text
stringlengths
0
188k
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গতিকে আকৌ এবাৰ কুনালে দৰ্শকক মনোৰঞ্জন কৰিব ৷ চিলচিলা বদলতে ৰিস্তো কা ধাৰাবাহিক খনত কুনাল জয় সিঙৰ চৰিত্ৰটোৰ নাম হৈছে ৰুহান ৷ ৰুহান লৈছে এজন ফ’টোগ্ৰাফাৰ ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত কুনাল জয় সিঙৰ অনুৰাগী সকলৰ, কুনালৰ অভিনয়ৰ প্ৰশংসা কৰিছে ৷ এগৰাকী অনুৰাগী এই সন্দৰ্ভত কয় যে, কুনালক আকৌ এবাৰ সৰু পৰ্দাৰ প্ৰত্যক্ষ কৰিবলৈ পায় যথ...
অন্যহাতে সকলোৰে প্ৰিয় ৰিয়েলিটী অনুষ্ঠান খতৰো কী খিলাড়ী ৯ ৰ প্ৰতিযোগীসকলৰ মাজত পৰা জয়ী হৈছে ডান্সাৰ,কৰিঅ’গ্ৰাফাৰ,এক্টৰ পুনীত পাঠক ৷ পুনীত পাঠকে জয়ী হৈয়ে লাভ কৰিছে প্ৰায় ২০ লাখ টকাৰ লগতে লাভ কৰিছে এখন বাহন ৷ ইয়াৰ পিছতে পুনীত পাঠক খতৰো কে খিলাড়ী ৯ নামৰ অনুষ্ঠানটিত নিজৰ অভিজ্ঞতা সম্পৰ্কত মন্তব্য কৰে ৷ সততে যিকোনো লোকৰে এক ...
অনুষ্ঠানটিত পুনীত পাঠকতকৈ শক্তিশালী প্ৰতিযোগীৰ ক্ষেত্ৰত মন্তব্য কৰে যে যদি দ্বিতীয় জনৰ কথা আমি ভাবি থাকোঁ ৷ তেন্তে নিজৰ কথা কোন সময়ত ভাবিম ৷ প্ৰত্যেকটো স্তৰত এইটোৱেই ভাবো যে ষ্টান্ট সমূহৰ প্ৰত্যেকটোৱেই অতি সুচাৰূপে কৰোঁ ৷ টপ 2 ত আদিত্য নাৰায়ন আৰু পুনিত পাঠকে নিজৰ স্থিতি দখল কৰে ৷ পুনিত পাঠকৰ মন্তব্য যে সকলোৰে প্লাছ মাই...
এজন নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় হোৱাৰ পিছত পোৱা এই সফলতাৰ সন্দৰ্ভত পুনীত পাঠকে কয় যে চলিত বৰ্ষৰ খতৰো কা খিলাড়ী জনপ্ৰিয়তাৰ শীৰ্ষত আছে । গতিকে এনেধৰণৰ এটা অনুষ্ঠনৰ পৰা পোৱা সফলতাই মোৰ কেৰিয়াৰত প্ৰভাৱ পেলাব। অনুষ্ঠাটিত জয়ী হোৱাৰ পিছত মোক শুভেচ্ছা বানী সকলোৱে জনাইছে ৷ অনুভৱ হৈছে যেন মোৰ জন্মদিন ৷ লগতে দৰ্শক,অন...
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Tags: সৰু পৰ্দা
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Mail: sentinelgroup@gmail.com
thesentinelmedia@gmail.com
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সৈতে সুৰ মিলালে ৰঞ্জিত দাসে : ‘ভাৰত মাতা কি জয়’ আৰু ‘বন্দে মাতৰম’ ধ্বনি দিবলৈ আহ্বান অখিলক
by অনিৰ্বাণ পাঠক
July 8, 2018 6:04 pm
204
VIEWS
Share on FacebookShare on Twitter
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কথাত বিজেপি শাসনলৈ অহাৰ পিছতে ভাৰতীয় মূল ভূখণ্ডত হঠাতে গজালি মেলা তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সুৰ দেখা গ’ল। বিভিন্নজন বিশিষ্ট ব্যক্তিৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কৰ্তৃত্ব প্ৰদৰ্শন কৰা এই তথাকথিত দেশপ্ৰেমী তথা ৰাষ্ট্ৰবাদীসকলৰ দৰেই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অখিল গগৈৰ ...
