text
stringlengths
0
188k
— Yoloapp (@Yoloapp2) October 2, 2022
অৱশ্যে, খেলপথাৰত ফ্লাডলাইট বন্ধ হোৱাৰ ঘটনা কোনো নতুন কথা নহয়। এইটো প্ৰায়েই ঘটি থাকে। দৰ্শকে অতীতত বহুবাৰ এনে দৃশ্য প্ৰত্যক্ষ কৰিছে। কিন্তু এখন আন্তৰ্জাতিক মানদণ্ডৰ ক্ৰিকেট খেলৰ মাজতে খেলপথাৰত কুকুৰ বা মেকুৰী নহয়, এটা সাপ প্ৰৱেশৰ ঘটনাত স্তম্ভিত সকলো।
Snake 🐍 in the House #INDvsSA pic.twitter.com/CllrcwSfcJ
— Ashwani JP Singh (@ashwanijpsingh) October 2, 2022
ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামতে বৰষুণ বিঘ্নিত এখন খেলত মোবাইল ফ্লাচ জ্বলাই, ইষ্ট্ৰীৰে পিটছ শুকোৱাবলৈ কৰা চেষ্টাৰ দৃশ্যই ক্ৰিকেট মহলত সৃষ্টি কৰা কৌতুকৰ কথা সকলোৰে নিশ্চয় মনত আছে।
এখন আন্তৰ্জাতিক মেচ অনুষ্ঠিত কৰাৰ খেলত যিধৰণৰ পানী নসৰকা প্ৰস্তুতিৰ প্ৰয়োজন সেয়া সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকলেহে নিশ্চিত কৰিব পাৰে। অসম ক্ৰিকেট সন্থাকলৈ সেয়া কেতিয়া আশা কৰিব পৰা যাব সেই প্ৰশ্ন এতিয়া ক্ৰীড়াপ্ৰেমী সকলৰ মুখে মুখে। নহ’লে বাৰেপতি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাৰ ৰেকৰ্ড গঢ়িব লাগিব।
Floodlight has stopped play ! pic.twitter.com/0Pzb4TvtDp
— Pawan Patil (@PAWANPATIL017) October 2, 2022
যি কি নহওক, দেওবাৰে বৰ্ষাপাৰাৰ এই সকলো লজ্জাৰ সাক্ষী হোৱা দৰ্শকে অৱশেষত ‘কিলাৰ’ৰ ৰূপত ‘মিলাৰ’ৰ ধুমুহাৰ সাক্ষী হৈ অভিভূত হৈ পৰে। সকলোৱে ডেভিদ মিলাৰৰ চকুত লগা সুন্দৰ ইনিংছটো উপভোগ কৰিলে। মিলাৰে ধুমুহাৰ গতিত বেটিং কৰি নিজৰ দলটোক প্ৰায় বিজয়ৰ ওচৰলৈ লৈ গৈছিল।
অলপৰ বাবে মিলাৰ লক্ষ্য অতিক্ৰমত ব্যৰ্থ হ’ল। মিলাৰে ৪৭ টা বলত ১০৬ ৰাণ কৰি অপৰাজিত থাকে। তেওঁ ইনিংছত ৮ টা চাৰি আৰু ৭ টা ছয় মাৰে। ষ্ট্ৰাইক ৰেট ২২৫.৫৩। ডি ককে ৪৮ টা বলত ৬৯ ৰাণ কৰি অপৰাজিত থাকে। অৱশ্যে ইমান যুঁজৰ পিছতো দক্ষিণ আফ্ৰিকাই খেলখন ১৬ ৰাণত হাৰিল।
Recent News
ধিক্ মানৱতা! নিজ পিতৃ-খুৰাকৰ ধৰ্ষণৰ বলি দুই কিশোৰী ভগ্নী; উদ্ধাৰৰ পিছতে পোহৰলৈ ঘৃণনীয় কাণ্ড
মৰক্কোৰ বিপক্ষে পৰাজয়ৰ পিছতে ব্ৰাছেলছৰ ৰাজপথত হিংসাত্মক কাণ্ড: সংঘৰ্ষত জড়িত কেইবাগৰাকীকো আটক
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দেশত কৰোণা মহামাৰীয়ে বিভিষিকাৰ সৃষ্টি কৰাৰ সময়তে Black fungus( কলা বেক্টেৰীয়া)ই আতংকৰ সৃষ্টি কৰিছে।দেশত কৰোণা মহামাৰী প্ৰতিদিনে বাঢ়ি থকা সময়তে এই বেমাৰে নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে। এই বেমাৰ প্ৰতিদিনে বাঢ়ি গৈ আছে । মহাৰাষ্ট্ৰ , মধ্যপ্ৰদেশ, গুজৰাট,দিল্লীৰ পিছত এতিয়া উত্তৰ প্ৰদেশ , অসম লগতে বাকী প্ৰদেশ সমূহতো বিয়পি আছে...
