text
stringlengths
0
188k
প্ৰকাৰভেদ[সম্পাদনা কৰক]
বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত[সম্পাদনা কৰক]
বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে -
সমবাহু ত্ৰিভুজ - যাৰ তিনিটি বাহুৰ দৈৰ্ঘ্য সমান। (সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰতিটো কোণৰ মান ৬০° হয়।
সমদ্বিবাহু ত্ৰিভুজ - যাৰ যিকোনো দুই বাহুৰ দৈৰ্ঘ্য সমান। (সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ ৯০° হ’লে আন সমান দুইটি বিপৰীত কোণ ৪৫°কৈ হ’ব। )
বিষমবাহু ত্ৰিভুজ - যাৰ তিনিটা বাহুৰ দৈৰ্ঘ্য তিনি ধৰণৰ। (বিষমবাহু ত্ৰিভুজৰ তিনিওটা কোণেই এটা আনটোৰ পৰা পৃথক হয়।
সমবাহু সমদ্বিবাহু বিষমবাহু
কোণৰ ভিত্তিত কৰা বিভাজন[সম্পাদনা কৰক]
কোণৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে -
সমকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ ১ সমকোণ বা ৯০°ৰ সমান।
সূক্ষ্ণকোণী ত্ৰিভুজ - যাৰ তিনিটি কোণেই সূক্ষ্ণকোণ
স্থূলকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ স্থূলকোণ।
সমকোণী স্থূলকোণী সূক্ষ্ণকোণী
ত্ৰিভুজৰ সাদৃশ্যতা[সম্পাদনা কৰক]
দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে- i) সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু ii) সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁত সমান কোণী বা সমকৌণীক ত্ৰিভুজ বোলে। বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিল। সেইটো হ'ল- দুটা সমানকোণী ত্ৰিভুজ...
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্...
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ত্ৰিভুজ সম্পৰ্কীয় মিডিয়া ফাইল আছে।
মুক্ত অভিধান ৱিক্সনেৰীত Triangles শব্দৰ অৰ্থ চাওক।
Clark Kimberling: Encyclopedia of triangle centers. Lists some 3200 interesting points associated with any triangle.
প্ৰ • আ • স
সাধাৰণ বহুভুজ
বাহু অনুযায়ী বহুভুজৰ নামাকৰণ
১ ৰ পৰা ১০ দাল বাহু
Henagon (Monogon) • Digon • ত্ৰিভুজ • চতুৰ্ভুজ (বৰ্গ, আয়ত, ৰম্বাছ) • পঞ্চভুজ • ষড়ভুজ • সপ্তভুজ • অষ্টভুজ • নৱভুজ • দশভুজ
১১ ৰ পৰা ২০ দাল বাহু
Hendecagon • Dodecagon • Triskaidecagon • Tetradecagon • Pentadecagon • Hexadecagon • Heptadecagon • Octadecagon • Nonadecagon (Enneadecagon) • Icosagon
অনান্য
Icositetragon • Triacontagon • Triacontadigon • Chiliagon • Apeirogon
তৰা বহুভুজ
Pentagram • Hexagram • Heptagram • Octagram • Enneagram • Decagram • Hendecagram • Dodecagram
"https://as.wikipedia.org/w/index.php?title=ত্ৰিভুজ&oldid=305369"ৰ পৰা অনা হৈছে
শ্ৰেণী:
বহুভুজ
অদৃশ্য শ্ৰেণী:
উৎসবিহীন প্ৰবন্ধ
এই পৃষ্ঠাখন ০১ নৱেম্বৰ, ২০২১ তাৰিখে ০৫:৫৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>শান্তি নবেল বঁটা(ইংৰাজী: Nobel Peace Prize) হৈছে চুইডেনৰ উদ্যোগপতি, আৱিষ্কাৰক আৰু অস্ত্ৰ-শস্ত্ৰ (সামৰিক অস্ত্ৰ আৰু সঁজুলি) নিৰ্মাতা আলফ্ৰেড নবেলৰ দ্বাৰা স্থাপিত পাঁচটা...
