text
stringlengths
0
188k
প্রথমে সঞ্জয় ৰাইনাই কৈছে, ‘মামা, মোৰ সৈতে এনে এজন লোক আছে যি তোমাক হেল্লো ক’ব বিচাৰে। ঋষি সুনাকে কয়, ‘হাই বিজয় মামা! মই ঋষি, আপুনি কেনে আছে? আপুনি মোক চাবলৈ আহিব পাৰে। যেতিয়া আপুনি আহে, আপোনাৰ ভাগিনৰ সৈতে কথা পাতিব। তেওঁ আপোনাক ১০ ডাউনিং ষ্ট্ৰীটলৈ লৈ আনিব।‘
Visa on arrival ab pakka 😊😊#RishiSunak pic.twitter.com/imSIhuEgKB
— Sanjay Raina (@sanjayraina) October 27, 2022
টুইটাৰ ব্যৱহাৰকাৰীসকলে ঋষি সনাকৰ ভাইৰেল ভিডিঅ’ৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এজন ব্যৱহাৰকাৰীয়ে সুধিছে, ‘বিজয় মামা কোন? বিজয় মালিয়া?’
আন এজন ব্যৱহাৰকাৰীয়ে টুইট কৰে যে এতিয়া আমি ভিছা অবিহনে পোনপটীয়াকৈ ব্ৰিটেইনলৈ যাব পাৰোঁ। যদি বিষয়াসকলে আমাক বিমানবন্দৰলৈ যাবলৈ নিদিয়ে আমি ক’ব পাৰোঁ যে ঋষি সুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু আমি তেওঁক ফোন কৰি কথা পাতিবলৈ ক’ব পাৰোঁ।
লগতে পঢ়ক: বিৰল ৰোগত আক্ৰান্ত অভিনেত্ৰী সামান্থা; ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যন্ত্ৰণাৰ কথা
আনহাতে, আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰতিক্ৰিয়াত লিখিছে, “ঋষি ভাইয়া, উভতি অহাৰ সময়ত বিজয় মামাৰ হাততে কহিনুৰ পঠিয়াওক!’’
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এটা কথা ঠিক যে আৰ্ন্তজাতিক পৰ্যায়ৰ সংযোগী ভাষা হিচাপে ইন্টাৰনেট বা ডিজিটেল মাধ্যমত ইংৰাজী ভাষাৰ প্ৰৱল আধিপত্য আছে৷কিন্তু লগে লগে এই কথাও সঁচা যে ইংৰাজীৰ বাহিৰেও অন্যান্য ভাষাসমূহৰ বাবে ইন্টাৰনেট বা ডিজিটেল জগতখনত সীমাহীন সম্ভাৱনা লুকাই আছে৷এনে সম্ভাৱনাসমূহ আৱিস্কাৰ কৰি তাক বিকশাই তোলাৰ ওপৰতে প্ৰান্তীয় ভাষাসমূহৰ ভৱিষ্যৎ...
আনন্দৰ কথা যে এচাম ভাষাপ্ৰেমী-জাতিপ্ৰেমী তৰুণ প্ৰজন্মৰ অসমীয়াৰ উদ্যোগত অসমীয়া ভাষা-সাহিত্যৰ ডিজিটেলকৰণ আৰম্ভ হৈছে৷ইউনিক’ডৰ মাধ্যমেৰে ইন্টাৰনেটত অসমীয়া লিখাৰ প্ৰচেষ্টাই লাহে লাহে বহুতকে আকৰ্ষণ কৰিছে৷ছ’চিয়েল মেডিয়াত অসমীয়া ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷অসমীয়া ৱিকিপেডিয়াতো বহুতে নিজৰ অৱদান আগবঢ়াইছে৷লক্ষণীয়ভাৱে অস...
প্ৰথম পৰ্যায়ত অসমীয়া ভাষা-সাহিত্যৰ বিশেষজ্ঞসকলৰ সৈতে তথ্য-প্ৰযুক্তিৰ বিশেষজ্ঞ অসমীয়া সকলে বিষয়টো সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷ইন্টাৰনেটত যাতে অসমীয়া ভাষা শুদ্ধ ৰূপত ব্যৱহাৰ কৰা হয়,তাৰ বাবে ব্যৱহাৰকাৰী সকলৰ বাবে নীতি-নিৰ্দেশনাৰ প্ৰয়োজন আছে নেকি,সেই সন্দৰ্ভতো চিন্তা-চৰ্চ্চাৰ প্ৰয়োজন আছে বুলি ভাবোঁ...
