text
stringlengths
0
188k
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো SOP প্ৰত্যাহাৰ; জনতা ভৱনত সংবাদমেল পাতি আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?
সোমবাৰে জনতা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোভিড এছঅ’পিকে ধৰি ...
Read more
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Thursday, September 3, 2020
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১২
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১২
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ :
তুলনামুলক ভাবে মোৰ টনকিয়াল আৰ্থিক অৱস্থা, পকেট খৰচ আৰু ককাইদেউৰ দৰে মোৰো এখন মটৰ চাইকেল থকাত মই সোনকালেই কলেজত চৰ্চাৰ বিষয় হৈ পৰিলোঁ৷ ফ্ৰী নেমু চৰবত, চিকেন পেটিছ আৰু মোৰ এ.জে. এছ. মটৰ চাইকেলত উঠাৰ আশাত অনেকেই মোৰ লগত বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিল৷ সেই সকলৰ ভিতৰৰে এজন আছিল ই.এন. মাংগত ৰায় যি পিছলৈ মোৰ ব্যক্তিগত জীৱনতো অন...
তাৰ সম্পূৰ্ণ নাম আছিল এডোৱাৰ্ড নিৰ্মল মাংগত ৰায়৷ তাৰ মাক বেংগলৰ খ্ৰীষ্টান আৰু দেউতাক মূলতে পাঞ্জাৱৰ হিন্দু, কিন্তু পিছলৈ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল৷ আয়কৰ বিভাগৰ কৰ্মচাৰী দেউতাকে সেই বিভাগৰে আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ মাংগত আছিল তেওঁলোকৰ চাৰিটা সন্তানৰ ভিতৰত তৃতীয় আৰু দুটা ল’ৰাৰ সৰুটো৷ তেওঁলোকৰ চাৰিওটা সন্...
মাংগতক মই ‘ই.এন.’ বুলি মাতিছিলো৷ সি দেখাত ওখপাখ হ’লেও অলপ মহিলাৰ দৰে আছিল৷ নাৰীসুলভ চেহেৰাৰ মানুহৰ প্ৰতি মই বৰ সহজতে আকৰ্ষিত হওঁ, হয়তো ইয়াৰ কাৰণ মোৰ নিজৰ ৰুক্ষ চেহেৰা৷ প্ৰথমতে মই তাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ তাৰ মেধা আৰু প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে চিন্তা কৰিব পৰা তাৰ ক্ষমতা দেখি৷ নিসন্দেহে সি আমাৰ ক্লাছৰ আটাইতকৈ মেধাসম্...
ছেইণ্ট ষ্টিফেন্স্ কলেজত পঢ়া দুটা বছৰে মোৰ সমূখত এখন নতুন জগত মুকলি কৰি দিলে। মডাৰ্ণ স্কুলৰ আৱেষ্টনীত মই তেতিয়ালৈকে এইবিলাকৰ একো ভূ-ভা পোৱা নাছিলোঁ৷ আমাৰ দেশৰ বিভিন্ন ঠাইৰ মানুহৰ কি যে আমোদজনক নাম - চৰকাৰ, যাৰ অৰ্থ গৱৰমেণ্ট! মোৰ জীৱনৰ পাতনিতে মই মুছলমান লোকৰ বসতিপ্ৰধান গাৱঁত বাস কৰিছিলোঁ আৰু মোৰ উৰ্দু গুৰু মৌলৱী ছাইফুদ...
মোক বহুদিনলৈকে কষ্ট দি থকা ঘটনা এটা ঘটিছিল মই ছিমলাত খুড়া-খুড়ীৰ লগত থাকোঁতে। খুড়া তেতিয়া পাঞ্জাৱ বিধান সভাৰ সদস্য আছিল আৰু মন্ত্ৰী বা উপমন্ত্ৰী হ’বলে তেওঁ বৰ আশা কৰিছিল৷ এই কামৰ বাবে অৱশ্যেই তেওঁ উপযুক্ত লোক আছিল৷ অনেক ভু-সম্পত্তিৰ মালিক হ’লেও ‘জাত’ সম্প্ৰদায়ৰ নোহোৱাৰ বাবে তেখেতৰ মনোবাঞ্চা পূৰণ হোৱা নাছিল৷ সেই সময়ত...
