text stringlengths 0 188k |
|---|
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল বিজেপিয়ে অঞ্চলটোত তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। পৰিষদীয় নিৰ্বাচনত শাসনভাৰ দখল কৰা তথা বিজেপি... |
দুদিনীয়া ভ্ৰমণসূচীৰে যাবলগীয়া মন্ত্ৰী শৰ্মাই বিভিন্ন কাৰ্যসূচীত অংশ ল’ব বুলি জানিব পৰা গৈছে। বিজেপি জিলা নেতৃত্বৰ লগত আলোচনাত মিলিত হোৱাৰ উপৰি পৰিষদীয় নেতাৰ লগতো বৈঠকত মিলিত হ’ব। আনহাতে জিলা বিভক্তকৰণ সম্পৰ্কত ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ লগতো মন্ত্ৰী শৰ্মাই এখন গুৰুত্বপূৰ্ণ আলোচনা কৰিব। |
উল্লেখ্য যে ডিমা হাচাওত সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে তথা ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মন্ত্ৰী শৰ্মাই সোমবাৰে এশ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰাৰো সম্ভাৱণা আছে। |
আনহাতে মন্ত্ৰী শৰ্মাই হাফলঙৰ সমীপৱৰ্তী চাম্পাৰিদিচা ইক’ ট্যুৰিজমৰো বুজ ল’ব আৰু চাম্পাৰিদিচাতে নিশা অতিবাহিত কৰিব। |
ইফালে শাসকাধীন বিজেপিৰ বাহিৰে জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অসম গণ পৰিষদেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। |
সেই উদ্দেশ্যে হাফলঙত মঙলবাৰে অগপই এখন বিশাল কৰ্মী সমাৱেশ আয়োজন কৰিছে। এই কৰ্মী সমাৱেশৰ জৰিয়তে দলটোৱে আগন্তুক স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাইজৰ আস্থা লাভ কৰাৰ প্ৰচেষ্টা চলাব। সেই উদ্দেশ্যে দলটোৰ সভপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফ... |
আজি হাফলঙত সংবাদমেল পাতি এই কথা সদৰি কৰে অগপ হাফলং জিলা সমিতিৰ সভাপতি বকুল বড়ো আৰু অগপ যুৱ পৰিষদৰ সভাপতি বাবলু জহৰীয়ে। ডিমা হাচাওত এতিয়া অগপ দলৰ স্থিতি মজবুত বুলিও সংবাদমেলখনৰ জৰিয়তে তেওঁলোকে স্পষ্ট ৰূপত মন্তব্য কৰে। |
উল্লেখনীয় যে ৰাজ্যত অগপ-বিজেপিৰ মিত্ৰতা আছে যদিও ডিমা হাচাওত কিন্তু অগপ-বিজেপি বিৰোধী শিবিৰত আছে। দুয়োটা দলে পৰিষদ নিৰ্বাচনত পৃথকে পৃথকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
( ফ্লেচবেক -১: নগেনদাৰ AK47 |
