text
stringlengths
0
188k
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ যায়। আৰু তাৰপাছত সেই খৰিকে বজাৰত বিক্রি কৰিছিল। আৰু যি খৰি থাকি যায়, সেয়া সি ঘৰলৈ ঘূৰাই লৈ আহিছিল। তেতিয়া ৰঞ্জিতৰ পত্নীয়ে খৰি মুঠাৰপৰা এডাল খৰি আনি লুকুৱাই ৰাখিছিল।
তাই এনেদৰে কৰিছিল কাৰণ, তাই সেই লুকুৱাই ৰখা খৰি জমা কৰি, বিক্রি কৰি নিজৰ বাবে সাজোন কাচোনৰ বস্তু ক্ৰয় কৰিছিল।
এদিন ৰঞ্জিত হাবিলৈ যোৱাৰ পাছত লিলিয়ে তাইৰ লুকুৱাই ৰখা খৰি মুঠাটো লৈ বজাৰলৈ বুলি আগবাঢ়িল।
বজাৰলৈ যোৱাৰ বাটতে এটা শিৱ মন্দিৰ পায়। সেইদিনা সেই বহু লোক গোট খায় আছিল।
তেতিয়া তাৰে এজনক লিলিয়ে সুধাত গম পালে, আজি সোমবাৰৰ বাবে সকলো ভক্তই ভোলানাথক অভিষেক কৰিবলৈ একগোট হৈছে।
তাকে শুনি লিলি বজাৰলৈ আগবাঢ়িল। তাই মন্দিৰলৈ নগলে আৰু মন্দিৰৰ ফালে চাই ভগৱানক সেৱাও নজনালে।
লিলিয়ে সেই ঠাইৰপৰা আগুৱাই আহিলত এজোপা গছৰ তলত এগৰাকী মহিলাক লিলিয়ে লগ পালে। সেই মহিলা গৰাকীয়ে লিলিক মাত দিলে। আৰু কলে, ভন্টি তুমি মোক কিছু পইচা দিব পাৰিবা! মই বহুত দৰিদ্ৰ হয়। সেই মহিলা গৰাকীৰ কথাত লিলিৰ তাইৰ ওপৰত দয়া উপজিল। আৰু লিলিয়ে পইচা দিবলৈ ললে।তেতিয়া লিলিয়ে সেই মহিলা গৰাকীক সুধিলে, তোমাক এই পইচা কিয় লাগে...
মই এই পইচাৰে পূজা সামগ্রী ক্ৰয় কৰি মন্দিৰলৈ গৈ ভগৱান শিৱক পূজা অৰ্চনা কৰিমগৈ!
আৰু ইয়াৰ পূণ্যৰ ফল তুমিও পাবা। তেতিয়া লিলিয়ে কলে, ভগৱান শিৱই তোমাক এই অৱস্থা কৰিলে, আৰু তুমি নিজৰ ভোক আঁতৰুৱা ঠাইত ওলোটাই তেওঁক পূজা কৰিয়ে পইচা খৰচ কৰিব বিচাৰিছা! তেতিয়া সেই মহিলা গৰাকীয়ে লিলিক কলে, ভন্টি এয়া মোৰ কৰ্মৰ ফল। যি মই পাইছো।
মইটো মোৰ আহিবলগীয়া দিন আৰু নিজৰ পূৰ্ণ জনমক সফল কৰিবৰ বাবে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিব বিচাৰো।
যদি মহাদেৱ প্ৰসন্ন হৈ যায়, তেতিয়া এই জনমৰ কি আহিবলগীয়া ৭টা জনমৰ কষ্ট দূৰ হৈ যাব।
তেতিয়া লিলিয়ে হাঁহি মাৰি কলে, এই সকলোবোৰ মিছা কথা হয়। এই জনমৰ কষ্ট দূৰ কৰিবলৈ হলে, প্ৰথমে আহাৰ গ্ৰহণ কৰা তাৰপিছত কিছু কাম কৰা। পূজা পাঠত একো নাই।
তেতিয়া সেই মহিলা গৰাকীয়ে কলে, ভন্টি মই এসময়ত বহুত ধনী ঘৰৰ ছোৱালী আছিলো আৰু বহু ধনী ঘৰত মোৰ বিবাহ হৈছিল।
যত দিনে ৰাতিয়ে কাম কৰা লোকে মোক সেৱা কৰিছিল। এদিনাখন এগৰাকী কাম কৰা বায়ে সোমবাৰৰ ব্ৰট কৰি মোৰ বাবে প্ৰসাদ লৈ আহিছিল। কিন্তু মই অহংকাৰত তাইৰ প্ৰসাদ পেলাই দিলো। যাৰ দ্বাৰা মহাদেৱ ৰুষ্ট হৈ পৰিল। আৰু ঘৰখনত যিমান ধন আছিল সেয়া চোৰে লৈ গল। আৰু ইয়াৰোপৰি মোৰ স্বামী অসুস্থ হৈ পৰিল। সেইবাবে মই তোমাৰ পৰা পইচা খুজি মহাদেৱৰ পূজা...
