text stringlengths 0 188k |
|---|
চামগুৰি তিনিআলিত প্ৰায় দুই শতাধিক দলীয় কৰ্মীৰ সমাৱেশেৰে দুপৰীয়া প্ৰায় একমান বজাত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি মণিমাধৱ মহন্তই কয় যে গৌৰৱৰ বাবে উভটি যোৱা ১৩.৪৫ কোটি টকাৰ বিষয় তথা গৌৰৱে কোৱা মতা-মাইকী মাছৰ বিষয়বোৰৰ টি আৰ পি আছে, কিন্তু সমষ্টিটোত গৌৰৱে কৰা উন্নয়নৰ টি আৰ পি নাই। |
ইফালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কলিয়াবৰত নিজ পুত্ৰক সুৰক্ষিত কৰাৰ স্বাৰ্থতহে এ আই য়ু ডি এফৰ সৈতে গোপন বুজাবুজিৰে ধুবুৰী আৰু বৰপেটাত কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীক প্ৰক্ষেপিত কৰি সমষ্টি কেইটা এ আই য়ু ডি এফৰ হাতত উচৰ্গা কৰা চেষ্টা চলোৱা বুলিও মণিমাধৱ মহন্তই উল্লেখ কৰে। |
লগতে আজিৰ সভাতে মণিমাধৱ মহন্তই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰায় ২৫/৩০ হাজাৰ ভোটৰ ব্যৱধানত জয় হ’ব বুলি দাবী কৰে। লগতে অসমৰ উন্নয়ন তথা সভ্যতা-সংস্কৃতিৰ বাবে অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰয়োজন আছিল বুলিও উল্লেখ কৰে। |
Recent News |
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা |
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নালন্দা বিশ্ববিদ্যালয়ৰ শৌৰ্য্য বীৰ্য্য হ্ৰাস হৈ অহাৰ সময়তেই ওদন্তপুৰী বা ওদন্তপুৰাত গোপাল বা লোকপাল নামৰ এজন ৰজাই এটা বিহাৰ নিৰ্মাণ কৰিছিল। এইজন ৰজা গোপাল আনুমানিক ৭৩০ খ্ৰীষ্টাব্দত বেঙ্গলৰ সিংহাসনত বহিছিল। নালন্দাৰ পাছতেই এই ওদন্তপুৰী বিহাৰক আটাইতকৈ প্ৰাচীন বুলি ধৰা হয়। এই বিহাৰেটা সম্ভৱতঃ বৰ্তমান বিহাৰৰ পাটনাত স্থাপন ... |
কথিত আছে যে ওদন্তপুৰীৰ মঠটো সোণেৰে নিৰ্মিত আছিল আৰু ইয়াৰ বিষয়ে এটা পৰম্পৰাগত কাহিনী আছে। |
কাহিনীটো এনেধৰণৰঃ (এই কাহিনীটো দেৱী প্ৰসাদ চট্টোপাধ্যায় সম্পাদিত লামা চিম্পা আৰু অলকা চট্টোপাধ্যায়ৰ দ্বাৰা তিব্বতী ভাষাৰ পৰা অনুদিত Taranath’s History of Buddhism in India আৰু দীপক কুমাৰ বৰুৱাৰ Viharas in Ancient India ৰ পৰা লোৱা হৈছে।) |
গোপাল (আনুমানিক শাসনকাল ৭৫০-৭৭০ খ্ৰীষ্টাব্দ) আৰু দেৱপালৰ (আনুমানিক শাসনকাল ৮১০-৮৫০ খ্ৰীষ্টাব্দ) ৰাজত্বৰ মাজৰ সময়চোৱাত ওদন্তপুৰী মহাবিহাৰৰ নিৰ্মাণ হৈছিল। মগধত নাৰদ নামৰ এজন অতি সৎ চৰিত্ৰৰ আলৌকিক শক্তিৰ অধিকাৰী তীৰ্থিক যোগী আছিল। তেওঁ এবাৰ শৱ-সাধনা কৰিব বিচাৰিছিল আৰু তাৰবাবে তেওঁক এজন শাৰীৰিকভাবে শক্তিশালী, নিৰোগী, ন-বিধ... |
উপাসকে উত্তৰ দিলে, ‘তেন্তে মই মোৰ গুৰুৰ অনুমতি ল’ব লাগিব।’ |
