text stringlengths 0 188k |
|---|
উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মোকাদ্দেছ আলী, সাধাৰণ সম্পাদক আব্দুল কৰিম, সহঃ সম্পাদক নাজিম উদ্দিনকে আদি কৰি প্ৰায় তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে। |
চৰকাৰে অনতিপলমে তেওঁলোকৰদাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়নি প্ৰদান কৰে ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি মুকাদ্দেছ আলীয়ে। |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসম বা উত্তৰ-পূবৰ নিচিনা যিবোৰ অঞ্চলত বিভিন্ন কাৰণৱশতঃ নৃ-গোষ্ঠীয় অস্তিত্বৰ ব্যাপক উত্থান ঘটিছে আৰু যিসমূহ উপাদান সাংস্কৃতিক পৰিৱেশ্য কলাৰ দ্বাৰা নিৰন্তৰে প্ৰতিফলিত হৈ আছে, তাত হলৰ বক্তব্য বা সূত্ৰসমূহৰ যথাৰ্থ প্ৰাসংগিকতা আছে বুলি ভাবিব পাৰি। |
ভাষাৰ সন্দৰ্ভত ষ্টুৱাৰ্ট হলে কৈছে যে ক্ষমতা, প্ৰতিষ্ঠান, ৰাজনীতি আৰু অৰ্থনীতি -এই সীমাৰেখাৰ মাজতে ভাষাই ক্ৰিয়া কৰি থাকে। তেওঁৰ মতে সংস্কৃতি কেৱল প্ৰশংসা আৰু অধ্যয়ন কৰা বিষয়ে নহয়, ই হৈছে সামাজিক ক্ৰিয়া-কৰ্ম আৰু হস্তক্ষেপৰ এক জটিল ক্ষেত্ৰ, য’ত ক্ষমতাৰ সম্পৰ্কবোৰ প্ৰতিষ্ঠা হোৱাৰ লগতে অমীমাংসিত হৈ থকাৰ সম্ভাৱনা থাকে। |
একেদৰে সাংস্কৃতিক অস্তিত্ব হৈছে এক দ্বান্দ্বিক জঁট য’ত ‘খিলঞ্জীয়াৰ শিপা’ আৰু ‘প্ৰব্ৰজিতৰ শিপা’ সাঙোৰ খাই থাকে। সাংস্কৃতিক অস্তিত্ব আৰু নৃ-গোষ্ঠীয় সত্তাৰ সম্পৰ্ক সহজ আৰু জীৱন্ত বুলি নকৈ হলে ইয়াক ঐতিহাসিক গতিধাৰাত ৰাজনৈতিকভাৱে নিৰ্মাণ কৰা হয় বুলি কৈছে। নৱ এই নৃগোষ্ঠীয় সত্তাক হলে আখ্যা দিছে এক কাল্পনিক পুনৰ আৱিষ্কাৰৰ প্ৰক... |
উজনি অসমৰ কিছু সংখ্যক লোকৰ পাৰস্পৰিক নৃত্য-গীতক পঞ্চাশৰ দশকত মঞ্চত আনি উপস্থাপন কৰা তথা পৰৱৰ্তী সময়ত সেই নৃত্য-গীতক সমগ্ৰ অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতীকস্বৰূপ এক পৰিৱেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ অন্তৰালত এক গভীৰ ৰাজনৈতিক-সামাজিক তাৎপৰ্য আছে বুলি ভাবিব পাৰি। যিবোৰ ৰাজনৈতিক-সামাজিক পৰিঘটনাই মূলতঃ অসমীয়া মধ্যবিত্তসকলক স... |
এটা ঐতিহাসিক উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছো। ১৯৪৬ চনৰ ২৪ মে’ত গুৱাহাটীত সমষ্টি গঠন বিৰোধ দিন পালন কৰা হৈছিল। বংগদেশৰ সৈতে ‘গ’ সমষ্টিত অসমক জাপি দি মন্ত্ৰী প্ৰতিনিধি দলে অসমৰ অনুকূলে শাসনতন্ত্ৰ ৰচনাত বাধা দিয়া বুলি অভিযোগ তুলি অসম ছাত্ৰ য়ুনিয়নৰ আহ্বানমৰ্মে গুৱাহাটীৰ কাৰ্জন হলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সভাখনৰ নিৰ্দিষ... |
