text stringlengths 0 188k |
|---|
এই ৰ' ৰ' পেক্স ব্যৱস্থাই ব্যয়সাপেক্ষ, পাৰিপাৰ্শ্বিকভাৱে অনুকূল আৰু দক্ষ সেৱা আগবঢ়াই যাত্ৰী আৰু কাৰ্গ'ৰ পৰিবহণ উন্নত কৰাত সহায় কৰিছে। এই নতুন পদক্ষেপৰ জৰিয়তে ঘ'ঘা আৰু হাজিৰাৰ জনসাধাৰণ যথেষ্ট উপকৃত হ'ব। আমাৰ চৰকাৰে শীঘ্ৰে মূলদ্বাৰকা আৰু পিপাভাৰ মাজত একেধৰণৰ সেৱা আৰম্ভ কৰাৰ বাবে কাম কৰি আছে।" |
লগতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশখনে 'আত্মনিৰ্ভৰ' হোৱাৰ লক্ষ্য প্রাপ্ত কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এয়া অতি গৌৰৱৰ বিষয় যে, মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ দেশখন বিশ্বৰ পঞ্চম বৃহত্তম অর্থনৈতিক শক্তিধৰ দেশ হিচাপে পৰিগণিত হৈছে। দেশবাসী... |
"ভাৰতে কণ্টেইনাৰ উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ পথত দৃঢ়ভাৱে আগবাঢ়িছে, যি আমাৰ লজিষ্টিক খণ্ডক যথেষ্ট সমৃদ্ধ কৰিব।"- গুজৰাটৰ ভাৱনগৰত এটা কণ্টেইনাৰ নিৰ্মাণ গোট পৰিদৰ্শন কৰি সৰ্বানন্দ সোণোৱালে এইদৰে উল্লেখ কৰে।তদুপৰি, সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ আলংশ্বিপ ৰিচাইক্লিং য়ার্ডো পৰিদৰ্শন কৰি সামগ্রিক কাম-কাজৰ বুজ লয়। |
Published by:Gautam Barman |
First published: September 13, 2022, 22:11 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
GujratSarbananda Sonowal |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
কমলাৰ বাকলিৰ ফেচপেক ! এই ফলৰ বাকলিয়ে ছালৰ যত্নৰ ক্ষেত্ৰত বিখ্যাত ব্ৰেণ্ডবোৰকো পৰাজিত কৰিব ... |
Silchar Cabinet Meeting : শিলচৰৰ কেবিনেট বৈঠকৰ আগদিনা হাইলাকান্দি ভ্ৰমণত ৫ মন্ত্ৰী |
EPFO News: ইপিএফ সদস্যসকলৰ পেঞ্চন বৃদ্ধি পাইছে নেকি ? মোডী চৰকাৰৰ বিবৃতিত কি আছে ... |
Jorhat Police : যোৰহাটৰ গুলীচালনা কাণ্ডৰ ডকাইতক কৰায়ত্ত কৰা যুৱক বিতোপন বৰাক পুৰস্কৃত কৰিলে আৰক্ষীয়ে |
আলিয়া ভাটে জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটক এনেকৈ জনালে জন্মদিনৰ প্ৰীতিভৰা শুভেচ্ছা |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
জানিব পৰা মতে, ধৃত দুই সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি অঞ্চলকেইটাত চলাই আহিছিল মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা। ইফালে সৰবৰাহকাৰী দুয়োটাৰ বিৰুদ্ধে আৰক্ষীয়ে NDPS আইনৰ অধীনত ৰুজো কৰিছে এক গোচৰ। লগতে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় বিভিন্ন তথ্য পোহৰলৈ... |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰে সংযোজন ঘটাৰ সম্ভাৱনা আছে এশখন ইলেকট্ৰিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাঙ্গেৰীৰ চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যত ইলেকট্ৰিক বাছ চলোৱাৰ আৰ্হিৰ বাব... |
