text
stringlengths
0
188k
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰূপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেইসময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল৷ 1988 ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাবে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে৷ সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মূলসুঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা সুবিধা লা...
অৱশ্যে 2012 লণ্ডন অলিম্পিকৰ এমাহ পাছতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল৷
দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰাণাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ৷ কৃটিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি অৰ্জন কৰিছিল৷
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে৷ লুডৱিগ গুটমেন ( Ludwig guttmann ) নামৰ চিকিৎসকজনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত 1948 চনত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল৷ ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিত...
1952 চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল৷
1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত 23খন দেশৰ প্ৰায় 400 খেলুৱৈয়ে যোগদান কৰিছিল৷ 1972 লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল৷ কিন্তু 1976 চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈসকলেও অংশগ্ৰহণৰ সুযোগ পায়৷ অৰ্থাৎ দৃষ্টিহীন, মূক বধিৰ, হাত ভৰি নথকা আদি বি...
1976 চনৰ প্ৰতিযোগিতাত 40খন দেশৰ 1600 খেলুৱৈয়ে যোগদান কৰিছিল৷
উল্লেখযোগ্য যে 2001 চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে৷ এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ানসকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব৷ প্ৰথমতে এই চুক্তি 2012 লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও...
শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্থা হৈছে international sports organization for disabled. 1964 চনত গঠিত এই সংস্থাটোৱে আছিল পেৰালিম্পিকৰ গৱাৰ্ণিং বডী৷ সেইদৰে 1982 চনত world sports organization for the disabled নামৰ আন এটা সংগঠন জন্ম হয়৷ দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়...
শাৰীৰিকভাবে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হলেও মূল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন বিশেষভাৱে সক্ষম খেলুৱৈ হল জৰ্জ এইছাৰ ( George eyser )৷ 1904 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃটিম আছিল৷
পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয়৷ ভাৰতে প্ৰথম 1968 চনৰ গেমছত অংশ লৈছিল৷ তেতিয়াৰ পৰা 2016 ৰিঅ’ পেৰালিম্পিক গেমছলৈ জয় কৰিছে 12টা পদক, ইয়াৰে চাৰিটা সোণ৷ বাকী চাৰিটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত৷
পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈজন হল মূৰলীকান্ত পেটকাৰ ( murlikant petkar )৷ 1972 চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল৷ সাঁতোৰৰ 50 মিটাৰ ফ্ৰিষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল৷ পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হল দেবেন্দ্ৰ ঝাঝাৰিয়া৷ 2004 চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভল...
2016 চনত ৰিঅ’ দি জেনেৰিঅত অনুষ্ঠিত পেৰালিম্পিকত ভাৰতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে৷ দেবেন্দ্ৰৰ লগতে মেৰিয়াপ্পান থাংগাভেলুৱে হাইজাম্পত সোণৰ পদক জয় কৰিছিল৷ আনহাতে দীপা মালিকে হুইলচেয়াৰত বহিয়েই মহিলাৰ শ্বটপুটত ৰূপ আৰু বৰুণ ভাট্টিয়ে হাইজাম্পত ব্ৰঞ্জৰ পদক হস্তগত কৰিছিল৷
*********
থোৰতে এছিয়ান গেমছ
ফিফা বিশ্বকাপ শেষ হ’ল৷ এইবাৰ সমাগত এছিয়ান গেমছ৷ জাৰ্কাটাত অহা ওঁঠৰ আগষ্টৰ পৰা দুই ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এছিয়া মহাদেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ এছিয়ান গেমছ৷ 1951 চনত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত মেগা ইভেণ্টখনৰ বয়স যিমানে বাঢ়িছে, সিমানেই আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে৷ স্বাভাৱিকতে বিশ্বকাপ ফুটবলৰ আমেজৰ পৰা মুক্ত হোৱাৰ...
এছিয়ান গেমছত সাধাৰণতে চীন আৰু জাপানে আধিপত্য বিস্তাৰ কৰি আহিলেও ভাৰত অন্যতম শক্তি হিচাপে প্ৰতিপন্ন কৰিব পাৰিছে৷ 1951 চনত অনুষ্ঠিত প্ৰথম এছিয়াডত ভাৰতে মুঠ 51টা পদকেৰে দ্বিতীয় স্থান দখল কৰিছিল৷ সেইবাৰ মুঠ পদকৰ 15টা সোণৰ, 16টা ৰূপৰ আৰু 20টা আছিল ব্ৰঞ্জৰ পদক৷ অৱশ্যে পদক জয়ৰ দিশৰ পৰা 2010 চনত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়াডত ...