আমি তেতিয়া হায়াৰ ছেকেন্দেৰি ফাৰ্ষ্ট ইয়েৰত। সেইবাৰ শিৱৰাত্ৰিত ডিগ্ৰী থাৰ্ড ইয়েৰৰ ছাত্ৰ নগেনদাই সভক্তিৰে এনেকৈয়ে ঘোঁটা খালে, পাৰফৰমেঞ্চ দেখি প্ৰসন্নহৈ খোদ শিৱবাবা চাগে নিজেই আহি নগেনদাৰ গাত লম্ভিলে আৰু নগেনদাই হোষ্টেলৰ বাকীবোৰক যাকে মুখৰ আগত পাই তাৰ ওপৰতে লম্ভিবলৈ ল’লে। মানে ঘোঁটা খাই নগেনদা ইনষ্টেণ্ট এজন প্ৰভাৱশালী মন্ত... |
ডক্টৰ নিচা মানে প্ৰৱাল, মোৰ সহপাঠী। নিচাত পাৰ্গত কাৰণে গোটেই ক’লেজৰেই ভকতসমাজৰ এজন গণ্যমাণ্য সূত্ৰধাৰ। “বাবা” বুলিলে প্ৰৱাল আমাৰ আনদিচপুটেড লীডাৰ। লোকেল, মণিপুৰী, ত্ৰিপুৰী, চিমলা, কোনবিধ প্ৰসাদত কি পৰিমাণে শিলিখা গুড়ি, জেষ্ঠমধু দি কেইটা টান মাৰিলে কৈলাশৰ শৃংগ পাব পাৰি, আৰু সুকলমে ঘূৰি আহিব পাৰি, অকল প্ৰৱালেহে জানে। প্ৰ... |
এই অধমে লাডু খাইছো, লোকেলবিধ একটান, দুইটান কেতিয়াবা ক’ৰবাত প্ৰেষ্টিজ্ মেইনটেইন কৰাৰ স্বাৰ্থত টানি দিছো যদিও মণিপুৰী সেইদিনাহে প্ৰথম চুইছিলো। বিদ্যা শপত। |
সেইকেইদিন হোষ্টেল প্ৰায় নিমাওমাও। আমি হায়াৰ ছেকেন্দেৰি ছেকেন্দ ইয়েৰৰ বিজ্ঞানৰ ছাত্ৰকেইটা প্ৰেকটিকেলৰ পৰীক্ষা আৰম্ভ হোৱালৈ ৰৈ আছো। থিঅ’ৰি শেষ। লগৰ আৰ্টছৰমখা পৰীক্ষা শেষ কৰি ঘৰাঘৰি হ’ল। হায়াৰ ছেকেন্দেৰি ফাৰ্ষ্ট ইয়েৰখিনিৰো এটাও নাই। পৰীক্ষা দি সব ফুৎ। স্নাতক মহলাৰো একাংশ ষ্টাডি লীভ লৈ ঘৰত আছেগৈ । সেয়ে হোষ্টেলৰ কোনো এটা ৰু... |
‘আবে, হোষ্টেলত এইকেইদিন একো জমা নাই বে। মই কথা এটা ভাৱিছো। চা, যোৱাবাৰ আমাৰ এনুৱেলৰ টাইমত কি থ্ৰীল আছিল। ভূত উলাইছিল। জমি আছিল নে নাই ক? এইবাৰো এটা উলিয়াই দিও আহ- চিনটেক্সে ক’লে। |
চিনটেক্সে খোৱাৰ বাদে কিবা বেলেগ ভাৱিছো বুলি ক’লে ভয় খাব লগা কথা। চিনটেক্সৰ উৰ্বৰ চিন্তাৰ বজ্ৰপাত পৰি কিমান খাণ্ডৱ দাহ হৈ গ’ল, ভগৱানেহে জানে। সেয়ে আটাইকেইটাই তাৰ মুখলৈ ভালকৈ চালো। বাবা খালে মানুহৰ চকু সৰু হোৱাহে দেখিছিলো, কিন্তু সেইসময়ত তাৰ চকু অমৰাগুটিৰ সমান মস্তকৈ মেল খাই আছিল। |
চিনটেক্স মানে, সন্দীপ পেটুৱা। খাদ্যমন্ত্ৰী সন্দীপে এটা চিনটেক্স পানী টেংকিৰ সমানেই পেটত খাদ্য ধাৰণ কৰিব পাৰে বুলি হোষ্টেলৰ ৰান্ধনী কেইজনে বাজী মাৰি কয়। আন কাৰোৱেই সি এবাৰত কিমান খাব পাৰে, ডিটেইল আইডিয়া নাই। |
ফ্লেচবেক-২:- ভুতৰ পজিটিভ কন্ট্ৰিবিউচন |
