text stringlengths 0 188k |
|---|
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব। |
জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও শ্বাহে অনুৰোধ জনায়। উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে ৰাজ্য খনে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। যাৰ ফলত ক্ষোভৰ অগনি জ্বলি আছে ৰাজ্য খনৰ বাসিন্দাসকলৰ মনত। |
জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছিল নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। |
মেহবুবাই শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰত আন্দোলন চলাই যাব বুলি কৈ আহিছে। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
জানিব পৰামতে নিৰ্বাচন আয়োগৰ ৰোষত পৰা প্ৰাৰ্থীজন হ’ল দক্ষিণ তুৰা সমষ্টিৰ গ্ৰিথালছন আৰেং। জাননীখনত আৰেঙক অহা মঙলবাৰৰ ভিতৰত কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে, যাৰ ব্যৰ্থতাই তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম মতে ব্যৱস্থা ল’বলৈ বাধ্য কৰিব বুলি কোৱা হৈছে। |
সূত্ৰটোৱে কোৱা মতে আৰেঙৰ বিৰুদ্ধে এন পি পিয়ে আয়োগক অভিযোগ দিছিল যে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে তুৰাৰ নতুন ৱালবেকগ্ৰীত ৯ ফেব্ৰুৱাৰিত বিজেপি আৰু এন পি পিৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিছিল। |
অভিযোগটোত উল্লেখ কৰা মতে আৰেঙে এই দুটা দলক ভোট দিলে ৰাজ্যখনৰ পৰা খ্ৰীষ্টান ধৰ্ম উচন হ’ব বুলি মন্তব্য কৰিছিল। |
অভিযোগটো এন পি পি দলৰ সাধাৰণ সম্পাদক মেথিয়াছ এন মাৰাকৰ দ্বাৰা নিৰ্বাচনী সমন্বয়কৰ কাৰ্য্যালয়ত যোৱা ১০ ফেব্ৰুৱাৰিত দিয়া হৈছিল বুলি জানিব পৰা গৈছে। |
তেওঁৰ মন্তব্যই মানুহৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি অভিযোগটোত কোৱা হৈছে। |
কাৰণ দৰ্শোৱাৰ জাননীখনত এইটোও কোৱা হৈছে যে আৰ্হি আচৰণ বিধি প্ৰযোজ্য হৈ থকা সত্ত্বেও কংগ্ৰেছ প্ৰাৰ্থীজনে নিৰ্বাচনী সভাখনৰ বাবে অনুমতিও লোৱা নাছিল। |
‘এনেকুৱা সময়ত অনুমতিবিহীনভাৱে সভা অনুষ্ঠিত কৰাটোক আপোনাৰ আৰ্হি আচৰণ বিধি তথা নিয়ম ভংগ কৰাৰ ইচ্ছাপূৰ্বক প্ৰয়াস হিচাপে ধৰা হৈছে।’ এইদৰে কোৱা হৈছে জাননীখনত। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
খাজুৰাহো ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্তৰপুৰ জিলাত অৱস্থিত এখন চহৰ যিখন ঐতিহ্যৰ দিশেৰে ভাৰতৰ ভিতৰতে এখন লেখত ল’বলগীয়া স্থান। খাজুৰাহোৰ এই ঐতিহ্যক্ষেত্ৰৰ মুল আকৰ্ষণ হ’ল কিছুমান হিন্দু আৰু জৈন মন্দিৰ৷ তথ্য অনুযায়ী ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশই খ্ৰীষ্টীয় ৯৫০ ৰ পৰা ১০৫০ লৈকে, এই এশটা বছৰৰ ভিতৰতে এই মন্দিৰসমূহ নিৰ্মান কৰি... |