এতিয়া আহক আমি জানো এই black fungus আচলতে কি?
আচলতে Black fungus বেক্টেৰীয়াৰ সংক্ৰামণ। বিশেষজ্ঞ সকলৰ মতে এইবিধ পৰিৱেশত প্ৰাকৃতিকভাৱে থকা মুকৰ্মইকোচিছ নামৰ ভেকুৰৰ এটা গোটৰ পৰা এই ৰোগ হয় । এই ৰোগ ইমান ভয়ংঙ্কৰ নহয় যদিও শৰীৰৰ ইমুউনিটি চিষ্টেম দূৰ্বল থাকিলে ভয়ঙ্কৰ ৰূপ লব পাৰে , যাৰে বাবে ৰোগীৰ মৃত্যু হ'ব পাৰে । মধুমেহ (ডায়েবেটিচ) ৰোগী সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে ।
এই ৰোগ ছাল , চকু,নাক আদিত প্ৰথমে প্ৰভাৱিত কৰে । তাৰ পিছত নাকৰ জড়িয়তে ভিতৰলৈ গৈ হাঁওফাঁও আৰু মগজুক প্ৰভাৱিত কৰে। যাৰ ফলত মানুহৰ মৃত্যু হয় । চিকিৎসক সকলৰ মতে এই বেক্টেৰীয়াৰ সংক্ৰামণ মানুহৰ মগজুত গৈ পালে তাৰ কোনো চিকিৎসা নাই ।
ইয়াৰ লক্ষণ সমূহ-
এতিয়ালৈকে এই ৰোগৰ লক্ষণ সমূহ হল - মূৰৰ বিষ, চকু ৰঙা পৰা, চকুৰ পৰা পানী ওলোৱা, চকুৰ লৰচৰ কমি যোৱা,নাক বন্ধ হে থকা, গাল আৰু মুখত দাগ আৰু ফুলি উঠা,নাকত কলা চামনি পৰা, চকুৰ বিষ , জ্বৰ আদি । বিশেষজ্ঞ সকলৰ মতে এই ৰোগ নাকৰ পৰা আৰম্ভ হয় । নাকৰ পৰা আৰম্ভ হৈ হাঁওফাঁও আৰু মগজুলৈকে যায় ।
Black fungus ৰ প্ৰতিকাৰ - এই ৰোগবিধ প্ৰথমেই ধৰিব পাৰিলে ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ , গতিকে ওপৰৰ লক্ষণ সমূহ লক্ষ্য কৰিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যোৱা প্ৰয়োজন। লগতে নাক মুখে গৰম ভাপ লোৱা, নিমখ পানীৰে কুলি কৰা, নাকেৰে টানি থকা , লগতে নিজৰ ইমুনিটি চিষ্টেম শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ।
প্রবন্ধ
Get link
Facebook
Twitter
Pinterest
Email
Other Apps
Comments
Post a Comment
Popular posts from this blog
প্ৰেম(love)
- July 15, 2020
প্ৰেম(love) ----নাম শুনিলেই অন্তঃকৰণত মিঠা অনুৰণন সৃষ্টি হয়।প্ৰেমৰ বাবেই চলি আছে বিশ্ব,প্ৰেমৰ বাবেই ফুলবোৰে সৌৰভ বিয়পাইছে চৌদিশে ৷ প্ৰেম হৃদয়ৰ গোপন কোঠাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত ৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰঙ্গ ৷প্ৰেমক কোনো ভাষা বা কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়।মৌনতাইহে কব পাৰে হৃদয়ৰ কথা।দুচকুৰ নীলাভ চাৱনীয়ে প...
Read more
সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল
- March 19, 2019
বিকশিত ৰাষ্ট্ৰ বা সুস্থ জাতি গঢ়ি তুলিবলৈ প্ৰয়োজন সুস্থ, শিক্ষিত নাগৰিক৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলে আমাৰ মনলৈ আহে মাতৃৰ কথা, কাৰণ মাতৃয়েহে পাৰে শিশুক সুস্থ, শিক্ষিত আৰু বিকাশগামী নাগৰিক গঢ়ি তুলিবলৈ৷ গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ৷ প্ৰখ্যাত দাৰ্শনিক নেপোলিয়নে কৈছিল ‘ এটা সুস...
Read more
কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?
