text
stringlengths
0
188k
► অঁ, মোৰ তিনিটা পেটেণ্ট আছে। এটা পেটেণ্ট হ’ল কলগছৰ পৰা পটেছিয়াম কাৰ্বনেট বনোৱা। এইটোৰ significance বা তাৰ মূল কথাটো হ’ল আমি যেনেকৈ ছ’ডিয়াম ক্ল’ৰাইড, ছ’ডিয়াম কাৰ্বনেট naturally তাৰ minesত খনিজ পদাৰ্থ হিচাপে পাওঁ, তেনেকৈ পটেছিয়াম কাৰ্বনেটৰ খনিজ নাই। ক’ৰবাত ক’ৰবাত অলপ অলপ আছে, সেইবিলাক সাগৰৰ পৰা শুকাই যোৱা খনিজ পদাৰ্থ। অ...
বাকী দুটা পেটেণ্ট হ’ল, বায়’ডিজেল ইণ্ডাষ্ট্ৰীত যিটো কেটালিষ্ট লাগে সেই কেটালিষ্ট সম্পৰ্কে। পেলনীয়া কলগছ বা পেলনীয়া কিছুমান পদাৰ্থৰ পৰা আমি এটা কেটালিষ্ট বনাব পাৰোঁ। সেই কেটালিষ্টটো বায়’ডিজেল, যিটো আমাৰ তেল – খোৱাৰ উপযোগী, খোৱাৰ অনুপযোগী যিয়েই নহওক, oil and fats পৰা আমি বায়’ডিজেল বনাও, সেই বায়’ডিজেল বনাওতে আমাক এটা কেটাল...
আৰু ছাৰ তৃতীয়টো পেটেণ্ট?
► এই দুটা – বায়’ডিজেল কেটালিষ্ট সম্পৰ্কত দুটা। দুটা বিভিন্ন পদাৰ্থৰ পৰা বনাইছোঁ। আৰু এটা হ’ল পটেছিয়াম কাৰ্বনেটৰ সম্পৰ্কত।
পৰীক্ষাৰ পদ্ধতি সম্পৰ্কে – subjective আৰু objective – প্ৰৱেশ পৰীক্ষাবিলাক objectiveত হয় আৰু সাধাৰণতে ছেমিষ্টাৰ পৰীক্ষাবিলাক subjectiveত হয়, কোনটো পদ্ধতি আপুনি বেছি সুবিধাজনক বুলি ভাবে?
► দুয়োটাৰে মিশ্ৰণ হোৱাটোৱেই ভাল। Subjective, objective বা mcq – মই ভাবো এটা পূৰ্ণাংগ পৰীক্ষাৰ বাবে দুয়োটা পদ্ধতিৰে সহায় ল’ব লাগে। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসীমা আমি পৰীক্ষা কৰিব পাৰোঁ, তাৰে depthটো পৰীক্ষা কৰিব পাৰোঁ।
ছাৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমান আপুনি উপাচাৰ্য যিহেতু, বৰ্তমান আপুনি অসমৰ কোনো যশস্বী ব্যক্তিক বিশ্ববিদ্যালয়খনলৈ কিবা পদ দি নিমন্ত্ৰণ কৰাৰ কথা ভাবিছে নেকি?
► বিশ্ববিদ্যালয় পাতি লওঁচোন। অকল এজন নহয়, অন্য ঠাইত থকা কিছুমান বিশেষ বিশেষ ক্ষেত্ৰৰ expertise থকা মানুহ যিকোনো বিশ্ববিদ্যালয়ে মাতিব লাগে। এখন বিশ্ববিদ্যালয় স্বয়ংসম্পূৰ্ণ সকলো ক্ষেত্ৰতে হ’ব নোৱাৰে, কিছুমান ক্ষেত্ৰত হ’ব পাৰে, সকলোতে নোৱাৰে। লগতে মই ক’ব বিচাৰোঁ যে জ্ঞানৰ আদান-প্ৰদান হ’ব লাগে। আৰু সকলো ল’ৰা-ছোৱালী সকলো বি...
কটন কলেজ বিশ্ববিদ্যালয় হওঁতে বহুখিনি সমস্যাৰ সন্মুখীন হৈছিল। বহুতে ভাল পাইছিল, বহুতে বেয়া পাইছিল। এতিয়া মাধৱদেৱ কলেজখনো বিশ্ববিদ্যালয় হ’ল। তেনে কিছুমান বিতৰ্ক দেখা যাব নেকি?