বেডমিণ্টন, টেনিছ, আৰ্চাৰী, শ্বুটিং, বক্সিং আৰু ৰেষ্টলিঙত ভাৰতে পদক জয় কৰাটো নিশ্চিত৷ হকীৰ পৰাও পদক আশা কৰিব পাৰি৷
ভাৰতে শেহতীয়া চাৰিখন এছিয়াডতে পদকৰ জোলোঙা গধুৰ কৰিছিল৷ 2002 চনত ভাৰতে 11টা সোণ, 12টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 36টা পদক জয় কৰিছিল৷ সেইবাৰ সামগ্ৰিকভাবে পদক তালিকাত ভাৰতৰ স্থান আছিল সপ্তম৷ 2006 চনত দখল কৰিছিল মুঠ 53টা পদক৷ ইয়াৰে দহটা সোণ, 17টা ৰূপ আৰু 26টা ব্ৰঞ্জৰ পদক৷ উল্লেখযোগ্য যে এছিয়াডৰ ইতিহাসত ভাৰতে জয় কৰা মুঠ পদকৰ...
← অৰুণিমা সিনহা: এক সাহসী সত্তা – ৰাজশ্ৰী বৰ্মন
কেইটিমান অণু গল্প- পৰিস্মিতা বৰদলৈ →
You May Also Like
ট’কিও ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ এক চমু পৰ্য্যালোচনা
September 17, 2021 September 17, 2021 0
খেলৰ প্ৰয়োজনীয়তা – নাজিফ হাজৰিকা
August 17, 2017 0
টকিঅ’ অলিম্পিকৰ মেডেলৰ আঁৰৰ কাহিনী
August 17, 2021 August 17, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>হোজাই জিলাৰ ডবকা থানাৰ অধীনৰ দীঘলিঝাৰণি অঞ্চলত এগৰাকী যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত মূল অভিযুক্ত পাঁচজনৰ ভিতৰত তিনিজনক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
বাতৰি অনুসৰি, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত তিনিজনক ডবকাৰ লালমাটি গাঁৱৰ গোলাপ হুছেইন, ছাজিদ আহমেদ আৰু দিলোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, ঘটনাৰ সৈতে জড়িত আন দুজন মূল অভিযুক্ত আব্দুল মতিন আৰু আলম উদ্দিন এতিয়াও পলাতক হৈ আছে।
আৰক্ষীয়ে, অৱশ্যে লগতে ঘটনাৰ বলি যুৱতীগৰাকীৰ নিকট আত্মীয় ফইজল ইছলামক আটক কৰিছে। ইছলাম ধৰ্ষিতা যুৱতীগৰাকীৰ ভিনিহিয়েক।
উল্লেখযোগ্য যে এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা ভিনিহিয়েকৰ সৈতে যুৱতীগৰাকী ঘৰলৈ উভতি অহাৰ সময়তে জঘন্য ঘটনাটো সংঘটিত হৈছিল। জানিব পৰা মতে, দুয়োজনে এখন ঘন বননি পোৱাৰ সময়তে ভিনিহিয়েকে অকলে জংঘলৰ মাজত সোমাই গুচি গৈছিল।
ইয়াৰ পাছতেই পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ছোৱালীজনীক আক্ৰমণ কৰে আৰু তাইক বলপূৰ্বক জংঘলৰ মাজলৈ লৈ গৈ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাটো মোবাইলত আবদ্ধ কৰে।
তদুপৰি, প্ৰায় লগে লগেই গোটেই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
ছচিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে ঘটনাৰ বলি যুৱতীগৰাকীৰ অভিভাৱকে ঘটনাটো সম্পৰ্কে জানিব পাৰে আৰু লগে লগে যুৱতীগৰাকীৰ পিতৃয়ে যোৱা ২৩ এপ্ৰিলত ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
ইপিনে, ভিডিঅ’টো বিতংভাৱে তদন্ত কৰাৰ পাছত আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত পাঁচজন অভিযুক্তৰ আটাইকেইজনকে চিনাক্ত কৰে।
আৰক্ষীয়ে লগতে উল্লেখ কৰে যে যদিও ঘটনাটো কেই সপ্তাহমান আগতে সংঘটিত হৈছিল, ঘটনাৰ বলি যুৱতীগৰাকীয়েই হওক বা তেওঁৰ ভিনিহিয়েক কোনোৱে সিঁহতৰ পৰিয়ালৰ লোকৰ আগত এই বিষয়ে কোৱা নাছিল।
এইটোৱে গোটেই ঘটনাটোৰ সৈতে ভিনিহিয়েক ফইজল জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