text
stringlengths
0
188k
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
আজিৰে পৰা বন্ধ হ’ল মাজুলীৰ ফেৰী সেৱা
আজিৰে পৰা বন্ধ হ’ল মাজুলীৰ ফেৰী সেৱা
সুখবৰ
By admin On May 10, 2020
0 100
Share
মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট আৰু মাজুলীক সংযোগী ফেৰী সেৱা বন্ধ কৰে। উল্লেখ্য যে এই সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব।
ইতিমধ্যে যোৰহাটৰ মহিলা দুয়োগৰাকীৰে শৰীৰত কালি ধৰা পৰা মহামাৰী ক’ৰণা ভাইৰাছৰ স্থিতিৰ কাৰণে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উল্লেখ্য যে লকডাউনৰ বাবে ফেৰী সেৱা বন্ধ হৈ আছিল।
আনহাতে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পিছতেই খুলি দিয়া হৈছিল যোৰহাট আৰু মাজুলী সংযোগী ফেৰী সেৱা। পুনৰ শনিবাৰে নিশা যোৰহাটৰ মহিলা দুগৰাকীৰ শৰীৰত ধৰা পৰা ক’ৰণাৰ উপস্থিতিৰ বাবে বন্ধ কৰি দিয়া হয় এই ফেৰী সেৱা।<eot>আপোনাৰ পৰীক্ষাৰ নম্বৰে আপোনাৰ ভাগ্য নিৰ্ণয় নকৰে। আৰু ই আপোনাৰ ভৱিষ্যত কেনেকুৱা হ’ব সেইটো নিৰ্ণয় নকৰে। আপুনি কিমান স্...
যিজনে অধিক শিক্ষিত হয় তেওঁক অধিক বুদ্ধিমান বুলি গণ্য কৰা হয়। এইটো সঁচা নহয় যে যদি ফলাফল ভাল হয় তেওঁ অতি বুদ্ধিমান আৰু যদি ফলাফল বেয়া হয় তেন্তে তেওঁ বুদ্ধিমান নহয়। তেওঁলোকে কৰা বহুতো কাম আছে যিয়ে দেখুৱাইছে যে তেওঁলোক প্ৰকৃততে কিমান বুদ্ধিমান। আহক জানি লওঁ সেই ৫টা লক্ষণ কি –
১) এলাহ- বুদ্ধিমান মানুহে সদায় নিজৰ বুদ্ধি ব্যৱহাৰ কৰি জীৱনত আগুৱাই যাব বিচাৰে। শাৰীৰিক শক্তি বেছিকৈ ব্যৱহাৰ কৰিব নিবিচাৰে। গতিকে স্বাভাৱিকতে তেওঁলোক এলেহুৱা।
২) ৰাতি সাৰ পোৱাৰ অভ্যাস – বুদ্ধিমান মানুহৰ মগজু সদায় কিবা এটা কৰিবলৈ আগ্ৰহী হৈ থাকে। ৰাতি ইণ্টাৰনেটত নতুন কিবা এটা চাই বা নতুন কিবা এটা পঢ়ি সময় কটায়। ৰাতি সাৰ পাই কিতাপ পঢ়ি ভাল পায়। বিশ্বৰ বৃহৎ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে সকলোৰে এই অভ্যাস আছে।
৩) অতিমাত্ৰা চিন্তা-চৰ্চা – এটা অধ্যয়নত দেখা গৈছে যে অধিক বুদ্ধিমান মানুহে সকলো কথা অতিমাত্ৰা চিন্তা কৰাৰ প্ৰৱণতা থাকে। কাৰণ মগজু অতি সক্ৰিয় হৈ থাকে। আনতকৈ বৌদ্ধিকভাৱে আগবাঢ়ি থাকে।
আৰু পঢ়ক
>> এই ৩টা গুণৰ আধাৰত নিৰ্বাচন কৰক জীৱনসংগী !
>> লক্ষ্মী ছোৱালীৰ ৫টা গুণ, জানক কি কি ?