হয়, ফাৰ্ষ্ট ইয়েৰৰ বাৰ্ষিক পৰীক্ষাৰ সময়ত হোষ্টেলত ভূত ওলাইছিল আৰু বহুতকে লটিঘটি কৰিছিল। ভূতৰ কবলত পৰি যাতে কোনো দুৰ্ঘটনা নহ’য়, সেয়ে আমি ফাৰ্ষ্ট ইয়েৰখিনি ৰাতি ভাত খাই চিধাই নিজ নিজ ৰুমত সোমাই থকাৰ হিটলাৰী সান্ধ্য আইন জাৰী হৈ গৈছিল। সেই আখ্যান এতিয়া এৰিলো বাৰু। কিন্তু ৰূমতে সোমাই থাকি, ভূতৰ ভয় পাহৰিবলৈ পঢ়া-শুনালৈ মন দাইভা... |
চিনটেক্সৰ প্ৰস্তাৱৰ উপৰত চিন্তাচৰ্চা চলিল। শেষত সিদ্ধান্ত হ’ল যে ভূত কাইলৈকে ওলাব আৰু থুইপাছৰ ৰুমমেট ৰঙাদাক যদি ভূত দেখাই দিব পাৰো, তেন্তে মিছন ফাটাফাটি , এশৰ ভিতৰত পুৰা এশ। ৰঙাদাক ভূতে কেনেকৈ গেৰিলা এটেক দিব, তাৰ প্লেনো গৃহীত কৰি নিজৰ নিজৰ বিচনা পাওঁ মানে নিশা দুইমান বাজিল সেইদিনা। |
ৰঙাদা মানে প্ৰাঞ্জলদা। ৰসায়ন বিজ্ঞান, স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ। মাওঁবাদ, লাল চালাম, বুৰ্জোৱা সভ্যতা আদিবোৰ প্ৰাঞ্জলদাৰ মুখত অহৰহ আখৈ ফুটাদি ফুটিয়েই থাকে বাবে ৰাইজে প্ৰাঞ্জলদাৰ নামেই ৰাখি দিলে- ৰঙা, মানে লাল, ৰেড। ৰঙাদা দুৰ্ঘোৰ নাস্তিকো। ভগৱান, ভূত, এইবোৰৰ ৰঙাদাৰ লগত কোনো খেলেই নাই। টাইকোৱান্দ’তো ইয়েল্ল’ নে ব্ৰাউন কিবা... |
পিছদিনা হোষ্টেলত বাতৰি উলাল চিনটেক্সক ঠেকেৰাজোপাৰ তলত মুত্ৰদান কৰি থাকোতে পুৱতি নিশা কোনোবাই, মানে ভূতে, কাণতলীয়া দুটা সোধালে। সেই যি আৰম্ভ হ’ল হ’লেই আৰু। আমাৰ পাঁচটাক সলাই সলাই সন্ধিয়া নমাৰ লগে লগে নিয়মিত ভূতে পাবলৈ ল’লে। |
বিভিন্ন ইস্তাহাৰ, বিজ্ঞপ্তিৰ জোৰত এতিয়াৰ ‘ মোডি ৱেভ’ মাফিক ‘ভূত ৱেভ’ এটা এসপ্তাহৰ ভিতৰত খাড়া হৈ গ’ল। আগৰ বছৰৰ কাহিনীবোৰ ৰাইজৰ আকৌ মনত পৰিল। সন্ধিয়া নমাৰ লগে লগে ৰাইজ কমকৈ ওলোৱা-সোমোৱা কৰি পঢ়া শুনা বেছিকৈ কৰিবলৈ ভাল পোৱা হ’ল। মুঠতে আজিকালিৰ নিউজ চেনেলবোৰত কোৱাৰ দৰে এটা ‘চেপা উত্তেজনা’ বিৰাজমান হ’ল। আজি বা কাক পাই, কাক চ... |
এদিন আকাংক্ষিত অমাৱস্যাৰ নিশাটো আহিল। থুইপাছে সেইদিনা ৰাতি গুটিৰ লগত বায়’লজিৰ প্ৰেকটিকেল পৰীক্ষাৰ বাবে কম্বাইন ষ্টাডি কৰিব। ৰঙাদা ৰুমত অকলে থাকিব লগা স্থিতি । তাতে ৰঙাদাহঁতৰ ৰুমটোৰ পৰা এইফালে পাঁচটা ৰুম খালী। কোনো নাই। ৰঙাদাই ভয় কৰে যদি বেলেগ ক’ৰবাত গৈ শুব লাগিব। |
কিন্তু ৰঙাদাই দেখোন ভূত নামানেই, নাস্তিক মানুহ। তেন্তে ভয় কিহৰ বুলিও ৰাইজে বুবু বাবা কৰিবলৈ আৰম্ভ কৰি দিলে। ৰঙাদা অকলে ৰাতি থাকিব পাৰিবনে নাই, এই প্ৰসংগত ডাইনিং হ’লত হোৱা মিশ্ৰিত প্ৰতিক্ৰিয়া স্বচক্ষে দেখিও ৰঙাদাই কিন্তু সেইদিনা আচৰিত ধৰণে তেওঁৰ ‘কিক’ত কেতিয়া কোন কেনেকৈ বেঁহুচ হৈছিল জনাবলৈ এৰি মাজে মাজে এটা দুটা হাঁহি ... |