দীৰ্ঘদিন ধৰি অসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত থাকি লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত আন এটা কথা মনলৈ আহিছে৷সঠিক পৰিকল্পনাৰে কাৰ্যক্ষেত্ৰত আগবাঢ়িলে অদূৰ ভৱিষ্যতে “ডিজিটেল অসমীয়া সংবাদ- মাধ্যম”এ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷এই সংবাদ-মাধ্যম বহুদিশৰ পৰা আকৰ্ষণীয় হৈ উঠিব পাৰে৷বাতৰি,বিশ্লেষণ,দৃশ্য-শ্ৰাব্য উপাদান আদি...
———————————————
← মিতভাষ’ৰ স্রষ্টাৰ সৈতে এক কথোপকথনঃ প্রসংগ মিতভাষ তথা অন্যান্য
সম্পাদকীয় – জয়ন্ত আকাশ বৰ্মন →
You May Also Like
জ্যোতিষ আৰু দেশৰ আইন – ৰক্তিম শৰ্মা
December 15, 2014 March 10, 2021 0
আত্মসন্মানবোধ – ৰুনাব কাঁ
August 14, 2012 0
সমাজ-মেকানিক! – দেৱকান্ত সন্দিকৈ
May 16, 2019 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বলীউডৰ প্ৰসিদ্ধ নৃত্য শিল্পী আৰু অভিনেতা প্ৰভূদেৱাক দেখিবলৈ পোৱা যাব ষ্ট্ৰীট ডান্সাৰ ৩ ডীত ৷ ৯০ দশকত জনপ্ৰিয় গীত মোক্কালা মোকাবলা গীতটিৰ জৰিয়তে দেশ বাসীৰ জনগণক আপ্লুত কৰিছিল প্ৰভূদেৱাই...
ইফালে, ষ্ট্ৰীট ডান্সাৰ ছবিখনত নিৰ্দেশনা কৰিছে ৰেমো ডিছুজাই ৷ ১৯৯৪ চনৰ মুক্তি পোৱা তামিল ছবি কাধলান ছবিখন হিন্দী ৰিমেক হ’ল "হামছে হ্যে মুক্কাৱালা"। এই ছবিখনত হিন্দীত মুক্কাৱলা গীতটিও ৰিমেক কৰা হৈছিল ।এক বিশেষ তথ্য অনুসৰি এই গীত প্ৰভূদেৱাই অন গ’য়িং শ্ব’ত দৃশ্য গ্ৰহণ কৰিছিল ৷ ইফালে এ বি চি ডি ছবিৰ তৃতীয় অংশ হৈছে ষ্ট্ৰীট ড...
ষ্ট্ৰীট ডান্সাৰ ৩ ডিত অভিনয় কৰিছে অপাৰশক্তি খুৰানা,ন’ৰা ফাতেহী,শক্তি মোহন,সোনম বাজুৱা,ধৰ্মেশ,ৱাৰ্টিকা জৈনৰ লগতে বহু ন পুৰণি শিল্পীয়ে। এই সন্দৰ্ভত ছবিখনৰ নিৰ্মাতা ভূষণ কুমাৰে কয় যে ছবিখনত আমি প্ৰভূদেৱাৰ নৃত্য সংযোজন কৰিছোঁ ৷ গীতটিৰ নতুন সংযোজনত দৰ্শকে আপ্লুত হ’ব ৷যেনেদৰে প্ৰথম সংস্কৰণ গীতটিয়ে আপ্লুত হৈছিল ৷ ছবিখনত শ্ৰদ্...
অভিনেতা ৱৰুন ধাৱনে অনুৰাগী সকলৰ লগতে প্ৰশংসকক নিজৰ ইনষ্ট্ৰাগ্ৰাম একাউন্টত এটি গীতৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে৷দৃশ্যগ্ৰহণৰ কাৰণে বৰুণ ধাৱন আৰু শ্ৰদ্ধা কাপুৰৰ বাহিৰেও কেৱল ২০ জন লোককহে লণ্ডনৰ সেই বৃহৎ ০২ ক্ষেত্ৰলৈ যাবলৈ অনুমতি দিছিল ৷ইয়াৰ উপৰিও কলা কুশলীসকলক কৰ্তৃপক্ষই সন্তুলন ৰাখিবৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে ৷লগত...
ৰেমো ডিছুজাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত প্ৰভু দেৱা,নোৰা ফাতেহী,শক্তি মোহন,বৰ্তিকা ঝা,সোনম ৱাজবাৰ লগতে অভিনয় কৰিছে পুনীত পাঠকে,ধৰ্মেশ আৰু ৰাঘৱ জুৱেলে ৷ছবিখনক প্ৰথমে 3D ত শ্বুটিং কৰা হ’ব ৷পিছত 4DX লৈ পৰিৱৰ্তন কৰা হ’ব ৷ ছবিখন বিগত মাহত অমৃতসৰটো দৃশ্য গ্ৰহণ কৰা হৈছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Tags: বলীউডৰ
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Mail: sentinelgroup@gmail.com