text
stringlengths
0
188k
উল্লেখ্য় যে যোৱা ১৮ নৱেম্বৰত ঘৰৰ পৰা পুৰীৰ জগন্নাথ ধামলৈ যাত্ৰা কৰিছিল পৰিয়ালটোৱে ৷ ফলত ঘৰত নাছিল কোনো লোক ৷ এই সুযোগতে খিৰিকীৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰ সোমাই চোৰে আলমিৰা আদি ভাঙি লুটি লৈ যায় সকলো ৷ আজি তীৰ্থভ্ৰমণ সামৰি ঘৰলৈ অহাৰ পিচতহে পোহৰলৈ আহে চুৰিৰ ঘটনাটো ৷
তীৰ্থভ্ৰমণলৈ গৈ পৰিয়ালটোৱে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হোৱা ঘটনাক সহজভাৱে লোৱা নাই চহৰবাসীয়ে ৷ এইক্ষেত্ৰত আৰক্ষীৰ পহৰাৰ ক্ষেত্ৰত গাফিলতি হৈছে নেকি বুলিও প্ৰশ্ন উঠিছে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে বৰপেটা চহৰত দিন দূপৰতে এঘৰত চোৰ সোমাই লুটি নিচিল সোণৰ অলংকাৰসহ ধন সম্পদ ৷ এইক্ষেত্ৰত আৰক্ষীক তৎপৰ হোৱাৰ আহ্বান জনাইছে চহৰখন...
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ

Related News
09 Dec 2022
গোলাঘাটত অবৈধ মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ
গোলাঘাট, ০৯ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানিৰ কছা..
08 Dec 2022
তেজপুৰত ড্ৰাগছ সহ ছয়জনক আটক
শোণিতপুৰ, ০৮ ডিচেম্বৰ, (হি.স.)। তেজপুৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত ড্ৰাগচৰ সৰবৰাহ এক চিন্তাৰ বিষয় হৈ ..
08 Dec 2022
জুৰীয়াৰ সুতিৰপাৰ হালদিয়াসুতিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
নগাঁও, ০৮ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰ হালদিয়াসুতিত আজি অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্..
07 Dec 2022
বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাসহ বাহন জব্দ
বিশ্বনাথ, ০৭ ডিচেম্বৰ ( হি স) । বিশ্বনাথ জিলাৰ বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাসহ বাহন এখন জব্..<eot>অসমত সুচাৰু ৰূপে সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামৰ বিৰোধিতাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিবলৈ বিচৰা কুটিল ৰাজনীতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আজি ৪ আগষ্টত জাগুনত অসম নিবনুৱা সন্থাই মমতা বেন...
মমতা বেনাৰ্জী মুর্দাবাদ, মমতা বেনাৰ্জী গ’ বেক, মমতা বেনাৰ্জীৰ কাম নাই আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি মমতাৰ প্ৰতিমূৰ্তি দাহ কৰি দলঙৰ ওপৰৰ পৰা নদীত বিসৰ্জন দিয়ে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সফলভাৱে ৰূপায়ণ হোৱাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া ৰাজনৈতিক আৰু সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত সদৌ অসম নিবনুৱা যুৱ সন্থাই জাঙুৰ খাই আজিৰ এই ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে।
তদুপৰি সংগঠনটোৰ নেতৃবৰ্গই মমতা বেনাৰ্জীয়ে দিয়া সাম্প্ৰদায়িক মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও মমতা বেনাৰ্জীক অসমত দিদিগিৰি নেদেখুৱাবলৈয়ো সকিয়নী দিয়ে।
ইপিনে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা হিন্দু অথবা মুছলিম কোনো লোকক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হবলৈ দিয়া নহ’ব বুলিও নিবনুৱা সন্থাই মন্তব্য আগবঢ়ায়।
Recent News
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাৰতত মুঠ কথিত ভাষাৰ সংখ্যা কিমান সেই লৈ মতান্তৰ আছে যদিও ভাৰতত মুঠতে প্ৰায় ৪৩৮ টা বিভিন্ন ভাষা কোৱা হয় বুলি এটা সমীক্ষাত প্ৰকাশ হৈছে। ইয়াৰে মাত্ৰ ২২ টা ভাষাক সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃতি দিয়া হৈছে। সেইকেইটা হ’ল – অসমীয়া, বেংগলী, বড়ো, দ’গ্ৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকনী, মৈথিলী, মালায়ালম, মণিপুৰী (বা...
