text stringlengths 0 188k |
|---|
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>HCSLৰে বুজাবুজি স্বাক্ষৰ IWAIৰ : সোণোৱালৰ দায়িত্বৰ পাছতে বন্দৰত এই সংযোজন Prag News : Latest Assam News... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
আঞ্চলিক |
HCSLৰে বুজাবুজি স্বাক্ষৰ IWAIৰ : সোণোৱালৰ দায়িত্বৰ পাছতে বন্দৰত এই সংযোজন |
আঞ্চলিক |
Image Credit: Internet |
Aug 26, 2021 | Deleted |
গুৱাহাটী : হুগলি ক’চিন শিপয়াৰদ লিমিটেড(HCSL)ৰ সৈতে IWAIৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷ |
এতিয়াৰে পৰা HCSL ৰ সহযোগত পাণ্ডু জাহাজ বন্দৰত হ’ব জাহাজ মেৰামতি কাম৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজ পৰিবহণ আৰু বন্দৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব লোৱাৰ পাছতে জাহাজ বন্দৰ ক্ষেত্ৰত এই সংযোজন ঘটে৷ |
এই অনুস্থানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীসহ বহুকেইজন অতিথি৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি অসমৰ বাবে ঐতিহাসিক দিন বুলি উল্লেখ কৰে৷ অসমত প্ৰথমবাৰৰ বাবে অসমত ড্ৰাই ডকৰ ব্যৱস্থা কৰা হৈছে৷ ৭৫ ... |
পূৰ্বে জাহাজ মেৰামতিৰ বাবে নিব লগা হৈছিল কলকতালৈ৷ নিয়োগ, বাণিজ্যৰ তৰফৰ পৰা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল উপকৃত হ’ব৷ মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণৰ আৰম্ভণি কৰে৷ কৰ্মদক্ষ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক গুৰুত্ব দিয়াৰ বাবেই এইবাৰ মোদী কেবিনেটত উত্তৰ পূৰ্বাঞ্চলৰ ... |
জাহাজ ডক নিৰ্মাণকাৰী দলক স্থানীয় ৰাইজক সহায়ৰৰ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাক ১০০ দিনত সফলভাৱে চৰকাৰ চলোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ দিয়ে সোণোৱালে৷ ভৱিষ্যতে ব্ৰক্ষ্মপুত্ৰৰ লগতে অসমৰ সকলো উপ নদীক আশীৰ্বাদ কৰি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ৷ |
নুমলীগড় শোধনাগাৰ ৩ গুণ ডাঙৰ হ’ব৷ তাৰ সকলো যন্ত্ৰপাতি নদী পথেৰে আহিব৷ সোনোৱালে দায়িত্ব লোৱাৰ পাছতে গুৰুত্ব দিছে ব্ৰক্ষ্মপুত্ৰৰ আৰু সীতাগঙৰ মাজত জলপথ সুচল কৰাৰ৷ |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>মুকলি কৰা হ’ব পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো । পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো ... |
এই মূৰ্তিটোক পৃথিৱীৰ পাঁচটা আটাইতকৈ ওখ মূৰ্তিৰ ভিতৰত স্থান দিয়া হৈছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ উপস্থিতিত প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ’ব। অভিলেখ সৃষ্টিকাৰী এই মূৰ্তিটো ‘তাত পদম’ নামৰ এটা সংগঠনে নিৰ্মাণ কৰিছে। |
সংগঠনটোৰ ট্ৰাষ্টী পৰিষদৰ অন্যতম সদস্য মদন পালিৱালে কয় যে প্ৰতিমূৰ্তিটো উদ্বোধন উপলক্ষে ২৯ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ন দিনৰ বাবে ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। তেওঁ কয়, “ভগৱান শিৱৰ এই মূৰ্তিটোৱে ৰাজস্থানৰ পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।” |
ধ্যানমগ্ন শিৱমূৰ্তিটো ৫১ ফুট ওখ পাহাৰৰ টিলাত নিৰ্মাণ কৰা হৈছে। চিমেণ্টেৰে নিৰ্মিত মূৰ্তিটো বাহিৰত পঞ্চ ধাতুৰে আৱৰণ দিয়া দিছে। এই মূৰ্তিটো বহু কিলোমিটাৰ দূৰৈৰ পৰাই দেখা যায়। |