ৰাতি এক বজাত ৰঙাদাৰ ৰুমৰ দুৱাৰত টোকৰ পৰিল। কোনো সাৰসুৰ শুনিবলৈ পোৱা ন’গল। দুই-তিনি মিনিট মুৰে মুৰে দুৱাৰত টোকৰ পৰি থাকিল। এসময়ত ৰঙাদাৰ টেবুল লাইটতো জ্বলি উঠিল।আৰু দুৱাৰৰ ফুটাৰে দেখা গ’ল ৰঙাদা বিচনাত বহি নিজৰ কাণ দুখনত ধৰি কিবা কিবি (হনুমান চালিচা ???) বিৰবিৰাই আছে আৰু মাজে মাজে নামাজ পঢ়িলে মাথা মাটিত লগোৱাৰ নিচিনাকৈ বি... |
আমি ভূত সন্মিলনী লগে লগে তাৰ পৰা পলাই পত্ৰং দিলো। ধৰা পৰিব লাগিলে ৰঙাদাৰ বেক কিক, ফ্লাইং কিকৰ পৰা বাছি গ’লেও হোষ্টেল চুপাৰৰ কাণতলীয়াৰ পৰা নাবাচিম। বেলেগ এক্সন ল’লেতো বৰ্বাদেই।আৰু নাস্তিক ৰঙাদাৰ ভূতৰ ভয়ত হাৰ্টফেইল হ’ব লাগিলেতো খেলেই চাফা। চিনটেক্সে ভৱামতে গৈ কেতিয়াবা কাৰোবাৰ কিবা ভাল হৈছে, তেনেকুৱা ৰেকৰ্ড চিনটেক্সে নিজে... |
পিছদিনা পুৱা গম পাইছিলো ৰাতি ৰঙাদা গৈ গৌতমদাৰ ৰুমত শুইছিল বোলে। সেইৰাতি ৰঙাদাৰ খিৰিকীৰে ভূত সোমাব বিচাৰিছিল। ৰামপুৰীয়েহে ৰঙাদাক ৰক্ষা কৰিছিল। |
নাস্তিক ৰঙাদাইয়ো ভূত দেখাত ভূতৰ সন্ত্ৰাস আৰু বাঢ়ি গৈছিল যদিও সেইদিনাৰ পৰা ভূতে কাকো দেখা নিদিয়া হ’ল। হয়তো ৰামপুৰী এটেকত ভূতেও ভয় খাই গৈছিল। প্ৰেকটিকেলৰ পৰীক্ষা শেষ কৰি এই অধমো এদিন হোষ্টেল এৰি আহিল। |
শুনিবলৈ পোৱা মতে ৰঙাদা আজিকালি আগৰ দৰে উগ্ৰ নাস্তিক নহ’য়। ব্যৱসায়ত ধৰাৰ বাবেই, নে সেইবাৰৰ ভূত দৰ্শনৰ অভিজ্ঞতাৰ বাবেই নাজানো, কিন্তু আজিকালি ৰঙাদা মা কামাখ্যাৰ ভক্ত। তেওঁক থানত কেইবাবাৰো আন মানুহে দেখিছে। |
এই অধমেও আৰু কোনোদিন ক’তো ভূতৰ ভাওঁ দিয়া নাই। ৰঙাদাৰ ৰামপুৰী সেইদিনা বুকুত সোমোৱাৰো চান্স সমানেই আছিল। |
আজিকালি বাৰু হোষ্টেলত ভূত ওলাইনে ? |
← কা মেইখাৰ ঘৰ আৰু ঘৰৰ দাৰ্শনিক মৰ্ম (সমুদ্ৰ কাজল শইকীয়া) |
কোমল প্ৰাণ (ৰঞ্জন জ্যোতি বৰ্মন) → |
You May Also Like |
দেওবৰীয়া ধেমালি -ডাঃ পাৰ্থসাৰথি ভূঞা |
January 15, 2019 0 |
দৰা ধৰা (প্ৰতিভূ দত্ত) |
March 14, 2013 March 10, 2021 0 |
বৰুৱানীৰ সৌন্দৰ্য্য চৰ্চা আৰু কৃপণ বৰুৱাৰ বিলৈ – (বন্দিতা গগৈ বৰা) |
December 31, 2016 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.