সম্প্ৰতি দিল্লী বিশ্ববিদ্যালয়ে এটা নিয়ম কৰিছে যে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী বা ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদে স্বীকৃতি দিয়া আন যি কোনো এটা ভাষা পাঠ্যক্ৰমৰ এটা বিষয় হিচাপে পঢ়িবই লাগিব। কিন্তু বিভিন্ন মহলত কোৱা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ত হিন্দী আৰু দুটামান ভাষাৰ বাদে আন ভাষাসমূহৰ পাঠ্যক্ৰম চলাবৰ বাবে উপযুক্ত সংখ্যক...
দিল্লী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব সেয়া নিশ্চিত। আৰু বেছিভাগ প্ৰদেশত উচ্চ-মাধ্যমিকৰ মাত্ৰ কেইটামান শ্ৰেণীতহে বাধ্যতামূলকভাৱে পঢ়িবলগীয়া হোৱা হিন্দী ভাষাটোক সমগ্ৰ ভাৰতৰে চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ যুক্তিযুক্ততা ...
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্ৰ সংগঠনসমূহে আৰু লগতে সচেতন মহলে এই কথাবোৰ জৰুৰীভাৱে চিন্তা-চৰ্চা কৰা উচিত বুলি আমি অনুভৱ কৰোঁ।
← লোকগীত -(বৰ্ণালী শৰ্মা বৰুৱা)
ক্ষুদ্ৰ বাতৰি কাকত, সাংবাদিক, সাংবাদিকৰ ৱেবছাইট, বাতৰিকাকতৰ সংস্কৰণ ইত্যাদি (ড° বুলজিৎ বুঢ়াগোহাঁই) →
You May Also Like
অপ্ৰত্যাশিত (প্ৰাঞ্জল মাজুলী শইকীয়া)
August 14, 2014 March 10, 2021 0
এদিনৰ অভিজ্ঞতা (দীপজ্যোতি ভূঞা)
February 14, 2013 March 10, 2021 0
বিয়া – নিতুল বৰা
July 15, 2012 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিজেপি চৰকাৰৰ বিভিন্ন জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰোধিতাৰে চি পি আই (এম)ৰ বজালী আঞ্চলিক কমিটিয়ে আজি বৰপেটা জিলাৰ পাঠশালাত প্ৰতিবাদ সাব্যস্ত কৰে।
জিলা সদস্য ধৰণী শৰ্মাৰ নেতৃত্বত দলটোৰ আঞ্চলিক কমিটিয়ে পাঠশালা নগৰৰ বিভিন্ন ঠাইত পথ সভা অনুষ্ঠিত কৰে।
বসন্ত তালুকদাৰ, নাৰায়ন কাকতী আৰু প্ৰদিপ দাস আদি প্রতিবাদত অংশগ্রহণ কৰা প্ৰধান ব্যক্তিসকলৰ অন্যতম।
উক্ত প্ৰতিবাদত বক্তা সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ৰংঘৰকে ধৰি ভাৰতৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ ব্যক্তিগতখণ্ডক গতোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বক্তব্য ৰাখে।
সভাৰ পিছত ধৰণী শৰ্মাৰ নেতৃত্বত এটা ৪ জনীয়া প্ৰতিনিধি দলে মহকুমাপতিৰ কাৰ্যালয়লৈ গৈ বজালী মহকুমাধিপতি ভাস্কৰ ৰেড্ডিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...