text stringlengths 0 188k |
|---|
দৰাচলতে, টাটাই ইতিমধ্যে অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। চাৰিটা মিলাই এটা! টাটাৰ এয়াৰ ইণ্ডিয়া-ভিস্তাৰাকে ধৰি আৰু দুখন বিমানৰ বাবে ডাঙৰ পৰিকল্পনা আছে। সেই পৰিকল্পনাটো কি? |
বাতৰি অনুসৰি, টাটাই এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াকে ধৰি ইয়াৰ চাৰিটা এয়াৰলাইন ব্ৰেণ্ড এয়াৰ ইণ্ডিয়া লিমিটেডৰ অধীনত একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াক একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটো অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। |
লগতে পঢ়ক:পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ |
টাটা গ্ৰুপে এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মালিকানা অধিগ্ৰহণ কৰিছিল। এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়াৰ ‘প্ৰত্যৱৰ্তন’ৰ পিছৰে পৰা, টাটা গ্ৰুপে লোকচানত থকা এয়াৰলাইনটো পুনৰুজ্জীৱিত কৰাৰ বাবে এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে। এয়াৰলাইনটোত পৰৱৰ্তী ১৫ মাহত পাঁচটা ৱাইড ব’ডি বোয়িং আৰু ২৫ খন এয়াৰব... |
Recent News |
মহাৰাষ্ট্ৰত ফুটব্ৰীজ খহি ৰেলপথত বাগৰি পৰিল যাত্ৰী: এগৰাকী নিহত, আহত ২০ গৰাকী |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কাজিৰঙাত স্থাপন হ’ব পঞ্চ তাৰকাযুক্ত ৰিৰ্জট |
নগাঁৱত সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰক স্মৰণ |
আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিৱেশন |
শিৱসাগৰ ছুপাৰ লীগত বিশ্বজ্যোতি সংঘ চূড়ান্ত বিজয়ী |
নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱমন্দিৰ মুকলি মুখ্যমন্ত্ৰীৰ |
কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’ |
NE Focus - |
সম্পাদনাৰ মেজৰ পৰা |
অনুভৱ |
উদ্যমী |
উদ্যমী |
খাদ্য সম্ভাৰ |
পৰ্যটন |
ফটোগ্ৰাফী |
ENGLISH |
ব্যৱসায় |
সম সাময়িক |
সুখবৰ |
Home |
সুখবৰ |
শিৱসাগৰত নৱনিযুক্ত উপায়ুক্তৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি |
শিৱসাগৰত নৱনিযুক্ত উপায়ুক্তৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি |
সুখবৰ |
By admin On Aug 28, 2021 |
0 87 |
Share |
শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বাট-পথ তথা অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱা অব্যাহত ৰাখিছে। |
উপায়ুক্ত গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত আজি দিখৌমুখ ভৰলুৱা গাওঁৰ ৰামখাপীঠ দেৱালয় সংযোগী পথটো সম্প্ৰতি বানপানীত বুৰ যোৱা প্ৰত্যক্ষ কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত এই পথটিৰ মেৰামতিৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰকাশ পেগুক ক্ষীপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ... |
উল্লেখযোগ্য যে, উপায়ুক্ত গৰাকীয়ে জকাইচুক মৌজাৰ দুলিয়া গাওঁৰ মিতং নৈৰ সমীপৰৱৰ্তী কাৱৈমাৰী তিনিআলিৰ কাষৰ কালভাৰ্টটোৱেদি পানী বৰ্তমানলৈকে বন্ধ নোহোৱাৰ খবৰ লাভ কৰি আজি সেই স্থানত উপস্থিত হৈ কালভাৰ্টটোৰ অৱস্থা প্ৰত্যক্ষ কৰে। তেওঁ এই সন্দৰ্ভত লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া গৰাকীক শীঘ্ৰে প্ৰয়োজন... |
