ধে আইন আছে । সেই ৰাজ্য দুখন হৈছে ক্ৰমে ৰাজস্থান, পশ্চিমবংগ আৰু মণিপুৰ। |
মণিপুৰ বিধানসভাত ২০১৮ চনতে গণ প্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ বিষয়ত এখন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু সেই বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰা হৈছিল। |
বিধেয়ক খনে ৰাজ্য খনৰ প্ৰতিখন জিলাত গণ প্ৰহাৰৰ দৰে নাৰকীয় অপৰাধ ৰোধ কৰিবলৈ একোজন নডেল বিষয়া নিযুক্তি দিয়াৰ পোষকতা কৰিছিল। |
গণ প্ৰহাৰ ৰোধ কৰাত ব্যৰ্থ হোৱা আৰক্ষীক ১-৩ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে। |
এই ক্ষেত্ৰত চৰকাৰৰ কোনো অনুমোদন অবিহনেই কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছিল।ৰাজস্থানতো গণ প্ৰহাৰৰ বিৰুদ্ধে কঠোৰ বিধেয়ক এখন বিধানসভাত উত্থাপন কৰা হৈছিল। |
পৰৱৰ্তী সময়ত সেই বিধেয়ক আইনত পৰিণত হৈছে। |
ৰাজস্থান চৰকাৰে ২০১৯ চনৰ আগষ্ট মাহত গণ প্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছিল। পশ্চিমবংগৰ চৰকাৰেও তেনে এখন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। |
সেইমৰ্মে ২০১৯ চনৰ আগষ্ট মাহত পশ্চিমবংগৰ চৰকাৰে গণ প্ৰহাৰ প্ৰতিৰোধী আইন গ্ৰহণ কৰিছিল। এই আইন অনুসৰি ঘটনাত জৰিত অপৰাধীৰ যাবজ্জীৱন কাৰাদণ্ডৰ লগতে পাঁচ লাখ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে। |
দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ জুলাই মাহতে গণ প্ৰহাৰৰ ঘটনাৰ তাৎক্ষণিক বিচাৰ কৰিবলৈ দেশৰ প্ৰতি খন ৰাজ্যৰ প্ৰতিখন জিলাত একো খনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ দিছিল। |
ন্যায়ালয়ে গণ প্ৰহাৰৰ বলি হোৱাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰো নিৰ্দেশ দিছিল। |
ইমানৰ পিছতো দেশৰ প্ৰায় সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী নকৰাত পুনৰ ২০১৯ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰি গণ প্ৰহাৰৰ প্ৰসংগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। |
কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। দেশৰ কেৱল তিনি খন ৰাজ্যইহে গণ প্ৰহাৰৰ বিৰুদ্ধে বিশেষ আইন প্ৰণয়ন কৰিলে।এই ক্ষেত্ৰত অসমত কেইবাটাও গণ প্ৰহাৰৰ ঘটনা ঘটি যোৱাৰ পিছতো অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি বিশেষ কোনো গুৰুত্বই নহ’ল। |
অসমত সেয়ে গণ প্ৰহাৰৰ যিবোৰ ঘটনা ঘটিবলৈ পালে সেইবোৰ অসম চৰকাৰ অমনোযোগিতা আৰু উদাসীনতাৰ ফলতে ঘটা ঘটনা বুলি কোৱাৰো নিশ্চয়কৈ থল আছে। |
অসমত গণ প্ৰহাৰ প্ৰতিৰোধৰ কঠোৰ আইন এখন নথকাৰ বাবে বহুতে এনে ঘটনাত জৰিত হ’বলৈ কুণ্ঠাবোধ নকৰা হৈছে আৰু আইনৰ সুৰুঙাৰেও বাৰে বাৰে সাৰি গৈছে গণ প্ৰহাৰত জৰিত অপৰাধীসকল। |
আৰক্ষীয়েও গণ প্ৰহাৰৰ বিষয়ত সতৰ্ক হৈ থকাৰ মনোভাৱ প্ৰদৰ্শন কৰিব পৰা নাই। |
কাৰণ গণ প্ৰহাৰৰ ঘটনা ঘটিলেও সংশ্লিষ্ট অঞ্চলৰ দায়িত্বত থকা আৰক্ষীক শাস্তি বিহিব পৰা কোনো আইন অসমত নাই। |