উপাসক তেওঁৰ গুৰুৰ কাষলৈ গ’ল আৰু তেওঁৰ অনুমতি অনুসাৰে নাৰদৰ সহকাৰী ৰূপে কাম কৰিবলৈ মান্তি হ’ল। শৱ-সাধনা অনুষ্ঠানৰ অন্তিম পৰ্য্যায় প্ৰাপ্তি কালত নাৰদে উপাসকক ক’লে, ‘এতিয়া মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলাব, এনে অৱস্থাত প্ৰথমবাৰতেই যদি জিভাখন থাপ মাৰি ধৰিব পাৰা, তেন্তে তুমি মহাসিদ্ধি লাভ কৰিবা। যদি দ্বিতীয়বাৰত থাপ মাৰি ধৰিব পা... |
উপাসকজনে প্ৰথম আৰু দ্বিতীয়বাৰত জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নহ’ল। সেইবাবে তেওঁ মৃতদেহটোৰ মুখৰ ওচৰতে নিজৰ মুখখন ৰাখি বহি পৰিল যাতে জিভাখন ওলালেই কামোৰ মাৰি ধৰিব পাৰে। তৃতীয়বাৰত মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলোৱাৰ লগে লগে উপাসকে কামোৰ মাৰি ধৰিলে আৰু লগে লগে জিভাখন এখন তৰোৱাললৈ আৰু মৃতদেহটো সোণলৈ পৰিবৰ্তিত হ’ল। উপাসকজনে তৰোৱা... |
উপাসকজনে সুমেৰুৰ ওপৰলৈ উৰা মাৰিলে আৰু চাৰিটা দ্বীপ আৰু তাৰ উপদ্বীপৰ চাৰিওফালে পাক মাৰিলে। ক্ষন্তেক পাছতে তেওঁ উলটি আহি তৰোৱালখন তীৰ্থিকৰ হাতত গটাই দিলে। তীৰ্থিকে উপাসকক ক’লে, ‘তুমি সোণৰ শৰীৰটো গ্ৰহণ কৰা। যেতিয়ালৈকে তুমি ইয়াৰ হাড়বোৰ স্পৰ্শ নকৰা, তেতিয়ালৈকে ইয়াৰপৰা সোণ ওলাই থাকিব। কিন্তু নাৰী আৰু সুৰাৰ দৰে অশুভ কৰ্মত সো... |
আন এক কাহিনী মতে, পাল বংশৰ ৰজা ধৰ্মপালৰ (আনুমানিক শাসনকাল ৭৭০-৮১০ খ্ৰীষ্টাব্দ) দ্বাৰা ওদন্তপৰী বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই কাহিনীৰ লগত ওপৰত উল্লেখ কৰা পৰম্পৰাগত কাহিনীৰ সংগতি দেখা নাযায়। ৰজা গোপালে এদিন শুভ ক্ষণত তেওঁৰ পুত্ৰ ধৰ্মপালৰ কল্যাণাৰ্থে এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়তে এডাল সাপে মূৰ ডাঙি উঠাত ৰজাই ... |
কালক্ৰমত ধৰ্মপালৰ বয়স বাঢ়ি অহাত তেওঁ সকলোতকৈ সুন্দৰ আৰু বিশাল মঠ এটা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ সেই বিষয়ৰ ভৱিষ্যৎ বক্তা এজনৰ সন্ধান কৰিলে। ভৱিষ্যৎ বক্তাজনৰ উপদেশ মতে সাধু আৰু ব্ৰাহ্মণৰ ঘৰৰ কপাহেৰে শলিতা প্ৰস্তুত কৰিব লাগিব, ৰজা আৰু সদাগৰৰ ঘৰৰ তেল সংগ্ৰহ কৰিব লাগিব, চাকি আনিব লাগিব তপস্বীৰ ঘৰৰ পৰা।... |
এই মঠটো নিশ্চিতভাবে অষ্টম শতিকাৰ আগভাগতেই স্থাপিত হৈছিল। কিয়নো ৭৪৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰৰ অনুকৰণ কৰি তিব্বতত অতিন্ত্য বিহাৰ নামেৰে এটা বৌদ্ধ মঠ নিৰ্মাণ হৈছিল। ওদন্তপুৰী বিহাৰৰ সৈতে জড়িত থকা বিখ্যাত পণ্ডিত সকলৰ ভিতৰত আছে অটিচ বা দীপাঙ্কৰ শ্ৰীজ্ঞান (৯৮০-১০৫৪ খ্ৰীষ্টাব্দ)। তেওঁ ওদন্তপুৰীৰ হীনযান পন্থাৰ শিক্ষক ধৰ্ম... |
তিব্বতী উৎসৰ মতে ওদন্তপুৰী মহাবিহাৰত ১২,০০০ ছাত্ৰই বাস কৰিছিল। (Page No. 1031, The Blue Annals, Vol II by George N. Roerich) ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই অত্যন্ত বৃহৎ আকাৰৰ আছিল। কিন্তু অতিশয় দুখৰ বিষয় যে এই মহাবিহাৰ সুদীৰ্ঘ কালৰ বাবে টিকি নাথাকিল। একাদশ শতিকাৰ শেষ ভাগলৈ এই বিহাৰত মাথো একাৱন্ন জন ভিক্ষুহে বাস কৰি আছ... |