ছত্তীশগড়ৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা, ৰেড এলাৰ্ট জাৰি |
13-Aug-19 @ 14:10 |
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ২৫ৰ পৰা ৭৫ শতাংশ অংশত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আন দুখনমান স্থানতো অতিমাত্ৰা বৰষুণৰ সম্ভাৱনাই অধিক। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। ১৪ আগষ্টতো কেইবাটাও স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা।... |
লাডাখৰ সীমান্তত পাকিস্তানী সেনাৰ কুছকাৱাজ হঠাৎ আৰম্ভ। সষ্টম ভাৰতীয় সেনা |
13-Aug-19 @ 13:39 |
প্ৰচণ্ড বৰষুণৰ ফলত পাকিস্তানত ধ্বংসলীলা, ১৬০তকৈও অধিক লোকৰ মৃত্যু |
13-Aug-19 @ 13:12 |
ভাৰতৰ লগতে চুবুৰীয়া দেশ পাকিস্তানটো বানপানীৰ যথেষ্ট প্ৰভাৱ পৰিছে। জুলাইৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ পাকিস্তানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুঠ ১৬১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩৭ গৰাকী লোক আহত হয়। দেওবাৰে পাকিস্তানৰ দক্ষিণ সিন্ধ প্ৰান্তৰ কৰাচীত... |
অসম NRC সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে কেন্দ্ৰ চৰকাৰৰ দাবী |
13-Aug-19 @ 12:26 |
উচ্চতম ন্যায়ালয়ে NRC সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ দাবী নাকচ কৰিলে। উচ্চতম ন্যায়ালয়ে ক’লে যে NRCৰ তথ্যত আধাৰৰ দৰে গোপনীয়তা বজাই ৰখা হ’ব আৰু ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRC সন্দৰ্ভত কেন্দ্ৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলেকেন্দ্ৰই পুনৰ... |
অসমৰ চাহে পুনৰ গঢ়িলে অভিলেখ, ৭৫ হাজাৰ টকাত বিক্ৰী এক কেজি চাহ |
13-Aug-19 @ 11:46 |
বিশ্ৱজুৰি অসমৰ চাহৰ অভিলেখ। এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰিছে অসমৰ চাহে। মনোহৰী আৰু মাইজানৰ পিছত এইবাৰ ডিকম চাহ বাগিচা। এক কিলোগ্ৰাম ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত। এই চাহ বিশ্ৱৰ ভিতৰত আটাইতকৈ দামী...<eot>পাল বংশৰ শাসনকালত প্ৰাচীন বেঙ্গল আৰু মগধত বহুসংখ্যক বৌদ্ধ মঠ থন ধৰি উঠিছিল। তিব্বতীয় উৎসৰ পৰা ... |
নালন্দা বিশ্ববিদ্যালয়ৰ শৌৰ্য্য বীৰ্য্য হ্ৰাস হৈ অহাৰ সময়তেই ওদন্তপুৰী বা ওদন্তপুৰাত গোপাল বা লোকপাল নামৰ এজন ৰজাই এটা বিহাৰ নিৰ্মাণ কৰিছিল। এইজন ৰজা গোপাল আনুমানিক ৭৩০ খ্ৰীষ্টাব্দত বেঙ্গলৰ সিংহাসনত বহিছিল। নালন্দাৰ পাছতেই এই ওদন্তপুৰী বিহাৰক আটাইতকৈ প্ৰাচীন বুলি ধৰা হয়। এই বিহাৰেটা সম্ভৱতঃ বৰ্তমান বিহাৰৰ পাটনাত স্থাপন ... |
কথিত আছে যে ওদন্তপুৰীৰ মঠটো সোণেৰে নিৰ্মিত আছিল আৰু ইয়াৰ বিষয়ে এটা পৰম্পৰাগত কাহিনী আছে। |
