text stringlengths 0 188k |
|---|
চতুৰ্থ তাৎপৰ্য: এই শৰাইঘাটৰ যুদ্ধৰ জয়লাভে আহোম ৰজাসকলৰ মাজত নিজ সৈন্যবাহিনী আৰু সেনানায়কৰ প্ৰতি প্ৰবল আস্থাৰ জন্ম দিলে। নিজ সৈন্যবাহিনীৰ ওপৰত বৃদ্ধি পোৱা এই প্ৰবল আস্থাৰ বলতেই পৰৱৰ্তী আহোম ৰজা ৰুদ্ৰসিংহই অসমীয়া সৈন্য আৰু ওচৰ-চুবুৰীয়া ৰজাসকলৰ সহায়ত সমগ্ৰ উত্তৰ-পূব ভাৰতত মোগলৰ প্ৰতিপত্তি অন্ত পেলাবৰ বাবে এক বৃহৎ আঁচ... |
দুৰ্ভাগ্যবশতঃ তেওঁৰ আকস্মিক মৃত্যুয়ে এই আঁচনিক পৰিত্যক্ত কৰে। যি নহওক, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ এই উচ্চাকাংঙ্খী আঁচনিৰ অন্তৰালত শৰাইঘাটৰ যুদ্ধৰ জয়লাভ এক প্ৰেৰণা আছিল বুলি নিশ্চিতভাৱে মন্তব্য কৰিব পাৰি। |
পঞ্চম তাৎপৰ্য: শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয় সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ বাবেও পৰোক্ষভাৱে গুৰুত্বপূৰ্ণ আছিল। প্ৰকৃততে, মোগল সম্ৰাটসকলৰ অসম তথা উত্তৰ-পূব ভাৰত জয় কৰাৰ মূল লক্ষ্য আছিল ব্ৰহ্মদেশকে আদি কৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত মোগলৰ আধিপত্যতা প্ৰতিষ্ঠা কৰা। কিন্তু শৰাইঘাটৰ যুদ্ধত হোৱা তেওঁলোকৰ বিপৰ্যয়ে তেওঁলোকৰ এই নীত... |
মোগলৰ এই দক্ষিণ-পূব এছিয়াৰ বিজয়ৰ নীতিক ইতিহাসবিদ S.K. চেটাৰ্জীয়ে সঠিকভাৱেই মন্তব্য কৰিছে এনেদৰে যে “Assamese kings stopped the Muslim flood from penetrating into Burma and beyond. A land root for aggressive advance was denied to the India Muslims by the Ahoms of Assam. Otherwise, the history of Burma, Siam and Indo-... |
ষষ্ঠ তথা অন্তিম তাৎপৰ্য: এই শৰাইঘাটৰ যুদ্ধৰ বাবেই আমি লাচিত বৰফুকনৰ দৰে এজন বিশ্বস্ব, বীৰ অসমীয়া সেনানায়ক পালোঁ। যি নিজ দেশ ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি প্ৰতি অসমীয়াৰ শিৰত বিজয়ৰ মুকুট আঁৰি দি যুগ যুগান্তৰলৈ জাতিটোক মূৰ দাঙি থিয় হোৱাৰ পাঠ পঢ়াই গ’ল। |
শৰাইঘাটৰ যুদ্ধত জয়লাভ অসমৰ ইতিহাসৰ এক গৌৰৱউজ্জ্বল অধ্যায়। এই যুদ্ধই এহাতেদি যেনেকৈ অসমীয়াৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰিলে আৰু অন্যহাতেদি মহাপৰাক্ৰমী মোগল শক্তিক এক প্ৰচণ্ড আঘাত হানিলে। |
অসমবাসীৰ বাবে শৰাইঘাটৰ যুদ্ধ তথা লাচিত বৰফুকন এক চিৰসেউজ স্মৰণ হৈ ৰ’ব। |
আনকি আমি অসমবাসীয়ে আজিও সুবিচাৰ সংগ্ৰাম বুলিলে শৰাইঘাটৰ যুদ্ধক আৰু প্ৰকৃত দেশপ্ৰেমী নেতা বুলিলে কিংবদন্তি চৰিত্ৰ লাচিত বৰফুকনৰ কথা সাদৰেৰে স্মৰণ কৰোঁ। |
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০) |
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary) |
Share this: |
Twitter |
Facebook |
LinkedIn |
WhatsApp |
Pinterest |
Print |
Email |
Like this: |
Like Loading... |
Admin |
Related Posts |
Politics |
বুৰঞ্জীবোধ |
by Admin |
December 1, 2022 |
0 |
বুৰঞ্জীবোধ • পদ্মনাথ গোহাঞিবৰুৱা (অসম বুৰঞ্জীমূলক পাঠমালা) আদিছোৱা ১। পাঠ। ... |
Read more |
অসমৰ বুৰঞ্জী |
December 1, 2022 |
Making a mockery of the Constitution Day |
November 26, 2022 |
Pushing forward: Protesting women’s rights abuses in Iran |
November 25, 2022 |
Netflix biodrama draws attention to real-life refugee-turned-Olympian |
November 25, 2022 |
লাচিত বৰফুকন |
November 24, 2022 |
Trending |
Comments |
Latest |
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত |
November 24, 2022 |
Emergence Of The KNF In Chittagong Hill Tracts |
June 4, 2022 |
লাচিত বৰফুকন |
November 24, 2022 |
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !! |
December 5, 2021 |
The Chainsmokers Actually Make a Great Nickelback Cover Band |
0 |
Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official |
0 |
মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা |
0 |
Loan Waivers : LOOKING BACK@ 2015 |
0 |
When will we stop making Demigods out of normal people? |
December 1, 2022 |
The Islamic Republic of Iran tortured to death another athlete! |
December 1, 2022 |
অসম দিৱসৰ চিন্তাঃ গণৰাজ্য দিবসৰ কুছকাৱাজত আক্ৰমণকাৰী চুকাফা ?? |
December 1, 2022 |
বুৰঞ্জীবোধ |
December 1, 2022 |
Popular Stories |
লাচিত বৰফুকন |
599 shares |
Share 240 Tweet 150 |
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত |
879 shares |
Share 352 Tweet 220 |
“লাইলিট্ বুৰঞ্জী”ত লাচিত বৰফুকন |
112 shares |
Share 45 Tweet 28 |
Emergence Of The KNF In Chittagong Hill Tracts |
771 shares |
Share 308 Tweet 193 |
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী |
141 shares |
Share 56 Tweet 35 |
মাজুলী আৰু ৰাস |
85 shares |
Share 34 Tweet 21 |
AGCL: Historic Era In The History Of The Most Profitable PSU Under Govt Of Assam |
180 shares |
Share 29 Tweet 18 |
লাচিত বৰফুকন বৰসেনাপতি |
82 shares |
Share 33 Tweet 21 |
Dholera: Modi’s Dream Project turns lifeless and barren! |
168 shares |
Share 67 Tweet 42 |
অসমৰ বুৰঞ্জী |
215 shares |
Share 86 Tweet 54 |
Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world. |
Category |
Category Select Category Adventure (11) Afghanistan (36) Agriculture (14) Bhupen Hazarika (5) Bishnu Rabha (10) Book (29) Business (56) Celebrity (11) Cinema (9) Climate Change (100) Cultural (52) Culture (19) Dance (2) Drama (9) Economy (76) Entertainment (20) Environment (103) Fashion (5) Finance (32) Folk (7) food (... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.