আজি ৮ জুলাইত, মালিগাৱঁৰ ৰং ভৱনত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিজৰ বক্তব্যত কৃষক নেতা অখিল গগৈৰ ‘ৰাষ্ট্ৰপ্ৰেম’ক লৈ সন্দেহ প্ৰকাশ কৰে। লগতে অখিল গগৈক নিজকে ‘দেশপ্ৰেমিক’ বুলি প্ৰমাণ কৰাৰো আহ্বান জনায়। তাৰ বাবে ৰঞ্জিত দাসে ধাৰ্য্য কৰি দিয়ে কেইটামান কাম।
“অখিল গগৈয়ে ৰাষ্ট্ৰ্ৰৰ হকে কোনো দিন কথা কোৱা শুনা নাই। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ কথা বা ভাৰতবৰ্ষৰ কথা কোৱা তেওঁৰ মুখত শুনা নাই।” এইদৰে কয় ৰঞ্জিত দাসে।
তাৰ পিছতে কেইটামান সমিধান দিলে সভাপতি ৰঞ্জিত দাসে। তেওঁ কয়, “অখিল গগৈয়ে কৃষক মুক্তিৰ প্ৰতিখন সভাৰ আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’ আৰু শেষত ‘বন্দে মাতৰম’ বুলি কওক। আৰু তেনেকৈ কৃষক মুক্তিৰ ১০০খন সভাত আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’, শেষত ‘বন্দে মাতৰম’ আৰু লগতে ‘জয় আই অসম’ ধ্বনি দিয়ক। তেতিয়া আমি গম পাম তেওঁৰ যে ৰাষ্ট্ৰভক্তি আছে।”
ৰঞ্জিত দাসে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাজনক এইদৰে প্ৰত্যাহ্বানো জনালে, “কৃষক মুক্তিয়ে যদি তেনেকৈ ১০০খন সভা অনুষ্ঠিত কৰিব পাৰে মই ৰাজনীতিয়ে নকৰো।”
আনহাতে আজি সাংবাদিকক ৰঞ্জিত দাসে কিছুদিন পূৰ্বে অখিল গগৈয়ে ‘ক্ষমতাৰ বাবে ৰঞ্জিত দাসে যিকোনো কাম কৰিব পাৰে’ বুলি এক মন্তব্য কৰিছিল বুলি জানিবলৈ দিয়ে।
এই বিষয়ত দাসে কয়, “মই ১৯৯১ চনত বিজেপিত যোগদান কৰিছিলো জাতিটোৰ স্বাৰ্থত বা ৰাষ্ট্ৰখনৰ স্বাৰ্থত কাম কৰিম বুলি। তেতিয়াতো বিজেপিৰ একোৱেই নাছিল। মোৰ ক্ষমতাৰ লোভ যদি থাকিলহেঁতেন শাসকীয় দলত আমি যোগদান কৰিব পাৰিলো হেঁতেন।”
লগতে এই মন্তব্যই ৰঞ্জিত দাসক দুখ দিয়া বুলি কৈ তেওঁ অখিল গগৈক ভৱিষ্যতে এনেধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উইলিয়াম শ্বেইক্সপীয়েৰ সম্বন্ধীয় এটা প্ৰশস্তি কবিতাত কবি মেথিউ আৰ্নেল্‌ডে কৈছে যে শ্বেইক্স্পীয়েৰে এক ৰহস্যময়তাৰ মাজত বিচৰণ কৰি আছে, যুগে যুগে জ্ঞানৰ অলংঘ্য গিৰিমালা অতিক্ৰমী সেই ৰহস্য ভেদ কৰাটো সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। আৰু সেই বাবেই যুগ যুগ ধৰি জ্ঞান পিপাসু বিদ্বান লোকে যুগ যুগ ধৰি গ্ৰন্থৰ পাত লুটিয়াইছে আৰু নতুন গ্ৰন...
ওপৰোক্ত গ্ৰন্থ ৰাজিৰ ব্যতিৰেকে যি খন শংকৰ বিষয়ক গ্ৰন্থৰ কথা উত্থাপন কৰিব বিচৰা হৈছে সেয়া হৈছে ১৯৮৬ চনত প্ৰথম বাৰ প্ৰকাশিত ড° শিৱনাথ বৰ্মনৰ ‘শংকৰদেৱ : কৃতি আৰু কৃতিত্ব’। গ্ৰন্থ খনৰ আগকথাত লেখকে ঘোষণা কৰিছে যে ‘এই পুথি শংকৰদেৱৰ আখ্যান নহয়, ব্যাখ্যানহে’। গতিক ব্যাখ্যা আৰু বিতৰ্কৰ প্ৰতি যি সকল বিতৰাগী, আন কথাত যি সকল মাঁথো...
