text stringlengths 0 188k |
|---|
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
যিহেতু সোণোৱাল চৰকাৰৰ আধুনীকিকৰণ আৰক্ষী বিভাগে শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ মৃত্যুৰ ৮ দিন পাৰ হৈ যোৱাৰ পিছতো কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়া আৰু পত্নী গীতাশ্ৰীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। |
আনহাতে খাৰঘৰীয়া দম্পতীৰ মৃত্যুৰ ঘটনাক লৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও প্ৰতিক্ৰিয়া জনাইছে। আৰু অভিযুক্ত পুত্ৰ-বোৱাৰীক ৮ দিনে কৰায়ত্ত কৰিব নোৱৰাত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাজ্যৰ গৃহ বিভাগক কঠোৰ সমালোচনা কৰে। |
লগতে সাধাৰণ সম্পাদক গৰাকীয়ে অভিযুক্তক সোনকালে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে। |
একেদৰে গুৱাহাটী মহানগৰীতো কমল দাস নামৰ এজন তলতীয়া কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই তেওঁৰ সন্মুখত কে’ক কাটি নিজৰ পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱাৰ পিছতো মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ হিম্মৎসিংকাৰো আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই। |
আনহাতে এই সন্দৰ্ভত তদন্তকাৰী আৰক্ষী বিষয়াক নৰ্থ ইষ্টা নাও ফালৰ পৰা সোধাত তেওঁ কয় যে, ‘তদন্ত কৰি আছো। কোনো ধৰণৰ শুং-সূত্ৰ পোৱা নাই। চাৰিওফালে আৰক্ষীয়ে তেওঁক বিচাৰি আছে। গে’ষ্ট হাউচত তেওঁ আছিল, তাতো তালাচী চলালো, নাই পোৱা।’ |
ফলত স্থানীয় ৰাইজে অসম আৰক্ষীৰ বিভাগটোৰ আধুনীকিকৰণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু ৰাজ্যখনত তোলপাৰ লগোৱা দুটাকৈ ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। |
Recent News |
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে |
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক |
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ |
হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নেটিজেনসকলে ভাবিবলৈ আৰম্ভ কৰিছে যে ধোনীয়ে ৰাজনীতিত যোগদান কৰাটো নিশ্চিত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখনত ধোনীক অমিত শ্বাহৰ সৈতে হাত মিলাই থকা দেখা গৈছে। অনুষ্ঠানটো ইণ্ডিয়া চিমেণ্টছৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপনৰ অনুষ্ঠান বুলি জানিব পৰা গৈছে। |
এই চিমেণ্ট কোম্পানীটো বিচিচিআইৰ প্ৰাক্তন সভাপতি এন শ্ৰীনিবাসনৰ মালিকানাধীন। শ্ৰীনিবাসন আই পি এলৰ ধোনীয়ে অধিনায়কত্ব কৰা চেন্নাই চুপাৰ কিংছৰো গৰাকী। ধোনী আৰু শ্বাহৰ সৈতে অনুষ্ঠানটোত উপস্থিত আছিল তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিও । |
অনুষ্ঠানটোত উপস্থিত থকাৰ উদ্দেশ্যে শ্বাহে ব্যক্তিগতভাৱে নতুন দিল্লীৰ পৰা চেন্নাইলৈ উৰা মাৰিছিল। বিজেপিৰ ৰাজ্যিক সভাপতি এল মুৰুগান আৰু বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলে তেওঁক বিমানবন্দৰতে আদৰণি জনায়। উল্লেখ্য আটাইতকৈ বেছি আইচিচি ট্ৰফী জিকাৰ অভিলেখৰ সৈতে ধোনী হৈছে ভাৰতৰ আটাইতকৈ সফল অধিনায়ক। |
উইকেটকিপাৰ বেটছমেনজনে ভাৰতক ২০১১ চনত ৫০ অভাৰৰ বিশ্বকাপ, ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপ আৰু ২০১৩ চনত ইংলেণ্ডত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত বিজয়ৰ নেতৃত্ব দিছিল। |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন। |
সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব। |
আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব। |
প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব। |
আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব। |
অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব। |
যদিহে আবেদন পত্ৰত অন্তৰ্ভূক্ত সকলোবোৰ তথ্য শুদ্ধ তেনেহ’লে, শাৰিৰীক পৰিদৰ্শনৰ বাবে তাৰিখ নিৰ্ধাৰণ হ’ব। আবেদনকাৰীয়ে পৰিদৰ্শন সম্পৰ্কে সকলো তথ্যৰ ক্ষেত্ৰত এছ.এম.এছ আৰু মেইল লাভ কৰিব। |
