text stringlengths 0 188k |
|---|
আনহাতে কালি নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটি দলে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিপালিত অৱস্থিত এটা বিজেপিৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাও সংঘটিত হয়। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আজি সন্ধিয়া প্ৰায় সাত মান বজাত আৰম্ভ হোৱা সমদলত কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে হাতত জোঁৰ লৈ চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে। |
জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলীৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলটোৱে চহৰখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰে। |
এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা আদিকে ধৰি শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কেনেকৈ পদত্যাগ কৰিবলৈ বাধ্য হল গোটাৱায়া? |
- Donation - |
অৰ্থনৈতিক সংকটে ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিলে শ্ৰীলংকাত। জনতাৰ ক্ষোভে গণ বিদ্ৰোহৰ ৰূপ লৈছে দ্বীপৰাষ্ট্ৰখনত। লাখ লাখ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ প্ৰাসাদ দখল কৰাৰ পিছতে অশান্ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই নৌসেনা বাহিনীৰ বিমানেৰে পত্নীসহ দেশ এৰি প্ৰথমতে মালদ্বীপলৈ আৰু তাৰ পাছত ছিংগাপুৰলৈ পলায়ন কৰে। ৰাষ্ট্ৰপ... |
ছিংগাপুৰলৈ কিয় গ’ল গোটাৱায়া? |
ছিংগাপুৰৰ বিদেশ মন্ত্ৰনালয়ে উল্লেখ কৰা অনুসৰি, ৰাজাপাক্ষে নিজ ইচ্ছা অনুসৰি ছিংগাপুৰলৈ আহিছে আৰু তালৈ তেওঁ কোনোধৰণৰ আশ্ৰয় বিচাৰি অহা নাই। |
গোটাৱায়াৰ পদত্যাগৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হল শ্ৰীলংকাত? |
গোটাৱায়াৰ পাছতেই সমগ্ৰ কলম্বো চহৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰতিবাদকাৰীয়ে চহৰখনত চলি থকা সান্ধ্য আইন উলংঘা কৰি ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত জনসমাগমৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীৰ ভাষ্য, ৰাজাপাক্ষেৰ পদত্যাগ সমগ্ৰ দেশৰ বাবে উল্লাসৰ বিষয়। আজি সমগ্ৰ শ্ৰীলংকাই ৰাজাপাক্ষেৰ পদত্যাগৰ বাবে আনন্দ কৰিব। দক্ষিণ এছিয়াৰ দেশসমূহৰ ৰাজ... |
The CrossCurrent |
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter. |
Prev Post |
বর্ষাশ্ৰীৰ কবিতাত নাছিল আলফাৰ নাম! |
Next Post |
মহম্মদ জুবেৰক কিয় জামিন দিলে আদালতে? |
