text stringlengths 0 188k |
|---|
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
আঞ্চলিক |
ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ |
আঞ্চলিক |
Image Credit: Internet |
Aug 17, 2021 | moderator |
গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন এছঅ’পি সন্দৰ্ভত ‘জনতা ভৱন’ত সংবাদমেল সম্বোধন কৰে। ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা! নতুন এছঅ’পিৰ নীতি-নিয়মসমূহ বুধবাৰৰ পুৱা ৫বজাৰ পৰা কাৰ্যকৰী হ’ব। ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল কৰা হৈছে নৈশ-সান্ধ্যআইন। সকলো জিলাতে সন্ধিয়া ৭ বজাৰ পৰা পাছৰদিনা পুৱা ৫ বজালৈ সান্ধ্য... |
আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ(মহানগৰ) জিলাক বাদ দি অন্য জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে। ৰাজহুৱা পৰিবহণ/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। কামৰূপ(মহানগৰ)জিলাৰ পৰা ... |
প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহৰ দৰে আবদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বা... |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>যোৰাহাট জিলাৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত যো... |
চিনামৰাৰ সদৰ মাজগাঁওৰ এগৰাকী বাসিন্দা উত্তম বৰপাত্ৰ গোঁহাইৰ (৩৭) পত্নী অমৃতা কৌৰে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ আৰক্ষী থানাত এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। কৌৰে তেওঁৰ এজাহাৰত অভিযোগ কৰিছিল যে তেওঁৰ স্বামীক যোৱা ১০ ডিচেম্বৰত এটা অপৰাধীৰ দলে আক্ৰমণ কৰি জ্বলাই দিয়াৰ পিছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতলত ভৰ্... |
গ্ৰেপ্তাৰ কৰা লোককেইজনক অনন্ত দত্ত, গুনকান্ত বৰা, জেহিৰুল হুছেইন, মন্টু গগৈ, কমলজিৎ সিং, কুলদীপ সিং, মুনীন্দ্ৰ দাস, মঃ ৰুকুল হুছেইন আৰু ৰমাকান্ত দাও বুলি চিনাক্ত কৰা হৈছে। |
তেওঁলোকক যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰীণা বড়োৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। |
Recent News |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ |
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ |
প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসমীয়া |
English हिंदी मराठी ਪੰਜਾਬੀ മലയാളം বাংলা ಕನ್ನಡ ଓଡିଆ தமிழ் ગુજરાતી తెలుగు |
কৃষি সঁজুলি অন্যান্য #FTB Magazine Subscription |
#Top on Krishi Jagran |
Home |
খবৰ |
উদ্য়ানশস্য় |
পশুপালনউদ্য়ানশস্য় |
শিক্ষা |
চৰকাৰী আঁচনিসমূহ |
স্বাস্থ্য় আৰু জীৱন |
সফল কাহিনী |
এগ্ৰিপেডিয়া |
কৃষি সঁজুলি |
অন্যান্য |
Directory |
Magazines |
Subscribe to our Print and Digital Magazines now |
Subscribe |
We're on social media. Connect with us on: |
More Links |
About Us |
Contact |
#Top on Krishi Jagran |
More Topics |
CLOSE |
এগ্ৰিপেডিয়া |
Crop Diversification: শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ |
RAHUL ALI 23 November, 2022 10:04 PM IST |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ ( Source-Google) |