কাহিনীটো এনেধৰণৰঃ (এই কাহিনীটো দেৱী প্ৰসাদ চট্টোপাধ্যায় সম্পাদিত লামা চিম্পা আৰু অলকা চট্টোপাধ্যায়ৰ দ্বাৰা তিব্বতী ভাষাৰ পৰা অনুদিত Taranath’s History of Buddhism in India আৰু দীপক কুমাৰ বৰুৱাৰ Viharas in Ancient India ৰ পৰা লোৱা হৈছে।) |
গোপাল (আনুমানিক শাসনকাল ৭৫০-৭৭০ খ্ৰীষ্টাব্দ) আৰু দেৱপালৰ (আনুমানিক শাসনকাল ৮১০-৮৫০ খ্ৰীষ্টাব্দ) ৰাজত্বৰ মাজৰ সময়চোৱাত ওদন্তপুৰী মহাবিহাৰৰ নিৰ্মাণ হৈছিল। মগধত নাৰদ নামৰ এজন অতি সৎ চৰিত্ৰৰ আলৌকিক শক্তিৰ অধিকাৰী তীৰ্থিক যোগী আছিল। তেওঁ এবাৰ শৱ-সাধনা কৰিব বিচাৰিছিল আৰু তাৰবাবে তেওঁক এজন শাৰীৰিকভাবে শক্তিশালী, নিৰোগী, ন-বিধ... |
উপাসকে উত্তৰ দিলে, ‘তেন্তে মই মোৰ গুৰুৰ অনুমতি ল’ব লাগিব।’ |
উপাসক তেওঁৰ গুৰুৰ কাষলৈ গ’ল আৰু তেওঁৰ অনুমতি অনুসাৰে নাৰদৰ সহকাৰী ৰূপে কাম কৰিবলৈ মান্তি হ’ল। শৱ-সাধনা অনুষ্ঠানৰ অন্তিম পৰ্য্যায় প্ৰাপ্তি কালত নাৰদে উপাসকক ক’লে, ‘এতিয়া মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলাব, এনে অৱস্থাত প্ৰথমবাৰতেই যদি জিভাখন থাপ মাৰি ধৰিব পাৰা, তেন্তে তুমি মহাসিদ্ধি লাভ কৰিবা। যদি দ্বিতীয়বাৰত থাপ মাৰি ধৰিব পা... |
উপাসকজনে প্ৰথম আৰু দ্বিতীয়বাৰত জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নহ’ল। সেইবাবে তেওঁ মৃতদেহটোৰ মুখৰ ওচৰতে নিজৰ মুখখন ৰাখি বহি পৰিল যাতে জিভাখন ওলালেই কামোৰ মাৰি ধৰিব পাৰে। তৃতীয়বাৰত মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলোৱাৰ লগে লগে উপাসকে কামোৰ মাৰি ধৰিলে আৰু লগে লগে জিভাখন এখন তৰোৱাললৈ আৰু মৃতদেহটো সোণলৈ পৰিবৰ্তিত হ’ল। উপাসকজনে তৰোৱা... |
উপাসকজনে সুমেৰুৰ ওপৰলৈ উৰা মাৰিলে আৰু চাৰিটা দ্বীপ আৰু তাৰ উপদ্বীপৰ চাৰিওফালে পাক মাৰিলে। ক্ষন্তেক পাছতে তেওঁ উলটি আহি তৰোৱালখন তীৰ্থিকৰ হাতত গটাই দিলে। তীৰ্থিকে উপাসকক ক’লে, ‘তুমি সোণৰ শৰীৰটো গ্ৰহণ কৰা। যেতিয়ালৈকে তুমি ইয়াৰ হাড়বোৰ স্পৰ্শ নকৰা, তেতিয়ালৈকে ইয়াৰপৰা সোণ ওলাই থাকিব। কিন্তু নাৰী আৰু সুৰাৰ দৰে অশুভ কৰ্মত সো... |
আন এক কাহিনী মতে, পাল বংশৰ ৰজা ধৰ্মপালৰ (আনুমানিক শাসনকাল ৭৭০-৮১০ খ্ৰীষ্টাব্দ) দ্বাৰা ওদন্তপৰী বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই কাহিনীৰ লগত ওপৰত উল্লেখ কৰা পৰম্পৰাগত কাহিনীৰ সংগতি দেখা নাযায়। ৰজা গোপালে এদিন শুভ ক্ষণত তেওঁৰ পুত্ৰ ধৰ্মপালৰ কল্যাণাৰ্থে এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়তে এডাল সাপে মূৰ ডাঙি উঠাত ৰজাই ... |
কালক্ৰমত ধৰ্মপালৰ বয়স বাঢ়ি অহাত তেওঁ সকলোতকৈ সুন্দৰ আৰু বিশাল মঠ এটা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ সেই বিষয়ৰ ভৱিষ্যৎ বক্তা এজনৰ সন্ধান কৰিলে। ভৱিষ্যৎ বক্তাজনৰ উপদেশ মতে সাধু আৰু ব্ৰাহ্মণৰ ঘৰৰ কপাহেৰে শলিতা প্ৰস্তুত কৰিব লাগিব, ৰজা আৰু সদাগৰৰ ঘৰৰ তেল সংগ্ৰহ কৰিব লাগিব, চাকি আনিব লাগিব তপস্বীৰ ঘৰৰ পৰা।... |