তদানীন্তন দৈনিক বাতৰি কাকত ‘দৈনিক অসমীয়া’ৰ সম্পাদক দেৱকান্ত বৰুৱাই কেবিনেট মিশ্যনৰ প্ৰস্তাৱিত শাসনতন্ত্ৰ- বিশেষকৈ অসম আৰু বংগদেশক লৈ সমষ্টি শাসনতন্ত্ৰ গঠিত হ’লে যে অসমৰ অস্তিত্ব ঘোৰ বিপদগ্ৰস্ত হ’ব সেই সম্পৰ্কে সতৰ্ক কৰি দিছিল। তেওঁ কৈছিল যে কেবিনেট মিশ্যনৰ প্ৰস্তাৱত যদিও প্ৰাদেশিক স্বায়ত্ততাৰ কথা উল্লেখ আছে, তৎসত্ত্বেও... |
সমজুৱাৰ মাজৰ পৰা মৌঃ মুহুবুদ্দিন আহমেদে দিয়া ভাষণ আছিল অতিকে তাপৰ্য্যপূৰ্ণ। তেওঁ কৈছিল- ‘অসমে আগতেই দুটা ‘পাকিস্তান’ পাইছে। এটা হৈছে বি এ ৰে’লৱে আৰু আনটো হৈছে ডাক তাঁৰ বিভাগটো। এই দুয়োটা বিভাগ অসম আৰু বংগৰ কাৰণে উমৈহতীয়া। কিন্তু দুয়োটাতে অসমীয়া মানুহ নাইয়েই।’ |
মিশ্যনৰ অন্যায় প্ৰস্তাৱৰ বিৰুদ্ধে তদানীন্তন প্ৰধান মন্ত্ৰী গোপীনাথ বৰদলৈয়ে কৈছিল- “অসম আজি গুৰুতৰ বিপদৰ সন্মুখীন। এই বিপদ হিন্দু, মুছলমান, ট্ৰাইবেল, খ্ৰীষ্টান সকলো অসমবাসীৰে। আমি স্বাধীন হ’বৰ যোগ্য নহয়– যদি দেশৰ এই সন্ধিক্ষণত সকলোৱে মুঠি বান্ধি এই দুৰ্য্যোগ খণ্ডাব নোৱাৰো”। (উৎস : অসম, প্ৰথম খণ্ড ১৯৪৫-১৯৫০, পৃষ্ঠা ৪৪-৪৬... |
কেবিনেট মিশ্যন আৰু গ্ৰুপিঙৰ প্ৰস্তাৱৰ দ্বাৰা নৱগঠিত অসমীয়া ভাষিক জাতীয়তাবাদক যিদৰে সংকটৰ পিনে ঠেলি দিয়া হৈছিল সেই প্ৰক্ৰিয়াৰ কিন্তু তাতেই অন্ত পৰা নাছিল। কেবিনেট মিশ্যন বিৰোধী তীব্ৰ প্ৰতিৰোধপৰ্ব প্ৰদৰ্শন কৰাৰ পাছৰ সময়ছোৱাত অসমৰ মানুহে ক্ৰমাগতভাৱে মুখামুখি হ’ব ল’গা হৈছিল তীব্ৰ বংগীয় সাংস্কৃতিক-ৰাজনৈতিক আগ্ৰাসনৰ। গুৱাহাট... |
তেনে এক সামাজিক-ৰাজনৈতিক পৰিৱশৰ মাজতে ১৯৫২ চনত গুৱাহাটীৰ লতাশিল পথাৰত প্ৰথমবাৰৰ বাবে মঞ্চবিহু উদযাপন কৰা হৈছিল। তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, অসমৰ জাতীয় জীৱনৰ কেইগৰাকীমান স্বনামধন্য লোক যেনে লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, প্ৰবীণ ফুকন, তিলক দাস, ডাঃ কনক চন্দ্ৰ বৰুৱা, মেজৰ কমলেশ্বৰ বৰুৱা, ড০ বিৰিঞ্চি কুমাৰ বৰুৱা, অতুল চন্দ্ৰ ... |
গতিকে অসমীয়া ভাষিক-সাংস্কৃতিক প্ৰতিৰোধৰ এক প্ৰতীকস্বৰূপেহে বিহুমঞ্চবোৰ স্বৰাজোত্তৰ সময়ছোৱাত ঠন ধৰি উঠিছিল বুলি ক’ব পাৰি। মন কৰিব লগীয়া কথাটো হ’ল অসম আন্দোলনৰ পাছতহে নামনি অসমৰ সৰহভাগ এলেকালৈ মঞ্চ বিহুৰ সম্প্ৰসাৰণ ঘটিছিল আৰু বিহু উৎসৱৰ পৰিৱেশ্য ৰূপটো এনেবোৰ অঞ্চলত নাছিল বুলিয়েই ক’ব পাৰি। |
গতিকে যি এক ভাষিক-সাংস্কৃতিক আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ অসমীয়া লোকৰ এক প্ৰতিৰোধ হিচাপে ‘সাংস্কৃতিক সত্তা নিৰ্মাণ আৰু প্ৰদৰ্শনৰ প্ৰতীক’ হিচাপত মঞ্চ বিহুৰ আৰম্ভণি ঘটিছিল তেনে এক পৰিৱেশেই যেন সম্প্ৰতি বিৰাজমান। যি সময়ত অসমৰ এক বৃহৎ সংখ্যক লোকে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বা ‘কেব’ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ আছে, ধাৰাবাহিক আন্দোলন... |