১১১৯ খ্ৰীষ্টাব্দত ইখিটয়াৰ উদ্দিন খিলজি আৰু তেওঁৰ সেনাবাহিনীয়ে ওদন্তপুৰী বিহাৰত লুণ্ঠন চলাইছিল। তাৰানাথৰ মতে মগধৰ সম্ৰাটে বিহাৰটোৰ সুৰক্ষাৰ বাবে কিছু সৈন্য মোতায়েন কৰিছিল আৰু তাত বসবাস কৰি থকা ভিক্ষু সকলেও আক্ৰমণকাৰীসকলক প্ৰতিৰোদ কৰাত সহায় কৰিছিল। অৱশ্যে গোবিন্দপালদেৱে সিংহাসন আৰোহণ কৰাৰ ৩৮ সংখ্যাক বছৰত অৰ্থাৎ ১১১৯ খ্ৰী... |
আন এজন গ্ৰন্থকাৰৰ বৰ্ণনাৰ পৰা, "They were fast sweeping down south. These mid-Asian tribesman had seen no edifices in their desert homeland and knew but little about architectural styles and distinctions. The tall towers of the monasteries, soaring above the circuit walls, arrested attention that easily caused the buil... |
এই ঘটনাৰ সাক্ষী এজনৰ বৰ্ণনা অনুসাৰে, "When Bakhtyar (Ikhtiar Khilji) reached the gate of the fort and the fighting began, these two wise brothers were active in that army of Heros. Mahammad Bakhtyar (Ilhtiar Khilji) with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Gre... |
এই ধ্বংস কাৰ্য্যৰ মাজত যি দুই এজন ভিক্ষু বাচি গৈছিল তেওঁলোকে নিজৰ সাধ্যানুসাৰে কিছু ধৰ্ম গ্ৰন্থ লগত লৈ পলাবলৈ বাধ্য হৈছিল। কোনো কোনো ভিক্ষু সাগৰ পথেৰে গৈ আৰাকান বা ব্ৰহ্মদেশত উপস্থিত হ’লগৈ। বহু সংখ্যক ভিক্ষু উত্তৰৰ দিশলৈ গৈ হিমালয়ৰ পাদদেশৰ নেপাল আৰু তিব্বতত উপস্থিত হ’লগৈ। নালন্দাৰ অৱনতিৰ লগে লগে ওদন্তপুৰীৰ সমসামিয়ক ৰূপ... |
টোকাঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তাইবানৰ পৰা অহা ৩০ জনীয়া প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা চলোৱা অনুসন্ধানৰ অন্তত ওদন্তপুৰীৰ প্ৰাচীন অৱস্থিতিৰ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল। |
সহায় লোৱা গ্ৰন্থঃ |
(1) History of Buddhism by Bu-ston |
(2) The Blue Annals, Vol II by George N. Roerich |
(3) The Blue Annals, Vol I by George N. Roerich |
(4) The Cambridge History of India, Volume- III |
(5) Viharas in Ancient India by Dipak Kumar Barua |
(6) Taranath's History of Buddhism in India |
Heritage Foundation is a registered Charitable Trust founded on 11th day of Kartik (Shukla Paksha), Shakabda 1922/ the 8th November 2000.<eot>পিতৃ-মাতৃক চোৱাচিতা নকৰা চৰকাৰী চাকৰিয়ালৰ কৰ্তন হ’ব দৰমহাৰ ১০-১৫ শতাংশ : স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা |
by কল্পজ্যোতি শইকীয়া |
July 7, 2018 6:07 pm |
303 |
