text
stringlengths
0
188k
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দেশৰ সেনাৰ কামকাজৰ ওপৰত সন্দেহ কৰে কংগ্ৰেছে। দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰী কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিৰোধী দল কংগ্ৰেছক সমাল...
ইপিনে, বিৰোধী দল হিচাপে কংগ্ৰেছে কাৰ পক্ষত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰ কোনো স্পষ্টতা নাই বুলি সংবাদমেলত সদৰী কৰে ৰাম মাধৱে।
তেওঁ কয়, ‘কংগ্ৰেছে পাকিস্তানৰ পক্ষত নিৰ্বাচন খেলিছে নে ভাৰতৰ জনসাধাৰণৰ পক্ষত নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেইয়া ভাৰতৰ জনসাধাৰণে ধৰিবই পৰা নাই।‘
আনহাতে, বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰাকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কোনো ইচ্ছু নাই বুলি সংবাদমেলত দাবী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে।
‘তেওঁলোকে কোনো ইচ্ছুবিহীনভাৱেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে,‘-ৰাম মাধৱৰ মন্তব্য।
ইপিনে, কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক দল কিন্তু বিজেপি পৰিয়াল কেন্দ্ৰিক দল নহয়।‘
তদুপৰি, লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত গোপন বুজা-বুজি হোৱা বুলি মন্তব্য কৰে ৰাম মাধৱে।
‘বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে সন্মুখীন হ’বলৈ সমগ্ৰ দেশতে কোনো বিপক্ষ দলৰ ক্ষমতা আৰু সাহস নাই। সেয়েহে বিপক্ষ দল সমূহে যাৰ লগতেই মিত্ৰতা নকৰক কিয় ইয়াত একো লাভ নহ’ব। তদুপৰি, বিজেপিক পৰাভূত কৰিবলৈয়ো কংগ্ৰেছে প্ৰয়াস কৰি আছে যদিও অন্য ৰাজ্যৰ বিৰোধীৰ দৰেই দশা অসমত কংগ্ৰেছৰো হ’ব,‘-এই দাবী ৰাম মাধৱৰ।
ইপিনে, অসমৰ ৫ জন বৰ্তমানৰ সাংসদৰ নাম প্ৰাৰ্থিত্বৰ তালিকাৰ পৰা বাদ পৰাৰ পাছতেই নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই মুকলিভাৱে বিদ্ৰোহ কৰিলেও দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত এইবাৰ নতুন প্ৰাৰ্থীসমূহক বাচনি কৰা হৈছে বুলিও দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সদৰী কৰে।
Recent News
মহাৰাষ্ট্ৰত ফুটব্ৰীজ খহি ৰেলপথত বাগৰি পৰিল যাত্ৰী: এগৰাকী নিহত, আহত ২০ গৰাকী
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মহানগৰখনৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ লগতে বাসিন্দাসকলৰ মাজত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। দিচপুৰকে ধৰি গুৱাহাটীৰ বিভিন্ন স্থানত আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো ধুমুহাৰ ফলত ৰাইজ আতংকিত হৈ পৰে।
হঠাতে অহা এই ধুমুহাজাকৰ ফলত মহানগৰীৰ বহু ঘৰ-দুৱাৰ বিনষ্ট হোৱাৰ লগতে বহু গছ-গছনিও ভাগি পৰে।
দিনৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত হঠাতে আৰম্ভ হোৱা ধুমুহাজাকৰ ফলত বিদ্যালয়ৰ পৰা ওভতা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰে। তদুপৰি, বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ‘লাঞ্চ’ৰ বাবে ওলাই যোৱাৰ সময়তে প্ৰচণ্ড ধূলিৰ ধুমুহাজাকে সকলোকে আতংকিত কৰি তোলে।
বৰ্তমান ধুমুহা-বৰষুণৰ প্ৰাবল্য কমিছে যদিও এতিয়াও শংকা আঁতৰা নাই।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
‘ফ্ৰী প্ৰেছ জাৰ্নেল’ নামৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শেহতীয়া সমীক্ষাৰ দ্বাৰা এই কথা অনুমান কৰা হৈছে যে ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা হ’ব ৮ বিলিয়ন ৷ যি হ’ব মানৱ বিকাশৰ এক মাইলৰ খুঁটি। জনস্বাস্থ্য, পুষ্টি, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চিকিৎসাৰ উন্নতিৰ বাবেই মানুহৰ আয়ুস ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বাবেই এই অভূতপ...
