text
stringlengths
0
188k
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ...
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersসম্পাদনা কৰক
Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.
"https://as.wikipedia.org/w/index.php?title=সদস্য_বাৰ্তা:Dr_Bhupendra_Saikia&oldid=284178"ৰ পৰা অনা হৈছে<eot>সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবছৰো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিনটো অহা ৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদয...
‘উদ্দীপনা’ নামেৰে আয়োজন কৰি অহা ভূপেন হাজৰিকাৰ জন্মদিনৰ পুৱা ৯-৩০ বজাত দীঘলীপুখুৰীপাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হ’ব।
উল্লেখ্য যে এই অনুষ্ঠানত প্ৰতিখন জিলাৰ নিৰ্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আৰু গুৱাহাটী মহানগৰীৰ মহাবিদ্যালয়ৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ কণ্ঠ শিল্পীয়ে সন্ধিয়া ৬ বজাত ড০ ভূপেন হাজৰিকাৰ একোটা গীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাব।
সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে সকলোকে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।
Recent News
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এন আৰ চি কৰ্তৃপক্ষই ৰাজহুৱা কৰা তথ্য মতে, এই খচৰাৰ পৰা আবেদনকাৰীৰ মাজৰ প্ৰায় ৪০লাখ লোকৰ নাম বাদ পৰিছে।
মুঠ আৱেদন পৰিছিল ৩,২৯,৯১,৩৮৪খন। ইয়াৰে বাদ পৰা লোকৰ সংখ্যা ৪০,৭৭0৭। সেই হিচাপত মুঠ ২,৮৯,৮৩,৬৬৭জন লোকক এন আৰ চিৰ খচৰাত বৈধ নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
অৱশ্যে বৰ্তমান খচৰাৰৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ মাজৰ বহুতেই বৈধ নাগৰিক হিচাপে প্ৰতিপন্ন হোৱাৰ অৱকাশ আছে। কিয়নো এইসকলে নিজৰ নাগৰিকত্বৰ বৈধতা প্ৰমাণৰ একাধিক সুযোগ পাব। তাৰোপৰি ইয়াত আছে লিংকেইজ নথিৰ গণ্ডগোলৰ বাবে বাদ পৰা বহু সংখ্যক বিবাহিত মহিলাৰ নাম।
উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা আছিল ৩,১২,০৫,৫৭৬জন।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে লগতে প্ৰকাশ কৰে যে যিহেতু কেইবাটাও কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সম্ভাৱনা আছে সেয়েহে পৰৱৰ্তী পৰ্যায়ত ভোটদানৰ হাৰ আৰু অধিক হ’ব পাৰে।
নিৰ্বাচনী আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি সদ্যসমাপ্ত নিৰ্বাচনত নাগালেণ্ডৰ ইম্পুৰ সমষ্টিত সৰ্বাধিক ৯৫ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৫০ নং লুংলেং সমষ্টিত ৯২.১২ শতাংশ আৰু জাংপেটকং সমষ্টিত ৯০.৫৬ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
আনহাতে ৪৩নং টাপি সমষ্টিত সৰ্বনিম্ন ৫৮ শতাংশ ভোটদান হয়।
উল্লেখ্য যে ইভিএমৰ বিসংগতি আৰু অন্যান্য কিছু বিক্ষিপ্ত ঘটনাৰ বাবে ৰাজ্যখনত পুনৰ ভোটগ্ৰহণ হ’ব।
নিৰ্বাচনী আয়োগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ২ মাৰ্চত ৰাজ্যখনৰ মন আৰু কহিমা জিলাৰ দুটা কেন্দ্ৰত পুনৰ ভোটগননা অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে।
