text stringlengths 0 188k |
|---|
"https://as.wikipedia.org/w/index.php?title=হাৰমাইনি_গ্ৰেইঞ্জাৰ&oldid=288334"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
কাল্পনিক চৰিত্ৰ |
হেৰী পটাৰ |
অদৃশ্য শ্ৰেণীসমূহ: |
সংযোগবিহীন উৎস উল্লেখিত প্ৰবন্ধ |
Pages using ISBN magic links |
ভাল প্ৰবন্ধ |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ২৭ জুলাই, ২০২১ তাৰিখে ১০:২৫ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>নিতা আম্বানি ৰিলায়েন্স ফাউণ্ডেচন, ধীৰুভাই আম্বানি ইণ্টাৰনেচনেল স্কুলৰ সঞ্চালিকা আৰু প্ৰতিষ্ঠাপক আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অকাৰ্য্যবাহী সঞ্চালক। |
তেওঁ এক অতি আড়ম্বৰ জীৱন যাপন কৰে। তেওঁৰ এদিনৰ খৰচ ৭ কোটি টকা তাৰে ৩ লাখ টকাকৈ খৰচ হয় কেৱল তেওঁৰ বাবে প্ৰস্তুত কৰা চাহত। |
সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত মুকেশ আম্বানিৰ লগতে পত্নী নিতায়ো সংবাদ শিৰোনাম দখল কৰি আহিছে। |
আম্বানিৰ ঘৰ এণ্টিলিয়া অতি বিলাসবহুল আৰু তাত হেলিপেডৰ পৰা আৰম্ভ কৰি সকলো সা-সুবিধাই আছে। |
ঘৰৰ আলপৈচানৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ উৎকৃষ্ট আহাৰ প্ৰস্তুত কৰালৈকে সকলো কামৰ বাবে এণ্টিলিয়াত প্ৰায় ৬০০ লোকে কাম কৰে। |
ঘৰটোত স্বাভাৱিকতেই ছুইমিং পুলো আছে। এণ্টিলিয়াৰ প্ৰতিটো মহলাৰে ডিজাইন ভিন্ন। |
নিতা আম্বানিয়ে প্ৰতিদিনে নিজৰ ঘৰ খালী কৰে। ইয়াৰ অৰ্থ হৈছে যি সময়ত নিতাই আম্বানি ব্ৰিজত সাঁতোৰে, আন কাকো সেই মহলাত থাকিবলৈ অনুমতি দিয়া নহয়। |
Recent News |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Likes |
Subscribers |
Likes |
Subscribers |
Trending |
দৰং জিলা সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন |
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত ডেৰশ বছৰীয়া মহোৎসৱ উদযাপনৰ প্ৰস্তুতি |
চানমাৰীত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন |
অসম গুপ্তহত্যাৰ পটভূমিত বলীউডত নিৰ্মাণ হ’ব ছবি |
অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ |
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা |
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক |
Farmers should be issued land cards.Nagaland Governor |
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান |
মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত |
NE Focus - |
সম্পাদনাৰ মেজৰ পৰা |
অনুভৱ |
উদ্যমী |
উদ্যমী |
খাদ্য সম্ভাৰ |
পৰ্যটন |
ফটোগ্ৰাফী |
ENGLISH |
ব্যৱসায় |
সম সাময়িক |
সুখবৰ |
Home |
সুখবৰ |
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে কাশ্মীৰৰ গান্দৰবল ভ্ৰমণ কৰে |
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে কাশ্মীৰৰ গান্দৰবল ভ্ৰমণ কৰে |
সুখবৰ |
By admin On Oct 27, 2022 |
0 68 |
Share |
কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অধীনত গান্দৰবল জিলা ভ্ৰমণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্রম বিভাগৰদ্বাৰা আগবঢ়োৱা উচ্চ শিক্ষাৰ সাহায্য আৰু সকলোৰে বাবে গৃহ (নগৰাঞ্চল)সহ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত মুঠ ১২.৩৫ লাখ ট... |
আনহাতে, গুৰুত্বপূৰ্ণ কথাটো হ’ল পৰ্যটনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত দেশৰ পাঁচটা প্ৰত্নতাত্ত্বিক স্থানক বিকশাই তোলাৰ প্ৰস্তাৱ ৰখা হৈছে। |
উক্ত প্ৰত্নতাত্ত্বিক স্থানত মিউজিয়াম স্থাপন কৰা কৰা হ’ব। বাজেটত প্ৰস্তাৱ ৰখা পাঁটটা প্ৰত্নতাত্বিক স্থানৰ মাজত আছে হাৰিয়ানাৰ ৰাখী গাডী, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ঢোলাভিৰা, অসমৰ শিৱসাগৰ আৰু তামিলনাডুৰ আদিচানাল্লুৰ। |
আনহাতে, ঝাৰখণ্ডৰ ৰাঁচীত এটা জনজাতীয় মিউজিয়াম স্থাপন কৰা হ’ব। |
এই সকলোবোৰ কামৰ কাৰণে ২১’ বিত্তীয় বৰ্ষত সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে মুঠ ৩,১০০ কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। |
২০২৪ৰ ভিতৰত উড়ানৰ অধীনত ১০০খন বিমানবন্দৰ উন্নত কৰি তোলা হ’ব। |
আগন্তুক বিত্তীয় বৰ্ষত পৰ্যটনৰ উন্নয়নৰ বাবে মুঠ ২,৫০০ কোটি টকা আৱন্টন দিয়া হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নালন্দা মহাবিহাৰ বা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ঐতিহ্য খৃষ্টপূৰ্ব কেইবা শতিকাৰ আগৰেপৰাই চেগা চোৰোকাকৈ প্ৰচলিত আছিল কিন্তু আনুষ্ঠানিক অৰ্থত বিশ্ববিদ্যালয়ৰ ৰূপ লৈছিল বা প্ৰতিষ্ঠাপিত হৈছিল পঞ্চম খ্ৰীষ্টাব্দত। এখন সৰু, চালুকীয়া অৱস্থাৰ প্ৰতিষ্ঠান এটিৰপৰা ক্ৰমে দোপত দোপে উন্নতি কৰি- সেই পঞ্চম শতিকাৰ কেইটামান দশকতে হৈ পৰিল- সে... |
এই মহান জ্ঞানৰ মন্দিৰ ৰূপী বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল আজিৰ পাটনা চহৰৰপৰা প্ৰায় ৯৫ কিলোমিটাৰ আঁতৰৰ বেগুচৰাই জিলাৰ (বিহাৰ) নালন্দা নামৰ সৰু ঠাই এখনত। আজিও এই বিশালকায় অনুষ্ঠানটিৰ ভগ্নাৱশেষ আৰু বৃহদাকায় বিশ্ববিদ্যালয়খনৰ স্তম্ভ, স্তুপ, প্ৰাচীৰবোৰৰ ইটাৰে নিৰ্মিত চৌহদৰ সুস্পষ্ট চিন বিদ্যমান হৈ আছে। এক বিস্তৃত পৰিসৰত,... |
কোনে নিৰ্মাণ কৰিছিল এই বিশ্ববিদ্যালয়? |
আমি সকলোৱেই জানো যে- ভাৰতত বৌদ্ধ ধৰ্মই প্ৰায় এহেজাৰ বছৰ (খৃঃপূঃ ৬০০ ৰপৰা ৬০০ খৃষ্টাব্দলৈ) প্ৰভুত্ব বিস্তাৰ কৰি আছিল এনেকি প্ৰাচীন ভাৰতবৰ্ষৰ প্ৰায় সকলো লোক তথা ৰাজন্যবৰ্গ বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। সেই সময়ছোৱাতেই বৌদ্ধ ধৰ্মৰ পৰম্পৰা অনুযায়ী সংঘীয় আচৰণৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু গোটেই ভাৰতবৰ্ষত কিছুমান বিহাৰৰ (... |
পৰৱৰ্তী কালত সম্ৰাট হৰ্ষবৰ্দ্ধন, পালবংশৰ ৰজাসকল আৰু দূৰ প্ৰাচ্যৰ শৈলেন্দ্য বংশৰ ৰজাসকলৰ পৰা বৃহদাকাৰ দান-বৰঙনি এই বিশ্ববিদ্যালয়খনে লাভ কৰিবৰ সমৰ্থ হৈছিল। |
নালন্দা বিশ্ববিদ্যালয়ৰ ৰাজহ ব্যৱস্থাপনা |
উপৰোল্লিখিত দান-বৰঙনিৰ উপৰিও পৃষ্ঠপোষক ৰজাসকলে এনে ব্যৱস্থা এটাৰ সৃষ্টি কৰিছিল য’ত বিশ্ববিদ্যালয়ৰ দাঁতি-কাষৰীয়া এশখন গাঁৱৰ ৰাজহ বা খাজনাৰ সংগৃহীত মুদ্ৰা বা টকা-পইচাবোৰ আচুতীয়াকৈ বিশ্ববিদ্যালয়ৰ বিভিন্ন শিতানৰ বাবে খৰচ কৰা হৈছিল আৰু গোটেই বিত্তীয় ব্যৱস্থাটো (Financial model) চলোৱা হৈছিল। তদুপৰি প্ৰায় দুশ ঘৰ মানুহে ... |
নালন্দাৰ শিক্ষা ব্যৱস্থাঃ |
নালন্দাবিশ্ববিদ্যালয় মূলত বৌদ্ধ ধৰ্মীয় জ্ঞান চৰ্চ্চাৰ কেন্দ্ৰ আছিল যদিও তদানীন্তন সময়ৰ ভাৰতীয় ঐতিহ্যৰ সকলো বিষয় ইয়াত পঢ়োৱা বা চৰ্চ্চা কৰা হৈছিল। বিষয় সমূহৰ ভিতৰত বৌদ্ধ সাহিত্যৰ অধ্যয়ন, বেদ শিক্ষা (অথৰ্ব বেদৰ), ন্যায় শাস্ত্ৰ, সংস্কৃত ব্যাকৰণ, ভেষজ বা চিকিত্সা বিদ্যা, জ্যোতিৰ্বিদ্যা, জ্যোতিষ শাস্ত্ৰ, সংখ্যা দৰ্... |
মূল শিক্ষা-দীক্ষা লোৱা ছাত্ৰসকলে নালন্দালৈ আহিছিল উচ্চ শিক্ষা (Advanced Education) গ্ৰহণ কৰিবলৈ। বিশ্ববিদ্যালয়লৈ বিশ্বৰ বিভিন্ন দেশ যেনে- তিব্বত, চীন, কোৰিয়া, তুৰ্কী, মালয়, কম্বোজ, শ্ৰীলঙ্কা, চম্পা ইত্যাদি দেশৰ পৰা বহু প্ৰাকৃতিক দুৰ্য্যোগ, বাধা-বিঘিনি নেওচি ছাত্ৰসকল আহিছিল। প্ৰাচীন ভাৰতৰ বহুত ঠাইৰ পৰাও ছাত্ৰসকল আহিছ... |
সেই সময়ত এনে এটা ধাৰণা গোটেই বিশ্বত বিয়পিছিল যে- নালন্দাৰ শিক্ষাগত অৰ্হতা বা উপাধি অবিহনে উচ্চ শিক্ষাৰ জ্ঞান আধৰুৱা বা অপৰিপক্ব। ছাত্ৰসকল যেতিয়া ত্ৰিছ বছৰমান বয়সৰ হৈছিল, তেতিয়া এই বিশ্ববিদ্যালয়ৰ উপাধিপ্ৰাপ্ত ছাত্ৰ হৈ পৰিছিল, একোজন সামাজিকভাৱে সুখ্যাত ব্যক্তি আৰু বিশ্বৰ য’লৈকে যায় তাতেই তেওঁলোক সন্মানিত হৈছিল। না... |