চলিত বৰ্ষৰ ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱসত প্ৰকাশ কৰা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰসংঘৰ ‘বিশ্ব জনসংখ্যা সম্ভাৱনা ২০২২’ত এই কথা প্ৰকাশ কৰিছে ৷প্ৰতিবেদনখনত কোৱা হৈছে যে ২০২৩ চনত চীনৰ ঠাইত ভাৰতে বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ হিচাপে স্থান লাভ কৰিব।ধাৰণা অনুসৰি ২০৫০ চনলৈকে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্...
১৯৭৪ চনত বিশ্বত ৪ বিলিয়ন লোক আছিল। ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে অৰ্থাৎ ৪৮ বছৰ ব্যৱধানত বিশ্বৰ জনসংখ্যা দুগুণ বৃদ্ধি পাই ৮ বিলিয়ন হ’ব ৷
অৱশ্যে বিশ্বৰ জনসংখ্যা ৭ বিলিয়নৰ পৰা ৮ বিলিয়নলৈ বৃদ্ধি হ’বলৈ ১২ বছৰ সময় লাগিছিল যদিও ৯ বিলিয়ন হ’বলৈ লাগিব প্ৰায় ১৫ বছৰ ৷ অৰ্থাৎ ২০৩৭ চনতহে বিশ্বৰ জনসংখ্যা হ’বগৈ ৯বিলিয়ন ৷ যি হ’ব বিশ্বৰ জনসংখ্যাৰ সামগ্ৰিক বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ লক্ষণ।
ৰাষ্ট্ৰসংঘৰ শেহতীয়া হিচাপ অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন, ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব পাৰে আৰু তাৰ পিছত ২০৮০ চনৰ ভিতৰত প্ৰায় ১০.৪ বিলিয়নলৈ ই শিখৰত উপনীত হ’ব পাৰে আৰু ২১০০ চনলৈকে সেই স্তৰতে থাকিব বুলি আশা কৰা হৈছে।
সংস্থাটোৱে লগতে কয় যে ১৯৫০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ২০২০ চনত বিশ্বৰ জনসংখ্যা বৃদ্ধি এক শতাংশৰ তললৈ নামি আহিছে।
এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’গুটেৰেছে ইয়াৰ মিশ্ৰিত প্ৰভাৱৰ পৰ্যালোচনা কৰি বিশ্ব সম্প্ৰদায়ক সুযোগসমূহ গ্ৰহণ কৰিবলৈ আৰু বিশ্বৰ ধনী আৰু অধীক্ষক সকলৰ মাজত বিভাজন দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যদিহে আমি বিশ্বৰ ধনী আৰু দুখীয়া সকলৰ মাজৰ ব্যৱধান দূৰ নকৰো, তেন্তে আমি নিজকে উত্তেজন...
Previous Post
মৰেনাত আয়োজিত কৃষি মেলাত কৃষকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এটা ম’হ
Next Post
২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পালে এছ বি এফৰ সম্পত্তি
Related Posts
মুখ্য সংবাদ
পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা
December 9, 2022
মুখ্য সংবাদ
পাঁচখন তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি আহত কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !
December 9, 2022
মুখ্য সংবাদ
মাজনিশাৰ পৰা বলিব সাগৰীয় ঘুর্ণী মনদৌছ, তামিলনাডুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান-উদ্যান
December 9, 2022
মুখ্য সংবাদ
বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ ৩০ বছৰীয়া শ্ৰমিক
December 9, 2022
মুখ্য সংবাদ
হিজাব বিৰোধী আন্দোলনত জড়িত যুৱকক ফাঁচী দিয়াৰ পিছত ইৰাণত অগ্নিগর্ভ পৰিস্থিতি, কেনেদৰে সাৱ্যস্ত কৰা হৈছে প্ৰতিবাদ !
December 9, 2022
মুখ্য সংবাদ
৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন
December 9, 2022
Next Post
২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পালে এছ বি এফৰ সম্পত্তি
No Result
View All Result
সম্পৰ্কত বন্ধুত্বৰ ভূমিকা
0 shares
Share 0 Tweet 0
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি
0 shares
Share 0 Tweet 0
এটি কলি দুটি পাত
0 shares
Share 0 Tweet 0
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা
0 shares