উল্লেখযোগ্য যে সোমবাৰেও শ্ৰীলংকাৰ ৰাজধানী কলম্বোত চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত আছে। জানিব পৰা মতে, প্ৰতিবাদৰ সময়ত কমেও ১৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। |
আনহাতে, দেওবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গটাবায়া ৰাজাপাক্ষেই প্ৰধানমন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ কৈছিল যে ইয়াৰ দ্বাৰাহে দেশখনত সুস্থিৰ পৰিৱেশ ঘূৰি আহিব। তাৰ পাছদিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰে মহিন্দা ৰাজাপাক্ষাই। |
লগতে পঢ়ক: জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী পুটিন: মন্তব্য কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ |
পদত্যাগ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে। টুইটটোত তেওঁ দেশবাসীক সংযত হ’বলৈ অনুৰোধ কৰিছে। এতিয়া আশা কৰা মতে, শ্ৰীলংকাত এখন সৰ্বদলীয় চৰকাৰ গঠন কৰা হ’ব। |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন প্ৰজাতি এক্স ই অমিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.২-তকৈ কমেও দহ গুণ অধিক সংক্ৰামক। এতিয়ালৈকে, বি.এ.2 প্ৰজাতিক কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে। |
কোভিডৰ বি.এ.২ উপ-প্ৰজাতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ত্ৰাসৰ সৃষ্টি কৰিছিল। |
এই এক্স ই প্ৰজাতিটো প্ৰকৃততে কি? বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰন, বি.এ.১ আৰু বি.এ.২-ৰ সংমিশ্ৰণতে এক্স ই প্ৰজাতিটোৰ সৃষ্টি হৈছে। |
এই প্ৰজাতিটো প্ৰথমবাৰৰ বাবে ১৯ জানুৱাৰীত ব্ৰিটেইনত চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে বিশ্বত ৬০০ গৰাকী লোক কোভিডৰ নতুন প্ৰজাতি এক্স ইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। |
দক্ষিণ-পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত মাৰাত্মক ভাইৰাছবিধ বিয়পি পৰাৰ আশংকা কৰা হৈছে। |
ভাৰতত অৱশ্যে এতিয়ালৈকে কোভিডৰ এক্স ই প্ৰজাতি ধৰা পৰা নাই। ফ্ৰান্স, ডেনমাৰ্ক আৰু বেলজিয়ামত এই প্ৰজাতিটোৱে পুনৰ নতুন আতংকৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজিৰ এই অভিযান সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া মতে পুৱাৰ ভাগত আমগুৰি থানাৰ অন্তৰ্গত নাঙলভাঙা গাঁৱত আৰক্ষী আৰু বন বিভাগৰ লোকে যৌথ ভাবে অভিযান চলাই জঙ্ঘলৰ ভিতৰত বিশেষভাৱে স্থাপন কৰা এখন অবৈধ কাঠফলা মিলৰ লগতে মিল চৌহদৰ পৰা বুজন পৰিমাণৰ চোৰাং ফলা কাঠ আৰু কাঠৰ কুন্দা জব্দ কৰে যদিও এই সংক্ৰান্তত ক... |
পিছত জব্দ কৰা কাঠখিনি কাজলগাঁৱৰ বন সংমণ্ডলৰ কাৰ্য্যালয়ত অনা হয়। |
আজি জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে। |
উল্লেখ্য যে চোৰাং কাঠৰ ব্যৱসায়ীসকলে ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ বনাঞ্চল এলেকাৰ পৰা চোৰাংভাৱে গছ গছনি কাটি আনি এনেধৰণৰ অবৈধ মিলত কাটি সৰু সৰু বাহনেৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে। |
এনেধৰণৰ অবৈধ কাঠ ফলা মিল নাঙলভাঙা অঞ্চলত আৰু বহু কেইখন চলি আছে বুলি বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়ে। |
