text stringlengths 0 188k |
|---|
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
তাৰপাছত মই অনুৰাধা হ’লো। চুলি মোৰ বাদামী হ’ল। মই বেণী গুঠোঁ। ক্লাছত “অনিন্দিতা”ক লুকাই-চুৰকৈ চাওঁ।ডাঙৰ ডাঙৰ চকু। সদায় বেণী গুঠে। মই আঁৰ চকুৰে চাই “অনুৰাধা” ক দেখা পাওঁ আৰু মই “অনুৰাধাৰ দেশ”ত ভ্ৰমি ফুৰোঁ। “কপৌচৰাইৰ পাখিৰদৰে” কোমল ভাৱটো বুকুত আলফুলকৈ সামৰি লৈ উভতি আহোঁ। পিত্পিত্কৈ বিচাৰোঁ বাস্তৱৰ পৃথিৱীত অনুৰা... |
কেতিয়াবা মই “হিটক্লিফ”ৰদৰে কুৎসিত হওঁ। “ৱাদাৰিং হাইট্ছ”। অবুজ ল’ৰালি মন।খুউব কিবা এটা বুজি পোৱা হয়তো নাছিলোঁ, কিবা এক ভিন্নসুৰী।কিন্তু কিতাপমেলি মই প্ৰায়ে চিমনিৰ পোৰা পোৰা ধোঁৱাৰ গোন্ধেৰে মোৰ কোঠালি ভৰাই তুলিছিলোঁ। কাহিনীটো এতিয়াও সম্পূৰ্ণকৈ মনত নাই। মনত আছে, কিছুমান তপত চুমা, আলফুল অপ্ৰতিৰোধ্য কেথেৰিণ, আৰ্নচ্ ... |
আকৌ এদিন মই এলিজাবেথ বেনেট :(প্ৰাইদ এন্ড প্ৰিজোডিচ)। মোৰ পাতল, আলফুল, কপাহী চুলি।মই আজিকালি গ্ৰাউন পিন্ধো। থুতৰি থিয় কৰি, বুকু ফিন্দাই, তপিনা ওখ কৰি খোজ কাঢ়োঁ। মই আজি ইউৰোপিয়ান। জুহালৰ কাষত বহি মই কিবা এটা গুঠিঁছো, দুটামান উলৰ বল মোৰ কোঁচত , আৰু তাৰে কেইটামান মুকলি মজিয়াত। মোৰ পৈণত আৰু খুউব সভ্য যেন মন এটা।মোৰ দ... |
আকৌ মই অসমলৈ ঘূৰি আহোঁ। আজি মই “ৰাজনী কুৱৰী” আৰু “পাটকাইৰ সিপাৰে মোৰ দেশ”।নামচেং, বামুণী কোঁৱৰ নে চুহান,চাওপুলা,চুখ্ৰাং, তাইছুলাকে আদি কৰি সকলোৱে মিলি মোৰ বুকু খচখচাই থাকে দুদিনমান। যাকেপাওঁ, যতেই পাওঁ বাৰম্বাৰ বিৰক্ত কৰোঁ, আমাৰ অসমৰ ইতিহাস কিমান গৌৰৱময় , কিমান সুন্দৰ। ৰাজনী কুৱৰীৰ দৰে হৃদয় মোৰো হ’বনে! এবগেত,,,দুবে... |
মই খুউব সুন্দৰ কেতিয়াও হবলৈ বিচৰা নাছিলোঁ। নাৰীৰ” ব’ল্ড লুক” মোৰ খুউব পছন্দ।মন্দিৰাবেদীৰ চুটি চুলিৰ ট্ৰিম লুক অথবা “চল্ট”ৰ এঞ্জেলিনা মোৰ বেছি প্ৰিয়।পুৰুষতকৈ সৱল আৰু ক্ষীপ্ৰ, পৰিপাটী। চিপচিপিয়া বৰষুণৰ দিন এটাত মই পবিত্ৰ লহকৰ হওঁ। “কাওবয়” কেপ পিন্ধি কিবা অনুসন্ধানত ৰত হওঁ।অমলকৃষ্ণৰ লগত কিবা এটা ভীষণ আলোচনাত ব্যস্ত।... |
কিতাপ কি, কাহিনী কি, কৌতূহল কি? নাজানো। মোৰ বাবে কিছুমান কিতাপ জীৱনৰ একো একোটা অংশ। হয়তো শৈশৱ,একোটা সময়_যি সত্য আৰু সমানেই জীৱন্ত।কিন্তু ভাল অভ্যাস এটা ক’ৰবাত সৰি থাকি আহিল।গেৰেকনিত পৰি আহিল যেন এটা সুৰীয়া বাঁহী। নতুন প্ৰকাশিত কিতাপবোৰ চাই ভাবোঁ, এইখন কিনিম, সেইখন কিনিম, নাই চবেই কিনিম। কিন্তু কিনা নহয়। মানুহজনে... |
কিতাপ পঢ়াৰ নামত আজিকালি অনলাইন পেজবোৰ চাওঁ । ভাললগা মানুহবোৰৰ লিখনি প্ৰকাশ পালে তৃপ্তিৰ হাঁহি এটি ওলায় ,গৰ্বত গদ্গদ্ হওঁ ।কাৰোবাৰ পেজত গৈ টপ্ টপ্কৈ গল্পকেইটামান গিলি থওঁ।জীৱন কিয় সপোন নহয়? ইমান কিয় সচাঁ, জীৱন্ত! অভিভূত হওঁ। কৰবাত জিভা মেলা আইকনটো বিচাৰি ঘুৰ্মুটিয়াই ফুৰো।কিবা এটা ৰসিক মন্তব্য পঢ়ি ফিচ্কৈ হাহোঁ।... |
← চেণ্টাৰ বন্ধ |
গণতন্ত্ৰ দিৱসৰ স্নেপশ্বটঃ (ৰক্তিম শৰ্মা) → |
You May Also Like |
অচিনাকি গোন্ধে বিয়পোৱা স্মৃতিৰ সুবাসবোৰ (ৰূপাঞ্জলি চেতিয়া) |
October 14, 2016 0 |
মালা (সুজাতা হাতীবৰুৱা) |
January 14, 2015 0 |
সম্ভ্ৰান্ত বাতৰি কাকত দৈনিক অসম আৰু এজন পঢ়ুৱৈৰ অনুভৱ – তুষাৰ প্ৰতিম নাথ |
April 20, 2019 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>চুবুৰীয়া ৰাজ্য মিজোৰামত সোমবাৰে এটা শিলৰ কুৱেৰীত হোৱা স্খলনৰ ফলত খহি পৰা মাটিত পোঁত যোৱা আঠগৰাকী শ্ৰমিকৰ মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ কৰা হৈছিল। আনহাতে নিখোঁজ হোৱা আন চাৰিগৰাকী শ্ৰমিকৰ সন্... |
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে এক বিবৃতিত উল্লেখ কৰা মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃতদেহ কেইটাৰ চিনাক্তকৰণ কৰা হ’ব। ঘটনাস্থলীত এতিয়াও অভিযান চলি আছে আৰু সন্ধানহীন আটাইকেইগৰাকী লোক উদ্ধাৰ নোহোৱালৈকে অভিযান অব্যাহত থাকিব বুলি বিবৃতিত লগতে কোৱা হৈছে। |
উল্লেখ্য ৰাজ্যখনত এটা শিলৰ কুৱেৰী খহি পৰাৰ ফলত বিহাৰৰ প্ৰায় ১২ গৰাকী শ্ৰমিক খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ পৰিছিল। |
হনাথিয়েল জিলাৰ মৌদাৰহ অঞ্চলত থকা এটা প্ৰাইভেট কোম্পানীৰ শ্ৰমিকসকলে খাদ্য গ্ৰহণ কৰি পুনৰ কামলৈ উভতি অহাৰ সময়তে শিলৰ কুৱেৰীটোত স্খলন হৈছিল। |
এই ভয়াৱহ ঘটনাত কুৱেৰীটোত থকা পাঁচখন হিটাচি খনন বাহন আৰু অন্যান্য ড্ৰিলিং মেচিনৰ লগতে ১২ গৰাকী শ্ৰমিক কুৱেৰীৰ তলত সোমাই পৰিছিল। |
স্থানীয় লেইট গাঁও আৰু হনাথিয়েল চহৰৰ একাংশ স্বেচ্ছাসেৱক কৰ্মী ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল যদিও কালি পৰ্যন্ত কোনো লোকৰে সন্ধান উলিয়াব পৰা নাছিল। |
আনহাতে উদ্ধাৰ অভিযানৰ উদ্দেশ্যে পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অসম ৰাইফলছৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছিল। |
জানিব পৰা মতে, প্ৰাইভেট কোম্পানীৰ দ্বাৰা পৰিচালিত এই কুৱেৰীটো আঢ়ৈ বছৰ ধৰি কাৰ্যক্ষম হৈ আছে। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শেহতীয়াভাৱে দৰঙৰ দুনীত মঙলদৈ আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই ভাৰতত প্ৰস্তুত দেশীয় সুৰা লৈ যোৱা অৱস্থাত ৩জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। |
অবৈধ সুৰাৰে সৈতে ধৰা পৰা লোককেইজন হৈছে উত্তৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাগাঁৱৰ ৰাণা দাস (৩৫), বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত দুনীৰ এজন পাণ দোকানী যোগেন বৰুৱা (৪৫) আৰু মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত গেৰিমৰীৰ মইনুল ইছলাম (৩০)। |
দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে জনাইছে যে বুঢ়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক বিমল চন্দ্ৰ ৰয়ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অবৈধ সুৰাখিনিৰে সৈতে অবৈধ সুৰা ব্যৱসায় চক্ৰটোৰ সৈতে জড়িত লোক ৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযান কালত আৰক্ষীৰ দলটোৱে ১৫০ বটল সুৰাও জব্দ কৰিবলৈ সক্ষম হয়। বটলকেইটাত ৩৭৫ মি:লি: আৰু ১৮০মি:লি: সুৰা আছিল। |
উল্লেখ্য যে সুৰাখিনি পৰিবহণ কৰা AS 13 E 8940 নম্বৰৰ মাৰুতী এল্টোখনো অভিযানকাৰী আৰক্ষীয়ে জব্দ কৰিছে। |
পৰৱৰ্তী সময়ত অভিযুক্ত লোকসহ জব্দ কৰা সামগ্ৰীসমূহ আৱকাৰী বিভাগৰ ওচৰত হস্তান্তৰিত কৰা হয়। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.