উল্লেখ্য যে অহা ৩ মাৰ্চত উত্তৰ পূবৰ আন দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু ত্ৰিপুৰাৰ সৈতে নাগালেণ্ডত ভোটগননা অনুষ্ঠিত হ’ব আৰু একেদিনাই নিৰ্বাচনী ফলাফল ঘোষণা কৰিব নিৰ্বাচনী আয়োগে।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চহৰীয়াত নগাঁও জিলা বড়ো সাহিত্য সভাৰ ৩০ সংখ্যক বাৰ্ষিক অধিবেশনৰ এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচি প্ৰধান গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে বড়ো স্বায়ত্ত শাসিত পৰিষদে অতি সোনকালে বিটিচি এলেকাৰ বাহিৰত থকা বড়ো জনগোষ্ঠীয় লোকসকলক সামৰি ল’ব।
মহিলাৰীয়ে অনাগত সময়ত জনজাতীয় ৰাইজক বিজেপিৰ পক্ষত ভোট দিয়াৰ আহ্বান জনায়। নগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰশান্ত বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী,বড়ো মহিলা নেত্ৰী বিভাৰাণী বসুমতাৰী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতি থাকে।
স্থানীয় বিধায়িকাগৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাত হাগ্ৰামাই বড়ো সকলৰ বাথৌ মন্দিৰৰ উন্নয়ন কল্পে তিনি লক্ষ টকা, বড়ো মাধ্যমৰ চহৰীয়া জনজাতি হাইস্কুলৰ উন্নয়ন কল্পে তিনি লক্ষ টকা আৰু গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানৰ বাবে তিনি লক্ষ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে।
উক্ত সভাতে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই চহৰীয়া জনজাতীয় হাইস্কুলৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে দহ লক্ষ টকাৰ অনুদান ঘোষণা কৰে।
Recent News
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Skip to content
December 3, 2022
assamintro.com
History and Biography Read in Assamese
Home
BLOG
Contact us
About us
Search for:
Menu
Home
BLOG
Contact us
About us
Freedom Fighter from Assam
Freedom Fighter Pitambar Deva Goswami Biography in Assamese | পীতাম্বৰ দেৱগোস্বামীৰ জীৱনী
January 23, 2022 June 22, 2022
পীতাম্বৰ দেৱগোস্বামীৰ জীৱনী Pitambar Deva Goswami Biography in Assamese
সাধক পুৰুষ পীতাম্বৰ দেৱগােস্বামী আছিল সমাজ সংস্কাৰক, সাহিত্যিক, প্রাচ্যতত্ত্ববিদ, মুক্তিযুঁজাৰু আৰু ৰাজনীতিক। ইচ্ছা কৰিলে তেওঁ প্ৰাক্ স্বাধীনতা আৰু স্বাধীনতাৰ পাছৰছােৱা সময়ৰ অসমৰ এগৰাকী দিকদৰ্ক ৰাজনীতিক হিচাপে চিহ্নিত হ’ব পাৰিলেহেঁতেন। কিন্তু বিষয়বাবৰ প্রতি কোনাে ধৰণৰ আগ্রহ নথকা এইগৰাকী কৰ্মীপুৰুষে ক্ষমতাৰ মােহ ত্যাগ...
Born
10 June 1885
Sri Sri Garamur Satra, Majuli
Died
20 October 1962 (aged 77)
Religion
Hinduism
Philosophy
Humanity
Honors
Satradhikar (chief) of Vaishnavite monastery Garamur Satra of Majuli
বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা মাজুলীৰ সমাজখন আছিল চূড়ান্ত ধর্ম বিশ্বাসী আৰু কুসংস্কাৰেৰে পূৰ্ণ। ঊনবিংশ শতিকাৰ আৰম্ভণিতে অহা ইংৰাজ চিকিৎসক জন পীটাৰ ৱেডে তেওঁৰ Account’ত উল্লেখ কৰিছে যে, সেই সময়ৰ মাজুলীৰ সমাজ ব্যৱস্থা আছিল সম্পূর্ণ মধ্যযুগীয়া। সকলাে লােকেই আছিল চূড়ান্ত ধর্মান্ধ। বাহিৰৰ মানুহ বা পৃথিৱীখনৰ ...
