text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখ্য যে, নেপালৰ কাঠমাণ্ডুৰ দশৰথ ৰংগাশালা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল গ'ল্ড ৰ'লাৰ স্কেটিং চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ ৪৮জন খেলুৱৈয়ে যোগদান কৰিছিল। মুঠ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত অৰ্থব অর্জুন হাজৰিকাই ৮ বছৰ অনুৰ্ধ শাখাত ২০০ মিটাৰ আৰু ৪০০ মিটাৰত সোণৰ পদক অৰ্জনেৰে কৃতিত্ব অর্জন কৰিছে। প্ৰশিক্ষক ৰামু বৰদলৈ তত্বাৱধানত প্ৰশিক্ষণৰত অৰ্থবই দুটাকৈ সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাত প্রশিক্ষণ কেন্দ্ৰৰ সকলো সদস্য উৎফুল্লিত হৈ পৰিছে।<eot>লোককথা (ইংৰাজী: Folklore) হৈছে এক বিশেষ গোটৰ মানুহৰ সাংস...
সমীক্ষা[সম্পাদনা কৰক]
ইয়াইলুৰ দ্বাৰা শিশু সকলক ইয়োৰুবা সাধু কোৱাৰ দৃশ্য।
লোককথা শব্দটোৰ উদ্ভাৱন হৈছিল ১৮৪৬ চনত। ইংৰাজ উইলিয়াম থমছে[3] এই শব্দটো "জনপ্ৰিয় প্ৰাচীনতা" বা "জনপ্ৰিয় সাহিত্য"ৰ সমসাময়িক পৰিভাষাৰ প্ৰতিষ্ঠাপন হিচাপে উদ্ভাৱন কৰিছিল। শব্দটোৰ দ্বিতীয়াৰ্ধৰ 'lore' (পুৰণি ইংৰাজী lār) 'instruction' শব্দৰ পৰা আহিছে। ই এটা বিশেষ গোটৰ জ্ঞান আৰু পৰম্পৰা সাধাৰণতে মৌখিক পদ্ধতিৰে আগবঢ়াই নিয়...
সময়ৰ লগে লগে 'লোক' শব্দটোৰ ধাৰণাটো ভিন্ন হৈ আহিছে। থমছে যেতিয়া প্ৰথমবাৰৰ বাবে এই শব্দটো সৃষ্টি কৰিছিল, তেতিয়া লোক শব্দই কেৱল গ্ৰাম্য, সাধাৰণতে দৰিদ্ৰ আৰু নিৰক্ষৰ কৃষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছিল। 'লোক' শব্দটোৰ আধুনিক সংজ্ঞা হৈছে- এটা সামাজিক গোট য’ত দুজন বা তাতোধিক উমৈহতীয়া বৈশিষ্ট্য থকা ব্যক্তিক সামৰি লোৱা হয়, যিয...
প্ৰকাৰ[সম্পাদনা কৰক]
ভাৰতৰ অসম ৰাজ্যৰ লোক উৎসৱ বহাগবিহুত হুঁচৰি গোৱা পৰম্পৰা। এই উৎসৱৰ সৈতে জড়িত ৰীতি-নীতি, পৰম্পৰা, নৃত্য-গীত ইত্যাদি লোককথাৰ বিষয়
লোককথাক সাধাৰণতে তিনিটা প্ৰকাৰৰ ভিতৰত শ্ৰেণীভুক্ত কৰা হয়: বস্তুগত, মৌখিক আৰু প্ৰথাগত জ্ঞান। বেছিভাগেই আত্ম-ব্যাখ্যামূলক, এই শ্ৰেণীসমূহৰ ভিতৰত আছে ভৌতিক বস্তু (বস্তু লোককথা), সাধাৰণ কথা, প্ৰকাশভংগী, গল্প আৰু গীত (মৌখিক লোককথা), বিশ্বাস আৰু কৰ্ম পদ্ধতি (প্ৰথাগত লোককথা)। শিশুৰ লোককথা হিচাপে শিশুৰ সাধু, থলুৱা খেলা-ধূলা সম...
