text stringlengths 0 188k |
|---|
সংবাদ মেলখনত ঘাটোৱাৰে অসমৰ প্ৰথম চাহ কোম্পানী অসম চাহ কোম্পানীক দেউলীয়া ঘোষণা কৰা বুলি উল্লেখ কৰি কয়, এই কোম্পানীৰ অধীনত থকা ১৪খন চাহ বাগিচাত ২৫ হাজাৰতকৈ অধিক শ্ৰমিকে কাম কৰি আছে। |
অসমৰ মাটি বন্ধকত থৈ অসম চাহ কোম্পানীয়ে প্ৰায় এহেজাৰ কোটি টকাতকৈও অধিক ঋণ লৈ অন্য ঠাইত বিনিয়োগ কৰাৰ পাছতো অসম চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। |
আনকি এই সন্দৰ্ভত সংঘই মুখ্যমন্ত্ৰীক যোৱা ১৩ নৱেম্বৰত স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও আজিৰ তাৰিখলৈকে উক্ত স্মাৰক পত্রৰ কোনো সদুত্তৰ লাভ কৰা নাই। |
আনহাতে দৰমহা নোপোৱাত শ্ৰমিকৰ পৰিয়ালৰ হাহাকাৰৰ সৃষ্টি হৈছে। |
সেয়েহে কোম্পানীটোৰ কলকাতাস্থিত কাৰ্যালয়ত শ্ৰমিকে পাবলগীয়া ২৩ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ বাবে দাবী উত্থাপন কৰিছোঁ। |
আনহাতে অসম চৰকাৰৰ অধীনত থকা অসম টী কৰ্প’ৰেশনৰ ১৫খন বাগিচাত প্ৰায় ২২ হাজাৰৰো অধিক স্থায়ী কৰ্মচাৰী আছে। কিন্তু এই কোম্পানীটোৱে শ্ৰমিকক দিয়ে মাত্ৰ ১১৫ টকা দিন হাজিৰা। |
আনহাতে অসমৰ ক্ষুদ্ৰ চাহ বাগিচাত ২ লাখতকৈ অধিক শ্ৰমিকে ন্যূনতম হাজিৰাৰ বিনিময়ত কাম কৰি আছে বুলি জানিবলৈ দি তেওঁ কয়, অসম চৰকাৰে ২০১৪ চনতে ১৪০ টকা দিন হাজিৰা দিব লাগে বুলি জাননী জাৰি কৰিছিল। |
কিয়নো উক্ত বাগিচাৰ শ্ৰমিকসকলে ৰেচন, আৱাস, প্ৰভিডেণ্ট ফাণ্ড, বোনাছ আদি একোৱে লাভ নকৰে। |
ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকসকলে শ্ৰমিকক মাত্ৰ ৯৫-১১০ টকাত নিয়োজিত কৰি আহিছে। কিন্তু চৰকাৰে সেই বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। |
Recent News |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
by Sharfaraz Khan July 9, 2021 July 9, 2021 |
Share this: |
বিশ্বনাথ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই শুকুৰবাৰে বিশ্বনাথ জিলাত উপস্থিত হৈ সমগ্ৰ জিলাখনতে অবৈধ মদৰ ঘাটিবোৰ অহা তিনি দিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি কঠোৰ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীগৰ... |
মন্ত্ৰী গৰাকীয়ে ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে শুকুৰবাৰে বিশ্বনাথ জিলা ভ্ৰমণ কৰে। মন্ত্ৰী গৰাকীয়ে কয় “আমি যদি বিশ্বনাথ জিলাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বিছাৰো, তেন্তে তিনি দিনৰ ভিতৰত সকলো অবৈধ মদৰ ঘাটি উৎখাত কৰিব লাগিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বুজাপৰা কৰা নহ’ব। মই সকলোকে বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাটো ব... |
মন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে ক’ভিড ৰোগাক্ৰান্তই যাতে অন্য ব্যক্তিলৈ ৰোগৰ বীজানু বিয়পাব নোৱাৰে, তাৰ বাবে গৃহ পৃথকীকৰণক উৎসাহিত কৰিব নালাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলিব পৰা ৰোগীকহে গৃহ পৃথকীকৰণৰ অনুমতি দিব লাগে। বিশ্বনাথ জিলাত যোৱা ২৮ জুনৰ পৰা ২৪ ঘণ্টাই সান্ধ্য আইন চলি আছে। তথ্য অ... |
লগতে পঢ়ক : অসমক স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ দিশে গতি কৰোৱাইছে মুখ্যমন্ত্ৰীয়ে:অসম জাতীয় পৰিষদ |
মন্ত্ৰী গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে। তেখেতে ‘জল জীৱন অভিযান’ৰ প্ৰকল্পৰ কাম্-কাজসমূহৰ গতি খৰতকীয়া কৰি নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ক’ভিড পৰ্যালোচনা সভাত অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, জিলা উপায়ুক্ত প্ৰণৱ কুমা... |
Related |