আলফ্ৰেড নবেলৰ ইচ্ছা অনুসৰি, প্ৰাপ্তকৰ্তাক নৰৱেৰ নবেল কমিটিয়ে বাছনি কৰে, যি হৈছে নৰৱেৰ সংসদৰ দ্বাৰা নিযুক্ত পাঁচ জনীয়া এটা সমিতি। ২০২০ বৰ্ষৰ পুৰস্কাৰটো অছলʼ বিশ্ববিদ্যালয়ৰ এট্ৰিয়ামত প্ৰদান কৰা হৈছিল, য'ত ১৯৪৭-১৯৮৯ চনলৈ এই অনুষ্ঠান পতা হৈছিল; ভৱনটোত এবেল বঁটাও প্ৰদান কৰা হয়।[6] পূৰ্বতে অছলো চিটি হল (১৯৯০-২০১৯), নৰৱে...
পৃষ্ঠভূমি[সম্পাদনা কৰক]
আলফ্ৰেড নবেল
আলফ্ৰেড নবেলৰ ইচ্ছা অনুসৰি, "ৰাষ্ট্ৰসমূহৰ মাজত ভ্ৰাতৃত্বৰ বাবে, স্থায়ী সৈন্যৰ বিলুপ্তি বা হ্ৰাস ৰ বাবে আৰু শান্তি কংগ্ৰেছ অনুষ্ঠিত আৰু প্ৰচাৰৰ বাবে সৰ্বাধিক বা সৰ্বশ্ৰেষ্ঠ কাম কৰাৰ বাবে এজন ব্যক্তিক শান্তি বঁটা প্ৰদান কৰা হ'ব।" [8] আলফ্ৰেড নবেলৰ ইচ্ছাই আৰু নিৰ্দিষ্ট কৰিব যে নৰৱেৰ সংসদৰ দ্বাৰা বাছনি কৰা পাঁচজনীয়া সমিত...
কিছুমান পণ্ডিতে কয় যে ধ্বংসাত্মক শক্তি হ্ৰাস কৰাৰ বাবে নবেলে এই বটাৰ সৃষ্টি কৰিছিল। আলফ্ৰেড নবেলৰ আৱিষ্কাৰবোৰৰ ভিতৰত আছিল ডায়নামাইট আৰু বেলিষ্টাইট, যি দুয়োটা তেওঁৰ জীৱনকালত হিংস্ৰভাৱে ব্যৱহাৰ কৰা হৈছিল। বালিষ্টাইট যুদ্ধত ব্যৱহাৰ কৰা হৈছিল।[12] আৰু আইৰিছ জাতীয়তাবাদী সংগঠন আইৰিছ ৰিপাব্লিকান ব্ৰাদাৰহুডে ১৮৮০ ৰ দশকত ডা...
নবেলৰ মৃত্যুৰ সময়ত নৰৱেত শান্তি বঁটা কিয় প্ৰদান কৰা হ'ব বুলি নবেলে কামনা কৰিছিল সেয়া স্পষ্ট নহয়। নৰৱেৰ নবেল কমিটিয়ে অনুমান কৰিছে যে নবেলে হয়তো নৰৱেক এই বঁটা প্ৰদানৰ বাবে অধিক উপযুক্ত বুলি বিবেচনা কৰিছিল, কিয়নো ইয়াত চুইডেনৰ দৰে একে সামৰিক পৰম্পৰা নাছিল। উল্লিখিত যে উনবিংশ শতিকাৰ শেষৰ ফালে নৰৱেৰ সংসদ মধ্যস্থতা আৰ...