VIEWS |
Share on FacebookShare on Twitter |
শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তান দেৱাশিসৰ দ্বাৰা অৱহেলিত হৈ অস্বাভাৱিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰে ‘প্ৰণাম’ আইনৰ জৰিয়তে পিতৃ-মাতৃক অৱজ্ঞা কৰা চৰকাৰী ক... |
উল্লেখযোগ্য যে, শনিবাৰে স্বাস্থ্য বিভাগৰ অধীনত ১০৬৫গৰাকী স্বাস্থ্য কৰ্মীক নিযুক্তি প্ৰদান অনুষ্ঠানৰ অন্তত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰত সংঘটিত হৈ যোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰীসকলক সকীয়াই দিয়া হৈছে যে তেওঁলোকে যদি নিজৰ পিতৃ-মাতৃক চোৱাচিতা নকৰে, তেন্তে ‘প্ৰণাম’ আইনৰ অ... |
“এইটো কৰিব নুখুজিলেও কৰাৰ অধিকাৰ চৰকাৰৰ আছে।” এইবুলি কৈ মন্ত্ৰীজনে কয়, “প্ৰণাম আইন বিধান সভাত পাছ হৈ গ’ল। অহা কেবিনেটত নীতি-নিৰ্দেশনাসমূহত অনুমোদন হ’ব।” |
তেওঁ লগতে কয়, “নীতি-নিৰ্দেশনাসমূহ অনুমোদন হোৱাৰ পাছতেই প্ৰণাম আয়োগ এখন গঠন কৰা হ’ব। যিসকল চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক চোৱা-চিতা কৰা নাই, তেওঁলোকৰ পিতৃ-মাতৃয়ে যদি প্ৰণাম আয়োগত আবেদন কৰে, তেন্তে পৰিস্থিতি সাপেক্ষে কোষাগাৰে কৰ্মচাৰীজনৰ দৰমহাৰ পৰা ১০-১৫ শতাংশ কৰ্তন কৰি পিতৃ-মাতৃক দিব।” |
অহা ২ অক্টোবৰ অথ্যাৎ গান্ধী জয়ন্তীৰ পৰাই প্ৰণাম আয়োগৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে। |
আনহাতে, ১০৬৭গৰাকী স্বাস্থ্য কৰ্মীক নিযুক্তি প্ৰদান অনুষ্ঠানতো অংশগ্ৰহণ কৰি নতুনকৈ নিযুক্তি পোৱা নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলকো প্ৰণাম আইনখনৰ কথা অৱগত কৰাৰ লগতে তেওঁলোকে পোৱা দৰমহাৰে পিতৃ-মাতৃক চোৱা-চিতা কৰিবৰ বাবে অনুৰোধ জনায়। |
তেওঁ লগতে কয়, “প্ৰণাম আইনত যাবলৈ কি প্ৰয়োজন? সন্তানসকলে দৰমহাৰ ২০-৩০ শতাংশ পিতৃ-মাতৃক দিয়াটো কৰ্তব্য।” |
আনহাতে, উক্ত সভাতে তেওঁ কন্যা সন্তানসকলক উদ্দেশ্যি কয়, “কন্যা সন্তান সকলেও এটা কথাত গুৰুত্ব দিব লাগে যে স্বামী অথবা পুত্ৰক তেওঁলোকে পাছত পাইছে, কিন্তু তাৰ আগতে বহুকেইটা দিন পিতৃ-মাতৃক পাইছে, সেয়েহে তেওঁলোকে বিয়া হৈ যোৱাৰ পাছতো পিতৃ-মাতৃক চোৱাচিতা কৰিব লাগে।” |
ইয়াৰোপৰি তেওঁ পিতৃ-মাতৃক ‘জীৱন্ত ভগৱান, জীৱন্ত আল্লা আৰু জীৱন্ত ঈশ্বৰ’ বুলি আখ্যা দিয়াৰ লগতে নৱনিযুক্ত স্বাস্থ্যকৰ্মীক উদ্দেশ্যি কয়, “আপোনালোকে দৰমহা পোৱাৰ প্ৰথম দিনটোৰ পৰা পিতৃ-মাতৃক চোৱা-চিতা কৰাটোক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰিব।” |
আনহাতে স্বাস্থ্য বিভাগৰ উদ্যোগত অসমত জনসংখ্যা নীতি আৰম্ভ কৰা হৈছে, বুলি সদৰী কৰি মন্ত্ৰীজনে কয়, “এই নীতি হ’লে চৰকাৰী কৰ্মচাৰীসকলে দুটাতকৈ বেছি সন্তান জন্ম দিলে অসুবিধাৰ সন্মুখীন হ’ব। বিল পাছ হৈ আছে, প্ৰক্ৰিয়াৰ মাজত আছে যদিও অহা ১-২ মাহৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব।” |