শস্য প্ৰণালীকৰণ বৈচিত্ৰকৰণ হ’ল এটা অঞ্চলত প্ৰচলিত শস্যক্ৰমৰ পৰিবৰ্তন কৰা। উদাহৰণ স্বৰুপে, অসমৰ প্ৰায় ৫৬ শতাংশ ৰূপিত মাটিত অকল শালি ধান কৰা হয়। জলসিঞ্চনৰ ব্যৱস্হা থকা অঞ্চলত বছৰত দুটাকৈ ধানখেতি কৰা হয়। বৈচিত্ৰকৰণৰ জৰিয়তে এই প্ৰণালীৰ পৰিৱৰ্তে এটা খেতি কৰা অঞ্চলত একেডৰা মাটিতে ভিন ভিন ধৰণৰ একাধিক শস্যৰ খেতি কৰা। অনুৰপ ধৰণ... |
বৈচিত্ৰকৰণৰ উপকাৰিতাঃ |
ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ ইয়াৰ দ্বাৰা আয় বৃদ্ধি হয়। অসমত শতকৰা ৮৬ ভাগ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ যাৰ মাটিৰ পৰিমান ১৫ বিঘাতকৈ ক’ম। শালি খেতিৰ পিছত বজাৰত চাহিদা আৰু উচিত মূল্য পাব পৰা শস্য যেনে দাইলজাতীয়, তৈলবীজ, মাকৈ, পাচলি আদিৰ খেতি কৰিলে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাটো সম্ভৱ। |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত কৃষকৰ আয় নিশ্চিত হয়। বতৰৰ বিজুতি বা বজাৰৰ দৰৰ এটা উৎপাদনত কমিলেও অইনবিধ খেতিৰ পৰা নিশ্চিত আয় লাভেৰে কৃষকৰ আয়ৰ ভাৰসাম্য কিছু পৰিমাণে ৰক্ষা হয়। |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ দ্বাৰা জলবায়ু পৰিবৰ্তন, বতৰৰ বিজুতি বা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা এটা খেতিত হোৱা ক্ষতি আনটো বা আনকেইটা খেতিৰ দ্বাৰা বহু পৰিমাণে পূৰণ কৰিব পৰা যায়। |
এনেধৰণৰ বৈচিত্ৰতাৰ দ্বাৰা পৰিয়ালৰ সুষম আহাৰ উপলব্ধ কৰিব পৰা যায়। শস্য প্ৰণালীত দাইলজাতীয়, তৈলবীজ, পাচলি সন্নিবিষ্ট কৰাৰ ফলত পৰিয়ালৰ পুষ্টিসাধন কৰা সম্ভৱ। |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰ আৰু লগতে সংৰক্ষণও কৰা হয়। উদাহৰণস্বৰুপে ধানৰ পিছত মাহজাতীয় শস্যৰ খেতি কৰিলে বায়ুৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত জমা কৰি, মাহজাতীয় শস্যই মাটিৰ পৰা আহৰণ কৰা সাৰ পুনৰ সংস্হাপন কৰে। বৈচিত্ৰকৰণৰ দ্বাৰা বিভিন্ন শিপাৰ গঠনৰ শয্যৰ অন্তৰ্ভূক্তিৰ বাবে মাটিৰ বিভিন্ন স্তৰৰ... |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত গোটেই বছৰ জুৰি যদি খেতি কৰা হয়, তেতিয়াহলে গোটেই বছৰজুৰিয়েই কৃষক বা পৰিয়ালৰ লোকে আত্মনিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ দ্বাৰা উপান্ত কৃষকৰ দিন হাজিৰা কৰিবলৈ চহৰলৈ প্ৰব্ৰজন ৰোধ কৰাও সম্ভৱ। |
একাধিক খেতিৰ ফলত কেৱল যে ফচলেই লাভ কৰিব তেনে নহয়, প্ৰত্যেক খেতিৰ পৰা খেৰ-আৱৰ্জনাও দুগুণ লাভ কৰিব পাৰিব। ধানখেৰ গৰু-মঁহৰ খাদ্যৰ বাবে ব্যৱহাৰ হোৱাৰ বিপৰীতে অইন খেতিৰ আৱৰ্জনাখিনি হাল বাই মাটিত মিহলাই পেলালে ইয়ে মাটিত জৈৱিক সাৰৰ যোগান ধৰিব। অলপ কষ্ট কৰিলে এইবোৰৰ দ্বাৰা পচন সাৰ বা কেঁচুসাৰ প্ৰস্তুত কৰি ৰাসায়নিক সাৰৰ বাবে হো... |
বৈচিত্ৰকৰণৰ প্ৰত্যাহ্বান |
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ অৱশ্যেই ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে সহজসাধ্য বুলি একেসাৰে ক’ব নোৱাৰি। এইসকল কৃষক দুখীয়া হোৱা হেতুকে খেতিত মূলধন নিবেশ কৰাৰ শক্তি বা সামৰ্থ্য নাই। সেই কাৰণে খাদ্যৰ জোৰা মাৰিব পৰাকৈ বেছিভাগ কৃষকেই সাৰ পানী যোগান নধৰাকৈ থলুৱা জাতৰ খেতিতেই সীমাবদ্ধ থাকে। |
বৈচিত্ৰকৰণৰ মূল সমস্যাসমূহ এনেধৰণৰঃ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.