লিলিৰ এই সকলো কথাবোৰ শুনি তাইৰ দুচকুৱে দুধাৰি বৈ আহিল। তেতিয়া লিলিয়ে সেই মহিলা গৰাকীক কলে, ভন্টি তুমি মোৰ চকু খুলি দিলা। মোৰ স্বামীয়ে মোক সদায়ে পূজা অৰ্চনা কৰিবলৈ কয়। কিন্তু মই তেওঁৰ কথা শুনা নাছিলো। কিন্তু যেতিয়া এদিন ভোলানাথৰ নিৰাদৰ কৰি তোমাৰ এই অৱস্থা হল, তেতিয়া মোৰ কি হব। মোক সদায়ে মোৰ স্বামীয়ে মহাদেৱৰ পূজ...
তেতিয়া ৰঞ্জিতে কলে, হে বাবা, আপুনি মোৰ প্ৰাৰ্থনা শুনিলে। আৰু মোৰ পত্নীক সৎ বুদ্ধি দিলে। এতিয়া আপোনাৰ সেৱা শুশ্রূষা কৰিলে আমাৰ দুয়োৰে জীৱন সফল হব।
লিলিয়ে সেইদিন ধৰি প্ৰতি সোমবাৰে ব্ৰট পালন কৰিবলৈ ধৰিলে।
আৰু দিনে ৰাতিয়ে নিজৰ স্বামী লগত মহাদেৱৰ ভজন কৰিছিল।
ইয়াৰদ্বাৰা প্ৰসন্ন হৈ মহাদেৱে তেওঁলোকৰ সপোনত দেখা দি কলে, তোমালোকৰ ভক্তদ্বাৰা মই বহুত প্ৰসন্ন হৈছো। সেইবাবে আজিৰ পৰা তোমালোকৰ সকলো কষ্ট দূৰ হব। এয়া কয়ে মহাদেৱ অন্তধ্যান হল। পুৱা যেতিয়া দুয়োৰে চকু খুল খালে, তেতিয়া ঘৰখনত অন্ন বস্ত্ৰৰে ভৰপূৰ হৈ পৰিছিল।
তেতিয়া দুয়োয়ে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ ওচৰত মূৰ দুৱাই সেৱা কৰিলে।
তাৰপাছত সেই ধনেৰে ৰঞ্জিতে এখন দোকান খুলিলে। এনেদৰে মহাদেৱৰ কৃপাত লিলি আৰু ৰঞ্জিতৰ সকলো দুখ কষ্ট দূৰ হল।
Related Posts
শাওণ মাহটো প্ৰেমিক প্ৰেমিকাৰ বাবে, কিয় শুভ হয়
Protein In Dhekia Saag
Subhadra Haran In Assamese
Add a Comment
Cancel reply
Your email address will not be published. Required fields are marked *
Comment:*
Name:*
Email Address:*
Website:
Save my name, email, and website in this browser for the next time I comment.
Categories
Categories Select Category APPS ASSAMESE Assamese Story EARNINGS APPS FRP BYPASS GADGET WORLD GAMING Health Update HOW TO JOB NEWS MOBILES NEWS PC/LAPTOPS TABLETS TECH NEWS<eot>অসমত এইবাৰ এটাৰ পিছত আনটো যৌন কেলেংকাৰিত সোমাই পৰিছে মন্ত্ৰী-আমোলাৰ নাম। কালি ৰাজেন গোহাঁইৰ বিৰুদ্ধে উঠা ধৰ্ষণৰ গোচৰৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰা...
মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে আটক কৰা অভিযুক্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উপ সচিব গৰাকী হৈছে হাতীগাঁও আৰক্ষী থানাৰ সমীপৰ মাধুৰ্য্য এনক্লে’ভৰ নিবাসী চফিউৰ আলম।
আৰক্ষীয়ে জনোৱা মতে যোৱা নিশা প্ৰায় ৮:৩০ বজাত একেটা এপাৰেটমেন্টৰে তলৰ মহলাত বাস কৰা নাবালিকা এগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ অসৎ চৰিত্ৰৰ আলমে অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল।
ঘটনাটো সংঘটিত কৰাৰ সময়ত ঘৰৰ আটাইবোৰ মানুহ দোকানত আছিল বুলি নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
পিছত তেওঁলোকে দিয়া গোচৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে কালি ৰাতিয়েই অভিযুক্ত আলমক POSCO আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৭৬/৫১১/৩৫৪ ধৰাৰ অধীনত ৫৭১/১৮ নং গোচৰ ৰুজু কৰি আটক কৰে।
বৰ্তমান আৰক্ষীয়ে অভিযুক্ত আলমক সোধা-পোছা অব্যাহত ৰাখিছে।
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আনহাতে, দুৰ্বিত্তৰ অগ্নিসংযোগৰ ফলত মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী কাৰ্য্যালয় সম্পুৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনা সংঘটিত কৰিয়ে সেই ঠাইৰ পৰা দুৰ্বিত্তৰ দলটো পলাই যায়। বিজেপিৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত অৰুণাচল আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
অৰুণাচল প্ৰদেশত ১১ এপ্ৰিলত দুখন লোকসভা আসন আৰু ৬০ খন বিধান সভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ নিৰ্বাচনী হিংসা বৃদ্ধি পাইছে। কিছু দিন পূৰ্বে ৰাজ্যখনত এন পি পিৰ এজন পঞ্চায়তৰ সদস্য আৰু এজন কৰ্মীক গুলীয়াই হত্যা কৰা হৈছিল।
Tags: নিৰ্বাচন ২০১৯
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সীমিত অ’ভাৰৰ দিবা-নৈশ খেলখনৰ বাবে মুঠ ১২জন খেলুৱৈৰ তালিকাখন আজি দুপৰীয়া এখন সংবাদমেল যোগে অধিনায়ক বিৰাট কোহলীয়ে ঘোষণা কৰে।
দলটোত আছে বিৰাট কোহলী, শিখৰ ধৱন, ৰোহিত শৰ্মা, মহেন্দ্ৰ সিং ধোনি, অম্বাতী ৰায়ুডু, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চহল, উমেশ যাদৱ, মহম্মদ ছামী আৰু ছৈয়দ খলিল আহমেদ। ইয়াৰে ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্টীয় এদিনীয়া খেলিব।
“আমাৰ বেটিং লাইন পৰিস্থিতিৰ লগত খুবেই খাপ খোৱা ধৰণৰ। আনহাতে বলিঙতো আছে বৈচিত্ৰ্য।” এইদৰে সংবাদমেলত কয় অধিনায়ক বিৰাট কোহলিয়ে।
উল্লেখযোগ্য যে ভাৰতীয় দলটো একেৰাহে ৬খন এদিনীয়া খেলত অপৰাজিত হৈ আছে। কাইলৈ এই ধাৰা অব্যাহত ৰাখিব পাৰিব নে নাই সেই উৎকণ্ঠাই এতিয়া অসমৰ অনুৰাগীৰ বাবে সৰ্বাধিক গুৰুত্ব লাভ কৰা দেখা গৈছে। কাৰণ গুৱাহাটীত ভাৰতৰ প্ৰদৰ্শন মুঠেই সন্তোষজনক নহয়।
গুৱাহাটীৰ পূৰ্বৰ নেহৰু ষ্টেডিয়ামৰ কথা বিবেচনালৈ আনিলে দেখা যায় যে কম স্ক’ৰ হোৱাটো এটা নিয়মৰ দৰে।