প্ৰকৃততে সকলো লোককথাৰ এটা বৈশিষ্ট্য হ'ল ধাৰা আৰু প্ৰকাৰৰ ভিতৰত ইয়াৰ তাৰতম্য।[10] ইয়াৰ প্ৰত্যক্ষতাৰ বিপৰীতে নিৰ্মিত সামগ্ৰী, য’ত উৎপাদনৰ লক্ষ্য একেধৰণৰ সামগ্ৰী সৃষ্টি কৰা আৰু যিকোনো তাৰতম্যক ভুল বুলি গণ্য কৰা হয়। কিন্তু কেৱল এই প্ৰয়োজনীয় তাৰতম্যই সংজ্ঞায়িত বৈশিষ্ট্যসমূহৰ চিনাক্তকৰণ আৰু শ্ৰেণীবিভাজনক এক প্ৰত্যাহ্বা...
ধাৰাৰ শ্ৰেণীবিভাজন বিষয়টোৰ অতি সৰলীকৰণৰ ক্ষেত্ৰত বিভ্ৰান্তিকৰ। লোককথাৰ শিল্পকৰ্মবোৰ কেতিয়াও স্বয়ংসম্পূৰ্ণ নহয়, এই সমূহ বিচ্ছিন্নভাৱে থিয় নহয় বৰঞ্চ এটা সম্প্ৰদায়ৰ আত্মপ্ৰতিনিধিত্বত বিশেষ ভূমিকা পালন কৰে। বিভিন্ন ধাৰাক সঘনাই ইটোৱে সিটোৰ লগত সংযুক্ত কৰি এটা পৰিঘটনাৰ ৰূপত চিহ্নিত কৰা হয়।[12] প্ৰতিটো আৰ্টিফেক্টে এটা...
তথ্যসূত্ৰ[সম্পাদনা কৰক]
↑ A legend is a traditional story sometimes popularly regarded as historical but unauthenticated.
↑ "Folklore Programs in the US and Canada". Ohio State Universitycfs.osu.edu. https://cfs.osu.edu/about/resources/programs। আহৰণ কৰা হৈছে: 21 August 2020.
↑ "William John Thoms". The Folklore Society. https://folklore-society.com/about/william-john-thoms/। আহৰণ কৰা হৈছে: 15 July 2020.
↑ "lore – Definition of lore in English". Oxford Dictionaries. https://en.oxforddictionaries.com/definition/lore। আহৰণ কৰা হৈছে: 8 October 2017.
↑ Dundes 1969, পৃষ্ঠা 13, footnote 34
↑ Wilson 2006, পৃষ্ঠা 85
↑ Dundes 1980, পৃষ্ঠা 7
↑ Bauman 1971
↑ Opie & Opie 1969
↑ Georges & Jones 1995, পৃষ্ঠা 10–12
↑ Toelken 1996, পৃষ্ঠা 184
↑ Sims & Stephens 2005, পৃষ্ঠা 17
"https://as.wikipedia.org/w/index.php?title=লোককথা&oldid=326985"ৰ পৰা অনা হৈছে
শ্ৰেণী:
লোকসাহিত্য
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ০৮ জুলাই, ২০২২ তাৰিখে ১১:৫৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>ছয়গাঁও আৰক্ষীয়ে সোমবাৰে বিয়লি গৰৈমাৰীৰ সমীপৰ শিঙিমাৰী হাবীত এডাল কেকোঁ সাপসহ দুজন লোকক আটক কৰে৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অ...
আৰক্ষীয়ে জানিবলৈ দিয়া মতে শিঙিমাৰী হাবীৰ জোৰান আলী আৰু জামাত আলী নামৰ লোক দুজনে এএছ-০১-এভি-০১৬৮ নম্বৰৰ মটৰ চাইকেলেৰে এডাল কেকোঁ সাপ বিক্ৰীৰ বাবে লৈ যোৱাৰ বিষয়ে খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ খবৰ লাভ কৰাৰ পিছতে লগে লগে ছয়গাঁও থানাৰ আৰক্ষীৰ দলটো লোক দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু দুয়োজনে গৰৈমাৰী ছয়গাঁও পথেৰে গৈ থকা সময়ত পু...