তেওঁ সমাজৰ কুসংস্কাৰ গুচাবলৈ আধুনিক শিক্ষা ব্যৱস্থাৰ পােষকতা কৰিছিল আৰু সেইবাবে অন্ধবিশ্বাস বা বর্ণ বিদ্বেষ নিমূলকৰণৰ স’তে স্বাধীনতা আন্দোলনক সম্পৃক্ত কৰি পেলাইছিল। তেওঁৰ বিশ্বাস আছিল— বাল্য বিবাহ, অস্পৃশ্যতা, বর্ণবিদ্বেষ, ধর্মশাস্ত্রীয় নিষেধাজ্ঞা আদি নিঃশেষ নকৰিলে অথবা সাধাৰণ প্ৰজাৰ মাজত শিক্ষা বিস্তাৰ, বিধৱা বিবাহ আ...
গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ আসনত উপবিষ্ট হৈয়েই তেওঁ জনজীৱনত সত্ৰৰ প্রভুত্ব হ্রাস কৰি, ইয়াক শৃংখলাবদ্ধ আৰু সঠিকভাৱেহে ব্যৱহাৰ কৰিব বিচাৰিছিল। তেওঁ জন্মগতভাৱে লাভ কৰা প্রভুত্ব, মান-মর্যাদা, ৰক্ষণশীলতা আদি ত্যাগ কৰি সাধাৰণ ৰাইজৰ মাজৰে এজন হােৱাৰ মনােভাৱেৰে পুৰুষানুক্রমে ব্যৱহাৰ কৰি অহা ‘খাটোলা’ পৰিত্যাগ কৰি ১৯২১ৰ পৰা মটৰ গ...
মানুহক অজ্ঞতা শিকাই নিচাজাতীয় দ্রব্যই। যি লােকে নিচা সেৱন কৰে, তেওঁ কেতিয়াও শিক্ষাৰ পােহৰ অভিমুখে আগবাঢ়িব নােৱাৰে বুলি তেতিয়াৰ অসম উপত্যকাৰ আয়ুক্ত পি.আৰ.গর্ডনক সাক্ষাৎ কৰি কানি বৰবিহক অসমৰ পৰা
উচ্ছেদ কৰিবলৈ দাবী জনায় দেৱগােস্বামীয়ে। কিন্তু চৰকাৰে কোনাে ব্যৱস্থা নােলােৱাত তেওঁ নিজে কানি বৰবিহৰ বিৰুদ্ধে আন্দোলনত নামে আৰু বিভিন্ন ঠাই ভ্ৰমণ কৰি, সভা-সমিতি পাতি কানিৰ অপকাৰিতা সম্পর্কে মানুহক বুজাবলৈ ধৰে। তেওঁৰ যুক্তপূর্ণ বক্তব্য শুনি তেতিয়া বহু লােকে কানি বৰবিহ ত্যাগ কৰে।
চিৰকুমাৰ দেৱগােস্বামীয়ে ১৯২৩ৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে আৰু বিধৱা বিবাহৰ সপক্ষে এক জনজাগৰণ সৃষ্টিৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ফুৰিছিল। বিধৱা বিবাহৰ সপক্ষে তেওঁ যুক্তি প্রদর্শন কৰি আনকি বাতৰি কাকততাে বহু প্রবন্ধ লিখিছিল। অবিবাহিত ভক্তসকলক বিবাহিত জীৱনৰ সপক্ষে বুজাই তিৰােতাক উচিত সন্মান কৰিবলৈ শিকোৱা এইজনা...
জনজাতিসকল অসমীয়া সমাজৰ প্রধান অংগ আৰু এওঁলােকক শিক্ষিত কৰিব নােৱাৰিলে অসমীয়া সমাজ সদায় অন্ধকাৰতেই থাকিব বুলি বিশ্বাস কৰা পীতাম্বৰ দেৱগােস্বামীয়ে ১৯৪৬ চনত কাৰ্বি আংলঙলৈ যাত্ৰা কৰিলে। প্রতিদিনে ১০/১১ মাইলকৈ পাহাৰীয়া পথত খােজকাঢ়ি তেওঁ কাৰ্বি আংলঙৰ জনজাতীয় সমাজৰ পৰা কু-সংস্কাৰ, নিচা জাতীয় দ্রব্য সেৱন আদি ৰােধ কৰিবৰ...