তাৎপৰ্য্যপূৰ্ণভাৱে তিনি নম্বৰ সন্তান জন্ম হোৱাৰ লগে লগে এই জনসংখ্যা নীতিৰ অধীনত কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব বুলি তেওঁ উক্ত সভাতে সদৰী কৰে। লগতে তেওঁ এইটো কোনো উপদেশ, পৰামৰ্শ নহয়, এইটো এখন আইন বুলি উল্লেখ কৰে। |
স্বাস্থ্য বিভাগৰ মূলমন্ত্ৰ এটাই যে মানুহে স্বাস্থ্যকৰ জীৱন লাভ কৰিব পাৰে। যদি এগৰাকী কমবয়সীয়া নাৰীয়ে সন্তানৰ পাছত সন্তান জন্ম দি থাকে তেন্তে প্ৰসৱজনিত মৃত্যুৰ সংখ্যা বাঢ়িব। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখযোগ্য যে কলিয়াবৰৰ হাটীগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰবীণ বৰা আৰু বিবি বৰাৰ ঘৰৰ খিৰিকীৰ ৰ’ড ভাঙি প্ৰৱেশ কৰি চোৰে লুটি নিয়ে সোণৰ আ- অলংকাৰৰ লগতে নগদ ৫০,০০০ টকা। |
চোৰে চুৰি কৰি নিয়া সামগ্ৰী সমূহৰ ভিতৰত আছে ক্ৰমে সোণৰ নেকলেচ ১ডাল, ফুলি এযোৰ, উকা চেইন ২ডাল, খাৰু পাঁচ পাত, আঙুঠি ৩ টা। আৰু চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় ২ লক্ষাধিক টকাৰ হ’ব বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে। |
আনহাতে কলিয়াবৰআৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈ চুৰিকাণ্ডৰ লগত জড়িত লোকৰ কোনো সম্ভেদ লাভ কৰা নাই। |
ঘৰৰ গৰাকী প্ৰবীণ বৰাই জনোৱা অনুসৰি তেওঁৰ নিজা খুৰীয়েক ঢুকোৱাত আজি কাজৰ কৰ্মত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ গৃহৰ কিছু দূৰতে থকা ভায়েকৰ ঘৰলৈ সপৰিয়াল যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এইদৰে চুৰি কাণ্ড সংঘটিত কৰে। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এই অনুষ্ঠানত ভাষণ ৰাখি ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অৰ্জুন কুমাৰ ঘাটানিয়ে দন্ত চিকিৎসক সম্প্ৰদায়ক অভিনন্দন জ্ঞাপন কৰে আৰু ৰাইজৰ বাবে থকা বিভিন্ন সা সুবিধাৰ কথা বিভাগীয় ৱেবছাইটটোৰ জৰিয়াতে ৰাইজক অৱগত কৰিবলৈ বিভাগটোৰ বিষয়াসকলক আহ্বান জনায়। |
এই ক্ষেত্ৰত ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে তথ্য প্ৰকাশ কৰে আৰু কয় চলিত বৰ্ষৰ আগষ্টৰ ১ তাৰিখৰ পৰা ছাজঙত নতুনকৈ প্ৰতিষ্ঠা কৰা ফাৰ্মাচি মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম আৰম্ভ হ’ব। |
তেওঁ আৰু কয় যে ছিচেইত এখন ১০০০খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটী হস্পিটেল আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ নিৰ্মাণ অতি সোনকালে সমাপ্ত হ’ব। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাশবাৰীৰৰ ছলেমান শ্বেখৰ কন্যা আৰমিনা খাতুন এক জটিল ৰোগত আক্ৰান্ত। দশম মান শ্ৰেণীৰ ছাত্ৰী গৰাকী জৰায়ুৰ টিউমাৰ সদৃশ বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। কৰ’ণা আৰু লকডাউনৰ ফলত অধিক জুৰুলা হৈ পৰা অতি দৰিদ্ৰ ছলেমান শ্বেখ কন্যাৰ চিকিৎসাৰ বাবে ঘৰ-বাৰী সকলো বিক্ৰী কৰি ক... |