অভি-নীল হত্যাৰ ক্ষেত্ৰতো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছিল। |
কিন্তু ইমানৰ পিছতো সেই ঘটনাৰ অপৰাধীসকলকো আজি পৰ্যন্ত শাস্তি বিহিব পৰা নগ’ল। অনিমেষ হত্যাৰ ক্ষেত্ৰত তেনে নঘটক তাকেই কামনা কৰিছো। |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে এই কেন্দ্ৰটোৱে গুৱাহাটী মহানগৰীৰ বায়ুৰ গুনাগুন নিৰুপনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ পৰা উপলব্ধ ধাৰাবাহিক তথ্যই পৰিষদ তথা চৰকাৰক সহায় কৰিব। |
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া প্ৰচেষ্টাত স্থাপন হোৱা এই কেন্দ্ৰটোলৈ তেওঁ চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে। গুৱাহাটী মহানগৰৰ বায়ুৰ গুণাগুণ আৰু এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ল’বলগীয়া ৱ্যবস্থাৱলীৰ বাবেও কেন্দ্ৰটো যথেষ্ট সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। |
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব বিশ্ব কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত পৰিষদৰ অধ্যক্ষ এ এম সিঙে কেন্দ্ৰৰ বিষয়ে চমু ভাষণ আগবঢ়ায়। সভাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শ্বিলং আঞ্চলিক কাৰ্য্যালয়ৰ সঞ্চালক আৰু মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিজ্ঞানীও উপস্থিত থাকে। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
ৰাষ্ট্ৰীয় |
নিশা অটোত উঠাই লৈ সাত লম্পটে ধৰ্ষণ কৰিলে কিশোৰীক, পঢ়ক শিহৰণকাৰী বিৱৰণ |
ৰাষ্ট্ৰীয় |
Image Credit: Internet |
Sep 6, 2021 | Deleted |
পুনে : পুনৰ শিহৰণকাৰী ধৰ্ষণকাণ্ড। এগাৰীক ১৩বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল সাতজনক লোক। মহাৰাষ্ট্ৰৰ পুনেত এই ঘটনা সংঘটিত হৈছে। পুনে আৰক্ষীয়ে সোমবাৰে এই বিষয়ে প্ৰকাশ কৰে। ঘটনাটো ৩১ আগষ্টৰ দিনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীয়ে নিশাৰ ভাগত পুনে ৰে’ল ষ্টেচনত তেওঁৰ বন্ধুৰ বাবে অপেক্ষা কৰ... |
কিশোৰীগৰাকীক ঘৰত থোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে লোকজনে তেওঁৰ কেইজনমান বন্ধুক আমন্ত্ৰণ জনায়। নিশা বেছি হোৱাৰ দোহাই দি চালকজনে তেওঁলোকক সংগ দিবলৈ তেওঁৰ বন্ধুকেইজনক আমন্ত্ৰণ জনায়। তাৰ পাছতে কিশোৰীগৰাকীক চহৰখনত ঘূৰাই লৈ ফুৰাই চালকজনে তেওঁৰ বন্ধুকেইজনৰ সহযোগত কিশোৰীগৰাকীৰ একাধিক স্থানত দলবদ্ধ ধৰ্ষণ কৰে। তাৰ পাছত দুষ্কৃতিকাৰী... |
আৰক্ষীয়ে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীৰ পিতৃয়ে কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি ৱানৱাড়ী আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু কিশোৰীগৰাকীক পুনেতে বিচাৰি পায়। কিশোৰীগৰাকী সাক্ষ্য গ্ৰহণ কৰাৰ পাছত আৰক্ষীয়ে সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভুক্তভোগী কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি আৰক্ষী... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.