text
stringlengths
0
188k
4. An article from Wikipedia.
← অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী
কৃষ্ণগহ্বৰ–পাৰ্থ প্ৰতিম কলিতা →
You May Also Like
চহা জীৱনৰ বিবাহ পৰম্পৰা – কমলা দাস
July 19, 2019 1
অন্ধবিশ্বাসৰ ভয়াবহতা ( জ্যোতিৰূপম দত্ত )
September 18, 2016 1
শংকৰদেৱৰ জন্মৰ সময়ৰ ধৰ্মীয় আৰু সামাজিক পৰিবেশ – ময়ুৰ বৰা
September 18, 2017 1
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things worth reading/ Or do things worth writing - Benjamin Franklin
Thursday, September 8, 2016
ভূপেনদালৈ শ্ৰদ্ধাৰ্ঘ্…..
আদাক দেখি উঠিল গা,
কেতুৰীয়ে বোলে মোকো খা৷
আজি ভূপেনদাক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰা দেখি মোৰো গা উঠিছে৷ তেখেতৰ কথা, তেখেতৰ সৃষ্টিসমূহ আৰু তেখেতৰ লগত থকা সম্পৰ্কৰ স্মৃতিৰে ফে’চবুক উখল-মাখল হৈ আছে৷ মোৰো মন গৈছে ভূপেনদাৰ কথা ক’বলৈ…..
আশীৰ দশকৰ আগভাগত যেতিয়া অনাতাঁৰ সেৱাই অসমৰ আকাশ বতাহ জিনি আছিল, শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণৰ সেই সময়তে, ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ১২ বজাৰ প্ৰচাৰিত হোৱা অনুৰোধৰ গীতৰ অনুষ্ঠান ‘সুৰৰ সাতসৰী’ আৰু ১২.৩০ বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ‘কল্পতৰু’ অনুষ্ঠানটি আছিল আমাৰ সবাতোকৈ প্ৰিয় অনুষ্ঠান৷ তেতিয়াই প্ৰথম প্ৰেমত পৰিছিলো ভূ...
১৯৮৩ চনৰ ২৭ ডিচেম্বৰৰ দিনা মই মাৰ লগত এখন চুক্তি কৰিলো৷ মই HSLC পৰীক্ষাত Maths-ত লেটাৰ সহ First Division পালে মায়ে টেপ ৰেকৰ্ডাৰ এটা দিব৷ মায়ে প্ৰত্যাহ্বান গ্ৰহন কৰিছিল – উপৰোক্ত কথাখিনি সত্যত পৰিণত হলে উপহাৰটি দিয়াত ৰাজী আছো৷ এই চুক্তিপত্ৰৰ সাক্ষী আছিল মোৰ ডাঙৰ ভাই মৃদুল –ওপৰৰ কথাখিনি সত্য হয়৷ মাজনী আৰু দুদু সৰু আছ...
মই মোৰ কথা ৰাখিছিলো, তথাপিও কিন্তু চুক্তি অনুসৰি টেইপ ৰেকৰ্ডাৰটো পোৱাত পাঁচ বছৰমান পলম হৈছিল! মেট্ৰিক পৰীক্ষাৰ আগে আগে নিৰূপ ছাৰে তেখেতৰ ঘৰত কিছুদিন মোক অংক শিকাইছিল৷ কেতিয়াবা ছাৰৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিবলৈ লওঁতেই শুনো ভিতৰৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠ ভাঁহি আহিছে৷ লগত থকা পোনাক কওঁ, অলপ ৰৈ দে গানটো পুৰাকৈ শুনি লওঁ!
এসময়ত নিজৰ এটা টেইপ ৰেকৰ্ডাৰ হ’ল৷ ভূপেনদাৰ দুষ্পাপ্য গীতবোৰ আৰু কণ্ঠ সংগ্ৰহ কৰাত লাগিলো৷
তেখেতৰ বিভিন্ন মুহুৰ্তৰ ফটো প্ৰথম দেখা পাওঁ “শিল্পীৰ পৃথিৱী” নামৰ আলোচনীখনৰ পাতত – আশীৰ দশকৰ আগভাগতে৷ বেণী মাধৱে সম্পাদনা কৰা আলোচনীখনৰ সেই সংখ্যাটো ভূপেনদাৰ ওপৰত সমৰ্পিত আছিল আৰু তেখেতৰ জীৱন সংগ্ৰামৰ অনেক তথ্য তাত প্ৰকাশ হৈছিল৷ ১৯৮৫ চনৰ প্ৰথম ভাগত পদ্ম বৰকটকীৰ সম্পাদনাত “আজিৰ সময়” নামৰ এখন আলোচনী প্ৰকাশ হৈছিল৷ তা...
সেইসময়ৰ পৰাই একলব্যৰ দৰে তেখেতৰ লগত একাত্ম হোৱাৰ অনুশীলন আৰম্ভ হ’ল৷ অসম আন্দোলনৰ সময়ত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আদি ব্যক্তিসকলৰ ফটোকেইখন বৰকৈ ছপা হৈছিল আৰু প্ৰায় সকলো ঠাইতে বিক্ৰী কৰা হৈছিল৷ সেই সময়তে বেগ এটা কান্ধত ওলোমাই লৈ খোজ কাঢ়ি থকা ভংগীত ভূপেনদাৰ জনপ্ৰিয় ফটো...
কৈশোৰতে অন্তৰৰ গভীৰত বহি লোৱা ভূপেনদা যেন লাহে লাহে তেজত মিহলি হ’বলৈ আৰম্ভ কৰিছিল৷ আপোনা আপুনি মনৰ মাজৰ পৰা ওলায় অহা গীতৰ কলিটো ভূপেন হাজৰিকাৰ৷ সুখ, দুখ, হৰ্ষ, বিষাদ – যিকোনো মুহুৰ্তৰ অনুভূতিকে প্ৰকাশ কৰিবলৈ তেখেতৰ কোনোবাটো নহয় কোনোবা গীতৰ কলি এটা মনৰ মাজত সদায়েই উকমুকাই থাকে৷ শ্বিলংৰে গধূলি, দিছাং মুখৰ মিছি...
সাগৰত থাকে শংখ,
নেগুৰীয়া শামুকে বোলে মইও তাৰে বংশ
সম্বন্ধ বিচাৰি গ’লে মুকুটাও হয় ভনী
দূৰণিত থকা গুণে হ’ব পাৰে পাহৰণি৷
নাই, নাই ভূপেন হাজৰিকাৰ লগত ঘনিষ্ঠ হৈছিলো বুলি মই দাবী কৰিব খোজা নাই৷ ২০০১ চনত তিনিদিনৰ বাবে তেখেতক লগ পাইছিলো৷ সেইয়াই প্ৰথম আৰু সেইয়াই শেষ৷ মই তেতিয়া গোৱা এয়াৰপৰ্টত চাকৰি কৰি আছিলো৷ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ তেখেত পানাজীত অনুষ্ঠিত হোৱা অনুষ্ঠান এটাত অংশ গ্ৰহন কৰিবলৈ গৈছিল৷ ভূপেনদাক লগ পোৱা সকলো মানুহেই জা...
মোৰ পত্নীলৈ চাই ভূপেনদাই সুধিলে – তোমালোকক মোৰ ফটো এখন লাগিব নেকি? – আঁহা৷ আমি ওচৰ চাপি গ’লো৷ তেখেত মাজতে – আমি দুটা দুয়োফালে৷ কান্ধত তেখেতৰ হাত! ফটোখন উঠোৱাৰ পিছতে ক’লে – মোলৈ ফটো পঠিয়াই দিবা দেই! অবিশ্বাস্য, কিন্তু সত্য৷ দাদা চাহেব ফাল্কে বঁটা বিজয়ী, সংগীত নাটক একেডেমীৰ অধ্যক্ষ, সংগীত সূৰ্য, সুধা কণ্ঠ ভূপে...
ফণী শৰ্মাৰ আত্মজীৱনী “ৰং-বিৰং”ত এষাৰ কথা আছে- অসমৰ আইনাম, বিয়ানাম, বনগীত, ওজাপালি ইত্যাদিৰ লগত অসমৰ পৰ্বত পাহাৰত সিচঁৰিত হৈ থকা সুৰবোৰ বুটলি আনি সুৰকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এনে এটা অভিনৱ সুৰ অসমীয়া গীতত তাহানিয়েই দিলে, যি গীতবোৰ জোঁত নলগাকৈ গাব পৰা গায়ক অসমত মাত্ৰ তিনিজন আছে- বিষ্ণুৰাভা, ভূপেন হাজৰিকা আৰু কমলা প্ৰ...
বিমানত উঠাৰ আগতে মোক আলিংগণ কৰি কৈছিল - এইবাৰ তোমাৰ ঘৰত মাছৰ টেঙা খাবলৈ থাকি গ’ল৷ আকৌ আহিম, তেতিয়া খাম৷
সেই দিন আৰু নাহিল৷ ভূপেনদা গ’লগৈ, গ’ল যি গ’লেই৷ কিন্তু তেখেতৰ দৰদী কণ্ঠ আৰু অমৃতময় সংগীত এৰি থৈ গৈছে মোৰ দৰে হাজাৰ জনৰ চেতনাত৷ ভূপেনদাই নিজেই কৈছিল –<eot>‘মিছন ফৰ অভাৰঅল ইমপ্ৰুভমেণ্ট অৱ থানা ফৰ ৰেচপনচিভ ইমেজ’ চমুকৈ ‘মৈত্ৰী’ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ত ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰ...
মুখ্য মন্ত্ৰী সোণোৱালে ‘মৈত্ৰী’ আঁচনিৰ অধীনত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে সকলো আৰক্ষী থানাক সংযোগকৰণ, চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে অত্যাধুনিক সা-সঁজুলি আৰু ডিজিটেল সংযোগ ব্যৱস্থাৰে থানাসমূহক অত্যাধুনিক ৰূপত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। লগতে এই ব্যৱস্থা সমূহ কাৰ্যক্ষম হৈ উঠাৰ পিছত যিকোনো ব্যক্তিয়ে এ...
মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত ডিব্ৰুগড় চহৰৰ প্ৰত্যেকটো পৰিয়ালক পৰিষ্কাৰকৈ থকাৰ প্ৰৱণতা বৃদ্ধি কৰি নিজ চৌহদত তিনিজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।
আনহাতে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই কয় যে ‘‘স্মাৰ্ট পুলিচৰ ধাৰণা বাস্তৱায়িত কৰি অসম আৰক্ষী বাহিনীক অধিক দায়িত্বশীল, শক্তিশালী আৰু বিশ্বাসযোগ্য বাহিনী হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। ইয়াৰ অংশস্বৰূপে অসম আৰক্ষীয়ে হাতত লোৱা ‘মৈত্ৰী’ আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থান...
মৈত্ৰী নামৰ আঁচনিখম ৰূপায়ণৰ দায়িত্বত থকা অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ এম সিঙে এই আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থানাৰ নিৰ্মাণ কাৰ্যত প্ৰায় ২ কোটিকৈ টকা ব্যয় কৰা হ’ব বুলি কয়।
আজিৰ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, উপায়ুক্ত লয়া মাদুৰী সোণাৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, আসমা হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী লিমিটেডৰ অধ্যক...
Recent News
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
শেহতীয়াকৈ গোৱালপাৰা জিলা আৰক্ষীয়ে কৃষ্ণাইত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান৷ ঠিক সেইদৰে যোৱা বুধবাৰে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক (পি) মৌচুমী দাসৰ নেতৃত্বত কৃষ্ণাই বন বিভাগৰ অন্তৰ্গত হুদাকোনাত অতৰ্কিতে এক অভিযান চলাই এটা কাঠফলা মিল সহ বৃহৎ পৰিমানৰ শাল কাঠ জব্দ কৰে ৷
উল্লেখযোগ্য যে কৃষ্ণাই বন বিভাগৰ ৰেঞ্জাৰ গৰাকীৰ চত্ৰছায়াত কৃষ্ণাইত এনে দৰে চুকে কোনে কাঠ আৰু বালিৰ অবৈধ বেহা গঢ়ি উঠা পৰিলক্ষিত হোৱা বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিয়ে।
সম্প্ৰতি অঞ্চলটোৰ খাৰদাং, ভেল্টাৰঘাট, চোটিপাৰা, কুকুাৰকাটা আদিকে ধৰি বিভিন্ন স্থানত কুৰিটাতকৈ বেচি মিল এতিয়াও চলি আছে৷ বন বিভাগৰ এই অবৈধ মিল সমুহৰ লগতে চোৰাং কাঠ আৰু বালিৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে গোৱালপাৰাৰ আৰক্ষী৷
উপ আৰক্ষী অধীক্ষক (পি) মৌচুমী দাসৰ নেতৃত্বত জিলাখনৰ বিভিন্ন অঞ্চলটোত এইদৰে নিতৌ চলিছে চোৰাং কাঠৰ বিৰুদ্ধে তীব্ৰ অভিযান৷
Recent News
ধৰ্মঘটৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় কাকত নিউয়ৰ্ক টাইমছ
সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’
গুজৰাটত মুখ ঠেকেচা আপ আৰু কংগ্ৰেছৰ : বিজয়ৰ দিশে সংঘ বাহিনী