৪) ভ্ৰমণৰ প্ৰতি আগ্ৰহী – সমগ্ৰ পৃথিৱীখন অন্বেষণ কৰাৰ বাবে তেওঁলোকৰ বৰ হেঁপাহ থাকে। সেয়ে সময় পালে বাহিৰলৈ ওলাই যায়। পাহাৰৰ প্ৰতি বৰ আকৰ্ষিত। এনে এজন ব্যক্তিক দেখিলে তেতিয়া বুজিব যে সেই ব্যক্তিজন বৰ বুদ্ধিমান।
৫) ভালকৈ ক’ব পৰা আৰু ভালকৈ লিখিব পৰা – বুদ্ধিমান মানুহে যিকোনো ব্যক্তিক যুক্তি আৰু যুক্তিৰ দ্বাৰা যিকোনো কথা বুজিবলৈ বাধ্য কৰাব পাৰে। বা কিবা ভুল ক’লে বুদ্ধিমত্তাৰে মেক আপ কৰিব পাৰি।<eot>‘মই কবি, মোক তেওঁলোকে কেতিয়াওঁ হত্যা নকৰে।’ এই বিশ্বাসেৰে জীয়াই থকা স্পেইনৰ প্ৰখ্যাত কবি গাৰ্ছিয়া ল’ৰ্কাক বধ্যভূমিলৈ চোঁচোৰাই নি হ...
অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটিক পালন কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ এনাজৰীডাল। নৈৰ ঘাটত কেইবাখন গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক পৰিৱেশৰ। ঢোলৰ ছেও, পেঁপাৰ মাতত নৈৰ ঘাটত নামি আহে ব'হাগৰ পূৰ্ণ সজীৱতা।
গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক 'জাগ দিয়া' বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবা...
গৰু বিহুৰ লগত প্ৰচলিত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে সিদিনাৰ দিনটোত ১০১ বিধ শাকৰ ব্যঞ্জন খাব লাগে। পৰম্পৰা অনুসৰি এই ১০১ বিধ শাক খালে বছৰটোলৈ বহু বেমাৰ আজাৰৰ পৰা ৰক্ষা পোৱা যায়। সিদিনাৰ দিনটোত খোৱা কেইবিধমান শাক হৈছে-
১) অমিতাফুল
২) অমৰা ফুল
৩) অশোক ফুল
৪) আৰফুল
৫) আমৰ মল
৬) আনাৰসৰ কোঁহ
৭) আলুগুটিৰ পাত
৮) আদাপাত
৯) আগেজলা
১০) ওলকচুপাত
১১) ওলকবি পাত
১২) কঁঠালৰ মুচি
১৩) কেঁহেৰাজ শাক
১৪) কচুশাক
১৫) কুঁহিয়াৰ পাতৰ আগ
১৬) কুকুৰাঠেঙীয়া
১৭) কোৱাভাতুৰি
১৮) কেঞাবন
১৯) কাচিপকা
২০) কাঁছকল পাত
২১) কাঠ আলু পাত
২২) কৰ্দৈ পাত
২৩) কলমৌ শাক
২৪) কুহিলা পাত
২৫) কলপচলা
২৬) কোমোৰা পাত
২৭) কেৰেলা পাত
২৮) খুতৰা শাক
২৯) গাখীৰতী
৩০) গাজৰ পাত
৩১) গৰুখিচ
৩২) চুকাশাক
৩৩) চজিনা পাত
৩৪) চালকুঁৱৰী আগ
৩৫) চিৰতা পাত
৩৬) চয়াবিন পাত
৩৭) জিলমিল শাক
৩৮) জেতুলীপকা পাত
৩৯) জালুকপাত
৪০) জলকীয়া পাত
৪১) জবাফুল
৪২) জ্যেষ্ঠমধু পাত
৪৩) জৱেত্ৰী
৪৪) জাতিলাউ পাত
৪৫) জিকা পাত
৪৬) টিকনি বৰুৱা
৪৭) টুপুৰী লতা
৪৮) টেঙামৰা
৪৯) টেঙেচি টেঙা
৫০) তিতাফুল
৫১) তিল পাত
৫২) তুলসী
৫৩) তিঁয়হ পাত
৫৪) থেকেৰা পাত
৫৫) থেৰেজু পাত
৫৬) দাংবদি
৫৭) দোৰোণশাক
৫৮) সোণবৰীয়াল
৫৯) দুপৰটেঙা
৬০) ধুন্দুলি পাত
৬১) ধতুৰা
৬২) ধনিয়া
৬৩) ঢেকীয়াশাক
৬৪) নৰসিংহ
৬৫) নহৰু পাত
৬৬) নেফাফু
৬৭) নুনি পাত