► সকলোৰে লগত আলোচনাৰ মাজেৰে এখন অনুষ্ঠান গঢ় দিলে মই ভাবো বিতৰ্কৰ অৱকাশ খুৱ বেছি নাথাকে। সৰুসুৰা কিছুমান বিতৰ্ক থাকিবই, গণতান্ত্ৰিক দেশত সেইবিলাক স্বাভাৱিক। আৰু আমি কোনো ভগৱান নহয়, মানুহহে, ক’ৰবাত দুই-এটা খুঁত থকাটোৱেই স্বভাৱিক। মই ভাবোঁ এখন বিশ্ববিদ্যালয়ৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে যিসকল মানুহ জড়িত, সকলোৰে লগত আলোচ...
ছাৰ আজিলৈ ইমানতে সামৰিছোঁ৷ ইমানখিনি সময় দিয়া বাবে ধন্যবাদ জনালোঁ।
► Thank you. বহুত ধন্যবাদ।
সাক্ষাৎকাৰটিৰ কেইটিমান অংশ:
https://as.gonitsora.com…andra-Deka-A.mp3
https://as.gonitsora.com…andra-Deka-B.mp3
https://as.gonitsora.com…andra-Deka-C.mp3
https://as.gonitsora.com…andra-Deka-D.mp3
Image courtesy : Catalysis Congress
পংকজ জ্যোতি মহন্ত
pankajjyoti.com
WhatsApp
Tweet
More
Email
Print
Tags:
উপাচাৰ্য, দিবাকৰ চন্দ্ৰ ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str...
মনোনয়ন পত্ৰ দাখিলৰ পিছত সাংবাদিকৰ আগত ঘাটোৱাৰে অহা নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব বুলি মন্তব্য কৰি কয়, ‘আমি নিৰ্বাচনত জিকিলে সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিম। ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আন প্ৰাৰ্থীসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো।‘
তেওঁ লগতে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এইবাৰ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ঘাটোৱাৰৰ উপৰি আজি মনোনয়ন পত্ৰ দাখিল কৰা আন ৬ গৰাকী প্ৰাৰ্থী হৈছে ভৱেন বৰুৱা (এন পি পি), অপূৰ্ব শইকীয়া (নিৰ্দলীয়), ইছৰাইল নন্দ (নিৰ্দলীয়), ৰুবুল বুঢ়াগোহাঁই (নিৰ্দলীয়), টিটুছ ভেংৰা (নিৰ্দলীয়) আৰু নুৰুল হুদা (নিৰ্দলীয়)।
আনহাতে সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে যোৱা ২২ মাৰ্চত সদল বলে গৈ ডিব্ৰুগড়ৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছিল।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই অনুষ্ঠানৰ পাছতে মনহৰি পাঠকৰ সভাপতিত্বত “সমাজ ব্যৱস্থাত নামঘৰৰ ভুমিকা” শীৰ্ষক এখন ধৰ্মালোচনা সভা অনুষ্ঠিত হয়৷ সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভবেন পাঠক, বাউসী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী গুণজিৎ অধিকাৰী, বাউসী ভাগৱত অধ্যয়ন চক্ৰৰ সম্পাদক জ...
ধৰ্মালোচনা সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় যে, নামঘৰ একোখন সমাজৰ শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক৷ তেওঁ লগতে কয়- ‘ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ বিভিন্নমুখী মংগলজনক কথা কাৰ্যৰ কেন্দ্ৰস্বৰূপ হৈছে নামঘৰ৷
অনুষ্ঠানত বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসো উপস্থিত থাকে৷ আনহাতে সন্ধিয়া বিশিষ্ট ব্যক্তি ৰবীন্দ্ৰ নাথ পাঠকে সমুহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ উপৰি কপাৰ, পটাছিয়াম, ফছফৰাছ, আইৰন আদি প্ৰচুৰ পৰিমানে থাকে বাদামত। সেয়ে নিয়মীয়াভাৱে বাদাম খোৱাটো শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজন।
বাদামে আমাৰ মগজুৰ শক্তি বৃদ্ধিত সহায় কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰা উপশম লাভ কৰাটো সহায় কৰে।
নিয়মীয়াভাৱে বাদাম খালে আমাৰ শৰীৰৰ কি কি উপকাৰিতা হয় জানো আহক
ৰাতি তিয়াই থোৱা বাদাম যদি ৰাতিপুৱা শুই উঠি খাই তেন্তে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি।
শিশুক নিয়মিতভাৱে দুটাকৈ বাদাম খুৱালে মগজুৰ তীক্ষ্ণতা বৃদ্ধি পায়। কাৰণ বাদামত প্ৰচুৰ পৰিমানে ই ভিটামিন পোৱা যায়।
