text
stringlengths
0
188k
Subscribers
Likes
Subscribers
Trending
চানমাৰীত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
অসম গুপ্তহত্যাৰ পটভূমিত বলীউডত নিৰ্মাণ হ’ব ছবি
অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত
বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব
NE Focus -
সম্পাদনাৰ মেজৰ পৰা
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
গুৱাহাটীৰ নদী জলাশয়ৰ সুৰক্ষাৰ বাবে এক সংহত কাৰ্য পৰিকল্পনা কৰাৰ বাবে অনুষ্ঠিত হ’ব এখন কৰ্মশালা
গুৱাহাটীৰ নদী জলাশয়ৰ সুৰক্ষাৰ বাবে এক সংহত কাৰ্য পৰিকল্পনা কৰাৰ বাবে অনুষ্ঠিত হ’ব এখন কৰ্মশালা
সুখবৰ
By admin On Nov 6, 2022
0 75
Share
ভাৰতৰ অন্যতম জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ওপৰত কাম কৰা সংস্থা আৰণ্যকে গুৱাহাটী চহৰৰ নদী আৰু জলাশয় সজীৱতা তথা সংৰক্ষণ আৰু বহনক্ষম নগৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে অহা ৭ নৱেম্বৰ ২০২২ তাৰিখে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গুৱাহাটীৰ দিশপুৰৰ জি এছ ৰোডত অৱস্থিত নেডফি হাউচত এক দিনজোৰা কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ওলাইছে। ভাৰত চৰকাৰৰ এক্...
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় অসম চৰকাৰৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা সংস্থা ৰ দ্বাৰা স্বীকৃত সংস্থা আৰণ্যক অসমৰ মৃত্যুমুখি নদী ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কিছুমান নিৰ্বাচিত নদী আৰু নদীৰ পাৰৰ পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ৰ ওপৰত আৰু সেইবিলাকৰ সজীৱতাৰ বাবে এক অধ্যয়ন তথা সম্প্ৰদায় ভিত্তিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুতৰ অধীনত দ্বিতীয় প...
পৌৰ নিগমৰ কৰ্মচাৰী সকলে যোৱা ১২ দিন ধৰি গোটেই ৰাজ্য জুৰি ১৬ মাহে দৰ্মহা নোপোৱাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আত্মহত্যাৰ পথ বাচি লোৱা এই ৫৪ বছৰীয়া দেৱ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম সক্ৰিয় সদস্য আছিল।
শিলচৰ পৌৰ নিগমৰ এক গোপন সূত্ৰই জনোৱা মতে মৃত দেৱ শেহতীয়াকৈ কিছুদিন আৰ্থিক অনাটনৰ ফলত মানসিক হতাশাত ভূগিছিল যাৰ বাবে তেওঁ এই আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হয়।
এছ ডি আৰ এফে শিলচৰ পৌৰ নিগমত নগৰপালিকা নিৰীক্ষক হিচাপে কৰ্মৰত দেৱৰ মৃতদেহ শনিবাৰে দিনৰ ১ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে দেৱে শুকুৰবাৰে ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল। কিছু সময়ৰ পিছত তেওঁ ম’বাইল যোগে তেওঁৰ পুত্ৰক তেওঁ ঘৰলৈ ঘূৰি নহা আৰু তেওঁৰ জীৱন শেষ কৰিবলৈ যোৱা বুলি জনায়। লগতে তেওঁ পুত্ৰক মাকক ভালদৰে চোৱাচিতা কৰিবলৈ কয়।
সদৌ অসম পৌৰ কৰ্মচাৰী সংস্থাই কয় যে মৃত দেৱ পৌৰ নিগমৰ কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ ক্ষেত্ৰত কৰা আন্দোলনৰ অন্যতম সক্ৰিয় সদস্য আছিল আৰু তেওঁৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া।
লগতে আৰু কয় যে, ‘পৌৰ নিগমৰ ৯৬ জন কৰ্মচাৰীয়ে ৭ ফেব্ৰুৱাৰিৰ পৰা তেওঁলোকৰ ১৬ মাহৰ দৰমহা মোকালাই দিয়া, পৌৰ নিগমৰ কৰ্মচাৰী সকলক প্ৰাদেশীকৰণ কৰা, পেঞ্চনৰ সুবিধা প্ৰদান কৰাকে ধৰি ৮ টা বিভিন্ন দাবীত আন্দোলন অব্যাহত ৰাখিছিল। আনহাতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ বা সিদ্ধান্ত গ্ৰহণ কৰা নায়।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আমি যেতিয়া আইনাত কোনো বস্তুৰ প্ৰতিবিম্ব দেখো, তেতিয়া তাক আনুভূমিকভাৱে ওলোটা দেখো। গাড়ীৰ সন্মুখত যি লুকিং গ্লাছ থাকে তাত চালকে পিছফালে থকা গাড়ীৰ অৱস্থান দেখা পায়।
এইবাৰ প্ৰশ্ন আহিব পাৰে, এম্বুলেঞ্চৰ বাবেতো নিৰ্ধাৰিত ছাইৰেন আছে, যাৰ জৰিয়তে সহজতে বুজা যায় এম্বুলেঞ্চ আহিছে বুলি, তেন্তে লিখাৰ প্ৰয়োজন কি? আচলতে, এম্বুলেঞ্চৰ জৰুৰী অৱস্থান বুজাবলৈ শ্ৰমণ আৰু দৃষ্টিশক্তি উভয়কে কামত লগোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে।
Tags:
গজব খবৰ
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম আঘাত হানি দলটোৰ ৪ শতাধিক কৰ্মী আৰু সমৰ্থকে কংগ্ৰেছ দলত যোগ...