তাৰপিছত তেওঁ মোৰ বহীখন কোঠাটোৰ এমূৰলৈ দলি মাৰি দিলে। মই একেঠাইতে কিছুসময় থৰ লাগি থাকি কান্দিবলৈ আৰম্ভ কৰিলোঁ৷ সেৱা সিং আৰু তেখেতৰ পৰিবাৰ মোৰ দেউতাৰ বন্ধু আছিল৷ তেওঁলোকে ফেপেৰি পাতি ধৰিলে –“সেই সৰু ল’ৰাটোক আপুনি তেনেকৈ কিয় ক’লে? ভগত সিঙক সন্মান কৰাৰ অধিকাৰ তাৰো আছে৷ সকলোৱে তেওঁক সন্মান কৰে, আমিও কৰোঁ৷”
গো-গোঁৱাই মাজিথিয়া কোঠাটোৰ পৰা ওলাই গুচি গ’ল৷ পাৰ্টিটোৰ উদ্দেশ্য বৰ বেয়াকৈ বিফল হ’ল৷ দেখদেখকৈ খুড়া-খুড়ী হতাশ হ’ল৷ সুন্দৰ সিং মাজিথিয়াক মই জীৱনত ক্ষমা কৰিব নোৱাৰিলোঁ৷ পিছলৈ তেওঁৰ পুত্ৰ আৰু নাতিহ’তেও যেতিয়া মোলৈ বন্ধুত্বৰ হাত আগবঢ়াইছিল মই তাক গ্ৰহণ কৰিব পৰা নাছিলোঁ৷
(আগলৈ..)
Posted by Utpal Badol Baruah at 10:47 AM
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
1 comment:
z25JAM5MC0Sl December 4, 2022 at 11:07 AM
Leander Games’ entire catalogue of games are included within the content material deal. The deal will see all of Raw iGaming’s engines and present slot catalogue become integrated into Videoslots’ choices. Symbol Multiplier – awards a multiplier boost to all winning combos with the chosen symbol. We provide Friday Beer...
সংবাদমেলত শৰণীয়াই বিটিচি নিৰ্বাচনৰ পূৰ্বে ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ধাৰণা কৰা হৈছে বুলি উল্লেখ কৰে।
আনহাতে, এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে নৱ কুমাৰ শৰণীয়াই এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে দলটোৰ প্ৰয়োজনীয় পঞ্জীয়নৰ কাম-কাজ হৈ যাব বুলি আশা প্ৰকাশ কৰে।
শৰণীয়াই তেওঁৰ নেতৃত্বত বিটিআৰত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোৱে বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰি বিএলটিৰ দিনৰ বিটিএডি এলেকাৰ মাৰণাস্ত্ৰসমূহ বাজেয়াপ্ত কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনায়।
তদুপৰি, নিৰ্বাচনৰ পূৰ্বে নৱ কুমাৰ শৰণীয়াৰ নতুন ৰাজনৈতিক দলটোৱে কাৰো লগত মিত্ৰতা নকৰে বুলি শৰণীয়াই উল্লেখ কৰিলেও মিত্ৰতাৰ বাবে সকলোৰে বাবে দুৱাৰ খোলা আছে বুলিও কয়।
নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োৱে য়ু জি ব্ৰহ্ম নেতৃত্বাধীন য়ু পি পি এলত যোগদান কৰিলেও বড়োৰ এই যোগদানে ব্ৰহ্মক কনোধৰণে সহায় নকৰে বুলিও সংবাদমেলত শৰণীয়াই মত প্ৰকাশ কৰে।
আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি, বিপিএফৰ সৈতে ৩টা সমষ্টিত পূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে।
বিটিচি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত সৃষ্টি হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰি শৰণীয়াই বিচিটি নিৰ্বাচন শান্তিপুৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ কামনা কৰে।
‘‘ওদালগুৰিত BPF কৰ্মী খাইৰুল ইছলামক গুলীয়াই হত্যা কৰা হ’ল। বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে এই হত্যাকাণ্ডত আমাৰ দল জড়িত হৈ আছে বুলি দাবী কৰিছে৷ আমাৰ দাবী, তেওঁৰ হাতত যদি তথ্য আছে ৰাজহুৱা কৰক৷ আমি চিবিআই তদন্ত বিচাৰিছো৷ বিটিআৰ চুক্তিৰ এমাহ নৌহতেই এনে হত্যাকাণ্ড চিন্তনীয়৷ আমি আগতেই কৈছিলো যে বিটিচি নিৰ্বাচন ৰক্তক্ষয়ী হ...