মূৰ্তিটো নিশাৰ ভাগত উজলাই ৰাখিবলৈ বিশেষ লাইটৰ ব্যৱস্থাও কৰা হৈছে । মূৰ্তিটো ২০১২ চনত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। পৰিকল্পনা অনুসৰি কামটো লাহে লাহে আগবাঢ়িছিল। ইয়াক তৈয়াৰ কৰিবলৈ ৩,০০০ টন ইস্পাত আৰু লো, ২.৫ টন চিমেণ্ট আৰু বালি ব্যৱহাৰ কৰা হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বিধেয়ক সন্দৰ্ভত নিৰ্বাচনটোৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় স্থিতিৰ প্ৰসংগেৰে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থীদ্বয় ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ উদাহৰণ দাঙি ধৰি বুধবাৰে এই আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে। |
“ভুৱনেশ্বৰ কলিতাই নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে। তাৰ বিপৰীতে দিলীপ শইকীয়াই প্ৰতিখন সভা-সমিতি আৰু সংবাদমেলত বিধেয়কৰ সপক্ষে ভাষণ দিয়ে। গতিকে ৰাইজে বিচাৰ কৰি চাব কাক ভোট দিয়াটো ভাল।” অখিল গগৈৰ মন্তব্য। |
বিজেপিক ভোট দিয়া অসমীয়াসকল প্ৰকৃত অসমীয়া নহয় আৰু এই কাম “আত্মঘাতী” বুলিও তেওঁ মন্তব্য কৰিছে। |
গেৰুৱা দল পুনৰ শাসনলৈ আহিলে বিধেয়ক গৃহীতকৰণৰ বাবে লোৱা ৰাষ্ট্ৰীয় সংকল্প নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে মঙলবাৰে শিলচৰত দোহাৰাৰ কথাও গগৈয়ে উল্লেখ কৰে। |
“অসমীয়া জাতিৰ বাবে ই অতি ভয়ংকৰ ঘটনা। বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰূপে বিদেশীক অসমলৈ আনিব বিচাৰিছে।” গগৈয়ে কয়। |
বিধেয়কবিৰোধী অসমৰ প্ৰায় ৭০টা সংগঠনৰো নেতৃত্ব দিয়া গগৈয়ে লগতে কয় যে ২০১৪ চনত বিজেপিৰ সপক্ষে ঢৌ থকাৰ বিপৰীতে এই নিৰ্বাচনত দলটোৱে “হিন্দু-মুছলমান”ৰ ৰাজনীতি কৰিব খুজিছে। |
“জিন্না, আজমল, বাংলাদেশী এইকেইটা নাম লৈ ৰাজনীতি কৰে বিজেপিয়ে।” তেওঁৰ মন্তব্য। |
তাৰ বিপৰীতে যোৱা চাৰে তিনি বছৰত মাত্ৰ ৪জনহে বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি গেৰুৱা দলটোৱে কৈ অহা “অসমক পাকিস্তান হ’বলৈ নিদিওঁ” বোলা দাবীক তেওঁ সমালোচনা কৰে। |
তেওঁ দাবী কৰে যে এন আৰ চিৰ পৰা বাদ পৰা বিদেশীক স্বদেশী কৰিবলৈকে বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে “ষড়যন্ত্ৰ” কৰিছে। |
বিজেপিয়ে প্ৰচাৰ চলোৱা অসম-বাংলাদেশ সীমান্তৰ “স্মাৰ্ট ফেন্সিং” সন্দৰ্ভতো দলটোক তেওঁ সমালোচনা কৰে। |
“২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত বিজেপি চৰকাৰে ভাৰতৰ সীমা ছীল কৰাৰ কথা কৈছিল। কিন্তু তাতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। ৪০৯৬কিঃ মিঃৰ ভিতৰত মাত্ৰ ২৭৮৬কিঃ মিঃ হে এতিয়ালৈকে ফেন্সিং লগোৱা হৈছে,” গগৈৰ মন্তব্য। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শিক্ষাৰ সকলো লক্ষ্য আদৰ্শ, আশা, আকাংশা আৰু প্ৰয়োজন আদি পাঠ্যক্ৰমত বিবেচনা কৰিব লগা হয়। ইয়াৰ লগতে অতিত বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কথা সাৱধানে বিচাৰ কৰিব লাগে। শিক্ষাৰ যোগেদি মানুহৰ ক্ৰমবিকাশৰ গতি কেনেধৰণে লৈ যোৱা হয় আৰু কি ধৰণে লৈ যোৱা হয় সেই সকলোবোৰ কথা পাঠ্যক্ৰমত জড়িত হৈ থাকে। এখন বিকাশশীল সমাজৰ অবিৰত বিকাশ প্ৰক্... |
সংজ্ঞাসম্পাদনা কৰক |