পুৰস্কাৰ প্ৰদান[সম্পাদনা কৰক]
শান্তিৰ নবেল বঁটা পদকৰ অভিমুখ আৰু প্ৰতিমুখ
নৰৱেৰ নবেল কমিটিৰ অধ্যক্ষই প্ৰতি বছৰে ১০ ডিচেম্বৰত (নবেলৰ মৃত্যুবাৰ্ষিকী) নৰৱেৰ ৰজাৰ উপস্থিতিত শান্তিৰ নবেল বঁটা প্ৰদান কৰে। শান্তি বঁটা হৈছে ষ্টকহোমত প্ৰদান নকৰা একমাত্ৰ নবেল বঁটা। নবেল বঁটা বিজয়ীজনে পুৰস্কাৰৰ পৰিমাণ নিশ্চিত কৰা ডিপ্লোমা, এটা পদক আৰু এখন নথি লাভ কৰে। [14] ২০১৯ চনলৈকে এই পুৰস্কাৰৰ মূল্য আছিল ৯ মিলিয়ন...
১৯৪৭ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত অছলো চিটি হলৰ পৰা কেইশ মিটাৰ দূৰত অছলো বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ এট্ৰিয়ামত শান্তিৰ নবেল বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১৯০৫ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰত নৰৱেৰ নবেল ইনষ্টিটিউটত অনুষ্ঠানটো অনুষ্ঠিত হয়। ১৯০১ চনৰ পৰা ১৯০৪ চনলৈ ষ্টৰ্টিং (সংসদ)ত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।[15]
উৎস[সম্পাদনা কৰক]
↑ "2020 Nobel Prize Winners: Full List". The New York Times. 12 October 2020. https://www.nytimes.com/article/2020-nobel-prize-winners.html.
↑ "The Nobel Peace Prize 1901". www.nobelprize.org. https://www.nobelprize.org/nobel_prizes/peace/laureates/1901/address.html। আহৰণ কৰা হৈছে: 29 October 2017.
↑ "The Nobel Peace Prize 2020". 12 October 2020. https://www.nobelprize.org/prizes/peace/2020/summary/.
↑ "The Nobel Peace Prize 1901". NobelPrize. 1972. https://www.nobelprize.org/nobel_prizes/peace/laureates/1901/address.html। আহৰণ কৰা হৈছে: 19 March 2016.
↑ "Nobel Peace Prize", The Oxford Dictionary of Twentieth Century World History
↑ I år skal Nobels fredspris utdeles på UiO
↑ "Hektisk nomineringsaktivitet før fredsprisfrist". Dagsavisen. 31 January 2021. https://www.dagsavisen.no/nyheter/verden/hektisk-nomineringsaktivitet-for-fredsprisfrist-1.1827991.
↑ "Excerpt from the Will of Alfred Nobel". Nobel Foundation. https://www.nobelprize.org/alfred_nobel/will/will-full.html। আহৰণ কৰা হৈছে: 31 March 2008.
↑ Nordlinger, Jay (20 March 2012) (en ভাষাত). Peace, They Say: A History of the Nobel Peace Prize, the Most Famous and Controversial Prize in the World. Encounter Books. পৃষ্ঠা. 24. ISBN 9781594035999. https://archive.org/details/peacetheysayhist0000nord. "parliament."
↑ Levush, Ruth (7 December 2015). "Alfred Nobel's Will: A Legal Document that Might Have Changed the World and a Man's Legacy | In Custodia Legis: Law Librarians of Congress". blogs.loc.gov. https://blogs.loc.gov/law/2015/12/alfred-nobels-will-a-legal-document-that-might-have-changed-the-world-and-a-mans-legacy/। আহৰণ ...
↑ "Why Norway?". The Norwegian Nobel Committee. https://www.nobelpeaceprize.org/History/Why-Norway। আহৰণ কৰা হৈছে: 11 October 2009.
↑ Altman, L. (2006). Alfred Nobel and the prize that almost didn't happen. New York Times. Retrieved 14 October 2006.
