text
stringlengths
0
188k
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
মন্তব্য
Archive
Archive December (21) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
- অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ড০ শ্যামাপ্ৰসাদ মুখ...
লামডিং ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিটোত এই কথা উল্লেখ কৰি লগতে জনাই যে উক্ত মাৰাথন দৌৰ লামডিং অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা পুৱা ৬ বজাত আৰম্ভ হ’ব।
বিজয়ী প্ৰতিযোগী সকলক ক্ৰমে ৭,০০০ টকা (প্ৰথম), ৫,০০০ টকা ৯ (দ্বিতীয়) আৰু ৩,০০০ টকাৰ (তৃতীয়) পুৰস্কাৰ আগবঢ়োৱাৰ লগতে ৭ গৰাকী প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে দুৰণিৰ পৰা অহা অংশ গ্ৰহণকাৰী সকলক ৫ জুলাইৰ আবেলিৰ পৰা পিছদিনা দুপৰিয়াৰ আহাৰ গ্ৰহণৰ লৈকে থকা খোৱাৰ সুবিধা প্ৰদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত বাহিৰৰ পৰা অহা প্ৰতিযোগীসকলে ৫ জুলাই আবেলি ৫ বজাৰ আগত সন্থাক অৱগত কৰিব লাগিব বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।
এই বিষয়ে আৰু কিবা জানিব লগীয়া থাকিলে ইচ্ছুক প্ৰাৰ্থীয়ে লামডিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুদিপ কুমাৰ দাসক ৭০০২৬৪৩৪২২ নম্বৰত বা [email protected]. যোগাযোগ কৰিব পাৰে।
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰাজ্যত নকল নোট ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ গঢ় লৈ উটিছে। বিগত সময়ছোৱাত নকল নোট ব্যৱসায়ৰ লগত জড়িত থকা কেইবাজনো লোকক আৰক্ষীয়ে নকল নোটসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ এজন যুৱক আৰু এগৰাকী যুৱতী নকল নোটসহ জালত পৰিল।
মৰিগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন যুৱক আৰু এগৰাকী যুৱতীক বৃহৎ পৰিমাণৰ নকল নোটসহ আটক কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টৰ পৰা আৰক্ষীয়ে নকল নোটসহ যুৱক-যুৱতীক আটক কৰে।
১ লাখ ৫০ হাজাৰ টকাৰ নকল নোটসহ আৰক্ষীয়ে আটক কৰা যুৱতী গৰাকী জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু যুৱকজন হোজাইৰ জইনাল উদ্দীন বুলি জানিব পৰা গৈছে। আটকধীন যুৱক আৰু যুৱতী গৰাকীয়ে ব্যৱহাৰ কৰা এএছ-০১-জেচি-০৫৩৬ নম্বৰৰ এখন বাহন আৰক্ষীয়ে জব্দ কৰিছে।
নকল নোটসহ মৰিগাঁও আৰক্ষীৰ জালত পৰা যুৱক-যুৱতীৰ লগত আন এজন যুৱকো আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজন পলায়ন কৰিবলৈ সক্ষম হয়।
বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকধীন যুৱক-যুৱতীক জেৰা অব্যাহত ৰাখিছে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি
November 29, 2022 12 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স
Read More...
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
November 29, 2022 8 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>শিবাজে গাঁৱত বাঁহেৰে গৰুৰ টিলিঙা বনোৱা কেইজনমান শিল্পীহে ৰৈছে, কৰ্ণাটকৰ দক্ষিণা কান্নাড়া জিলাৰ এইগৰাকী শিল্পীয়ে ভিডিঅ’ এটিৰ যোগেদি এইবিধ কলাৰ বিষয়ে কৈছে
Reporter : Vittala Malekudiya
Editor : Vinutha Mallya
Translator : Pankaj Das
Language
Assamese
English
Marathi
Kannada
Hindi
Chhattisgarhi
Odia
Tamil
Telugu
Assamese
Punjabi
Malayalam
Gujarati
Bengali
Urdu
Read the story in pictures
Share
Print this story
Dakshina Kannada district , Karnataka
See more from this region
টিং টিং টিংকৈ বাজি উঠা গৰুৰ টিলিঙাৰ শব্দ এতিয়া দক্ষিণা কান্নাড়া জিলাৰ বেলটাংগাৰি তালুকত পাহাৰীয়া অঞ্চলত এতিয়া শুনিবলৈ পোৱা টান। “এনেকুৱা বেল আজিকালি কোনোৱে নবনায়,” হুক্ৰাপ্পাই কয়। কিন্তু এই যে টিলিঙাৰ কথা কোৱা হৈছে, এয়া আন টিলিঙাবোৰৰ দৰে নহয়। তেওঁৰ গাওঁ শিৱাজেত গৰুৰ ডিঙিত আঁৰি দিয়া টিলিঙাবোৰ ধাতুৰ নহয়, বাঁহেৰে তৈয়াৰী।...