উল্লেখ্য যে শনিবাৰে নিশাও বন বিভাগে কলিয়াবৰৰ নলতলিত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কেঁকো সাপসহ পাঁচজন সৰবৰাহকাৰীক আটক কৰিছিল। বন বিভাগে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কেঁকো সাপসহ সৰবৰাহকাৰী কেইজনক আটক কৰিছিল। অৱশ্যে সৰবৰাহকাৰী কেইজন কেঁকো সাপ ক’ৰ amisil আৰু ক’ত নিয়াৰ প্ৰস্তুতি চলাই আছিল সেই সম্পৰ্কে কোনো তথ্য লাভ ক...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 4 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 13 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>শিৱসাগৰৰ জনপ্ৰৱেশে বুজাই দিলে অখিলৰ মুক্তি বিছাৰে জনতাই। কৃষি আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ লগতে কয় '
অসমৰ প্ৰাকৃতিক সম্পদকলৈ অধিকাৰ অসমৰ থাকিব লাগিব। তিনি কৃষি আইনক লৈ প্ৰতিক্ৰিয়া কৰি কয়
'তেওঁলোক ভুমি বিক্ৰি কৰা মানুহ আৰু আমি ভূমি বচোৱা মানুহ। ১৫ লাখটো জনতাই নাপালে, 'সবকা চাথ সবকা' বিকাশো নাপালে'। এই যুদ্ধ ভুমি বিক্ৰি কৰা আৰু ভুমি ৰক্ষা কৰা যুদ্ধ। অখিলক কাৰাৰুদ্ধ কৰি টোলগেট স্থাপন কৰিলে।ব্ৰহ্মপুত্ৰক বচোৱাৰ প্ৰয়োজন আছে।
হিমন্ত বিশ্ব শৰ্মাক অৰাজকতাৰ প্ৰতীক আখ্যা দিয়ে মেধা পাটকাৰে।
Tags # ৰাজনীতি
Share This
About W7S News
ৰাজনীতি
By W7S News at March 25, 2021
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: ৰাজনীতি
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
মন্তব্য
Archive
Archive December (21) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
- অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>- বাইচুং ভূটিয়াই ফ...
- ৰানাৰ্ছ আপ আছিল মেঘালয় মাষ্টাৰ্ছ (অনুৰ্ধ-১৩) আৰু মেঘালয় মাষ্টাৰ্ছ (অনুৰ্ধ-১৬)
- চানফিষ্ট কাপ ২০২২ ত গুৱাহাটী, ইম্ফল আৰু শ্বিলঙৰ ২৪৬ টা দলৰ অংশগ্ৰহণ হৈছিল
খেলত বয়স ফাঁকি আমাৰ দেশৰ বাবে এক ব্যাধি
বয়স ফাঁকিৰ বাবে বহু প্ৰতিভাবান খেলুৱৈ সুযোগ লাভৰ পৰা বঞ্চিত হয়-
বাইচুং ভূটিয়াই
W7s news ষ্টাফৰিপোৰ্টাৰ: 'খেলত বয়স ফাঁকি আমাৰ দেশৰ বাবে এক ব্যাধি। বয়স ফাঁকিৰ বাবে বহু প্ৰতিভাবান খেলুৱৈ সুযোগ লাভৰ পৰা বঞ্চিত হয়-এইদৰে কয় ফুটবল তাৰকা
বাইচুং ভূটিয়াই। বৃহস্পতিবাৰে গুৱাহাটীৰ সাই ফিল্ডত এক বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ লগতে কয়-বয়স ফাঁকিৰ বাবে প্ৰতিভাবান খেলুৱৈ যাতে বঞ্চিত নহয় তাত গুৰুত্ব দিব লাগে। মই বিচাৰোঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নতুন খেলুৱৈ সকলে বাহিৰত সু-নাম অর্জন কৰক। এই বিষয়ত চৰকাৰ তথা ক্ৰীড়া বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।' উল...
২০২২ চনৰ ২৬ ছেপ্টেম্বৰত আৰম্ভ হোৱা চানফিষ্ট কাপ ফুটবল টুৰ্ণামেণ্ট ২০২২ৰ ৬ষ্ঠ সংস্কৰণটো ২৭০০ ৰো অধিক খেলুৱৈয়ে ফুটবলৰ প্ৰতি তেওঁলোকৰ দক্ষতা আৰু আবেগ প্ৰদৰ্শন কৰি সফলতাৰে সমাপ্ত কৰে। ২০১৫ চনত ইয়াৰ আৰম্ভণিৰ পৰা, উত্তৰ-পূবৰ আটাইতকৈ সন্মানীয় ফুটবল প্ৰতিযোগিতাখনে ২০০০০ ৰো অধিক খেলুৱৈক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাত সহায় ক...