text
stringlengths
0
188k
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>গোপনে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলাই থকা এটা গোটক নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলযুৰি এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।আটক কৰা লোককেইজন এটা ড্ৰাগ ডিলিং এজেন্সীৰ ক...
তথ্য অনুসৰি নগাঁও আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ২৪৩/ ১৮ ইউ/ এছ ২২(চি) এন ডি পি এছ এক্টৰ ভিত্তিত দেওবাৰে নগাঁও আৰক্ষীয়ে বিখ্যাত ড্ৰাগ মাফিয়া আবজৰ আলি ওৰফে আবদমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ যোগ্য যে আবজৰ আলিক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলোৱাত সহায় কৰা আন তিনিজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোককেইজন অঞ্জলী শইকীয়া, গোপাল দাস আৰু বিজু দাস বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত গোপাল দাস আৰু বিজু দাস ড্ৰাগ ডিলিং এজেন্সীৰ কৰ্মচাৰী। এই কৰ্মচাৰী কেইজনো বৃহৎ ড্ৰাগ ৰেকেটৰ সৈতে জৰিত আছিল। উল্লেখ যোগ্য যে আৰক্ষীয়ে যোৱা জানুৱাৰি মাহৰ ২৩ তাৰিখতে নিচাজাতীয় সামগ্ৰীৰ এই বৃহৎ সাম্ৰাজ্যখন উৎখাত কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত ১৮,১৬০ টা নিচাজাতীয় টেবলেট আৰু ৪৭৩০ টা ক...
স্মৰ্তব্য যে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে একেলগে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে চোৰাংভাবে এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই নিছিল। আনহাতে ইয়াৰ ফলত এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস হোৱা বুলি স্থানীয় ৰাইজে এক অভিযোগ কৰিছে।
Recent News
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
924
VIEWS
Share on FacebookShare on Twitter
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৬৫ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফীৰ ফাইনেলত কলকাতাৰ মহমেদান স্প’ৰ্টিং ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল দল দুটাই প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
মঙলবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ দুয়োখন ছেমিফাইনেল অনুষ্ঠিত হৈছিল। ইয়াৰে প্ৰথমখন ছেমিফাইনেলত কলকাতাৰ মহমেদান স্প’ৰ্টিঙে জলন্ধৰৰ বি এছ এফ দলক ছাডেন ডেথৰ সহায়ত ৬-৫ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়।
আনহাতে দ্বিতীয়খন ছেমিফাইনেলত দুলীয়াজানৰ অইল ইণ্ডিয়াই ইম্ফলৰ ট্ৰাউ দলক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। অতি উত্তেজনাপূৰ্ণ মেচখনত ট্ৰাউ দলৰ হৈ এমেকাই দুটা গ’ল কৰাৰ বিপৰীতে অইল ইণ্ডিয়াৰ হৈ মেণ্ডিলা ৰংমে দুটা আৰু চিৰণদীপ মৰাণে এটা গ’ল প্ৰদান কৰে।
এতিয়া অহা ৮ নৱেম্বৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামতে সন্ধিয়া ৫ বজাৰ পৰা মহমেদান স্প’ৰ্টিং ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল দলৰ মাজত ফাইনেল মেচখন অনুষ্ঠিত হ’ব।
Recent News
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উক্ত গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে বক্তব্য প্ৰদান কৰি বিশিষ্ট সাংবাদিক উৎপল বৰুৱাই কয় ‘বৰ্তমান সময়ত অসমৰ জলন্ত সমস্যাসমূহক কেন্দ্ৰ কৰি গ্ৰন্থ উপন্যাস প্ৰকাশ কৰা সাহিত্যিকৰ সংখ্যা তেনেই নগন্য। এই পৰিপ্ৰেক্ষিতত ৰাধিকা বল্লভ গোস্বামীৰ এনে প্ৰচেষ্টা শলাগ ল’বলগীয়া’। ইয়াৰ উপৰি তেওঁ কয় যে নগা অসমীয়াৰ সম্পৰ্কক লৈ প্ৰকাশ ...