অসমীয়াৰ এই সংকটৰ সময়ত অসমৰ হাজাৰ-বিজাৰ বিহু মঞ্চবোৰে জাতীয় জীৱনৰ এই দুৰ্য্যোগপূৰ্ণ পৰিস্থিতি আন্তৰিকভাৱে অনুভৱ কৰি এক প্ৰতিৰোধ প্ৰদৰ্শন কৰিব নে নিৰ্লিপ্ততাৰে কেৱল পৰিৱেশ্য কলাত নিমগ্ন হৈ থাকিব তাক আমি অসমবাসীয়ে সতৰ্কতাৰে লক্ষ্য কৰা উচিত। |
(লেখকৰ e-mail : [email protected]) |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ইয়াৰ উপৰিও জনপ্ৰিয় অভিনেতা গৰাকীয়ে এফ ই এফ এছ আই(দক্ষিণ ভাৰত চলচ্চিত্ৰ কৰ্মী সংস্থা)লৈও অতিৰিক্ত ২৫ লাখ টকাৰ সাহায্য আগবঢ়ায়। |
ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাহায্য আগবঢ়োৱা দক্ষিণ ভাৰতৰ অভিনেতা সকলৰ ভিতৰত অজিথ অন্যতম। |
অজিথৰ উপৰিও তামিলনাডুত চৰকাৰলৈ সাহায্য আগবঢ়োৱা সকল হৈছে ক্ৰমে বিৰোধী দল ডি এম কে, ডি এম কেৰ সাংসদ কানিমোজি। ডি এম কে আৰু সাংসদ গৰাকীয়ো ক্ৰমে ১ কোটি টকাকৈ তামিলনাডুৰ মুখ্য মন্ত্ৰী সাহায্য পুজিলৈ অনুদান আগবঢ়ায়। |
আনহাতে, তামিলনাডুৰ ৰাজ্যপাল বানৱিলাল পুৰোহিতেও প্ৰধান মন্ত্ৰী সাহায্য পুজি আৰু তামিলনাডু ৰাজ্য চৰকাৰলৈ ১ কোটি টকাকৈ মুঠ ২ কোটি টকাৰ সাহায্য আগবঢ়ায়। |
তদুপৰি, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে এফ ই এফ এছ আইলৈ ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। |
উল্লেখযোগ্য যে, ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ লগতে তামিলনাডুতো ক’ৰ’না ভাইৰাছৰৰ সংক্ৰমণ ভয়াবহ হাৰত বৃদ্ধি পাইছে। |
Tags: COVID-19 |
Recent News |
কৰোনাৰ নতুন আতংক! এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান |
৫৮ বৰ্ষীয় ব্যক্তিৰ পেটত ওলাল ১৮৭টা মুদ্ৰা! হতভম্ব চিকিৎসকো |
চীনত প্ৰতিবাদৰ মুখ ‘টেংক লেডী’! ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি |
নিৰ্মীয়মাণ প্ৰকল্পৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা আৰ.টি.আই কৰ্মীক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
by Pallabi Devi October 26, 2022 October 26, 2022 |
Share this: |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা |
গুৱাহাটীঃ মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০সংখ্যক জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি জনতা ভৱনত lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰিলে ৰাজ্য চৰকাৰে। ২৪নৱেম্বৰ তাৰিখে ৰাজ্যজুৰি পালন কৰা হ’ব লাচিত দিৱস । আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপটোৰ মুকলি কৰে... |