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসী ৰাইজে অসমবাসী ৰাইজৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কিশোৰী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে। কোনোবা হৃদয়বান ব্যক্তিয়ে আৰমিনা খাতুনৰ জীৱন ৰক্ষাৰ বাবে সহায় কৰিব বিচাৰিলে ৭০০২৮৭৯৮০৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি |
December 8, 2022 5 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal |
Read More... |
Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি |
December 7, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। |
Read More... |
Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন |
December 6, 2022 29 0 CommentsBy: Sangbad 365 |
Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।<eot>‘’নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মোৰ স্থিতি পূৰ্বৰ দৰেই একেই আছে। অগপ বা আন কোনো প্ৰাৰ্থীৰ হৈয়েই মই নিৰ্বাচনী প্ৰচাৰ নচলাও।‘’ তেজপুৰত শনিবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন... |
আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা প্ৰাৰ্থীকহে ভোটদান কৰাৰ বাবেও অগপৰ প্ৰাক্তন সভাপতিজনে আহ্বান জনায়। |
প্ৰাক্তন মুখ্য মন্ত্ৰী বিয়লি তেজপুৰৰ আৱৰ্ত ভৱনত সপত্নীক উপস্থিত হোৱা মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰখনে বিদেশী বহিষ্কাৰতো দূৰৰে কথা, পিছ দুৱাৰেদি বিদেশী অনাৰ কৌশলহে অৱলম্বন কৰিলে। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মাটি বাংলাদেশক গতোৱাৰ বিৰোধিতা কৰা বিজেপিয়ে নিৰ্বাচনৰ পাছতেই কেন্দ্ৰৰ চৰকাৰখনে বাংলাদেশক অসমৰ মাটি গতাই দিলে। |
কেন্দ্ৰীয় চৰকাৰখনে সকলো ক্ষেত্ৰতে বিদেশী শক্তিৰ স’তে আপোচ কৰা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কয় যে অগপই বিজেপিৰ সৈতে কিয় মিত্ৰতা কৰিলে সেয়া মিত্ৰতা কৰা সকলেহে ক’ব পাৰিব। |
তেওঁ লগতে কয় যে অগপৰ কাৰ্যনিৰ্বাহকত ইতিমধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গৃহীত হৈছে আৰু অগপৰ সেই স্থিতি অব্যাহত আছে। |
মহন্তই কেন্দ্ৰীয় চৰকাৰে যাতে ৰাজ্যৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত নকৰে তাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায়। |
Recent News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.