সঠিক পৰিমাণৰ বাদাম সেৱনে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু বেছিকৈ খালে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা দুগুণে বৃদ্ধি পায়।
বাদামে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে ইয়াৰ পৰা হ’ব পৰা বহু বেমাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে।
বাদামত মেগনেছিয়াম থাকে বাবে ইয়ে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধিতো সহায় কৰে। তদুপৰি হাৰ্ট এটেক হোৱাৰ পৰাও হাত সাৰি থাকিব পাৰি।
নিয়মীয়াভাৱে বাদাম খালে স্বাস্থ্যৱান হোৱাৰ লগতে চালৰ ৰুক্ষতাও নোহোৱা কৰে। কাৰণ বাদামত প্ৰচুৰ পৰিমানে ই ভিটামিন পোৱা যায়।
ইয়াৰ উপৰি বাদামে কাঁহ, চুলি সৰাৰ আদিৰ দৰে সমস্যাৰ পৰাও মুক্তি দিয়ে। বাদামত থকা যিংকে আমাৰ মূৰত নতুন কোষ গঠনত সহায় কৰে।
বাদামে শিশুৰ দাঁতৰ সমস্যাও বহু পৰিমানে হ্ৰাস কৰে।
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰাজ্যত অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই অহাত বিভিন্ন দল-সংগঠনে আশংকা ব্যক্ত কৰি অহাৰ সময়তে আজি বৰপেটা চহৰত বৰপেটা জিলা সাহিত্য সভাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজবংশীয়ে এই মন্তব্য কৰে।
জিলা সাহিত্য সভাৰ উপ সভাপতি লাচিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজবংশীয়ে লগতে কয় যে, ২০১১ ৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ৪৮ শতাংশ হৈছে৷ অসমীয়াভাষীৰ সংখ্যা হ্ৰাস হোৱা এই বিষয়টোকলৈ চৰকাৰে যিধৰণে কাম কৰিব লাগিছিল সেয়া নকৰাটো দুৰ্ভাগ্যজনক৷
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ প্ৰধান সহযোগী দল অগপৰ স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সন্মুখতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে লগতে কয় যে, অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যিখিনি কৰিব লাগিছিল সেইখিনি আজিলৈ কৰা নাই৷
ৰাজ্য চৰকাৰখনে ভাষানীতি, শিক্ষানীতি আৰু নিয়োগ নীতিৰ ক্ষেত্ৰত সজাগ নোহোৱাৰ বাবেই খোদ অসমতেই অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আছে বুলিও সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অভিযোগ কৰে৷
আজিৰ এই অনুষ্ঠানত জিলা উপাযুক্ত থানেশ্বৰ মালাকাৰ, বিশিষ্ট শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে৷ উল্লেখ্য যে, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি জি এল আগৰৱালাৰ লগতে কেইবাগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সমীপত বৰপেটা জিলা সাহিত্য সভাৰ নতুন কাৰ্যালয়টো নিৰ্মাণ কৰ...
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাইৰেল ভিডিঅ’টোত সঞ্জয় ৰাইনা আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকক এটা ভিডিঅ’ কলত বিজয় মামাৰ সৈতে কথা পাতি থকা দেখা গৈছে।
ভিডিঅ’টোত ঋষি সুনাকে বিজয় মামাক ব্ৰিটেইনৰ ১০ ডাউনিং ষ্ট্ৰীটলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে। ১০ ডাউনিং ষ্ট্ৰীট হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসস্থান।
লগতে পঢ়ক: ট্ৰেজেদিত পৰিণত হ’ল হেলোইন উৎসৱ; পদপিষ্ট হৈ নিহতৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি
চেফ সঞ্জয় ৰাইনাই ঋষি সুনাকৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে আৰু শিৰোনাম দিছে, ‘ভিছা অন এৰাইভেল’ এতিয়া নিশ্চিত হৈছে।
ভাইৰেল ভিডিঅ’টোত চেফ সঞ্জয় ৰাইনাক ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে দেখা গৈছে। যেতিয়া ঋষি সুনাক আৰু সঞ্জয় ৰাইনাই এটা ভিডিঅ’ কলত বিজয় মামাৰ সৈতে কথা পাতি আছিল তেতিয়া ভিডিঅ’টো ৰেকৰ্ড কৰা যেন লাগিছে।
লগতে পঢ়ক: মহিলাৰ সৈতে ঘনিষ্ঠতা, হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ!