text stringlengths 0 188k |
|---|
মুখ্য কাৰ্যালয় |
শিৱসাগৰ |
সূচী |
1 ইতিহাস |
2 তথ্য সংগ্ৰহ |
3 লগতে চাওক |
4 বাহ্যিক সংযোগ |
ইতিহাসসম্পাদনা কৰক |
ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক বিৰাট পৰিবৰ্তনৰ সূচনা হ’ল। সাহিত্যতো ইয়াৰ স্পষ্ট প্ৰভাব পৰিস্ফুট হয়। [4] |
১৮৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ বিদ্যালয়-মহাবিদ্যালয় আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰা, পশ্চিমবংগৰ পৰা অহা বঙালী কাৰ্যবাহীসকলৰ যাতে সুবিধা হয়। বঙালী কৰ্মচাৰীসকলেও ইয়াৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। ইতিমধ্যে অসমৰ কমি... |
এই মাহেকীয়া আলোচনীখনৰ সুদীৰ্ঘ ৩৭ বছৰৰ সম্পাদক আছিল ড॰ নাথান ব্ৰাউন, এছ এম হোৱাইটিং, মাইলছ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি। বছৰেকীয়া বৰঙনি ক্ৰমে ১ টকা আৰু পাছলৈ ২ টকা আছিল। আলোচনীখনৰ সৰ্বোচ্চ গ্ৰাহকৰ সংখ্যা ৭০০জন হৈছিল। [6] |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ সাঁচ:Https://www.google.com/amp/s/niyomiyabarta.com/amp/special-writing/arunodoi-paper/ |
↑ "Orunoidoi/Arunodoi". Onlinesivasagar.com. http://onlinesivasagar.com/media/arunodoi.htm। আহৰণ কৰা হৈছে: 28 March 2010. |
↑ "Special Postage Stamp on 150 years of Newspapers in Assam". PIB. http://pib.nic.in/archieve/lreleng/l0299/r010299.html। আহৰণ কৰা হৈছে: 30 March 2010. |
↑ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী, পৃষ্ঠা-৪ |
↑ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী |
↑ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-১০ |
লগতে চাওকসম্পাদনা কৰক |
জোনাকী |
বাঁহী |
বাহ্যিক সংযোগসম্পাদনা কৰক |
অৰুণোদই অনলাইন |
অৰুনোদই প্ৰকাশৰ এশ পঁইসত্তৰ বছৰ হোৱা উপলক্ষে প্ৰকাশ আলোচনী বিশেশ সংখ্যা হিচাপে প্ৰকাশ কৰা হয়৷ এই সংখ্যাটোত অৰুনোদই আলোচনীখনৰ বিষয়ে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছে৷ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী<eot>Find information about the various schemes being implemented along with the benefits, grants and as... |
নথি-পত্ৰসমূহ |
আইন |
ছুটী মঞ্জুৰ |
বাজেট |
নীতি |
প্ৰতিবেদন |
অধিসূচনা |
নিৰ্দেশনা |
নিযুক্তি তথা পদোন্নতি |
পুনৰগঠনৰ নিৰ্দেশনাসমূহ |
সভাৰ কাৰ্যবিৱৰণী |
প্ৰশাসনীয় অনুমোদন |
বিভাগীয় আদেশ |
বদলিৰ হুকুম |
জ্যেষ্ঠতাৰ তালিকা |
A document repository where all types of the documents of the organization can be searched and located in the shortest possible time. |
আমাৰ সৱিশেষ |
আমাৰ পৰিচয় |
আমি কি কৰো |
আমাৰ ইতিহাস |
আমাৰ শাখা/ক্ষেত্ৰ কাৰ্য্যালয়সমূহ |
You can find information on Our Ministers, Key Officials, Our Vision,Mission and Functions and more details about our department here. |
যোগাযোগ কৰক |
কৃতজ্ঞতা পেঞ্চন পোৰ্টেল |
সঘনাই সোধা প্ৰশ্ন |
মতামত জনাব |
অধিক |
Home ❯ প্ৰকল্প বা আঁচনি ৰূপায়ণ |
খেতিপথাৰত পানী যোগান |
খেতিয়কৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন |
জল সেৱা কৰ |
প্ৰকল্প/আঁচনি এটা সাজি উলিওৱাৰ প্ৰক্ৰিয়া |
প্ৰকল্প বা আঁচনি ৰূপায়ণ |
প্ৰকল্প বা আঁচনি ৰূপায়ণ |
কৰ্ম সম্পাদন |
আঁচনিখনৰ প্ৰাককলন প্ৰশাসনীয় তথা কাৰিকৰীভাৱে অনুমোদিত হোৱাৰ পাছত জলসিঞ্চন বিভাগে ইয়াৰ ক্ষেত্ৰ বিষয়াসকলৰ তত্বাৱধানত পঞ্জীভুক্ত ঠিকাদাৰৰ জৰিয়তে বিভাগীয় বিধিমতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে । বৃহৎ আৰু মজলীয়া আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় জল আয়োগৰ (Central Water Commission -CWC) পৰা অনুমোদন তথা পৰিৱেশ মন্ত্ৰালয়ৰ পৰা পূৰ্বানুমোদন ল... |
পৰিদৰ্শন আৰু মান নিয়ন্ত্ৰণ |
বিভাগটোৰ নিজাকৈ এটা পৰিদৰ্শন আৰু মান নিয়ন্ত্ৰণ শাখা আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত । এই শাখাটো জলসিঞ্চন সচিবৰ পোনপটীয়া নিয়ন্ত্ৰণাধীন । এই শাখাটো কামৰ মান তথা অগ্ৰগতি চোৱাৰ কামত তথা নিৰ্ধাৰিত সময়ত প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিবলৈ দায়িত্বন্যস্ত । এই শাখাটো কাৰ্য সম্পাদনৰ ক্ষেত্ৰত বি... |
নিৰীক্ষণ |
নিৰীক্ষণৰ কাম কেবাটাও পৰ্যায়ত কৰা হয় । ক্ষেত্ৰ পৰ্যায়ত এয়া সংশ্লিষ্ট অতিৰিক্ত মুখ্য অভিযন্তা তথা অধীক্ষক অভিযন্তাৰ দায়িত্ব । মুখ্য কাৰ্যালয় পৰ্যায়ত পৰিচালনাৰ সুবিধাৰ বাবে বিভিন্ন পুঁজিৰ অন্তৰ্গত আঁচনিসমূহ ৰূপাঙ্কণ সঞ্চালক, ৰূপাঙ্কণ সঞ্চালক(ক্ষুদ্ৰ জলসিঞ্চন) আৰু নিৰীক্ষণ কোষৰ অধীক্ষক অভিযন্তাৰ মাজত এই দায়িত্ব ভগাই দিয়া ... |
বিশ্ব তাৰকাত পৰিণত হোৱা দেশৰ নৱতম ট্ৰেক চাঞ্চল্যগৰাকী চুক্তিবদ্ধ হৈছে জাৰ্মানিৰ বিশ্ববিখ্যাত এডিডাছ নামৰ বহুজাতিক কোম্পানিটোৰ সৈতে। এতিয়াৰ পৰা এডিডাছে হিমাক খেল আৰু প্ৰশিক্ষণৰ সময়ত সৰ্বোত্তম ক্ৰীড়া সামগ্ৰী যোগান ধৰিব। এই কথা জনাইছে এডিডাছৰ দিল্লীস্থিত কৰ্তৃপক্ষই। |
“আমি এডিডাছে বিশ্বাস কৰো যে ক্ৰীড়াৰ মাজেৰে আমাৰ জীৱনক সলনি কৰি দিয়াৰ শক্তি আছে আৰু হিমা হ’ল তাৰ এটা ডাঙৰ উদাহৰণ। আমাৰ বহুতো সহযোগী আৰু অংশীদাৰে ভাৰতত যুৱসমাজক শক্তিশালী কৰি তোলা আৰু ইতিবাচক দিশত পৰিৱৰ্তন কৰা কামত গুৰুত্ব দিয়ে।” এইদৰে কয় এডিডাছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ডেইভ থমাছে। |
আনহাতে এডিডাছৰ সৈতে চুক্তিবদ্ধ হৈ নিজৰ আনন্দ প্ৰকাশ কৰে হিমা দাসে। “এডিডাছ পৰিয়ালৰ সৈতে জড়িত হ’বলৈ পাই মই অতি গৌৰৱ অনুভৱ কৰিছো”, এয়াই আছিল হিমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। |
ইয়াৰ জৰিয়তে হিমাই বিশ্ববিখ্যাত ফুটবলাৰ লায়নেল মেছি, পল পগবা, ক্ৰিকেটাৰ ৰোহিত শৰ্মা, কুলদীপ যাদৱ, ঋষভ পাণ্ট, স্কোৱাছ খেলুৱৈ দীপিকা পল্লিকাল কাৰ্তিক আদিৰ দৰে খেলুৱৈৰ শাৰীত স্থান পালে। |
উল্লেখযোগ্য যে এডিডাছ হ’ল বিশ্বৰ দ্বিতীয় বৃহৎ ক্ৰীড়া সামগ্ৰী আৰু সাজ-পাৰ নিৰ্মাতা কোম্পানি। নাইকৰ পিছতে এডিডাছৰ স্থান। আনহাতে ইউৰোপত এডিডাছেই সৰ্ববৃহৎ উৎপাদক। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দেশৰ দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনতেই দুবছৰে দৰমহা বঞ্চিত হৈ আছে কাগজ কল দুটাৰ কেইবাশ কৰ্মচাৰী। |
উৎপাদন বন্ধ হৈ থকা জাগীৰোডৰ নগাওঁ কাগজ কল আৰু পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ প্ৰতি চৰকাৰৰ অমনোযোগিতাত এতিয়া কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা। |
কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ দুখ-দুৰ্দশাৰ মাজতেই আহিছে ’১৯ৰ লোকসভা নিৰ্বাচন। কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পাঁচ বছৰ আৰু ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া কাৰ্য্যকালত ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ উদ্যোগ দুটাৰ পুনৰুদ্ধাৰ হ’ব বোলা কথাষাৰ কাৰ্য্যতঃ অসাৰ প্ৰতিপন্ন হ’ল। |
গতিকে কাগজ কল দুটাৰ প্ৰতি কৰা বঞ্চনাৰ অভিযোগত বিজেপিক উচিত প্ৰত্যুত্তৰ দিবলৈ মধ্য অসম আৰু বৰাক উপত্যকাৰ ৰাইজক আহ্বান জনাইছে এইচ পি চি পে’ইপাৰ মিল ৰিভাইভেল একচন কমিতিয়ে। বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কমিতিখনে এই আহ্বান জনাইছে। |
“নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু জাতীয় সম্পদ দুটা ৰক্ষণাৱেক্ষণৰ বাবে অসমৰ জনসাধাৰণে গণতান্ত্ৰিক আন্দোলন চলাই আহিছে। কিন্তু চৰকাৰখনে এই আন্দোলনক উপেক্ষা কৰি আহিছে। গতিকে মধ্য অসম আৰু বৰাক উপত্যকাৰ জনগণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়,” এইচ পি চি পে’ইপাৰ ম... |
উল্লেখ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাছাৰ জিলাৰ পাঁচগ্ৰামৰ কালীনগৰত অনুষ্ঠিত এক জনসভাত কাগজ কল দুটা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল। কমিতিখনে এই কথা মনত পেলাই দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ‘নমামি বৰাক’ অনুষ্ঠানত ছমাহৰ ভিতৰত কাগজ কলৰ উৎপাদন পুনৰ আৰম্ভ হ’ব ব... |
কিন্তু বিজেপিৰ এই আশ্বাস কেৱল ভাষণতেই সীমাবদ্ধ থাকিল। ইয়াৰ বিপৰীতে পানীত হাঁহ নচৰা অৱস্থা দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ। পৰিয়াল চলোৱা, ল’ৰা-ছোৱালীক পঢ়ুওৱা, বেমাৰ-আজাৰৰ চিকিৎসা আদিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বিগত ২৭মাহে দৰমহা নোপোৱা কৰ্মচাৰীসকলে। “নিবনুৱাক চাকৰি দিয়া”ৰ আশ্বাস দিয়া বিজেপি চৰকাৰৰ দিনতেই এতিয়া নিব... |
“প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত দুয়োটা কাগজ কলৰ ৫১জন কৰ্মচাৰীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আৰ্থিক দুৰাৱস্থাত ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ পথ লৈছে দুজনে,” কমিতিখনে সংবাদমেলত প্ৰকাশ কৰে। |
তাৎপৰ্য্যপূৰ্ণ যে এইবাৰৰ নিৰ্বাচনত কাগজ কল দুটাৰ পুনৰুদ্ধাৰক লৈ কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাই শাসকীয় বিজেপিৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু ৰথী-মহাৰথীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও ক’তো এতিয়ালৈ কাগজ ক... |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
গুৱাহাটী আৰু ক’লকাতাত ক্ৰমে ১৯ আৰু ২২ ফেব্ৰুৱাৰিত অনুষ্ঠিত ডিআইডিৰ দু্য়োটা বাচনিতে গৌৰী নিৰ্বাচিত হৈছে। |
বাবুল ব্ৰহ্ম আৰু নিশা ব্ৰহ্মৰ কন্যা গৌৰীক নৃত্যৰ প্ৰশিক্ষণ দিছিল হেমপ্ৰভা ইজলাৰি আৰু ম’ম’ বসুমতাৰীয়ে। |
কোকৰাঝাৰৰ বড়োলেণ্ড অতিথি গৃ্হত আজি বিপিএফে উদীয়মান নাচনীগৰাকীক এখন পৰম্পৰাগত আৰনাই আৰু ১ লাখ টকাৰে সম্বৰ্ধনা জনায়। |
বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে গৌৰীক সম্বৰ্ধনা জনায়। |
Recent News |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.