এখন সমাজৰ প্ৰগতিৰ বাবে প্রয়ােজনীয় বেংকিং ব্যৱস্থা আৰু পঞ্চায়তীৰাজৰ আৰম্ভণি পীতাম্বৰদেৱে কৰিছিল স্বাধীনতাৰ বহু আগতেই। দৰিদ্ৰ লােকসকলে যাতে উচিত মূল্যত ক্রয়-বিক্রয়ৰ সুবিধা পাব পাৰে, কম সুদত ঋণ লৈ উপকৃত হ’ব পাৰে, সেই উদ্দেশ্য সন্মুখত ৰাখিয়েই তেওঁ ১৯১৭ত ‘মাজুলী কো-অপাৰেটিভ বেংক এণ্ড পার্চেজ চেল ছ’চাইটি’ নামে এক সমবায...
স্বাধীনতা আন্দোলনৰ অন্যতম বিপ্লৱী দেৱগােস্বামীয়ে ১৯২৬ত পাণ্ডুত বহা কংগ্ৰেছৰ মহাসভাত যােগদান কৰি গান্ধীজীক সাক্ষাৎ কৰিছিল। কংগ্রেছ অধিৱেশনৰ সেই সভাথলীতে অনুষ্ঠিত হৈছিল সর্বভাৰতীয় হিন্দু মহাসভাৰ অধিৱেশন, য’ত গােস্বামীদেৱে আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব লৈছিল। তদুপৰি অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ ...
অসমৰ পৰা বিচ্ছিন্ন ভূখণ্ড মাজুলীত কংগ্ৰেছৰ যি তীব্র আন্দোলন গঢ়ি উঠিছিল, তাৰ অন্যতম হােতা আছিল পীতাম্বৰদেৱ। খদ্দৰৰ কাপােৰ ব্যৱহাৰ, বিদেশী বস্তু বর্জন, স্বাৱলম্বীতা, গান্ধীজীৰ আদৰ্শ আদিৰ শিক্ষা তেওঁৰ পৰাই পাইছিল মাজুলীবাসীয়ে। যুগ যুগ ধৰি অশিক্ষা, কু-সংস্কাৰ, জাতি বৈষম্য আৰু দৰিদ্ৰতাত ভােগা সমাজ এখনক নতুন আলােকেৰে আলােক...
ভাৰতৰ সামগ্রিক সমাজখনৰ স’তে আগবাঢ়িবলৈ বাট দেখুওৱাটো দেৱগােস্বামীৰ দৰে উদাৰ আৰু পৰিশ্ৰমী লােকৰ পক্ষেহে সম্ভৱ। এই বিষয়ত জনসাধাৰণৰ পুৰণিকলীয়া মগজু ধুবলৈ তেওঁ নিজেই সকলোে কামেৰে আদৰ্শ দেখুৱাইছিল। কথা আৰু কামৰ মাজত সম্পূর্ণ সামঞ্জস্য ৰক্ষা কৰা পীতাম্বৰদেৱে ‘৪২ৰ গণ আন্দোলনত প্রদেশ কংগ্ৰেছ কমিটীৰ গুৰি ধৰি ইংৰাজ চৰকাৰৰ ৰােষ...
ব্রাহ্মণ্যবাদৰ চূড়ান্ত আধিপত্যৰ উত্তৰাধিকাৰ ভােগ কৰিবলৈ সুবিধা পােৱা সত্ত্বেও সেই ক্ষেত্ৰত গুৰুত্ব নিদিয়া এইজনা ব্যক্তিৰ চিন্তা-চৰ্চা কিমান সাহসী আৰু আধুনিক মনৰ আছিল, ভাবিলে আচৰিত লাগে। এজন ধর্মাচার্য হৈয়াে ব্যতিক্রমী চিন্তাধাৰাৰ পীতাম্বৰ দেৱগােস্বামীয়ে ১৯৩২ চনত নিখিল ভাৰত ‘অস্পৃশ্যতা বর্জন । সংঘ’ আৰু গান্ধীজীয়ে গ...