এ জে ৰেংমা
সেই সভাতে সভাপতি লক্ষ্মীনাথ তামুলীয়ে সভাপতিৰ অভিভাষন আগবঢ়ায়। ভাষণৰ মাজতে সঘনাই বেজীৰ আগটোৰ সমানো মাটি নাগালেণ্ডক দিয়া নহয় বুলি চৰকাৰৰ মুৰব্বী সকলে কৰা মন্তব্যৰ সমালোচনা কৰি কয় যে ১৯৬৩ চনত নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ বৰ্গ কিল’মিটাৰ। এই সন্দৰ্ভত তেওঁ বৰ্তমান সময়ত কি পৰিস্তিতিত নাগালেণ্ডৰ পৰিসীমা ১,২০,০০০ বৰ্গ কিল’মি...
গ্ৰন্থ উন্মোচনী সভাৰ শেষত গ্ৰন্থ দুখনৰ লেখক ৰাধিকা বল্লভ গোস্বামীয়ে প্ৰকাশিত গ্ৰন্থ দুখনৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। কথছা প্ৰসংগত লেখকজনে কয় যে অতি প্ৰাচীন কালৰে পৰা অসমীয়া আৰু নগা সকলৰ মাজত এক মধুৰ সম্পৰ্ক আছে। কছাৰী আৰু আহোম ৰাজত্বৰ কালত আহ-যাহ, থকা-খোৱা, বৈবাহিক সম্বন্ধ আদিৰ মাজেৰে এই সম্পৰ্ক অধিক দৃঢ় হৈছিল। আনহাত...
লক্ষ্যণীয় যে একেধাৰে সাংবাদিক, সাহিত্যিক ৰাধিকা বল্লভ গোস্বামীয়ে ৭০ দশকৰে পৰা কাব্যিক চৰ্চা আৰম্ভ কৰিছিল যদিও আজি উন্মোচিত ‘চেৰাশালিৰ পদ্য’ তেওঁৰ প্ৰথম কবিতা পুথি। আনহাতে তেওঁৰ প্ৰকাশভঙ্গীৰ সৰলতা, তীৰ্যক ব্যঞ্জনা বুলি সভাত উন্মোচক হিচাপে উপস্থিত থকা বিশিষ্ট কবি সমীৰ তাঁতীয়ে উল্লেখ কৰে।
Recent News
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁৱৰ গৌৰৱ উপাধ্যায় নামৰ এজন লোকৰ ঘৰত চোৰে চলাইছিল লুটপাত। চোৰৰ দলটোৱে গৌৰৱ উপাধ্যায়ৰ ঘৰত লুটপাত চলাই লুটি নিছিল সোণৰ গহনাকে ধৰি বহু সমগ্রী। ঘটনা সংক্ৰান্তত হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল হোৱাৰ পিছতে আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমান তৎপৰতা দেখুৱাই ২৪ ঘণ্টাৰ ভিতৰত আটক কৰিলে...
গৌৰৱ উপাধ্যায়ৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চোৰ দুটাক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি সামগ্ৰী। সোণৰ গহনা, লেপটপৰ লগতে চুৰি হোৱা মোবাইল ফোনও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>অৰুনোদই (ইংৰাজী: Orunodoi) অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ তথা আলোচনী।[1] এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা প্ৰথম প্ৰকাশ পায়। এইখন সংবাদ পত্ৰই আধুনিক ...
অৰুণোদই
প্ৰকাৰ
মাহেকীয়া আলোচনী
প্ৰতিষ্ঠাপক
আমেৰিকান ব্যপ্টিষ্ট মিছনেৰীসকল
সম্পাদক
নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক)
প্ৰতিষ্ঠা
জানুৱাৰী, ১৮৪৬
ভাষা
অসমীয়া