↑ BBC History – 1916 Easter Rising – Profiles – The Irish Republican Brotherhood BBC
↑ What the Nobel Laureates Receive Archived 30 October 2007 at the Wayback Machine. nobelprize.org.
↑ "Prisutdelingen | Nobels fredspris". Nobelpeaceprize.org. http://nobelpeaceprize.org/nb_NO/about_peaceprize/award_ceremony/। আহৰণ কৰা হৈছে: 13 October 2012.
"https://as.wikipedia.org/w/index.php?title=শান্তি_ন%27বেল_বঁটা&oldid=287142"ৰ পৰা অনা হৈছে
শ্ৰেণী:
ন'বেল বঁটা
অদৃশ্য শ্ৰেণীসমূহ:
Pages with script errors
Pages with non-numeric formatnum arguments
চমু বৰ্ণনা থকা প্ৰবন্ধসমূহ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
Pages containing cite templates with deprecated parameters
Webarchive template wayback links
এই পৃষ্ঠাখন ১৯ জুলাই, ২০২১ তাৰিখে ২১:৩৭ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>একৈশ শতিকাৰ ভৱিষ্যতদৰ্শীসকলৰ অন্যতম এজন হৈছে ইল’ন মাস্ক (Elon Musk)৷ বৰ্তমান সময়ত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বাবে মাস্ক এটা চিনাকী নাম৷ কিন্তু এইবাৰ মহাক...
কল্পনা কৰক, আমি যদি কম্পিউটাৰটো হাতেৰে নহয়, আমাৰ মগজুৰ চিন্তাৰেই পোনে পোনে নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে কি হ’ব? কেনেকুৱা হ’ব আমি যদি মেচিনবোৰক আমাৰ মগজুৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ? কথাবোৰ অদ্ভূট যেন লাগিলেও, একৈশ শতিকাৰ বিজ্ঞানী-প্ৰযুক্তিবিদসকলৰ বাবে এই কথাবোৰ কোনো আচৰিত হ’বলগীয়া কথা হৈ থকা নাই৷ বৰঞ্চ এই ধাৰণাবোৰ বাস্তৱত প...
আমি যেতিয়া কিবা এটা অনুভৱ কৰোঁ, চিন্তা কৰোঁ অথবা শৰীৰৰ অংগবোৰক লৰচৰ কৰোঁ তেতিয়া এই কামবোৰত আমাৰ মগজুৰ নিউৰনবোৰে সক্ৰিয় হৈ কিছুমান স্নায়ু-সংকেত অথবা স্নায়ুস্পন্দৰ সৃষ্টি কৰে৷ মগজুৰ নিউৰনৰ আদেশ অনুযায়ী পেশীলৈ সঞ্চালিত সংকেতবোৰে আমাক কাম কৰায়, তেনেদৰে আমি কামবোৰ ভাবি লওঁ৷ এই স্নায়ু-সংকেতবোৰ বা স্নায়ুস্পন্দবোৰ আকৌ বৈদ্যুত...
নিউৰালিংক বা নিউৰেল কম্পিউটাৰৰ দ্বাৰা মানুহ এজন Cyborg হ’ব পাৰিব৷ Cyborg মানে হৈছে মানৱ শৰীৰত ইলেক্ট্ৰ’ড নাইবা আন প্ৰযুক্তিগত উপকৰণ ব্যৱহাৰ কৰি, সাধাৰণ মানুহতকৈ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পৰা এক বিশেষ আধুনিক উচ্চ প্ৰযুক্তি৷ আৰু শৰীৰত ব্যৱহাৰ কৰা এই সৰু মেচিন বা প্ৰযুক্তিগত উপকৰণবোৰক ‘নিউৰেল লেচ’ (Neural lace) বুলি কোৱা হয়...