সাহিত্য ক্ষেত্ৰতাে যথেষ্ট হাত থকা এইজনা শক্তিশালী লেখকে অসমত ব্যাপকভাৱে বিদেশীৰ প্ৰব্ৰজন ৰােধ কৰিবলৈ ‘অসমত বিনা ৰক্তপাতে আক্রমণ শীর্ষক পুস্তিকা ছপাই, বিতৰণ কৰি সমস্যাটোৰ প্ৰতি ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰিছিল। বাতৰি কাকতত তেওঁৰ বহু লেখা প্রকাশ হােৱাৰ লগতে শ্রীকৃষ্ণৰ ৰাসলীলা, হৰিদাসৰ জীৱনী, বলিছলন, সপ্ত সুৰৰ উৎপত্তি, শ্...
১৯৩৩ চনত মদনমােহন মালব্যৰ সভাপতিত্বত কাশীত অনুষ্ঠিত হােৱা হিন্দু মহাসভাত তেওঁ প্রায় আঢ়ৈ ঘণ্টা ধৰি সংস্কৃত আৰু হিন্দী ভাষাত দিয়া ভাষণে তাত উপস্থিত থকা সকলােকে মন্ত্রমুগ্ধ কৰি ৰাখিছিল, যাৰ বাবে সেই সভাতে গােস্বামীদেৱক প্ৰাচ্যৰ অদ্বিতীয় তত্ত্বদর্শী বুলি অভিহিত কৰা হৈছিল। বৃহৎ ভাৰতীয় সমাজক, বিশেষকৈ হিন্দু সভ্যতা-সংস্ক...
আজিৰ অসমৰ সকলােৰে শ্ৰদ্ধাৰ পাত্ৰ নৱবৈষ্ণৱ ধর্মীয় আন্দোলনৰ নেতা, পণ্ডিত সােণাৰাম চুতীয়াও(১৯১৫) পীতাম্বৰ দেৱগােস্বামীৰ দ্বাৰা ভালদৰেই প্রভাবিত হৈছিল। অধস্ত’ চুতীয়া জাতিৰ এই সন্তানে জাতি-ধৰ্মৰ নামত হাৰাশাস্তি ভােগ কৰি এবাৰ খ্রীষ্টান ধর্ম গ্রহণ কৰিব খুজিছিল। কিন্তু জে’লত লগ পােৱা বিশিষ্ট পণ্ডিত শ্রীশ্রীপীতাম্বৰ গোঁসাইৰ ...
স্ব-মহিমাৰে আলােকিত আছিল পীতাম্বৰ দেৱগােস্বামীৰ ব্যক্তিত্ব-প্রতিভা। কর্ম-সংস্কৃতিৰ এইজনা স্বনামধন্য কাণ্ডাৰী ১৯৩২ত অসম ছাত্ৰ সন্মিলনৰ সভাপতি হৈছিল। স্বাধীনতাৰ পাছত ১৯৫১ত কংগ্ৰেছৰ কাম কাজত অসন্তুষ্ট হৈ পৰি প্রজা ছ’চিয়েলিষ্ট পার্টিত যােগ দিয়া এইজনা ব্যক্তি জীৱনৰ শেষছােৱা সময়ত অসমলৈ পূর্ব পাকিস্তানী (এতিয়াৰ বাংলাদেশ)ৰ...
চৰকাৰৰ হঠকাৰী সিদ্ধান্তত অসন্তুষ্ট হৈ পৰা প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষকে তেওঁলোকৰ উচিত মৰ্যাদাসহ নিৰ্ধাৰিত গ্ৰেড পে আদায় সহ ৯ দফীয়া দাবীৰ সমৰ্থনত এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
প্ৰতিবাদকাৰী শিক্ষক-শিক্ষয়িত্ৰী সকলে অসম চৰকাৰ হায়, হায়, শিক্ষামন্ত্ৰী হায়, হায়, প্ৰাথমিক শিক্ষকৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনা চৰ্তে নিয়মীয়া কৰক, বৃত্তি পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কাৰণ তদন্ত কৰক, জিলা ভিত্তিত টাইমস্কেল পদোন্নতিৰ সুবিধা লাভৰ সুযোগ দিয়ক আদি শ্লোগানেৰে কাৰ্যালয় চৌহদত আকাশ-বত...