এই এপটোৰ জৰিয়তে লাচিত বৰফুকনৰ বিষয়ে নিজৰ ভাব প্ৰকাশ কৰাৰ সুবিধা পাব। এই ৱেব পৰ্টেলত আমি লাচিত বৰফুকনক কেনেকৈ জানো,তেখেতৰ বিষয়ে আমাৰ মনৰ ভাব কেনেকুৱা, ভবিষ্যৎ প্ৰজন্মই তেখেতক কেনেকৈ সোৱৰণ কৰিব লাগে, লাচিতৰ বীৰত্বৰ গাথা নতুন প্ৰজন্মলৈ কেনেকৈ লৈ যোৱা যাব এই গোটেই কথাখিনি এখন কাগজত মনৰ ভাব প্ৰকাশ কৰি এই এপটোত তেওঁলোকে আ... |
দেশ-বিদেশত থকা প্ৰতিজন অসমীয়াই এই সুযোগ গ্ৰহণ কৰিব পাৰিব। দেশ-বিদেশৰ প্ৰতিজন অসমীয়াৰ লগতে অসমৰ চাৰিওপাশে থকা অসমীয়া, লাচিতৰ ত্যাগ আৰু বীৰত্বক স্বীকাৰ কৰিব বিচৰা প্ৰতিজন ভাৰতীয়ই এই পৰ্টেলত মনৰ ভাব প্ৰকাশ কৰিব পাৰিব।তেওঁলোকে এখন কাগজৰ দুয়োপিঠিত লিখি পৰ্টেলটোত আপলোড কৰিব আৰু আপলোড কৰাৰ লগে লগে এপটোৰ ফৰ্মেটত বগা কাগজখ... |
অহা ১৮নৱেম্বৰৰ দিনটোত অসমৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা মাধ্যমিক ,প্ৰাথমিক বিদ্যালয়লৈকে লাচিত বৰফুকনৰ ওপৰত একোখনকৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব।সেই ৰচনাখনক বিদ্যালয় আৰু মহাবিদ্যালয় ভিত্তিত পুৰস্কৃত কৰা হ’ব। বিদ্যালয়ৰ যিখিনি ৰচনা সেইখিনি তিনিখনকৈ জিলা পৰ্যায়লৈ লৈ আহি জিলাপৰ্যায়ৰ প্ৰতিযোগিতালৈ ৰূপায়ন্তৰি... |
বিদ্যালয়ত ৰচনা প্ৰতিযোগিতাত যিমানখিনি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব, ছাত্ৰ-ছাত্ৰীয়ে লিখা সেই ৰচনাসমূহ পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা আপলোড কৰা হ’ব কাৰণ ডাঙৰ হৈ ছাত্ৰ-ছাত্ৰীখিনিয়ে তেওঁলোকে নিজে লিখা ৰচনা সমূহ এই পৰ্টেলটোত চাব পাৰিব । |
এই এপ আৰু প’ৰ্টেলৰ যোগেৰে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ বিষয়ে নিজৰ মতামত প্ৰকাশৰ বাবে ৰাইজে এখন মঞ্চ পাব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দা আৰু অসমৰ বাহিৰত বাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ বীৰগৰাকীৰ ৪০০সংখ্যক জয়ন্তী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ... |
Related |
পাঠ্যপুথিত লাচিত বৰফুকনৰ পাঠ সন্নিৱিষ্ট কৰিবলৈ দেশৰ মুখ্য মন্ত্ৰীসকললৈ হিমন্ত বিশ্বৰ অনুৰোধ |
দৰঙত বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপনৰ আয়োজন |
নতুন প্রজন্মই ইতিহাস নাজানিলেএকালত কাল্পনিক চৰিত্ৰ হ’ব লাচিত বৰফুকন : বিশ্বজিৎ দৈমাৰী |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,578 other subscribers |
Tagged: CMHimanta Biswa Sarma |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ |
আৰ্জেণ্টিনা (২) বনাম মেক্সিকো (০) | বিশ্বকাপৰ Tactical Analysis |