সেইবোৰ অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে শীৰ্ঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। |
ইপিনে চাৰিও পিনৰ পৰা নদীয়ে আবৰি ৰখা দুৰ্গম অঞ্চল নাঙলভাঙাত এনেধৰণৰ কেইবাটাও অবৈধ চোৰাং কাঠ ফলা মিল চলি আছে কিন্তু বন বিভাগ বা আৰক্ষীৰ লোকে অভিযান চলোৱাৰ পুৰ্বেই চোৰাং কাঠ ব্যবসায়ীসকলে কৌশল কৰি অবৈধ কাঠফলা মেচিন লুকাই পেলায়। |
এইক্ষেত্ৰত একাংশ দুৰ্নীতিগ্ৰস্থ বনকৰ্মী আৰু আৰক্ষীয়ে আগতীয়াকৈ অভিযানৰ খবৰ চোৰাং কাঠ ব্যবসায়ী চক্ৰক দি সহায় কৰাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে । |
Recent News |
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান |
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে |
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ |
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
জানিব পৰা মতে, ছট্টিছগড়ত হোৱা সদ্য সমাপ্ত ৰাষ্ট্ৰীয় স্কুল গেইমছত নলবাৰী জিলাৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক বহিঃৰাজ্যৰ দলৰ পৰিচালকে প্ৰহাৰ কৰে ৷ যোৱা ২৬ নৱেম্বৰত ছট্টিছগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছৰ প্ৰতিযোগিতাত অসম আৰু হাৰিয়ানাৰ দুগৰাকী খেলুৱৈৰ মাজত এখন উত্তেজনাপূৰ্ণ কিক বক্সিং খেল চলি আছিল৷ সেই সময়তে দৰ্শকৰ আসনত ... |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
by এন ই নাও নিউজ |
March 5, 2020 8:18 am |
8.2k |
VIEWS |
Share on FacebookShare on Twitter |
বাংগালুৰুৰ গ্ৰাম্য অঞ্চলৰ দেৱানাহিল্লীত অৱস্থিত যীচুৰ এটা প্ৰতিমূৰ্তি ভাঙি উৎখাত কৰে স্থানীয় প্ৰশাসনে। |
যোৱা মঙলবাৰে স্থানীয় আৰক্ষীৰ সহায়ত বাংগালুৰু গ্ৰাম্য জিলা প্ৰশাসনে যীচুৰ প্ৰতিমূৰ্তিটো ভাঙি পেলায়। চৰকাৰী ভূমিত প্ৰতিমূৰ্তিটো থকাৰ বাবেই ভাঙি পেলোৱা হৈছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। |
ইফালে স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অভিযোগ কৰিছে যে স্থানীয় প্ৰশাসনে কোনো কাৰণ নোহোৱাকৈ যীচুৰ প্ৰতিমূৰ্তিটো ভাঙি পেলালে। |
২০১৯ চনত চৰকাৰী নিয়মানুসাৰে জিলা উপায়ুক্তগৰাকীয়ে ৰাজহ বিভাগৰ হৈ খ্ৰীষ্টান ধৰ্মাৱলম্বীলোসকলক উক্ত ভূমিভাগ অপৰ্ণ কৰিছিল বুলি স্থানীয় লোকসকলে দাবী কৰিছে। |
টি এন এম উপায়ুক্ত পি এন ৰবীন্দ্ৰই কয় ‘একাংশ লোকে ৰাজহ বিভাগৰ ভূমিত যীচুৰ প্ৰতিমূৰ্তিটো গঢ়ি তুলিছিল। কালি তহচিলদাৰ আৰু আৰক্ষীয়ে প্ৰতিমূৰ্তিটো তাৰ পৰা উঠাই দিয়ে।‘ |
ইফালে বাংগালুৰুৰ আৰ্ক বিশ্বপে কয় যে ‘যীচুৰ প্ৰতিমূৰ্তিটো উঠাই দিয়াটো বাংগালুৰু চহৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে বৰ দুখৰ বিষয়। যোৱা চাৰি পাঁচ বছৰ ধৰি উক্ত ভূমি ভাগ ব্যৱহাৰ কৰি অহাৰ পিছত ২০১৯ চনত চৰকাৰী নিয়ম অনুসৰি গীৰ্জাৰ বাবে আৱন্টন কৰা হৈছিল।’ |
উল্লেখ্য যে, যোৱা জানুৱাৰিত আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বাংগালুৰু গ্ৰাম্য জিলাত অনুষ্ঠিত কৰা সমাৱেশৰ পিছৰ পৰাই খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ যীচু প্ৰতিমূৰ্তিটোক লৈ বিতৰ্কই গা কৰি উঠে। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.