- April 02, 2021
সামাজিক মূল্যবোধৰ আধাৰত সামাজত তিনিধৰণৰ শ্ৰেণী বিভাজন আছে ৷ সেয়া হৈছে ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণী ৷ সেইদৰে সামাজিক নেতৃত্বৰ ক্ষেত্ৰতো তিনিধৰণৰ শ্ৰেণীৰ মানুহ আছে ৷ প্ৰথম শ্ৰেণীটো নেতৃত্বকাৰী , দ্বিতীয়টোয়ে অনুসৰণ কাৰী আৰু নিৰপেক্ষ ৷ প্ৰথম শ্ৰেণীটোয়ে নেতৃত্বপ্ৰদান কৰে , দ্বিতীয়টোয়ে অনুসৰণ কৰে আনটো অৰ্থা...
Politics
Sports
International
Assam
Northeast
Videos
About Us
নূপুৰ শৰ্মাক হত্যাৰ বাবে দায়িত্ব অৰ্পণ কৰা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ : দুটাকৈ দুধর্ষ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত মহম্মদ নাদিম
August 13, 2022
0
78
1 Min Read
উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী দলে জৈশ-ই-মহম্মদৰ এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে যাক নিলম্বিত বিজেপি নেতা নুপুৰ শৰ্মাক হত্যা কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিল। সূত্ৰসমূহে কৈছিল যে সন্ত্ৰাসবাদীজনক চাহাৰনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে জড়িত আছিল।
গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনক উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ কুণ্ডা কালা গাঁৱৰ বাসিন্দা মহম্মদ নাদিম (২৫) বুলি চিনাক্ত কৰা হৈছে। JEM (জৈশ-ই-মহম্মদ) আৰু TTP(তেহৰিক-ই-তালিবান) সংগঠন সন্ত্ৰাসবাদী মহম্মদ নাদিমৰ সৈতে পোনপটীয়া সম্পৰ্কত আছিল।
ADG ATS নবীন অৰোৰাৰ নেতৃত্বত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ উদ্ঘাটন কৰা হৈছিল। UP ATS-য়ে তথ্য লাভ কৰিছিল যে জৈশ-ই-মহম্মদ আৰু টিটিপি আদৰ্শৰ দ্বাৰা প্ৰভাৱিত চাহাৰনপুৰৰ এজন ব্যক্তিয়ে ফিদায়েইন আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছিল।
ইয়াৰ পিছত মহম্মদ নাদিমক চিনাক্ত কৰা হয় আৰু জেৰা কৰা হয়। প্ৰাথমিক অনুসন্ধানৰ সময়ত, তেওঁৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছিল, য’ত “বিস্ফোৰক পাঠ্যক্ৰম ফিদাই ফৰ্চ” শীৰ্ষক এটা PDF পোৱা গৈছিল।
তথ্য অনুসৰি, জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে তেওঁৰ সহ সন্ত্ৰাসবাদীৰ নামো আৰক্ষীক দিছে। তেওঁৰ পৰা দুটা চিম কাৰ্ড থকা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে IPCৰ ১২১এ/১২৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
Please follow and like us:
About Author
admin
Previous Post
‘Har Ghar Tiranga’ campaign all over India, Amit Shah and Himanta Biswa Sarma hoisted the tricolour.
Next Post
Is Eknath Shinde Planning To Build New Sena
Leave a Reply Cancel reply
Your email address will not be published. Required fields are marked *
Save my name, email, and website in this browser for the next time I comment.
Search
Search
Recent Posts
২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘লোকমন্থন: ২০২২’.
ন্যায়পালিকাৰ ওপৰত বোজা হ্ৰাস কৰাৰ বাবে অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত : ৩ লাখ সৰু অপৰাধৰ গোচৰ প্ৰত্যাহাৰ কৰা হ’ব<eot>খবৰ উদ্য়ানশস্য় পশুপালন শিক্ষা চৰকাৰী আঁচনিসমূহ স্বাস্থ্য় আৰু জীৱন সফল কাহিনী এগ্ৰিপেডিয়া কৃষি সঁজুলি অন্যান্য Magazine Subscription
অসমীয়া
English हिंदी मराठी ਪੰਜਾਬੀ മലയാളം বাংলা ಕನ್ನಡ ଓଡିଆ தமிழ் ગુજરાતી తెలుగు
কৃষি সঁজুলি অন্যান্য #FTB Magazine Subscription
#Top on Krishi Jagran
Home
খবৰ
উদ্য়ানশস্য়
পশুপালনউদ্য়ানশস্য়
শিক্ষা
চৰকাৰী আঁচনিসমূহ
স্বাস্থ্য় আৰু জীৱন
সফল কাহিনী
এগ্ৰিপেডিয়া
কৃষি সঁজুলি
অন্যান্য
Directory
Magazines
Subscribe to our Print and Digital Magazines now
Subscribe
We're on social media. Connect with us on:
More Links
About Us
Contact
#Top on Krishi Jagran