text
stringlengths
0
188k
You May Also Like
চুলিৰ যতনৰ বিষয়ে যৎকিঞ্চিৎ : চিকিৎসকৰ দিহা পৰামৰ্শ (ডা০ ভূপেন শইকীয়া)
September 14, 2014 4
প্লুৰাইটিচৰ বিষয়ে জানক (ডা০ ভূপেন শইকীয়া)
January 14, 2013 0
দাঁতৰ মূল সমস্যা আৰু ইয়াৰ যতন
November 21, 2022 November 22, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ নথি পৰীক্ষণৰ অন্তিম প্ৰক্ৰিয়া ৪ মে’ৰ পৰা আৰম্ভ হ’ব। নাগৰিকপঞ্জীৰ আৱেদন পত্ৰৰ সৈতে সংলগ্ন কৰি দিয়া সংযোগী নথিৰ সত্যতা প্ৰমান কৰাৰ বাবে আৱেদনকাৰীয়ে এই ...
অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। সেয়েহে ৰাজ্যৰ ২,৫০০ এন আৰ চি সেৱা কেন্দ্ৰত নথি পৰীক্ষণৰ সময়সীমা চমু চাপি আহিছে আৰু এন আৰ চি কৰ্তৃপক্ষই ইয়াৰ বাবে তৎপৰতা আৰম্ভ কৰি দিছে। অহা ৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া নথি পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতেই চূড়ান্ত খচৰা প্ৰকাশ পাব।
এন আৰ চি কৰ্তৃপক্ষৰ এক সূত্ৰই জনোৱা মতে জিলা দণ্ডাধীশৰ দ্বাৰা নিযুক্ত কৰ্তৃত্বশীল বিষয়াই বিভিন্ন আসোঁৱাহ থকা নথিসমূহৰ পৰীক্ষা কৰি খচচৰাত নাম অন্তৰ্ভুক্ত কৰিব। এন আৰ চিৰ এই চূড়ান্ত পৰীক্ষণৰ এই শুনানিত প্ৰায় ৯ লাখ লোকৰ সংযোগী নথিৰ সত্যাসত্য পৰীক্ষা কৰা হ’ব।
জানিব পৰা মতে নাগৰিকপঞ্জীৰ লিগেচী ডাটাৰ সৈতে বহুতে শৰণাৰ্থীৰ নথি দাখিল কৰাৰ লগতে জিলা উপায়ুক্তসকলে দিয়া নাগৰিকত্ব প্ৰমান পত্ৰও দাখিল কৰিছিল। ইয়াৰ লগতে আওপুৰণি ভূমিপট্টাৰ নথি পত্ৰৰ লগতে বহিৰ্ৰাজ্যৰ তথা বহিৰ্ৰাষ্ট্ৰৰ নথি-পত্ৰও জমা দিছিল।
উক্ত নথিসমূহৰ ভিতৰত পূব পাকিস্তানৰ পৰা অহা বহু ভগনীয়াক কেন্দ্ৰীয় চৰকাৰে শৰণাৰ্থীৰ মৰ্যাদা দিছে যদিও আৱেদনৰ সময়ত তেওঁলোকে দাখিল কৰা নথি পৰীক্ষণৰ সময়ত বহুতৰে তথ্য মজুত নথকা বুলি জানিব পৰা গৈছে। চাৰি মে’ৰ পৰা হ’বলগীয়া শুনানিত দণ্ডাধীশে শৰণাৰ্থীসকলৰ আনুষংগিক নথি পত্ৰ পৰীক্ষণৰ জৰিয়তে সত্যাসত্যতা নিৰূপণ কৰিব।
এই চূড়ান্ত শুনানিৰ সময়ত বহিৰ্ৰাজ্যৰ লগতে বহিৰ্ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা নথিৰ ঘুৰাই নপঠিওৱা নথিসমূহো পৰীক্ষণ কৰা হ’ব। জানিব পৰা মতে বহিৰ্ৰাজ্যৰ পৰা ঘুৰাই নপঠিওৱা প্ৰায় চাৰি লাখ নথিৰ লগতে বহিৰ্ৰাষ্ট্ৰৰ প্ৰায় ৩৫০ খন নথি তথা স্থানীয় প্ৰায় ৫ লাখ আসোঁৱাহপূৰ্ণ নথি দণ্ডাধীশে অন্তিমবাৰলৈ পৰীক্ষা কৰি নাগৰিকত্ব নিশ্চিত কৰিব বুলি ‘আমাৰ...
অৱশ্যে, চূড়ান্ত খচৰাত নাম নথকা লোকসকলে খচৰা প্ৰকাশ পোৱাৰ পিছত পুনৰ তথ্য প্ৰমানসহ আৱেদন কৰিব পাৰিব বুলি এন আৰ চি কৰ্তৃপক্ষই জনাইছে।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জলাতংক, যাক ইংৰাজীত ৰেবিছ বুলি কোৱা হয়, ৰেবিছত আক্ৰান্ত জন্তুৰ লেলাৱতিৰ পৰা বিয়পে৷ তেনে জন্তুৱে কামুৰিলে তাৰ মুখত থকা ৰেবিছ ভাইৰাচ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু লাহে লাহে মানুহৰ মাংসকোষত ইয়াৰ বৃদ্ধি হৈ মগজুত প্ৰৱেশ কৰে আৰু স্নায়ুতন্ত্ৰৰ বিজুতি ঘটায়৷ সাধাৰণতে প্ৰায় ৯৫% ৰ ক্ষেত্ৰত কুকুৰে কামুৰিলে এই বীজাণু মানুহৰ শৰীৰলৈ আহ...