“মই আগতে গৰু চৰাইছিলো”, হুক্ৰাপ্পাই কয়। “কেতিয়াবা আমাৰ গৰুবোৰ হেৰাইছিল, সেয়ে বাঁহেৰে গৰুৰ টিলিঙা সজাৰ কথা মনলৈ আহিল।” পাহাৰত হেৰাই যোৱা বা আনৰ খেতিপথাৰত সোমাই থকা গৰুক তাৰ ডিঙিত আঁৰি থোৱা টিলিঙাৰ শব্দৰে বিচাৰি উলিয়াব পাৰি। যেতিয়া গাঁৱৰে এজন বয়োজ্যেষ্ঠ মানুহে তেওঁক এই কলা শিকোৱাৰ দায়িত্ব ল’লে, তেওঁ কেইটামান টিলিঙা নিজে ...
হুক্ৰাপ্পাই কোৱা টুলু ভাষাত এই টিলিঙাক ‘বমকা’ বুলি কোৱা হয়। আকৌ কান্নাড়া ভাষাত ইয়াত ‘মণ্টে’ বুলিহে কোৱা হয়। শিৱাজেৰ সাংস্কৃতিক জীৱনত ই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। তাত থকা দুৰ্গা পৰমেশ্বৰী মন্দিৰটোৰ অধিষ্ঠিত দেৱীক মণ্টে আগবঢ়োৱাৰ পৰম্পৰাৰ বাবে জনা যায়। মন্দিৰটোৰ প্ৰাংগণটোক ‘মণ্টেথাড়কা’ বুলি কোৱা হয়। ভক্তসকলে তে...
ভিডিঅ ’টো চাওঁক: শিৱাজেৰ গৰুৰ টিলিঙা বনোৱা হুক্ৰাপ্পা
খেতি আৰু টিলিঙা বনোৱা কামত লগাৰ আগতে হুক্ৰাপ্পাই গৰু চৰাইছিল। তেওঁ আৰু তেওঁৰ ডাঙৰ ভায়েকে গাঁৱৰে আনৰ ঘৰৰ গৰু-ম’হ চৰাইছিল। “আমাৰ নিজা মাটি নাছিল। আমাৰ ঘৰত ১০ জন মানুহ আছিল। খাবলৈ খাদ্যৰ নাটনি আছিল। মোৰ দেউতাই শ্ৰমিক হিচাপে কাম কৰিছিল আৰু ডাঙৰ ভনীকেইজনীও কাম কৰিছিল,” তেওঁ কয়। পিছলৈ গাঁৱৰে মহাজন এজনে তেওঁলোকৰ পৰিয়ালটোক আধি...
অৱশ্যে গৰুৰ টিলিঙা বিক্ৰী কৰি সিমান এটা লাভ নাই। “তেওঁলোকৰ এই অঞ্চলত আন কোনোৱে টিলিঙা নবনায়। মোৰ কোনো এটা সন্তানেই এই কাম শিকা নাই,” হুক্ৰাপ্পাই কয়। এসময়ত বনাঞ্চলত সহজেই পোৱা বাঁহ এতিয়া পাবলৈ নাই। “আমি ৭-৮ মাইল (১১-১৩ কিলোমিটাৰ) খোজকাঢ়ি গৈ বিচাৰি আনিব লাগে। তাতেও আৰু বেছিবছৰ সেইবোৰ নিটিকিব,” তেওঁ কয়।
কিন্তু হুক্ৰাপ্পাৰ দক্ষ হাতে এই বাঁহ কাটে, প্ৰয়োজনীয় আকাৰ দিয়ে, এনেকৈ বাঁহৰ টিলিঙা বনোৱা কলা শিৱাজেত চলি আছে, বেল্টাংগাড়িৰ হাবিত এতিয়াও শুনিবলৈ পোৱা যায় টিলিঙাৰ শব্দ।
অনুবাদ: পংকজ দাস
Reporter : Vittala Malekudiya
Share
Vittala Malekudiya is a journalist and 2017 PARI Fellow. A resident of Kuthlur village in Kudremukh National Park, in Beltangadi taluk of Dakshina Kannada district, he belongs to the Malekudiya community, a forest-dwelling tribe. He has an MA in Journalism and Mass Communication from Mangalore University and currently ...
Other stories by Vittala Malekudiya
Translator : Pankaj Das
Share