You might also like More from author |
দেশ |
খাৰ্গেই হ’ব বিৰোধী দলপতি |
দেশ |
বিবাহথলীতে মৃত্যু কইনাৰ |
ৰাজ্য |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
দেশ |
ভংগ হ’বই বংগ ? |
Prev Next |
Leave A Reply |
Cancel Reply |
Your email address will not be published. |
Save my name, email, and website in this browser for the next time I comment. |
জনপ্ৰিয় |
দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত ! |
খাৰ্গেই হ’ব বিৰোধী দলপতি |
বিবাহথলীতে মৃত্যু কইনাৰ |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে অসমৰ পৰম্পৰাগত সামগ্ৰীৰে অসম তথা ভাৰতৰ বাহিৰতো পৰিচিত ‘ব্ৰহ্মপুত্ৰ ফেব’লছ’ নাম... |
সাহিত্য ডট অৰ্গ: নমস্কাৰ ধ্ৰুৱজ্যোতি ডেকা। আপোনাক সাহিত্য ডট অৰ্গ আলোচনীলৈ আদৰণি জনালোঁ। লগতে সাক্ষাৎকাৰত আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ বিষয়ে অলপ কওকচোন। আপোনাৰ ল’ৰালিৰ বিষয়ে, পৰিয়ালৰ বিষয়ে, শিক্ষাৰ পৰা আজিৰ এই পৰ্য্যায় কেনেকৈ পালে? |
ধ্ৰুৱজ্যোতি ডেকা: হয়, নমস্কাৰ জনাইছোঁ সাহিত্য ডট অৰ্গ আলোচনীৰ সমূহ পাঠক ও সদস্যবৃন্দক। মই বৰ্ডিং স্কুলত পঢ়িছিলোঁ, ২০০৩ৰ পৰা হোষ্টেলত আছিলোঁ। এতিয়া ঘৰত মা আৰু ভাইটি আছে। মই স্কুলীয়া জীৱন শেষ কৰি কটন কলেজত কেমেষ্ট্ৰীত বি.এচ. চি কৰিছিলোঁ আৰু তাৰ পাছত পণ্ডিচেৰী চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা এম.এচ. চি কৰিছিলোঁ। পণ্ডিচেৰীত পঢ়ি... |
সাহিত্য ডট অৰ্গ: আপোনাৰ ঘৰ এনেকুৱা এখন ঠাইত, যিয়ে অসমৰ কাঁহশিল্পৰ ধ্বজা বহন কৰি আহিছে। আপোনাৰ ব্যৱসায় বা ষ্টাৰ্ট-আপত আপুনি সৰুৰে পৰা পাই অহা পৰিৱেশে কিদৰে প্ৰভাৱান্বিত কৰিছে? |
ধ্ৰুৱজ্যোতি ডেকা: হয় মোৰ ঘৰ সৰ্থেবাৰীত। মই সৰুৰে পৰা বাহিৰত বৰ্ডিং স্কুলতে পঢ়িছোঁ। কিন্তু হয়, সৰ্থেবাৰীৰ কাঁহ শিল্পক আগুৱাই লৈ যাবলৈও মোৰ ষ্টাৰ্ট আপৰ এটি আইডিয়া আছিল। |
সাহিত্য ডট অৰ্গ: আমাৰ অসমীয়া মানুহখিনি সাধাৰণতে এলেহুৱা বা খাটি খাব নজনা বুলি এটা বদনাম আছে, নহয়জানো? কিন্তু আপোনাৰ এই ব্ৰহ্মপুত্ৰ ফেব’লছৰ জৰিয়তে হোৱা যি আপোনাৰ পৰিচয়, সেইয়াই উপৰোক্ত কথাখিনিক মিছা বুলি প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আপুনি সম্পূৰ্ণ এটা জাতিৰ লগতে আমাৰ দেশৰ বাবে গৌৰৱ। আমাৰ প্ৰশ্ন হ’ল, কেনেকৈ আপুন... |
