text
stringlengths
0
188k
W7S News July 15, 2022 ভাৰত,
W7s news গুৱাহাটী :- এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ ৬৪ সংখ্যক বাৰ্ষিক আৰু ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনখনি ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ পশ্চিমবঙ্গৰ নিউ জলপাইগুড়িত অনুষ্ঠিত হয় । ১৩ জুলাইত ইউনিয়নৰ পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিউ জলপাইগুড়ি শাখাৰ সভাপতি উত্তম দস্তিদাৰে আৰু বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক আশীষ...
Tags # ভাৰত
Share This
About W7S News
ভাৰত
By W7S News at July 15, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: ভাৰত
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ভাৰতবৰ্ষত প্ৰতি এঘণ্ট...
তেখেতৰ “ভাৰত যাত্ৰা“ৰ অংশৰূপে শান্তিৰ নোবেল বঁটা বিজয়ী ব্যক্তি গৰাকী উত্তৰ পূৰ্বাঞ্চললৈ আহিছে৷ গুৱাহাটীত তেখেতে প্ৰথমদিনৰ ব্যস্ততাৰ অন্তত গধূলি আমাৰ সৈতে কথা পাতিছিল অকণমান সময়ৰ বাবে৷ তেখেতে তেখেতৰ যাত্ৰাৰ উদ্দেশ্য সম্বন্ধে পোনতে ব্যাখ্যা কৰিছিল৷ তাৰ পিছত উত্তৰ দিছিল প্ৰায় ছয়টা প্ৰশ্নৰ৷
প্ৰসংগক্ৰমে নোবেল বঁটা প্ৰাপক গৰাকীয়ে কৈছিল যে আজিৰ ভাৰতবৰ্ষত প্ৰতি দুঘণ্টাত দুগৰাকী শিশু যৌন আতিশয্যৰ বলি হয়৷ মৃত্যু হয় ভগৱানৰ৷ মানৱীয়তাৰ৷ প্ৰতি এঘণ্টাত আঠ গৰাকী শিশু হেৰাই যায়৷ আমি মাত নামাতো৷ মিঠাইৰ দোকানত ভীৰ নকমে৷
কিছুদিন পূৰ্বে মুম্বাইত এটি ১৩বছৰীয়া লৰাই আত্মহত্যা কৰিলে৷ মাক দেউতাক, দুয়ো ভাৰতীয় প্ৰশাসনিক বিষয়া৷ তদন্তত ওলাল বিগত কেইবাবছৰ চাৰিজনকৈ অমানুহে ল’ৰাটোক শোষণ কৰি আহিছিল৷ তাৰ উশাহ বন্ধ হৈ আহিছিল৷ কাকো ক’ব পৰা নাছিল৷ কোনেও তাৰ দুখ বুজা নাছিল৷ শেষত সি সকলোৰে পৰাই আঁতৰি গল৷
আমি সিহঁতৰ মনৰ খবৰ লব লাগে৷ সাহস দিব লাগে, বন্ধু হব লাগে৷ অথচ বহুতে লুকুৱাই থয়৷ লাজত৷ ভয়ত৷ বদনাম হব৷ বহুসময়ত আমাৰ শিশু নিজ মানুহৰ দ্বাৰাও আক্ৰান্ত হয়৷ অপ্ৰিয় সত্য৷
শ্ৰী সত্যাৰ্থীয়ে কৈছিল, মই ঘৰে ঘৰে যাম৷ সকলোকে কম৷ আহক৷ মাত দিয়ক৷ এনে কামৰ বিৰুদ্ধে৷ তেখেতে সমাজৰ ধৰ্মগুৰু সকলক আবেদন জনাইছে, মাত দিয়ক, সকলোকে এই বাৰ্তা দিয়ক৷ তেখেতে লগ কৰিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীক৷ তেওঁলোকে এনে সজ কামত সমৰ্থন জনাইছে৷ নোৱেল বঁটা বিজয়ী গৰাকীৰ মতে ভাৰতবৰ্ষ তেতিয়া শক্তিশালী হব, যেতিয়া আমাৰ শ...
শ্ৰী সত্যাৰ্থীয়ে কৈছিল, বিশ্বত আমি সোতৰজন জীয়াই আছো; শান্তিৰ নোবেল বঁটা বিজয়ী৷ সকলোৱে ভাবিছিল মই নোবেল বঁটা পালো যেতিয়া আৰু কাম শেষ৷ মিটিং কৰি ফুৰিম৷ কিন্তু মোৰ দেশৰ শিশুৱে মোক আকৌ মাতিলে৷ আমাৰ সোতৰজনীয়া পৰিয়ালটিৰ বিভিন্নজনে মোক ফোন কৰি সোধে, what happend to you kailyash? Is everything ok? Have you become crazy…! কিন্ত...
সন্ধিয়া ওভতাৰ সময়ত তেওঁ আমাক শপত বাক্য পাঠ কৰোৱাইছিল৷ লিখিছোঁ, আপুনিও শপত লব পাৰে৷ –
“মই শ্ৰী……………..শপত খাই কওঁ যে মই শিশুৰ বিৰুদ্ধে হোৱা যিকোনো প্ৰকাৰৰ যৌন আতিশয্য বা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিম৷ শিশুক ধৰ্ষণ, শোষণ বা শিশু সৰবৰাহৰ বিৰোধ কৰিম৷ তেনে কোনো কাম দৃষ্টিগোচৰ হলে কৰ্তৃপক্ষক অৱগত কৰিম৷ মই মোৰ অসমখনক সুৰক্ষিত কৰাৰ শপত ললো৷ মই মোৰ ভাৰতবৰ্ষক সুৰক্ষিত কৰাৰ শপত ললো৷“
আমি ভগৱানৰ মৃত্যুক সহজে লম জানো!
← সমান্তৰাল- অমিতাভ মহন্ত
মোহিনী বালা ৰাভাৰ সান্নিধ্যত- দেৱব্ৰত বৰা →
You May Also Like
ছিক্কিটেক্স আৰু ই-নৰ্থ ইষ্ট বঁটা বিতৰণী অনুষ্ঠানৰ অভিজ্ঞতা আৰু অনুভৱ (উদ্দীপ তালুকদাৰ )
December 14, 2012 March 10, 2021 0
চৰৈৱেতি..ঘৰচিৰিকা..মৌসৰা..অলকেশ – ড. লোচন শইকীয়া
July 14, 2015 March 10, 2021 0
বিভ্ৰান্তি – দিগন্ত বৰা
July 17, 2020 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.