ড° বৰ্মন গ্ৰন্থ খনত সন্নিবিষ্ট মুঠ ঊনৈশটা প্ৰবন্ধত যিবোৰ বিষয়, প্ৰসংগ উত্থাপন কৰা হৈছে, শংকৰদেৱক যি নতুন দৃষ্টিভংগিৰে ব্যাখ্যা কৰা হৈছে বা এটা সৰ্বজন গ্ৰাহ্য মতক প্ৰত্যাহ্বান জনাই যি সন্দেহ আৰু বিতৰ্কৰ সূচনা কৰা হৈছে তাৰ মাজেৰে লেখকৰ নিৰলস অধ্যয়ন, গৱেষণা, নিৰ্মোহ বিশ্লেষণ আদি পৰিস্‌ফূট হোৱাৰ সমান্তৰাল ভাৱে শংকৰ অধ্যয়নৰ...
(তথ্যসংগ্ৰহঃ ইণ্টাৰনেট, লেখক: সুৰেশ কুমাৰ।)
অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ Reviewed by Admin on January 21, 2021 Rating: 5
Share This
Facebook Twitter Google+
অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ
No comments
Subscribe to: Post Comments ( Atom )
Social Counter
facebook count=51.5K;
Follow
youtube count=2.8M;
Follow
twitter count=31.7K;
Follow
instagram count=17.4K;
Follow
Facebook Meta
Popular Posts
Utasav Bidyarambha 2022-23
New SMS Format for Sending MDM Report
TET MCQ Test-2021-52 Sub: Ped
Recent Posts
Featured Post
Viva Voce Compter Science P1
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে...
Popular Posts
Viva Voce Compter Science P1
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে...
Trick to Count no of Triangles
How to Calculate Number of Triangles in a Shape | Trick to Count no of Triangles: Calculate number of triangles in a square Type – 1 :...
MCQ Test for Assam TET-13 Sub: EVS
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P...
MCQ Test for Assam TET-12 Sub: Maths
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P...<eot>চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম ম...
বৰ্তমানৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপুৰীয়া। জন্মৰ পাছত তেখেতৰ নাম আছিল চন্দ্ৰপ্ৰিয়া। ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।
দুই ভনীয়েকক ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল। ১১ বছৰ বয়সত চন্দ্ৰপ্ৰিয়াই ৰূপকৰ পদকেৰে সন্মানিত হৈ প্ৰাথমিক পঢ়া শেষ কৰিছিল। ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালগুৰি এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. ...
নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।
পঢ়া সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কাম কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিযুক্ত হয়।
তেজপুৰত থকা কালতে গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভাৰ বিয়া হৈছিল সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত। কিন্তু সমাজে এই বিয়াক স্বীকৃতি দিয়া নাছিল। একমাত্ৰ পুত্ৰ অতুলৰ জন্মৰ পাছত তেওঁ ঘৰৰপৰা চাৰিমাইল আঁতৰৰ কালজিৰাপাৰাৰ ছোৱালী প্ৰাইমেৰী স্কুলত কাম কৰিবলৈ আৰম্ভ কৰে। দূৰণিৰ কামলৈ অহা-যোৱাৰ সুবিধাৰ বাবে চন্দ্ৰপ্ৰভাই চাইকেলত অহা-যোৱা ...
এইখিনি সময়ৰেপৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল। পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল। তেখেতে অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰ...
ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল। ১৯৫৭ চনত তেখেতে বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ন হৈ পৰাজিত হয়। ১৯৬৯ চনৰপৰা স্বাস্থ্য পৰি অহাত এখেতে সামাজিক কাৰ্যৰপৰা অব্যাহতি লয়।
শইকীয়ানীয়ে তেখেতৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল। 'পিতৃভিঠা', 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা। ' ইয়াৰ ভিতৰত 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত। উপন্যাসৰ উপৰি তেখেতে গল্প, নাটক আৰু কবিতাও লিখিছিল। 'মোৰ কবিতা' তেখেতৰ কবিতা পুথি। অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা 'মুক্ত মানব' ...
১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীতে এখেতে মৃত্যুক আঁকোৱালি লয়।
(সংগৃহীত)
অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী Reviewed by Admin on February 22, 2021 Rating: 5
Share This
Facebook Twitter Google+
অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী