text
stringlengths
0
188k
৬৮) নিলাজী বন
৬৯) পিৰালি পালেং
৭০) পিঁয়াজপাত
৭১) পদিনা
৭২) পিৰালি কুঁৱৰী
৭৩) পটল পাত
৭৪) পালেং
৭৫) পুৰৈশাক
৭৬) পনৌনৌৱা
৭৭) পচতীয়া
৭৮) পিপলি
৭৯) ব্ৰাহ্মীশাক
৮০) বিলাহী পাত
৮১) বন্ধাকবি
৮২) বনজালুক
৮৩) বেতগাজ পাত
৮৪) বেঙেনা পাত
৮৫) বৰথেকেৰা পাত
৮৬) বিহলঙনি
৮৭) বকফুল
৮৮) বৰমানিমুনি
৮৯) বৰবৰীয়াল
৯০) বৃন্দাবন
৯১) বহমথুৰি
৯২) বিশল্যকৰণি
৯৩) ভেদাইলতা
৯৪) ভাঙৰ আগ
৯৫) ভৃঙ্গৰাজ
৯৬) ভেকুৰি তিতা
৯৭) ভেটফুল
৯৮) মাটিকাঁদুৰি
৯৯) সৰু মানিমুনি
১০০) মহানিম
১০১) মচন্দৰী
১০২) মানধনিয়া
১০২) মৰলীয়া পাত
১০৩) মৰিচা
১০৪) মেথিশাক
১০৫) মেটেকা
১০৬) মৰাপাট
১০৭) মধুৰী আম পাত
১০৮) মধুসোলেং
১০৯) মূলাশাক
১১০) ৰঙালাউ আগ
১১১) লফাশাক
১১২) লাইজাবৰী
১১৩) লাইশাক
১১৪) শেৱালি ফুল
১১৫) সৰিয়হ শাক
১১৬) শুকলতি
১১৭) হাতীখুতৰা
১১৮) হেলচী শাক ইত্যাদি।
গৰু বিহুৰ লগতে অসমীয়া সাধাৰণ কৃষক ৰাইজৰ বহু জনবিশ্বাস প্ৰচলিত হৈ আহিছে। জনবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা পুৱা যদি গৃহস্থই গোহালিত গৰু কেইটা শুই থকা দেখে, তেন্তে বছৰটো অশুভ হয়। অৰ্থাৎ, সেই বছৰটোত বানপানী, মহামাৰী আদি হোৱাৰ সম্ভাৱনা থাকে। আনহাতে যদি গোহালিত গৰু কেইটা থিয় হৈ থাকে, তেন্তে সেয়া গৃহস্থ আৰু সমাজৰ বাবে মংগলদায়...
গৰু বিহুৰ দিনা চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ'লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ দেখা নিদিয়ে বুলি লোক বিশ্বাস আছে। চাকত ব্যৱ...
আনহাতে ঠায়ে ঠায়ে গৰু বিহুৰ দিনা নাহৰৰ পাতত 'দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জঁটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতেঃ' -এই মন্ত্ৰটো লিখি ঘৰৰ চালত আৰু গোহালিত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে...
জেতুকাৰ ৰং ব'হাগ বিহুৰ সময়ত তিৰোতা-ছোৱালীৰ হাতৰ অন্যতম প্ৰতীক। ব'হাগ বিহুৰ সময়ত নাচলৈ যোৱা যুৱতীসকলে হাতত জেতুকাৰ বোল বুলায়। ইয়ে সৌন্দৰ্য্য বৰ্ধন কৰাৰ লগতে চালৰ বিভিন্ন ৰোগৰ বাবেও ভাল। গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। লগতে কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম প্ৰচলিত আছে। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্...
ব'হাগ বিহুৰ দিনা আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱা বেলা কণী যুঁজ, কড়ি খেলৰ প্ৰথা প্ৰচলিত আছে। অসমীয়া পৰম্পৰাৰ ওপৰত ভিত্তি কৰা খেলা এই খেলে মনোৰঞ্জনৰ লগতে গাঁৱৰ চহা জীৱনক এখন্তেক ওচৰ চাপি অহাত বিশেষ ভূমিকা পালন কৰি আহিছে।
বৰ্তমানৰ আধুনিক জীৱনৰ প্ৰেক্ষাপটত বিহুৰ মাদকতা যিদৰে ম্লান পৰিছে তেনেদৰে নিস্তেজ হৈ পৰিছে গৰু বিহুৰ পৰম্পৰাও। চহা জীৱন এৰি কংক্ৰিট জীৱনৰ মাজত হেৰাই যোৱা নৱ প্ৰজন্মৰ অধিকাংশই আজি গৰু বিহুৰ পৰম্পৰা নাজানে। চহৰত গৰু নাই। যাৰ বাবে গাঁৱৰ চহা কৃষকৰ বছৰটোৰ অতিকৈ আনন্দৰ দিনটোৰ মূল্য আজি চহৰত শূণ্য। চহৰত এতিয়া বিহু বুলি ক'লে কে...
বিহুৰ এই উন্মাদনা, জন বিশ্বাস, পৰম্পৰা চহৰত থাকক বা নাথাকক, কিন্তু গাঁৱত আজিও এই বিহু ধুমধামেৰে উদযাপন কৰা দেখা যায়। আজি গৰু বিহুৰ দিনাও চহৰৰ যান্ত্ৰিক ব্যস্ততাৰ বিপৰীতে গাঁও সমূহত দেখা গৈছে এক আনন্দ মুখৰ পৰিৱেশ। অসমৰ প্ৰতিখন গাঁৱত আজি অসমীয়াই উলহ মালহেৰে পালন কৰিছে গৰু বিহু। নৈৰ ঘাটত চুবুৰীয়াৰ সৈতে মিলি গৰু ধুওৱাৰ পৰা...
কিন্তু ইমানৰ মাজতো আজি যেন ক'ৰবাত হেৰাই গৈছে প্ৰাচীন ঐতিহ্যৰ সেই বিহুটো। যি সময়ত কৃষকৰ বাবে গৰুহালেই আছিল অন্যতম ধন, সেই সময়ৰ গৰু বিহুত ৰং-ৰইচৰ মাজতো ফুটি উঠিছিল কৃষক জীৱনৰ প্ৰকৃত ছবিখন। এক বুজাব নোৱাৰা একাত্মবোধেৰে পালন কৰা হৈছিল সেই গৰু বিহু।
কিন্তু সময় সলনি হোৱাৰ লগে লগে সলনি হ'ল কৃষকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াও। আজি কৃষকৰ অন্যতম ধনস্বৰূপ হালোৱা গৰুহালৰ ঠাই দখল কৰিলে ট্ৰেক্টৰে। গাঁৱত বাস কৰা বহু লোকেই খেতি এৰি অন্য কামত নিয়োজিত হৈছে। যাৰ বাবে খেতি পথাৰৰ প্ৰতিথকা চহা জীৱনৰ একাত্মবোধ লাহে লাহে কমি গৈছে। তেনে পৰিপ্ৰেক্ষিতত যেন লাহে লাহে গৰুৰ প্ৰতি কৃষকৰ পূৰ্বৰ দৃষ...
আজি সেই প্ৰবাদ সাৰশূণ্য। কিয়নো গাঁৱত বিহু জীয়াই থাকিলেও লাহে লাহে হ্ৰাস পাইছে গৰুৰ সংখ্যা। বিভিন্ন কাৰণত কৃষি জীৱনৰ প্ৰতি সাধাৰণ গাঁৱলীয়াৰো অনিহা বৃদ্ধি পাইছে। তদুপৰি যিসকল কৃষকে এতিয়াও চহা মাননণ্ড জীয়াই ৰাখিছে, তেওলোকেও আধুনিকাৰ ধামখুমীয়াত হালোৱা গৰুহাল এৰি অন্য পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভ কৰিছে।
গাঁৱত গৰুৰ সংখ্যা কমি অহাৰ সমান্তৰালভাৱে নৈৰ ঘাটতো গৰু বিহু উদযাপনৰ দিনা হ্ৰাস পাইছে গাঁৱলীয়াৰ সংখ্যা। পূৰ্বৰ দৰেই মিলিজুলি গৰু বিহু পালন আজি কোনেও নকৰে। যি বিহু এদিন সমাজৰ বান্ধোন হৈ পালিত হৈছিল, আজি সেয়া একো একোঘৰ মানুহৰ ভিতৰতে সীমাবদ্ধ হৈ পৰিছে। আধুনিকতাই চৰম ভাবুকি কঢ়িয়াই আনিছে বিহুটিলৈ।
কিন্তু তাৰ মাজতো বিহু অসমীয়াৰ প্ৰাণ হৈয়ে ৰৈছে, আৰু ভৱিষ্যতেও থাকিব। ভূপেন দাৰ ভাষাৰে- 'ব'হাগ মাথো এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ, অসমীয়া কৃষ্টিৰ আয়ুস ৰেখা, জন জীৱনৰ ই সাহ।' অসমীয়া জীয়াই থাকলৈকে বিহু জীয়াই থাকিব। গাঁও থকালৈকে জীপাল হৈ থাকিব, ব'হাগ বিহু, গৰু বিহুৰ পৰম্পৰা।<eot>অৰ্জুন বঁটা বিজয়ী ৰাজ্যৰ প্ৰবীণ এথলীট ভোগেশ্...
প্ৰাপ্ত তথ্য মতে যোৱা কালি অৰ্থাৎ বুধবাৰে গুৰুতৰভাৱে অসুস্থ অৱস্থাত তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়।
হায়াট হস্পিতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই জনোৱা মতে বৃক্কৰ ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাক বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত হস্পিতালখনৰ ইউৰ’লজি বিভাগত ভৰ্তি কৰোৱা হয়।
হস্পিতালখনৰ ইউৰ’লজি বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অম্লানজ্যোতি শৰ্মাৰ অধীনত তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি অভিলেখ স্থাপন কৰিছিল।
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বকুলতলৰ অনুষ্ঠানত ড৹ অজন্তা ৰাজখোৱাৰ”১২গৰাকী অসাধাৰণ অসমীয়া নাৰী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ড৹ লুকুমনি গোস্বামীয়ে, “পখীৰ পৃথিবীত হিয়া” নামৰ শিশু গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক দিলীপ ফুকনে” আৰু “বিষয়ঃ নাৰী” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট কবি তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে।
অনুষ্ঠানত কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনৰ সভাপতি অমূল্য বৰা, জে, ডি, এছ,জি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ অৰুন বৰা, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱা, ড৹ ৰুবী বৰা,পুতলী খাওণ্ড, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, ভবানন্দ কলিতাকে আদি অঞ্চলটোৰ ভালে সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত নীল...
সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়াই ” প্ৰগতিবাদী সমাজ ব্যৱস্থাৰ অবিহনে এখন সুস্থ-সৱল ,সমতা-সম্প্ৰীতিৰে ভৰা সমাজ বৰ্তি নাথাকে” বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
লেখিকা ড৹ অজন্তা ৰাজখোৱাই নিজৰ মতপ্ৰকাশৰ বেলিকা গ্ৰন্থ সমূহৰ সৃষ্টিৰ আঁৰৰ প্ৰেৰণা দায়ক কথাখিনি ব্যক্ত কৰে ।প্ৰয়াসৰ অন্যতম সদস্য তথা কবি মনালিছা শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে প্ৰয়াসৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাটে আৰু চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনৰ উপস্থিতিত আয়োজিত এই উদ্বোধনী অনুষ...
৫ বছৰৰ তলৰ শিশুসকল ষ্টেপট’ক’কাছ নিউম’নি নামৰ এবিধ বেক্টেৰিয়াৰ বাবে নিউম’নিয়াত আক্ৰান্ত হয়। নিউম’ক্কাচৰ সংক্ৰমণৰ ফলত নিউম’নিয়াৰ লগতে মেনিনজাইটিছ আৰু চেপ্টিছেমিয়াও হ’ব পাৰে। বুধবাৰৰ পৰা অসমতো চৰকাৰী বিনামূলীয়া টীকাকৰণ কাৰ্যসূচীত এই নিউম’ক’ক্কেল কনজুগেট ভেক্সিনকো আমি সামৰি লোৱাৰ ব্যৱস্থা কৰি আমাৰ শিশুসকলক সুৰক্ষিত কৰিব বি...
উল্লখ্য যে, মুঠ তিনি পালি খোৰাকীৰ এই পিচিভি প্ৰতিষেধকবিধৰ প্ৰথম পালি খোৰাকী শিশুক জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি খোৰাকী চৈধ্য সপ্তাহত আৰু অন্তিম পালি খোৰাকী ন মাহ বয়সত দিব লাগে। স্বাস্থ সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক নাটেই অনুষ্ঠানত প্ৰকাশ কৰে যে, এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ সম্পূৰ্ণ বিনামূলীয়া আৰু অতি সুৰক্...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...