মানৱ শৰীৰত ‘নিউৰেল লেছ’সমূহক সফলভাৱে কিদৰে সংস্থাপন কৰিব পৰা হ’ব এই বিষয়ে মাস্কৰ ‘নিউৰালিংক’ কোম্পানীয়ে বিভিন্ন গৱেষণা অব্যহত ৰাখিছে৷ কোম্পানীৰ শেহতীয়া গৱেষণা মতে মানুহৰ ডিঙিৰ ধমনীত যদি অতি সূক্ষ্ম ইলেক্ট্ৰনিক চিপ বাহিৰৰ পৰা ইঞ্জেকচনৰ সহায়ত এৰি দিব পৰা হয়, তেন্তে ই ৰক্ত সঞ্চালনৰদ্বাৰা মগজুলৈ পাবগৈ৷ এই প্ৰযুক্তিকলৈ কৰা ...
বিশেষজ্ঞসকলৰ মতে এই BCIৰ দ্বাৰা এজন মানুহৰ মগজুৰ সমগ্ৰ তথ্য ভাণ্ডাৰক আন ইলেক্ট্ৰনিক সঁজুলি অথবা ‘ক্লাউড’ (cloud)ত আপলোড কৰিব পৰাকৈ সম্ভৱ হৈ উঠিব৷ BCI প্ৰয়োগ কৰি থকা দুজন মানুহে বেলেগ ঠাইত থাকিও নিজৰ ভাবৰ আদান-প্ৰদান কৰিব পাৰিব৷ বিজ্ঞানীসকলে বহু সময়ৰ আগৰ পৰাই কম্পিউটাৰে মানৱ মগজুৰ বুদ্ধিমত্তাক বৃদ্ধি কৰিবলৈ চেষ্টা কৰি ...
ইল’ন মাস্কৰ এই গৱেষণাৰ সফল প্ৰয়োগেৰে কৃত্ৰিম (ৰব‘টিক) হাত, ভৰি ইত্যাদি মানুহৰ স্নায়ুতন্ত্ৰৰ লগত সংযোগ কৰিব পৰা হ’ব কাৰণ ই মগজুত সংস্থাপন কৰা ‘miniature chip’ ৰ সহায়ত সংকেত পঠাব পৰিব তথা সেই সংকেতবোৰ পঢ়িবও পাৰিব৷ গতিকে বিশেষভাবে সক্ষমসকলৰ বাবে এই প্ৰযুক্তিয়ে এক নতুন দিগন্তৰ সূচনা কৰিব! কম্পিউটাৰ তথা আমাৰ মগজুৱে যদি একে...
সম্ভাৱনাই বৰ্তমানৰ সৃষ্টি কৰে৷ ইল’ন মাস্কৰ যি চিন্তা সেয়া হয়তো অনাগত সময়ত দিঠকত পৰিণত হ’ব৷ আৱশ্য ‘নিউৰালিংক’ প্ৰজেক্টটোৰ সম্পৰ্কত বিভিন্ন বিকৰ্তও শুনিবলৈ পোৱা যায়৷ ভৱিষ্যতে ‘নিউৰালিংক’ প্ৰযুক্তিয়ে মানুহৰ অপৰাধমূলক কাম-কাজ, ব্যক্তি স্বাধীনতা তথা নৈতিকতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে নেকি? বৰ্তমান এই বিষয়ে মাস্কৰ কোম্পানীয়ে ক...
← সৰিয়হ ফুল – মাধুৰ্য দত্ত
স্কিজ’ফ্ৰিনিয়া – আৰাধনা বৰুৱা →
You May Also Like
ইউনিক’ডত অসমীয়া লিখন সঁজুলি – [জ্যোতিৰূপম দত্ত]
February 1, 2017 0
অৰ্ধ-আকাশ (প্ৰতিম প্ৰতাপ বৰুৱা)
December 14, 2012 0
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ আৰু মধুপুৰ সত্ৰৰ চমু ইতিবৃত্ত (লক্ষেশ্বৰ হাজৰিকা)
December 14, 2012 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*