প্ৰায় ৬ বৰ্গকিলোমিটাৰ এলেকাত বিস্তৃত হৈ থকা এই ক্ষেত্ৰখনৰ নিৰ্মানশৈলীত নানাধৰণৰ স্থাপত্যৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। চান্দেলা ৰাজবংশৰ ধৰ্ম, সংস্কৃতি তথা পুৰাতত্বৰ এক অনন্য ধ্বজাবাহক হ’ল এই খাজুৰাহো৷ তথ্য অনুযায়ী এই ক্ষেত্ৰখনত মুঠ ৮৫টা মন্দিৰ সজা হৈছিল যদিও বৰ্তমানলৈ ইয়াৰ ২১ টা মন্দিৰহে বিদ্যমান। এই ২১ টা মন্দিৰৰ বে... |
ভাৰতৰ আন মন্দিৰসমূহৰ দৰে খাজোৰাহোৰ মন্দিৰসমূহৰ আকৃতিও প্ৰায় একেই যাক “বাস্তু-পুৰুষ-মণ্ডল” নামেৰে জনা গৈছিল৷ এই মন্দিৰৰ কলাকৃতিৰ আন এটা বৈশিষ্ট্য হ’ল এয়ে যে ইয়াৰ ফলকসমূহৰ খোদিত ভাস্কৰ্যসমূহৰ এক নিৰ্দিষ্ট অন্তৰালত পুণৰাবৃত্তি ঘটে৷ এই কলাকৃতিৰ লগত সংগতি থকা শিলালেখ মন কৰিবলগীয়া৷ এই শিলালেখসমূহ মুলত: কিছুমান কবিতা যিসমূ... |
খাজুৰাহো বুলিলে সাধাৰণতে আমাৰ মনলৈ আহে এনে কিছুমান দৃশ্য যি প্ৰাপ্তবয়স্কসকলক এক কৌতুহলৰ মাজলৈ লৈ যায়৷ খাজুৰাহোৰ মন্দিৰসমূহত খোদিত হৈ আছে বহুতো কলাকৃতি, মুৰ্ত্তি আৰু ফলক যিসমুহত সততে দেখিবলৈ পোৱা যায় যৌন সম্ভোগৰ বিভিন্ন দৃশ্য৷ সমকামিতাৰ পৰা আৰম্ভ কৰি বহুসম্ভোগৰ দৰে বৰ্তমান সময়ত বিতৰ্কিত তথা নীতিৰিৰুদ্ধ বুলি ধৰা ব... |
চান্দেলা সাম্ৰাজ্যৰ মধ্যযুগৰ ৰাজধানী চহৰ মাহ’বাৰ পৰা প্ৰায় ৫০ কি.মি আঁতৰত অৱস্থিত এই খাজুৰাহো৷ প্ৰাচীন তথা মধ্যযুগৰ বুৰঞ্জীত চান্দেলাৰ ৰাজপৰিয়ালসমূহক যিহ’তি, যেযাহ’তি, চিহ-চি-ত’ আৰু যেযাকাভুক্তি নামেৰে জনা গৈছিল বুলি উল্লেখ আছে৷ বুৰঞ্জীবিদ আলবেৰুনীৰ বুৰঞ্জীত খাজুৰাহো যাযাহ’তিসকলৰ ৰাজধানী চহৰ আছিল বুলি উল্লেখ আছে৷ এই ... |
তেৰশ শতিকাৰ পৰা ওঠৰশ শতিকালৈকে এই মন্দিৰসমূহ মুচলিম সাম্ৰাজ্যৰ স্বত্বদখলত থাকে যদিও এইসমূহৰ ওপৰত কোনোধৰণৰ চকু নিদিয়াৰ ফলত ইয়াত কিছুমান বৃহদাকাৰৰ গছ গজে আৰু এইসমূহ কালৰ সোঁতত জাহ যাবলৈ লয়৷ ১৮৩০ চনত থলুৱা হিন্দুসমাজে খাজুৰাহোৰ বিষয়টো বৃটিছৰ জৰিপ বিষয়া টি.এচ.বান্তক অৱগত কৰে আৰু তেখেতে তেতিয়াই হাবি-জংঘল কাটি এই মন্দিৰ... |
খাজুৰাহোৰ মন্দিৰসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ তথা আকৰ্ষনীয় মন্দিৰটো হ’ল কান্দাৰিয়া মহাদেৱৰ মন্দিৰ৷ ৬৫০০ বৰ্গফুট এলেকাত অৱস্থিত এই মন্দিটোৰ উচ্চতা হ’ল ১১৬ ফুট৷ গোহাত থকা ভগৱান শিৱক পুজা কৰিবৰ বাবেই এই মন্দিৰটো নিৰ্মান ক’ৰা হৈছিল বুলি তথ্যত উল্লেখ৷ এই মন্দিৰটোত প্ৰায় ৯০০ৰো অধিক কলাকৃতি আছে যিসমূহৰ মুল বিষয়বস্তু হ’ল যৌ... |