পৰিদৰ্শন সফলতাৰে সম্পূৰ্ণ হ’লে, আবেদনকাৰীক পশু কৰ আৰু আবেদন মাচুল পৰিশোধ কৰিবলৈ এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব। |
নথি-পত্ৰ সফলৰূপে জমা হোৱাৰ পিছত, ব্যৱসায় অনুজ্ঞাপত্ৰ (জীৱ জন্তু) নৱীকৰণৰ বাবে আবেদন ছপা হয় আৰু আবেদনকাৰীয়ে এই পত্ৰ এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰে। এই ক্ষেত্ৰত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব। |
সহায়ক নথি পত্ৰ : |
আবেদনকাৰীৰ পৰিচয় প্ৰমাপত্ৰ - (বৈধ পাচপোর্ট, পানকাৰ্ড, ভোটাৰ প্ৰমানপত্ৰ, চালকৰ প্ৰমানপত্ৰ) [বাধ্যতামূলক] |
আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাপত্ৰ - (বিদুৎ বিল, ভোটাৰ কাৰ্ড, চালকৰ প্ৰমানপত্ৰ, বৈধ পাচপোর্ট) [বাধ্যতামূলক] |
নিজস্ব আৰু ভাড়া সম্পতি বাবে - GMC ৰ সম্পতিৰ কৰ আপ-টু-ডেত ৰচিদ (বাণিজ্যিক / ব্যবসায় / উদ্যোগিক) [বাধ্যতামূলক] |
ভাড়া সম্পত্তিৰ বাবে - নোটাৰিযুক্ত প্রজাস্বত্ব চুক্তি আৰু অংশীদাৰী ব্যৱসায়ৰ বাবে - অংশীদাৰীত্ব দলিল [বাধ্যতামূলক]<eot>Sarbananda Sonowal reviews effective preparations for solar powered mega ferry Voyage Express in Gujarat | গুজৰাটত সৌৰ শক্তিচালিত বৃহৎ ফেৰী, 'ভয়েজ এক্সপ্ৰেছ'ৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা সৰ্বানন্দ স... |
অসম |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home |
» |
News |
» |
assam |
» |
Sarbananda Sonowal : গুজৰাটত সৌৰ শক্তিচালিত বৃহৎ ফেৰী 'ভয়েজ এক্সপ্ৰেছ'ৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ |
Sarbananda Sonowal : গুজৰাটত সৌৰ শক্তিচালিত বৃহৎ ফেৰী 'ভয়েজ এক্সপ্ৰেছ'ৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ |
গুজৰাটৰ ভাৱনগৰত এটা কণ্টেইনাৰ নিৰ্মাণ গোট আৰু আলং শ্বিপ ৰিচাইক্লিং য়ার্ড পৰিদৰ্শন কৰি সামগ্রিক কাম কাজৰ বুজ লয় সৰ্বানন্দ সোণোৱালে |
গুজৰাটৰ ভাৱনগৰত এটা কণ্টেইনাৰ নিৰ্মাণ গোট আৰু আলং শ্বিপ ৰিচাইক্লিং য়ার্ড পৰিদৰ্শন কৰি সামগ্রিক কাম কাজৰ বুজ লয় সৰ্বানন্দ সোণোৱালে |
News18 Assam |
Last Updated : September 13, 2022, 22:11 IST |
Share this: |
RAJU BARUAH |
সৌৰশক্তিচালিত বৃহৎ ফেৰী হিচাপে অভিহিত হোৱা ভয়েজ এক্সপ্ৰেছৰ চলিত বাণিজ্যিক পৰীক্ষণৰ পর্যালোচনা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ ঘ'ঘা টার্মিনেল পৰিদৰ্শন কৰে। ১৩৪ মিটাৰ দীঘল ফেৰীখনে ৬০০ যাত্ৰীৰ সৈতে ৫০খন ট্রাক, ২৫খন কম ওজনৰ বাণিজ্যিক ট্রাক, ৭০খন গাড়ী আৰু ৫০খ... |
সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ মাজত চলিবলগীয়া এই নতুন ফেৰী সেৱাই ভ্ৰমণৰ সময় প্রায় ৭০% হ্ৰাস কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফেৰীখনৰ সকলো সা-সুবিধা পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে ইয়াৰ কাৰ্যকৰী স্থিতিৰ সবিশেষ পর্যালোচনা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত দীনদয়াল বন্দৰ প্ৰাধিকৰণ... |
দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ মাজত আভ্যন্তৰীণ জলপথ পৰিবহণ বিকাশ কৰাৰ ফলত ভ্ৰমণৰ সুবিধা এতিয়া পথ বা ৰে'লপথৰ তুলনাত চুটি, সস্তা আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল পৰিবহণৰ মাধ্যমৰ সৈতে বহুগুণে উন্নত হৈছে, যি হৈছে সময়সাপেক্ষ আৰু ব্যয়সন্মত। |
যোৱা ৪ ছেপ্টেম্বৰৰ পৰা বাণিজ্যিক চলাচলৰ পৰীক্ষণ চলি থকা ফেৰীখনত মনোৰঞ্জন ক্ষেত্র, একাধিক কেফেটেৰিয়া আৰু সাগৰ দৰ্শনৰ বাবে আৰামদায়ক কেবিন আছে, যিয়ে যাত্রীসকলক নতুন অভিজ্ঞতা প্ৰদান কৰিব। অতি শীঘ্ৰে ইয়াৰ নিয়মীয়া চলাচল আৰম্ভ হ'ব। |
আজিৰ ভ্ৰমণ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণ, উদ্যোগ আৰু বাণিজ্যৰ সৰ্বাধিক লাভালাভৰ বাবে উপকূলীয় জলপথ আৰু আভ্যন্তৰীণ জলপথৰ সদ্ব্যৱহাৰৰ কাম কৰি আছে। মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি, উপকূলীয় পৰিবহণ অনুকূল কৰ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.