তৃতীয় বিশ্বৰ দেশ সমূহৰ লগতে আমাৰ দেশতো বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ ই এটা অতি মাৰাত্মক ৰোগ আৰু এবাৰ বীজাণু শৰীৰত বিয়পি পৰাৰ পিছত ৰোগীক মৃত্যুমুখৰ পৰা ঘূৰাই আনিবলৈ বহুত কঠিন৷ সেইবাবে ইয়াক প্ৰতিৰোধ কৰাটোহে গুৰুত্বপূৰ্ণ কথা৷
সেয়ে অচিনাকি, ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰ মেকুৰী আদি জন্তুক কিবা খুৱাবলৈ যোৱা বা স্পৰ্শ কৰা অনুচিত৷ ৰুগীয়া বা শুই থকা বা আহাৰ খাই থকা অচিনাকি জন্তুক আমনি কৰিব নালাগে আৰু নিজৰ ঘৰত পোহা কুকুৰ, মেকুৰী আদিক সময়মতে ৰেবিছ ভেকচিন দিয়াব লাগে৷ ঘৰৰ পোহনীয়া জন্তুটোৱে, ধৰক কুকুৰটোৱে যাতে বাহিৰা কুকুৰৰ সংস্পৰ্শলৈ নাহে, তাৰ বাবেও স...
কুকুৰ বা ওপৰত উল্লিখিত আন কোনো জন্তুৱে কামুৰিলে, এই ঠাইখিনি ডেটল আদিৰ দ্বাৰা ভালদৰে চাফাকৈ ধুব লাগে৷ তেজ ওলাই থাকিলে কপাহেৰে হেঁচি ধৰি ৰাখিলে তেজ ওলোৱা বন্ধ হব৷ তাৰ পিছত অনতিপলমে বা ২৪ ঘণ্টাৰ ভিতৰত এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷
ৰেবিছ প্ৰতিহত কৰিবলৈ ৰেবিছ ভেকচিন দিয়া হয়৷ অসমত বৰ্তমান ৰেবিপুৰ, ভেৰ’ৰেব আদি কিছুমান নামত এই ভেকচিন উপলব্ধ৷ কামোৰা দিনটো ০ দিন বুলি ধৰি, ০, ৩, ৭, ১৪, আৰু ২৮ দিনত মুঠ পাঁচটা ভেকচিন লব লাগে৷ ৰেবিছ সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ এই পাঁচোটা ভেকচিন বা প্ৰতিষেধক লোৱাটো অত্যন্ত জৰুৰী৷ এইখিনিতে এটা কথা, এজন মানুহৰ গালৈ এই ভাইৰাছ ...
আন এটা গুৰুত্বপূৰ্ণ কথা৷ মোৰ বন্ধু এজনৰ লগতে এনে হৈছিল৷ কুকুৰে কামুৰিলে, ভেকচিনবিলাক ললে, তাৰ কিছুদিনৰ পিছতে আকৌ কুকুৰে কামুৰিলে, তেতিয়াও কিন্তু ০ আৰু ৩ দিনত দুটা ভেকচিন আকৌ লব লাগিবই৷ গতিকে ভেকচিন লোৱা আছে বুলি বহি নাথাকি, চিকিৎসকৰ পৰামৰ্শ লব লাগে৷
ৰেবিছ আক্ৰান্ত জন্তুয়ে কামুৰিলে, সাধাৰণতে ৩ সপ্তাহৰ পৰা ৮ সপ্তাহৰ ভিতৰত মানুহৰ দেহত এই ৰোগৰ লক্ষণ বিলাক দেখা দিয়ে৷ কিন্তু কিছু ক্ষেত্ৰত ৯ দিন মানতে লক্ষণ ওলায় আৰু আন কিছু ক্ষেত্ৰত এই ভাইৰাছ শৰীৰত বহু দিনলৈ সুপ্ত থাকি, হঠাৎ কামোৰাৰ বহুদিন পাছত (৭ বছৰ মানলৈকে) দেখা দিব পাৰে৷ বহুলোকে বিশেষকৈ গাঁও অঞ্চলত কুকুৰে কামুৰিলে বে...
গতিকে সাৱধান হব ! জীৱনটো বহু মূল্যবান, এনে সময়ত বেজ বা কবিৰাজৰ ওচৰলৈ নাযাব৷ চিকিৎসকৰ পৰামৰ্শ লওক৷ কেইটামান বেজীৰ খোঁচলৈ ভয় কৰি যাতে কাৰো মাৰাত্মক কিবা এটা নহয়, তাৰ প্ৰতি সকলো সচেতন হোৱাৰ খুবেই প্ৰয়োজন৷ ■■
← মুখা – মনজিৎ
সৰলতাত অমিয়া বৰষে – বিকু বৰা →
You May Also Like
নাৰীৰ ঋতুস্ৰাৱ, চেনিটেৰী নেপকিন আৰু কিছু কথা- মেঘালী দিহিঙীয়া
April 7, 2018 0
পোকীয়া চিকিৎসা (ডা° আদিত্য ৰঞ্জন দত্ত)
September 14, 2013 0
ভ্ৰমণত কি কি ঔষধ লগত নিব? (ডা০ ভূপেন শইকীয়া)
July 14, 2015 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