যোৱা মঙলবাৰ অৰ্থাৎ ২ এপ্ৰিলত আই পি এফ টিৰ জ্যেষ্ঠ নেতা তথা উপ সভাপতি কৃতিমোহন ত্ৰিপুৰাৰ নেতৃত্বত দলটোৰ কৰ্মী-সমৰ্থকসকলে আই পি এফ টিৰ পৰা ওলাই আহে।
দলৰ পৰা ওলাই আহি তেওঁলোকে আই পি এফ টিয়ে জনাই অহা পৃথক ৰাজ্যৰ দাবীক বিৰোধিতা কৰে। এই সন্দৰ্ভত কৃতিমোহন ত্ৰিপুৰাই কয়, ‘তিপ্ৰালেণ্ডৰ দাবীক লৈ ৰাজ্যখনৰ জনসাধাৰণ বিভ্ৰান্ত আছিল, আমাৰ নেতাসকলে আমাক বিশ্বাসঘাটকতা কৰিলে। এই দাবী যে বাস্তৱসন্মত নহয় সেই কথা আমি এতিয়া বুজি পাইছো। সেয়ে আমি কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত লওঁ যিহেতু...
Tags: নিৰ্বাচন ২০১৯
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এনে এক পৰিস্থিতিৰ মাজতে অহা বুধবাৰে চিনেটত মহাভিযোগক লৈ চূড়ান্ত ভোটগ্ৰহণৰ প্ৰস্তুতি চলিছে।
বিশেষজ্ঞসকলৰ মতে সমস্ত প্ৰক্ৰিটোত ডেমক্ৰেটিক পাৰ্টিৰ বিক্ষুব্ধ চিনেট সদস্যসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব।
জানিব পৰা মতে, বহুকেইজন ডেম’ক্ৰেটে ট্ৰাম্পৰ সপক্ষে ভোট দিয়াৰ সম্ভাৱনা আছে। সেয়া হ’লে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কূটনৈতিক বিজয়ৰ আৰু এক সফলতা ধৰা পৰিব।
ইপিনে, উৎসুকতা বৃদ্ধি কৰি ডেমক্ৰেটিক পাৰ্টিৰ তিনিগৰাকী চিনেটৰ এলবামাৰ দ্য জোনছ, ৱেষ্ট ভাৰ্জিনিয়াৰ জো মানচিন আৰু এৰিজোনাৰ খ্ৰীষ্টেন চিনামাই মহাভিযোগৰ সন্দৰ্ভত মুখ খোলা নাই।
উক্ত তিনিখন প্ৰদেশত ট্ৰাম্পৰ প্ৰচুৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি চিনেট তিনিগৰাকীয়ে দলৰ বিৰুদ্ধে যাব পাৰে বুলি অনুমান কৰা হৈছে।
যোৱা ডিচেম্বৰ মাহত ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটসকলে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ আছিল যে নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী জো বিডেন আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি তেওঁ য়ুক্ৰেইনৰ ওপৰত চাপ সৃষ্টি কৰিছিল।
কিন্তু য়ুক্ৰেইন সন্মত নোহোৱাৰ বাবে তেওঁৰ নিজা সিদ্ধান্তত তেওঁলোকৰ বাবে আগবঢ়োৱা ৪০ কোটি ডলাৰৰ প্ৰতিৰক্ষা সাহায্য বন্ধ কৰি দিয়া হয়।
তদুপৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে মাৰ্কিন কংগ্ৰেছৰ কামকাজত বাধা সৃষ্টি কৰাৰ অবিযোগো অনা হয়।
সেয়াই নহয়, মাৰ্কিন কংগ্ৰেছৰ নিম্ন সদন “হাউছ অফ ৰিপ্ৰেজেন্টেটিভ’’ত মহাভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছিল।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
Regional