যিহেতু এই মহাবিহাৰখন এখন অতি উচ্চ শিক্ষাৰ থলি- ইয়াত ছাত্ৰ হিচাপে প্ৰৱেশ কৰাটোও বৰ কঠিন আছিল। প্ৰত্যেক দেশ বা ঠাইত উপলব্ধ হোৱা অন্তিম শিক্ষাত অৱতীৰ্ণ হৈ অহা ছাত্ৰসকলে ইয়াত প্ৰৱেশৰ সুযোগ পাইছিল। নালন্দাবিশ্ববিদ্যালয় পৰিসৰৰ সন্মুখ ভাগত কিছুমান প্ৰাকপ্ৰশিক্ষণ (Coaching Centre) কেন্দ্ৰই গঢ় লৈ উঠিছিল আৰু দূৰণিবটীয়া ছাত্... |
ছাত্ৰসকলৰ সুবিধা আৰু অধ্যয়নৰ বাবে |
বিশ্ববিদ্যালয়খনত প্ৰতিষ্ঠিত হৈছিল এটা বিশালকায় গ্ৰন্থগাৰ, য’ত হস্তলিখিত কেবা লক্ষ্য গ্ৰন্থৰ পাণ্ডুলিপিবোৰ জমা আছিল। সকলো বিষয়ৰ গ্ৰন্থৰ সংগ্ৰহ আছিল- এই গ্ৰন্থগাৰৰ এক ডাঙৰ বৈশিষ্ট্য। |
আচাৰ্য্যসকলে দৈনিক পাঠদানৰ উপৰিও ছাত্ৰসকল তৰ্ক, ভাষণ দিয়াৰ বাবে অনুপ্ৰাণিত কৰিছিল। যিকোনো বিষয়ৰ যুক্তি চৰ্চ্চা আৰু তৰ্ক (debate & discussion) অৱতাৰণা কৰাটো ছাত্ৰসকলৰ বাবে পাঠ্যক্ৰমৰ এটা অপৰিহাৰ্য্য অংগ আছিল। |
আচাৰ্য্যসকলে ইয়াৰ বাবে নিয়ম-নীতি নিৰ্দ্ধাৰণ কৰি দিছিল আৰু সকলো ছাত্ৰই ভাগলোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল। শৃংখলা আৰু শিক্ষামূলক উদাৰতা (discipline & liberal studies) এই প্ৰাচীন বিশ্ববিদ্যালয়ৰ এক অনবদ্য বৈশিষ্ট্যত পৰিণত হৈছিল। |
নিয়মীয়া শিক্ষকসকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা ‘পৰিভ্ৰমী শিক্ষক’ বা আজি-কালিৰ ভাষাত Visiting Professor হিচাপে আহিছিল তদানীন্তন কালৰ বিভিন্ন বিষয়ৰ পণ্ডিত প্ৰবৰসকল। লিখিত তথ্য অনুযায়ী পোৱা গৈছিল যে- আৰ্য্যভট্ট, আৰ্য্যদেৱ, চন্দ্ৰকীৰ্ত্তি, ধৰ্মপালা, শীলভদ্ৰ, নাগাৰ্জুন প্ৰভৃতি বিশিষ্ট পণ্ডিতসকল এই বিশ্ববিদ্যালয়ত Visiting Pr... |
বিশ্ববিশ্ৰুত পৰিব্ৰাজক চীন দেশৰ হিউৱেন চাং এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল কেবাবছৰো। হিউৱেন চাঙে ৬৩৭ খৃঃ পৰা ৬৪২ খৃষ্টাব্দলৈ এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ মূলত বৌদ্ধ ধৰ্ম দৰ্শন আৰু সাহিত্য অধ্যয়ন কৰিছিল। সংস্কৃত ভাষাত তেওঁ ব্যুৎপত্তি লাভ কৰি বহুত সংস্কৃত মূল গ্ৰন্থ চীনা ভাষালৈ পৰৱৰ্তী কালত অনুবাদ কৰিছিল। |
তেওঁ গোটেই ভাৰত ভ্ৰমণ কৰি এখন ভ্ৰমণ কাহিনী লিখিছিল চীনা ভাষাত। এই গ্ৰন্থত নালন্দা মহাবিহাৰৰ সম্পৰ্কত এক মনোগ্ৰাহী আৰু বিশদ বৰ্ণনা দাঙি ধৰিছে। তেওঁ লিখিছিল- ‘‘এই বিশ্ববিদ্যালয়খন হ’ল ভাৰতৰ অতি উচ্চতম শিক্ষা ব্যৱস্থাৰ এক জীৱন্ত প্ৰতিভূ (Highest embodiment) সমগ্ৰ এচিয়াৰে ভিতৰতে’’। তেওঁ বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ শিক্ষা... |