এই মঠটো নিশ্চিতভাবে অষ্টম শতিকাৰ আগভাগতেই স্থাপিত হৈছিল। কিয়নো ৭৪৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰৰ অনুকৰণ কৰি তিব্বতত অতিন্ত্য বিহাৰ নামেৰে এটা বৌদ্ধ মঠ নিৰ্মাণ হৈছিল। ওদন্তপুৰী বিহাৰৰ সৈতে জড়িত থকা বিখ্যাত পণ্ডিত সকলৰ ভিতৰত আছে অটিচ বা দীপাঙ্কৰ শ্ৰীজ্ঞান (৯৮০-১০৫৪ খ্ৰীষ্টাব্দ)। তেওঁ ওদন্তপুৰীৰ হীনযান পন্থাৰ শিক্ষক ধৰ্ম... |
তিব্বতী উৎসৰ মতে ওদন্তপুৰী মহাবিহাৰত ১২,০০০ ছাত্ৰই বাস কৰিছিল। (Page No. 1031, The Blue Annals, Vol II by George N. Roerich) ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই অত্যন্ত বৃহৎ আকাৰৰ আছিল। কিন্তু অতিশয় দুখৰ বিষয় যে এই মহাবিহাৰ সুদীৰ্ঘ কালৰ বাবে টিকি নাথাকিল। একাদশ শতিকাৰ শেষ ভাগলৈ এই বিহাৰত মাথো একাৱন্ন জন ভিক্ষুহে বাস কৰি আছ... |
১১১৯ খ্ৰীষ্টাব্দত ইখিটয়াৰ উদ্দিন খিলজি আৰু তেওঁৰ সেনাবাহিনীয়ে ওদন্তপুৰী বিহাৰত লুণ্ঠন চলাইছিল। তাৰানাথৰ মতে মগধৰ সম্ৰাটে বিহাৰটোৰ সুৰক্ষাৰ বাবে কিছু সৈন্য মোতায়েন কৰিছিল আৰু তাত বসবাস কৰি থকা ভিক্ষু সকলেও আক্ৰমণকাৰীসকলক প্ৰতিৰোদ কৰাত সহায় কৰিছিল। অৱশ্যে গোবিন্দপালদেৱে সিংহাসন আৰোহণ কৰাৰ ৩৮ সংখ্যাক বছৰত অৰ্থাৎ ১১১৯ খ্ৰী... |
আন এজন গ্ৰন্থকাৰৰ বৰ্ণনাৰ পৰা, "They were fast sweeping down south. These mid-Asian tribesman had seen no edifices in their desert homeland and knew but little about architectural styles and distinctions. The tall towers of the monasteries, soaring above the circuit walls, arrested attention that easily caused the buil... |
এই ঘটনাৰ সাক্ষী এজনৰ বৰ্ণনা অনুসাৰে, "When Bakhtyar (Ikhtiar Khilji) reached the gate of the fort and the fighting began, these two wise brothers were active in that army of Heros. Mahammad Bakhtyar (Ilhtiar Khilji) with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Gre... |
এই ধ্বংস কাৰ্য্যৰ মাজত যি দুই এজন ভিক্ষু বাচি গৈছিল তেওঁলোকে নিজৰ সাধ্যানুসাৰে কিছু ধৰ্ম গ্ৰন্থ লগত লৈ পলাবলৈ বাধ্য হৈছিল। কোনো কোনো ভিক্ষু সাগৰ পথেৰে গৈ আৰাকান বা ব্ৰহ্মদেশত উপস্থিত হ’লগৈ। বহু সংখ্যক ভিক্ষু উত্তৰৰ দিশলৈ গৈ হিমালয়ৰ পাদদেশৰ নেপাল আৰু তিব্বতত উপস্থিত হ’লগৈ। নালন্দাৰ অৱনতিৰ লগে লগে ওদন্তপুৰীৰ সমসামিয়ক ৰূপ... |
টোকাঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তাইবানৰ পৰা অহা ৩০ জনীয়া প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা চলোৱা অনুসন্ধানৰ অন্তত ওদন্তপুৰীৰ প্ৰাচীন অৱস্থিতিৰ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল। |
সহায় লোৱা গ্ৰন্থঃ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.