১৯৫৩-৫৪ চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া সংজ্ঞা বিশেষ ভাবে উল্লেখযোগ্য। আয়োগৰ মতে গতানুগতিকভাবে শিকোৱা বিষয় বোৰকেই পাঠ্যক্ৰম বুলিব নোৱাৰি। স্কুল আৰু ইয়াৰ শ্ৰেণী শ্ৰেণীকোঠা সমূহ, পুথি ভড়াল, পৰীক্ষাগাৰ, কৰ্ম শলা, খেলপথাৰ আৰু বিভিন্ন ক্ষেত্ৰত ছাত্ৰ শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী শিক্ষাৰ সামুহিক অভিজ্ঞতাকেইই ... |
শিক্ষা দাৰ্শনিক ফ্ৰৱেলৰ মতে পাঠ্যক্ৰমৰ ব্যাপক দিশৰ সংজ্ঞা দি কয় যে মানৱ জাতিৰ সমগ্ৰ জ্ঞান অভিজ্ঞতাৰ সাৰাংস স্বৰূপ অৱস্থাকেই পাঠ্যক্ৰম বুলি কোৱা হয়।[1] |
পাঠ্যক্ৰমৰ দিশসম্পাদনা কৰক |
শিক্ষাবিদ সকলে পাঠ্যক্ৰমক সংকীৰ্ণ আৰু বহল এই দুয়োটা দিশৰ পৰা বিবেচনা কৰিছে। সংকীৰ্ণ অৰ্থত পাঠ্যক্ৰম হৈছে বিদ্যায়তনিক বিষয়ৰ সমষ্টি। নিদিষ্ট শৈক্ষিক সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব পৰা অধ্যয়নৰ বিষয়সূচী বা কাৰ্যসূচী হৈছে বৰ্তমান সীমিত বা সংযত অৰ্থৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰম নিৰ্দিষ্ট শিক্ষা কৰ্তীপক্ষই প্ৰস্তুত আৰু ন... |
পাঠ্যক্ৰমৰ নতুন ধাৰণা হৈছে বহল। এই পাঠ্যক্ৰমৰ ব্যৱস্থাই শিক্ষাৰ্থী সকলৰ সমগ্ৰ অভিজ্ঞতাৰ অন্তভূক্ত কৰে। যি শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠা, পুথি ভড়াল, পৰীক্ষাগাৰ, কৰ্ম শলা আৰু শিক্ষাৰ সৈতে সংযোগ ঘটা বিভিন্ন দিশৰ জ্ঞান আহৰণ কৰে তেনে শিক্ষাই হৈছে বহল পাঠ্যক্ৰমৰ অন্তভূক্ত। গঠন আৰু ধৰণৰ দিশৰ পৰা এনে পাঠ্যক্ৰম কঠোৰ নহয়... |
হিমা দাসে গঢ়া বিশ্বাভিলেখৰ বাবে মঙলবাৰে ডেৰাডুনস্থিত জনজাতীয় স্কুল ‘ইনফ’ৰমেশ্যন টেকন’লজী, ইনষ্টিটিউট ফৰ দা ট্ৰাইবছ অব ইণ্ডিয়া’ৰ ছাত্ৰ-ছাত্ৰীসকলে পালন কৰে ‘হিমা দাস দিৱস’। |
হিমাই আজুৰি অনা সাফল্যৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজয় কৰি সকলোৰে নয়নৰ মণি হৈ পৰা হিমাৰ ত্যাগ, কষ্ট আৰু সাহসিকতাৰ গুণ-গান কৰে। বিদ্যালয়খনৰ শিক্ষাবিদসকলে সকলো ছাত্ৰ-ছাত্ৰীকে হিমাৰ জীৱনৰ পৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। |
আনহাতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে তেওঁলোকেও হিমাৰ দৰে হ’বলৈ প্ৰয়ত্ন কৰিব। আৰু দেশৰ হৈ এইদৰে গৌৰৱ কঢ়িয়াই আনিব। |
ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ অশোক কুমাৰ ভাৰ্ছেনীয়ে হিমা দাসৰ সাফল্যৰ চিন স্বৰূপে প্ৰতিবছৰে বিদ্যালয়খনত হিমা দাস এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি জনায়। |
হিমাৰ সাফল্যত অভিভূত হৈয়ে এনেদৰে বিশেষ সন্মান জনোৱা পৰিলক্ষিত হয় ডেৰাডুনৰ বিদ্যালয়খনে । |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰাপ্ত তথ্য মতে, ধৃত চোৰাং ব্যৱসায়ী দুজনে কেঁকোসাপ সমূহ বিক্ৰীৰ বাবে গুৱাহাটীৰ পিনে লৈ যোৱাৰ সময়তে নগাঁও আৰক্ষীয়ে কেঁকোসাপসহ নগাঁও চহৰৰ নাতিদূৰৰ উৰিয়াগাঁও বাইপাছৰ পৰা আটক কৰে। |
ধৃত লোকদুজনৰ পৰা আৰক্ষীয়ে বাৰটাকৈ কেঁকোসাপ উদ্বাৰ কৰে। এই কেঁকোসাপকেইটাৰ বজাৰ মূল্য কেইবা লক্ষাধিক হ’ব পাৰে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। |
উল্লেখযোগ্য যে নগাওঁ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে গঠন কৰা এই বিশেষ আৰক্ষী বাহিনীয়ে ইয়াৰ পূৰ্বেও উৰিয়াগাঁও বাইপাছতে ৪৩ টা কেঁকোসাপসহ কেইবাজনো চোৰাং ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছিল। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.