text
stringlengths
0
188k
হিতেন শৰ্ম্মাৰ দিনলিপি-৮ (দ্বিতীয় অধ্যায়) : ধ্ৰুৱজ্যোতি শৰ্মা
July 14, 2013 0
বৃন্দাবনৰ প্ৰেম (১০) – কংস বধ- প্ৰতিম প্ৰতাপ বৰুৱা
August 14, 2012 0
বেবেৰিবাং (২): ৰুদ্ৰ নাৰায়ণ বৰকাকতি
June 14, 2013 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে জনাইছে যে অসমৰ ২৪খন জিলাৰ ৬,৮৮১ টা এলেকাত ভূ-গৰ্ভৰ পানীত আৰ্ছেনিক পোৱা গৈছে।
আনহাতে ১৩খন জিলাৰ ৮৩০ টা এলেকাত ফ্লৰাইড পোৱা গৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
দৈমাৰীয়ে আৰু জনাইছে যে চৰকাৰে ২২৭টা আৰ্ছেনিকমুক্ত আৰু ৪০টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে।
তেওঁ আৰু কৈছে যে ৰাজ্যখনত আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰোৱাৰ বাবে ১২২টা আঁচনিত অনুমোদন জনাইছে। কিন্তু আৱশ্যকীয় ভূমিৰ অভাৱত এই আঁচনিসমূহ ৰূপায়িত কৰিব পৰা নাই বুলিও মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সকলো বিধায়ককেই এই আঁচনিৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তেওঁ কয় যে এতিয়া অসমত শান্তি আহিছে আৰু ভয় তথা সন্ত্ৰাসৰ পৰিৱেশ ক্ৰমান্বয়ে সমাপ্ত হৈছে। এনে পৰিস্থিতিত তেওঁ যুৱক-যুৱতীসকলক পুনৰ তেজৰ ফাকু খেলাৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে।
লগতে তেওঁ আলফাৰ সেনাধ্যক্ষক যুৱকসকলক ইয়াত অন্তৰ্ভুক্ত নকৰি, আনকি কোনো যুৱক-যুৱতী আলফালৈ গ’লেও ঘূৰাই পঠাবলৈ আহ্বান জনায়।
আনহাতে আলফা (স্বাধীন) লৈ যুৱক-যুৱতীৰ গমন সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
ডঃ শইকীয়াই কয় যে বিগত সময়চোৱাত পঞ্চাশ জনতকৈ অধিক যুৱক-যুৱতী তথা বিবাহিত লোকে আলফাত যোগদান কৰি অসম এৰা খবৰে তেওঁক উদ্বিগ্ন কৰি তুলিছে।
তেঁও নৱপ্ৰজন্মক আলফাৰ দৰে সংগঠনত যোগদান কৰাৰ বিপৰীতে সৃষ্টিশীল কৰ্মৰ লগতে কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ আদিত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
সন্ত্ৰাসবাদ কেতিয়াও দেশ নিৰ্মাণৰ সুপথ হব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ লগতে অসম চৰকাৰকো তীক্ষ্ণ সমালোচনা কৰে। ডঃ শইকীয়াই কয় যে অসম চৰকাৰে যুৱক-যুৱতী সকলক যি ধৰণেৰে বিভিন্ন প্ৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা নকৰাৰ লগতে এনেধৰণৰ বিদ্রোহী সংগঠনত যোগদান কৰাত বাধা আৰোপ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।
আনহে নালাগে চৰকাৰে কোনো ধৰণৰ সজাগতামূলক ব্যৱস্থাও গ্ৰহণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন অবিভাৱকক অধিক সতৰ্কতা অৱলম্বন কৰি নিজ নিজ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।
আনহাতে এই সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে নিবনুৱা সমস্যাৰ বাবে মানুহ বিচলিত হৈ উগ্ৰপন্থী হৈ পৰিছে।
চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে চৰকাৰ কেৱল মন্দিৰ-মছজিদৰ যুদ্ধৰ ব্যৱস্থাত আছে। যুৱকসকল এতিয়া হতাশ। সেইকাৰণে তেওঁলোকক পথভ্ৰষ্ট হ’বলৈ আৰু ভুল পথত খোজ কাঢ়িবলৈ বাধ্য কৰা হৈছে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১,১২,৩৫,১২৯ গৰাকী পুৰুষ; ১,০৭,৫৫,৪৯২ গৰাকী মহিলা আৰু ৪৯১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।
চূড়ান্ত তথ্য অনুসৰি, তেজপুৰ লোকসভা সমষ্টিত ১৪,৯৪,৮৭৮ গৰাকী, কলিয়াবৰত ১৭,৩১,৬১০ গৰাকী, যোৰহাটত ১৩,৬০,৩২৮ গৰাকী, ডিব্ৰুগড়ত ১৩,১২,১৯৬ গৰাকী, লখিমপুৰত ১৭,০৪,৪৪৭ গৰাকী, কৰিমগঞ্জত ১৩,৩৮,০০৫ গৰাকী, শিলচৰত ১১,৯১,২৮৯ গৰাকী ভোটাৰ আছে।
সেইদৰে, স্বায়ত্ত শাসিত জিলা (ডিফু)ত ৭,৯৫,০৮৫ গৰাকী, মঙলদৈত ১৭,৯৫,৫২৯ গৰাকী, নগাঁৱত ১৭,৯০,৬৮৪ গৰাকী, ধুবুৰীত ১৮,৫৬,১৬৮ গৰাকী, কোকৰাঝাৰত ১৭,৬৫,৪২৩ গৰাকী, বৰপেটাত ১৬,৭৬,৮৫৪ গৰাকী আৰু গুৱাহাটীত ২১,৭৮,৬১৭ গৰাকী ভোটাৰ আছে।
আয়োগে জানিবলৈ দিয়া মতে, সংক্ষিপ্ত সংশোধনীৰ সময়তকৈ ২,৩০,৫০৮ গৰাকী ভোটাৰ বৃদ্ধি পাইছে। আনহাতে, ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ দৰে ২৮,১৪৩টাই আছে।
Tags: নিৰ্বাচন ২০১৯
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মেষ ৰাশি: নিয়মীয়া কামকাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ উত্তেজিত আৰু উদ্বিগ্ন হৈ থাকিব ৷ সৰুসুৰা কোনো সমস্যাত পৰিলে সহকৰ্মীসকলক ভৰসা কৰিব পাৰে ৷ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক ...
বৃষ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব৷ কথা কওতে সাৱধানে থাকিব ৷ শত্ৰুসকলৰপৰা সাৱধান ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: শুভ দিন ৷ ব্যায়াম কৰক ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ সময়ৰ সুব্যৱহাৰ কৰিব ৷
কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ লাভ বৃদ্ধি হ’ব ৷
সিংহ ৰাশি: সাৱধানতা অৱলম্বন কৰক ৷ চাপ আৰু দুশ্চিন্তাত থাকিব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ ধন উপাৰ্জন কৰিব পাৰে ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ দিনটো আনন্দৰে কটাব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব ৷
তুলা ৰাশি: ইতিবাচক হৈ থাকক আৰু নেতিবাচক মনোভাৱ এৰাই চলক ৷ ঘৰত কোনো ধৰণৰ কাজিয়া বিবাদ সৃষ্টি হ’বলৈ নিদিব ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷
বৃশ্চিক ৰাশি: দিনটো মধ্যমীয়া ৷ সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ দিনটো পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সু-সংবাদ লাভ কৰিব পাৰে ৷ দিনটো ভালে যাব ৷ সাৱধানে থাকিব ৷ খৰচ বৃদ্ধি ৷ পঢ়ুৱৈসকলে পঢ়াশুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে ৷
ধনু ৰাশি: দুৰ্ঘটনাত পৰিব পাৰে ৷ সাৱধানে থাকক ৷ গ্ৰহ আজি অনুকূলত নাই ৷ ব্যয় বৃদ্ধি ৷ হাঁহিৰে দিনটো কটাব ৷