ধ্ৰুৱজ্যোতি ডেকা: মোৰ সৰুৰে পৰা কিবা এটা বেলেগ কৰাৰ মন আছিল। ভবা নাছিলোঁ যে ষ্টাৰ্টআপয়েই কৰিম। কিন্তু যেতিয়াই যি কাম কৰিছিলোঁ ভালকৈয়েই কৰিছিলোঁ। যেতিয়া পণ্ডিচেৰীত পঢ়ি আছিলোঁ মই অনুভৱ কৰিলোঁ, আমাৰ ট্ৰেডিচনটো বাহিৰত সকলোৱে বৰ ভাল পায় কিন্তু অসমৰ বাহিৰৰ মানুহখিনিয়ে ইয়াৰ বিষয়ে বিশেষ একো নাজানে। এই ট্ৰেডিছনেল সামগ্ৰী সমূহৰ ... |
সাহিত্য ডট অৰ্গ: ভাল লাগিছে আপোনাৰ পৰা এনেধৰণৰ উৎসাহ আৰু প্ৰেৰণাদায়ক কথাবোৰ জানিবলৈ পায়। বাৰু ধ্ৰুৱজ্যোতি ডাঙৰীয়া, এইদিশে আগবাঢ়োঁতে আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত হওক বা ব্যক্তিগত কাৰণতে হওক, কেতিয়াবা কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি বাৰু? কাৰণ আমি জানো যিকোনো এটা কাম কৰিবলৈ আগবাঢ়িলে সন্মুখত আমি বিভিন্ন ধৰণৰ অস্বাভাৱিক ... |
ধ্ৰুৱজ্যোতি ডেকা: হয় যিকোনো কাম কৰোঁতে আমি অসুবিধাৰ সন্মুখীন হওঁ; ষ্টাৰ্টআপৰ পৃথিৱীত সদায় অসুবিধা হয়, বহুত বাধা আহে, ঘৰৰ পৰা প্ৰেচাৰ আহে চাকৰি কৰিবলৈ, লগৰ সকলোৱে চাকৰি কৰি চেটল হ’বলৈ ধৰে কিন্তু ষ্টাৰ্টআপত কাম শেষ হৈ নাহে! তথাপিও নিজৰ ভাল লগা কাম কৰিলে এইবোৰ তেনেই সৰু কথা হৈ পৰে। |
সাহিত্য ডট অৰ্গ: আপোনাৰ এই প্ৰচেষ্টাই আজি অসমতে নহয়, ভাৰতৰ বাহিৰতো এটা সু- পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে খুবেই গৌৰৱৰ বিষয়। আপুনি বাৰু নিজক এইক্ষেত্ৰত সফল হৈছে বুলি ভাৱে নে? |
ধ্ৰুৱজ্যোতি ডেকা: বৰ্তমান আমাৰ এই কাম ৫%ও হোৱা নাই বুলি মই ভাবো। কিন্তু মই আশাবাদী, যিহেতু এয়া আমাৰ সপোনৰ আৰম্ভণি। বহুত কাম কৰিবলৈ আছে আৰু নতুন নতুন বহুত টেকনলজীৰ লগত পৰিচয় হ’বলৈ বাকী আছে। মই বিচাৰো আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ কালচাৰ আৰু ট্ৰেডিচনৰ কথা গোটেই পৃথিৱীয়ে যেন গম পাওঁক। |
সাহিত্য ডট অৰ্গ: বৰ্তমান কৰ’না ভাইৰাছক লৈ যিটো পৰিস্থিতি, সকলোবোৰ দিশতে এটা বৃহৎ সংকট নামি আহিছে! কিন্তু তাৰ মাজতে চৰকাৰে অৰ্থনৈতিক দিশটো লক্ষ্য ৰাখি ব্যৱসায় বাণিজ্যসমূহ চলাই নিব পৰাকৈ সুবিধাও সেইদৰে কৰি দিছে। এইসময়খিনিত আপুনি আপোনাৰ ব্যৱসায় কিদৰে আগবঢ়াই নিছে বাৰু? |
ধ্ৰুৱজ্যোতি ডেকা: আমাৰ ডিজিটেল মাৰ্কেট প্লেচ হয়। সেয়ে আমি লকডাউন খুলিলে বস্তু বোৰ পঠোৱা আৰম্ভ কৰোঁ। কৰ’নাৰ এই সময়খিনিত আমি আমাৰ হাতে বোৱা কাপোৰেৰে মাস্ক বনাইছোঁ আৰু আমাৰ লগত জড়িত শিল্পী সকলে এই সময়ত দুই লাখতকৈও অধিক ধন উপাৰ্জন হৈছে কেৱল মাস্ক বিক্ৰী কৰি। |
সাহিত্য ডট অৰ্গ: আপোনাৰ এই ব্ৰহ্মপুত্ৰ ফেব’লছ নামৰ জাতীয় উদ্যোগৰ যোগেদি বৰ্তমান আপুনি ভাৰতৰ লগতে বিদেশৰ লগতো ব্যৱসায় বাণিজ্যৰ দিশত সু-সম্পৰ্ক এটা নিশ্চয় গঢ়িবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আপুনি দেশ তথা বিদেশৰ পৰা কেনেধৰণৰ সহযোগিতা লাভ কৰিছে? |