আনহাতে ৱেষ্ট ইণ্ডিজৰ সপক্ষে গৈছে দলটোৱে গুৱাহাটীত খেলা সৰ্বাধিক তিনিখন খেলৰ ফলাফল। প্ৰথমখন খেলত ১৯৮৩ দলটোৱে ভাৰতৰ বিৰুদ্ধে ৬ উইকেটত, দ্বিতীয়খন খেলত ১৯৭৭ –অত ভাৰতৰ বিৰুদ্ধে ৫২ ৰানত আৰু ১৯৯৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৩৫ ৰানত জয় লাভ কৰিছে।
তাৰ বিপৰীতে ভাৰতে মুঠ ১০খন খেল খেলি ৬খনত জয়ী হৈছে। আন দুখন পৰিত্যক্ত হৈছে।
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিছে ডিম্বেশ্বৰী বৰা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। নিজ পুত্ৰ যতীনৰ বিৰুদ্ধে বৃদ্ধাগৰাকীয়ে চামগুৰি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে।
এজাহাৰত উল্লেখ কৰা অনুযায়ী কিছুদিন পূৰ্বে পুত্ৰ যতীনে মাতৃ ডিম্বেশ্বৰীক নিশাৰ ভাগত ঘৰৰ পৰা অকথ্য নিৰ্যাতন চলাই বাহিৰ কৰি দিছিল। পুত্ৰৰ এনে কাণ্ডৰ পিছত বৰ্তমান আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে পুত্ৰৰ হাতত নিৰ্যাতিত বৃদ্ধাগৰাকীয়ে।
উল্লেখ্য যে, যোৱা ২৮ আগষ্টতে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তই চামগুৰি আৰক্ষীক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। এই সন্দৰ্ভত মহিলা আয়োগতো ৰুজু হৈছিল গোচৰ। নিজ পুত্ৰৰ বিৰুদ্ধে আইন-আদালতৰ কাষ চাপি এতিয়া ন্যায়ৰ বাবে বাট চাই ৰৈছে বৃদ্ধাগৰাকীয়ে।
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নগাঁৱৰ পৰা মাছ বেপাৰীয় বিশ্বনাথৰ বজাৰত প্ৰায়ে মাছ বিকিবলৈ আনে কিন্তু আজি নগাঁৱৰ মাছ বেপাৰীৰ কপাল বেয়া আছিল। পুৱা নগাঁৱৰ পৰা মাছ লৈ আহিছিল যদিও বাটত গাড়ী বেয়া হোৱাৰ ফলত মাছ বেপাৰী বিশ্বনাথত উপস্থিত হওঁতে পলম হয়। এইফালে ১১ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগত বিশ্বনাথতো কভিড এছ অ’ পিৰ অধীনত দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা। যাৰ বাবে মাছ...
বিভিন্ন জনক আকৌ বিনামূলীয়ালৈ মাছ দিছে বেপাৰীয়ে। মাছ বোৰ বেয়া হোৱাতকৈ বা পেলাই দিয়াতকৈ বাপাৰীয়ে যি পাই, যিমান পাই দি শেষ কৰিছে মাছ বোৰ। যাৰ বাবে বিশ্বনাথ নগৰত আজি পানীৰ দৰত বিক্ৰী হৈছে মাছ। ইফালে কিন্তু মাছ বেপাৰীয়ে নগাঁৱৰ পৰা বিশ্বনাথলৈকে মাছ লৈ অনা গাড়ীৰ তেল খৰছ পৰ্যন্ত নাপালে। তথাপি কিন্তু মাছ বেপাৰীৰ আক্ষেপ নাই কাৰণ...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি
December 8, 2022 5 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal
Read More...
Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি
December 7, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।
Read More...
Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন
December 6, 2022 29 0 CommentsBy: Sangbad 365
Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।<eot>MS Sakib ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াৰ অতিথি সম্পাদক হিচাপে আপোনাক হিয়াভৰা ওলগ জনালোঁ‌। আন এখন দেশৰ আন এটা ভাষাৰ থলুৱা ৱিকিপিডিয়ান হৈয়ো অসমীয়া ভাষাক বুকুত সামৰি লোৱাৰ লগতে অসমীয়া ৱিকিপিডিয়ালৈ আপ...
আমাৰ বিষয়ে
আমি কোন