লখিমপুৰত আলি আঃয়ে লৃগাং উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি |
অইল কৰ্তৃপক্ষৰ হেমাহিত পথচাৰীয়ে ভোগিছে দূৰ্ভোগ |
লখিমপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ |
Latest News |
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ November 28, 2022 |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ November 28, 2022 |
স্পেইন (১) বনাম জাৰ্মানী (১) : বিশ্বকাপৰ Tactical Analysis November 28, 2022 |
৬ দিন ধৰি বাহনসহ নিখোজ ব্যক্তি, ধেমাজিত চাঞ্চল্য November 28, 2022 |
লখিমপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ November 28, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>গুৱাহাটী : ৰাজ্যত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনা দুটাত মৃত্যু হৈছে ৭ জনকৈ লোকৰ। ছিপাঝাৰত এখন তীব্ৰ বেগী ট্ৰাকে ৭ জনকৈ লোকক মহতিয়াই নিয়াত মৃত্যু হয় ৫ জন লোকৰ। আনহাতে ... |
মংগলবাৰে পুৱাৰ ভাগত ৰাজ্যত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনা দুটাত প্ৰাণ হেৰুৱাই ৭ জনকৈ লোক। প্ৰথমটো ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় দৰং জিলাৰ মঙলদৈৰ ছিপাঝাৰত। ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় ৩ জনকৈ লোক। |
এই ভয়ংকৰ পথ দুর্ঘটনাত আহত হয় ৪ জন লোক। আহত লোক সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত আন ২ জন লোকৰ মৃত্যু ঘটে। পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত খোজ কাঢ়ি থকা ৭ জনকৈ লোকক এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে। |
এএছ-১১-বিচি-১৫৫৫ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে মহতিয়াই নিয়াত থিতাতে নিহত হয় জিন্টুমণি আহমেদ, ইন্দাদুল হক নামৰ দুজন যুৱকৰ লগতে জয়মতী বৰুৱা নামৰ এগৰাকী বৃদ্ধা। আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আন ২ জনৰ মৃত্যু হয়। বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা অনা ২ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। |
ইফালে পুৱাৰ ভাগতে কলিয়াবৰ হাতীবন্ধাত সংঘটিত হোৱা আনটো ভয়ংকৰ পথ দুর্ঘটনাত থিততে নিহত হয় ২ জনকৈ লোক। এই পত্ৰ দুর্ঘটনা আহত হয় এটি শিশু আৰু মহিলাসহ ৫ জনকৈ লোক। এখন মালবাহী মেজিক আৰু যাত্ৰীবাহী টেম্পুৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলত ২ জন লোক থিতাতে নিহত হয়। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 3 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.