ধ্ৰুৱজ্যোতি ডেকা: বৰ্তমান আমি বহু কেইখন দেশ আৰু বিদেশৰ কোম্পানীৰ লগত জড়িত হৈছোঁ। বহুত ছাপোৰ্ট পাইছোঁ তেওঁলোকৰ পৰা। কোম্পানী সমূহৰ জৰিয়তে বিদেশত আমাৰ পৰিচয়টো আগুৱাই লৈ যাবলৈ বহু সহজ হৈছে। |
সাহিত্য ডট অৰ্গ: আপোনাৰ এই পদক্ষেপৰ জৰিয়তে নিশ্চয় বহুজন নিবনুৱাই আজি স্বাৱলম্বী হ’বলৈ সুবিধা পাইছে। আপোনাৰ উদ্যোগত তেওঁলোকক আপুনি কিদৰে নিযুক্তি দিয়ে? |
ধ্ৰুৱজ্যোতি ডেকা: যিকোনো শিল্পীয়ে যি নিজ হাতেৰে কোনো সামগ্ৰী সাজিব বা বনাব পাৰে আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰোঁ। এই ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন চাৰ্জ একো ৰখা নহয়। বৰ্তমান আমাৰ এই উদ্যোগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৩০০০ শিল্পী জড়িত হৈ আছে। |
সাহিত্য ডট অৰ্গ: আপোনাৰ ভৱিষ্যত পৰিকল্পনা? |
ধ্ৰুৱজ্যোতি ডেকা: আমি আমাৰ ব্ৰহ্মপুত্ৰ ফেব’লছক উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে এটা উদাহৰণ কৰিব খোজো আৰু ইয়াত(উত্তৰ পূৰ্বাঞ্চলত) থাকিও যে এটা ৱৰ্ল্ড ক্লাছ প্ৰপাৰ ষ্টাৰ্টআপ কৰাটো সম্ভৱ; সেই বিশ্বাস সকলোৰে মনত জগোৱাৰ ইচ্ছা পুহি ৰাখিছোঁ। |
সাহিত্য ডট অৰ্গ: ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়া, বহুত ভাল লাগিল আপোনাৰ লগত আজি সাক্ষাৎ হৈ। আপুনি যিটো দিশেৰে আগবাঢ়িছে ই অসমৰে নহয় সমগ্ৰ বিশ্বৰ বাবে এটা প্ৰশংসনীয় পদক্ষেপ। সমাজৰ বাবে আপুনি এজন আদৰ্শ ব্যক্তি। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনালোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য কামনা ... |
ধ্ৰুৱজ্যোতি ডেকা: হয় ধন্যবাদ। সাহিত্য ডট অৰ্গ আলোচনীৰ সমূহ পাঠক তথা সদস্যবৃন্দক মই মোৰ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। |
← ক’ভিডজনীত হেপী হাইপক্সিয়া সঁচাকৈয়ে হেপী নে নীৰৱ ঘাতক?—ডাঃ ৰিদিপ বড়া,সঞ্জীৱনী হস্পিতাল |
অসমৰ সাংস্কৃতিক তথা কলা জগতৰ এজন জনপ্ৰিয় শিল্পী শ্ৰীযুত দ্বীপনজ্যোতি ভৰালী → |
You May Also Like |
অসমীয়া লোক বাদ্য নিৰ্মাতা দ্বিজেন গগৈ ৰ সৈতে কিছু অন্তৰংগ আলাপ |
April 19, 2015 0 |
সাক্ষাৎকাৰ: প্ৰবাসী অসমীয়াৰ মনৰ কথা |
March 19, 2022 April 4, 2022 0 |
ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ সৈতে হোৱা সাক্ষাৎকাৰ |
October 19, 2018 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.