ইপিনে, হাগ্ৰামাই যি পোন্ধৰজনীয়া প্ৰাৰ্থী দিছে, তেওঁলোকৰ এজনো নিৰ্বাচনত জিকিব নোৱাৰে বুলিও নৱ কুমাৰ শৰণীয়া লগতে কয়।
BTCৰ পৰা গাঁৱ কৰ্তনৰ বাবে আয়োগৰ সন্মুখত আমাৰ দলে যুক্তি দিব ৷ আমাৰ চৰকাৰ হ’লে, প্ৰথমখন কেবিনেটতে আমি গাঁৱ কৰ্তনৰ প্ৰস্তাৱ লম ৷
‘‘বিটিচিবাসী ৰাইজে আমাক যিমান বিশ্বাস কৰে সেই কথা বিপিএফে নাজানে৷ বিটিচিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে৷ বিটিআৰ চুক্তি কৰাৰ আগত ৰাইজৰ লগত আলোচনা কৰা হোৱা নাছিল৷ আবছুৰ বিদায়ী সভাপতি প্ৰমোদ বড়ো এতিয়া বাল্মীকি হ’ব বিচাৰিছে৷ এইবাৰ নহয়, ২০২৫ত হে প্ৰমোদ বড়োৱে বিটিচি চীফ হ’ব পাৰিব,’’ সাংসদ গৰাকীয়ে লগতে কয়।
আলোচনাপন্থী আলফা নেতা সন্দৰ্ভতো মত প্ৰকাশ কৰি নৱ কুমাৰ শৰণীয়াই একাংশ আলোচনাপন্থী আলফা নেতা হাগ্ৰামা মহিলাৰীৰ বহতীয়া বুলি উল্লেখ কৰে।
‘‘একাংশ আলোচনাপন্থী আলফা নেতা হাগ্ৰামাৰ বহতীয়া। উঠ বুলি ক’লে উঠিব, বহ বুলি ক’লে বহিব, সি অনুপ চেতীয়া, মিথিংগা দৈমাৰী বা প্ৰাণজিৎ চহৰীয়াই হওক৷ মিথিংগাই অবড়ো সুৰক্ষা কমিটিৰ হৈ কাম কৰিলে দলীয় আলোচনা পন্থী আলফা সদস্যক কোবাই খেদিব বুলি ভাবুকি দিছে,’’ নৱ কুমাৰ শৰণীয়াৰ গুৰুত্বপূৰ্ণ অভিযোগ।
প্ৰতিবেশী ভূটানৰ লগত সম্পৰ্ক উন্নীত কৰি সীমান্তত ব্যৱসায়িক, সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে সাংসদ গৰাকীয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰত যাতে এক কোটি মানুহে বিটিচি পৰিভ্ৰমণ কৰে তাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ লগতে নিৱনুৱা সমস্যা সমাধানৰ বাবেও কাম কৰা হ’ব বুলি শৰণীয়াই কয়।
হাগ্ৰামা মহিলাৰীক কোনোবাই বছাব গ’লে সিয়ো একেডাল ৰছীতে ফাঁচ লৈ মৰিব লাগিব বুলি হাগ্ৰামাক কটাক্ষ কৰি শৰণীয়াই এইবাৰ কোনোৱে হাগ্ৰামাক বছাব নাযায় বুলি মত প্ৰকাশ কৰে।
‘‘মই যদি এছ পি হ’লেহেতেন, দুঘণ্টাৰ ভিতৰত বিটিচিৰ দুৰ্নীতিৰ হিচাপ উলিয়াই দিলো হেতেন। বিটিচিৰ দুৰ্নীতিৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পন কৰক,’’ শৰণীয়াৰ সংবাদ মেলত দাবী।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাৰতীয় সেনাৰ উদ্যোগত ৰঙিয়াত পূর্ব সৈনিক সন্মান সমাৰোহ অনুষ্ঠিত।
২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব চতুৰ্থ বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলা
‘বন্দে ভাৰতম নৃত্য উৎসৱ’ শিল্পগ্ৰামত উত্তৰ পূব মণ্ডলৰ শিল্পীৰ দলৰ মনোনয়নৰ বিশা‌ল প্ৰতিযোগিতাৰ অনুষ্ঠান
NE Focus -
সম্পাদনাৰ মেজৰ পৰা