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৩০জন কয়দী ক’ৰোনাত আক্ৰান্ত |
বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক |
কামপুৰৰ ভিন্ন প্ৰান্তত চুলাই মদৰ বিৰুদ্ধে অভিযান |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,594 other subscribers |
Tagged: Piyush Hazarika |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis |
২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’ |
উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ শুনানি |
পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আটক এজনক |
জল জীৱন মিছনত নিযুক্তি সৃষ্টি |
Latest News |
ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ তালিকা December 6, 2022 |
জল জীৱন মিছনত নিযুক্তি সৃষ্টি December 6, 2022 |
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis December 6, 2022 |
নগাঁও মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীলৈ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা December 6, 2022 |
সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ December 6, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>উল্লেখযোগ্য যে এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহিল ডাৱৰ। ক্ৰমান্বয়ে তললৈ নামিল ডাৱ... |
আনহাতে এই দৃশ্য দেখাৰ পিছত আতংকিত হৈ পৰিছিল বঢ়মপুৰৰ ঘোগৰ জলাহৰ কাষৰ পথাৰত কাম কৰি থকা একাংশ লোক। আকাশৰ ডাৱৰ আৰু জলাহৰ পানীয়ে সৃষ্টি কৰা ৰেখাডাল বহু সময় ধৰি চলন্ত অৱস্থাত আছিল। |
ইফালে ইয়াৰ মাজতে প্ৰতক্ষ্যদৰ্শী প্ৰশান্ত কাকতিয়ে মৰণক শৰণ দি নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰিলে সমগ্ৰ ঘটনাৱলী। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আৱালে কয় যে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ বাংলাদেশী মুছলমানৰ তৃতীয় সংস্কৰণ। বাংলাদেশী মুছলমানৰ প্ৰথম সংস্কৰণ আছিল আমছু। আনহাতে ১৯৮৫ চনত ৰাজনৈতিকভাৱে দ্বিতীয় সংস্কৰণটোৰ আবিৰ্ভাৱ হৈছিল ইউএমএফ’ৰ ৰূপত। আকৌ কুখ্যাত আইএমডিটি আইন বাতিলৰ পাছত এআইইউডিএফ’ৰ ৰূপত জন্ম হৈছিল তৃতীয়টো সংস্কৰণৰ। এতিয়া এই বাংলাদেশীৰ শক্তিক লৈয়েই ক... |
এই মহাজোঁট অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে অশুভ ইংগিত। বিজেপি নেতাগৰাকীয়ে কয় যে অসমত পোন প্ৰথমে কংগ্ৰেছেই আমছু আৰু ইউএমএফ’ৰ জৰিয়তে ৰাজনৈতিকভাৱে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে। আমছু¸ ইউএমএফ আৰু এআইইউডিএফ’ৰ জৰিয়তে কংগ্ৰেছে পূৰ্বৰেপৰা অসমীয়া সমাজখনক ভাগ ভাগ কৰিবলৈ ধৰ্মৰ আশ্ৰয় লৈ আহিছে। এই শক্তিসমূহক লৈ কংগ্ৰেছে ৰাজ্যখনত ধৰ্মীয় ... |
জনসাধাৰণে কংগ্ৰেছৰ জাতিধ্বংসী চিন্তাক প্ৰতিহত কৰিব। আৱালে পুনৰ কয় যে বিজেপিক সাম্প্ৰদায়িক দল বুলি সততে অভিযোগ কৰা হয় যদিও কংগ্ৰেছৰ শাসনকালতহে অসমত ইছলামধৰ্মীয় লোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছ আমোলত ইছলামধৰ্মী লোকক হত্যা কৰা হৈছিল। নিৰ্যাতন চলোনা হৈছিল। এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত তেনে পৰিৱেশ নাই। কংগ্ৰেছহ... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 15 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>ভাৰত-চীন সীমান্তৰ পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছৰ সুৰংগৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে (Sela tunnel project) । ২০২৩ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বিশ্বৰ ভিতৰত প্ৰথ... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.