অন্যহাতে, হিউৱেন চাঙৰ পৰৱৰ্তী কালত অন্য এজন চীনা পৰিব্ৰজক আইৎজিং (I-Tsing or Yijing) ৬৭৩ খৃঃত ভাৰতলৈ আহিছিল আৰু নালন্দাবিশ্ববিদ্যালয়ত ছাত্ৰ হিচাপে অধ্যয়ন কৰিছিল। তেওঁ মুঠতে ১৪ বছৰ এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। ৬৯৫ চনত তেওঁ চীনলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু লগত লৈ গৈছিল প্ৰায় ৪০০খন মান সংস্কৃত গ্ৰন্থৰ পাণ্ডুলিপি। এই গ্ৰ... |
নালন্দাৰ পতনঃ |
ভাৰতৰ প্ৰাচীন ইতিহাসৰ অতি কলংকময় আৰু অতি দুখৰ ঘটনাটো ঘটিল ১১৯৩ চনত যেতিয়া তুৰ্কী লুণ্ঠনকাৰী সেনাপতি মহম্মদ বখতিয়াৰ খিলজিৰ নেতৃত্বত যোৱা এদল অশ্বাৰোহী সৈন্যই নালন্দা বিশ্ববিদ্যালয়ৰ পৰিসৰৰ মাজত অতৰ্কিতে আক্ৰমণ কৰি বহু বৌদ্ধ ভিক্ষু, আচাৰ্য্য আৰু শিক্ষকসকলক হত্যা কৰি ধ্বংসলীলা সৃষ্টি কৰিলে। ইতিহাসৰ অন্ধকাৰময় দিনটোৰ সা... |
ইয়াৰোপৰি অন্য এটা প্ৰধান কাৰণ- যিটোৰ কাৰণে নালন্দা বিশ্ববিদ্যালয় পুনৰ উজ্জীৱিত কৰিব পৰা নগ’ল, সেইটো হ’ল প্ৰায় ১২০০ খৃঃমানৰ পৰা বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ভাৰতৰ জনসাধাৰণ বা প্ৰজাসকলৰ মাজত ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। ইয়াৰ কাৰণ কেইবাটাও আছিল- যিবোৰ আলোচনা আমাৰ এই লিখনিৰ পৰিসৰৰ বাহিৰত পৰিব। |
ৰজাসকলেও ক্ৰমে বৌদ্ধ ধৰ্ম এৰি পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ হৈছিল, সেয়ে দান-বৰঙনি ৰাজন্য পৃষ্ঠপোষকতা (Royal Patronage) একেবাৰে কমি আহিবলৈ ধৰিলে। বিশ্ববিদ্যালয়ৰ ৰাজহ ব্যৱস্থা (Financial management) ঢিলা হৈ পৰিল। আনহাতে প্ৰাচীন ঘৰ, প্ৰাচীৰ বা স্তুপসমূহ নিৰ্মিত হৈছিল গুপ্ত যুগত নিৰ্মিত ইটা, শিলৰ গাঁথনিৰ দ্বাৰা। যিহেতু গু... |
পাহৰণিৰ গৰ্ভত পৰি থকা নালন্দাত ১৯১৫ চনত বৃটিছ পূৰাতত্ত্ববিদসকলে খনন কাৰ্য্য কৰি ইটা শিলেৰে নিৰ্মিত বৃহৎ বৃহৎ প্ৰাচীৰ, স্তুপ, অট্টালিকাসমূহৰ ধ্বংসাৱশেষ অৱিষ্কাৰ কৰি নতুন নতুন তথ্যসমূহ প্ৰাচীন ভাৰতৰ ইতিহাসৰ ছাত্ৰসকলক অৱদান দিলে। |
গ্ৰন্থপঞ্জী: |
1. Ancient India- Dr R.C. Majumdar |
2. India’s Ancient Past- Dr R.S. Sharma |
3. The Educational heritage of Ancient India – Dr. Sahana Singh. |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.