খাজুৰাহোৰ মন্দিৰসমূহৰ নিৰ্মানশৈলীৰ এক বিশেষত্ব এয়ে যে মুলত: শিল আৰু গ্ৰেণাইডেৰে সজা এই মন্দিৰসমূহত সমকালীন সময়ৰ আন মন্দিৰসমূহৰ দৰে কোনোধৰণৰ চুণশিলৰ প্ৰয়োগ কৰা নাছিল বা থলুৱাভাৱে নিৰ্মিত চিমেন্টৰ দৰে কোনোধৰণৰ সামগ্ৰীৰ প্ৰয়োগ কৰা হোৱা নাছিল৷ বৃহদাকাৰ শিলাখণ্ডসমূহৰ মাজত এটাকৈ ফুটা কৰি সেইসমূহক এক বিশেষ পদ্ধতিৰে সং... |
বৰ্তমানে দেখিবলৈ পোৱা মন্দিৰসমূহৰ ভিতৰত ৬টা মন্দিৰ মহাদেৱ তথা মহাদেৱৰ ৰূপসমূহ, ৮ টা মন্দিৰ বিষ্নু তথা বিষ্নুৰ অৱতাৰসমূহ, একোটাকৈ মন্দিৰ ভগৱান গণেশ আৰু সুৰ্যৰ আৰু ৩টা মন্দিৰ জৈন তীৰ্থাংকৰসকলৰ উপাসনাস্থলী হিচাবে চিনাক্ত কৰা হৈছে৷ ক্ষেত্ৰখনত থকা আন মন্দিৰসমূহ তথা ইয়াৰ ভগ্নাৱশেষৰ চিনাক্তকৰণৰ বাবে কোনো প্ৰামাণিক তথ্য উপ... |
পৰ্যটনৰ দিশেৰে খাজুৰাহো আজি এখন অতি গুৰুত্বপূৰ্ণ ঠাই৷ দেশ-বিদেশৰ অজস্ৰ পৰ্যটকেৰে খাজুৰাহো আজি এক বিশ্ব-স্মাৰক৷ পৰ্যটকৰ সুবিধাৰ বাবে ইয়াত ইলেকট্ৰনিক ট্যুৰ গাইডৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগেও মন্দিৰসমূহৰ বুৰঞ্জী তথা ইয়াৰ স্থাপত্যৰ বিষয়ত পৰ্যটকক তথ্য প্ৰদানৰ হেতু কিছুমান অ’ডিঅ’ গাইডৰো ব্যৱস্থা কৰিছে৷ প... |
ছবিত কান্দাৰিয়া মহাদেৱৰ মন্দিৰ তথা খাজুৰাহোৰ শৈলখোদিত কিছু কলাকৃতি৷ |
← প্ৰকৃতি, কৃষি, কীটনাশক আৰু মানৱ চেতনা (ড০ লোচন শইকীয়া) |
কৰ্বি (CoRBiE)ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ → |
You May Also Like |
মেডিকেল কলেজৰ হাঁহি চকুলো- ২৪ (দীপুল হালৈ) |
March 14, 2013 0 |
অসমীয়া আখৰ-জোঁটনি (পৰিশিষ্ট :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা) |
June 1, 2015 March 9, 2021 0 |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণাল জ্যোতি গোস্বামী) |
June 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কৃষি আৰু কৃষি সহযোগী অন্যান্য খণ্ডত চমকপ্ৰদ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ নিৰ্বাচিত মহিলা কৃষকসকলৰ লগতে অসমৰ দুগৰাকী মহিলা কৃষকলৈও কেন্দ্ৰীয় চৰকাৰে সন্মান আগবঢ়াব। |
অহা ১৫ অক্টোবৰত দেশজুৰি উদ্যাপন কৰিবলগীয়া মহিলা কৃষক দিৱসত অসমৰ দুগৰাকী মহিলা কৃষক ক্ৰমে যোৰহাট জিলাৰ পাপিয়া গাঁৱৰ নৱনীতা দাস আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দৈৰং গাঁৱৰ দীপিকা ৰাভাক কেন্দ্ৰীয় চৰকাৰে সন্মান জনাব। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.