text stringlengths 0 188k |
|---|
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
মনোৰঞ্জন |
তুৰস্কৰ ৰাজপথত ভাইজানৰ টাৱেল ষ্টেপ, পাছত কেট-সুন্দৰীৰে ইলু ইলু ! |
মনোৰঞ্জন |
Image Credit: Internet |
Sep 16, 2021 | Deleted |
মুম্বাই: বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ছলমান খান। ‘মোষ্ট বান্টেড’ৰ কথা ক’লেও আনন্দত উচ্ছিসত হৈ পৰে ভাইজান অনুৰাগী। শেহতীয়াকৈ পুনৰ চৰ্চাৰ মাজলৈ আহিছে ভাইজানৰ নাম। অন কেমেৰা একশ্যন নহয়। এইবাৰ ৰাজপথত ভাইজান। ৰাজপথত কি কৰিছে ভাইজানে ? উল্লেখ্য যে, টাইগাৰ-৩ৰ দৃশ্যগ্ৰহণৰ বাবে বৰ্তমান তুৰস্কত আছে ছলমান সহিতে গোটেই দলটো। ত... |
জানিবলৈ পোৱা মতে, টাইগাৰ-৩ ৰ শ্বুটিঙত প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফো ছলমানৰ সৈতে আছে। চিনেমাখনৰ মূল গীতৰ দৃশ্যগ্ৰহণ কৰা হৈছে কাপ্পোদিয়াত। বলীউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে তুৰ্কীৰ পৰ্যটন মন্ত্ৰী মেহমত নুৰী এৰচয়ক কয়, কাপ্পোদিয়াত এটা গীতৰ দৃশ্যগ্ৰহণ কৰিম । 'স্বেগ চে স্বগত' গীতটো আগতে ইয়াতে দৃশ্যগ্ৰহণ কৰা হৈছিল। মই আশা কৰোঁ এ... |
সম্প্ৰিত, ছলমানে 'টাইগাৰ-৩'ত এটা একচন দৃশ্যৰ দৃশ্যগ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে। কিন্তু কেটৰিনাইও বাদ পৰা নাছিল। তেওঁ একচন চিকুৱেঞ্চ শ্বুটত ভাইজানৰ সৈতেও সংযুক্ত হৈ আছে। বহুতে পুৰণি প্ৰেমৰ ৰাগী লাগি থকা বুলিও ঠাট্টা কৰিছে তাৰকা অভিনেতাগৰাকীক। যি কি নহওক ছলমান-কেটৰীনাৰ যুটিয়ে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্য কেইব... |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধব... |
জনপ্ৰিয় |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ! |
ছাত্ৰ নেতাৰ দেহাৱসান |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>আজিৰ ভোট গণনাত বহু ৰথী মহাৰথীৰ পৰাজয় প্ৰায় স্পষ্ট হৈছে। ইয়াৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, ... |
বাতৰি লিখি থকা পৰলৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি মন্ত্ৰী কেশৱ মহন্তই নিকটতম প্ৰাৰ্থীক প্ৰায় ২৭,০০০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। ইফালে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মা কংগ্ৰেছৰ প্ৰাৰ্থীক ৪৬,৫০৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। |
বিহালীত বিজেপিৰ ৰঞ্জিত দত্তই ২৯,৪৮১ টা ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনে প্ৰায় ৩৯,০০০ টা হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে। |
তিনিচুকীয়াত বিজেপিৰ সঞ্জয় কিষাণ ৯,০৩৪ টা, চতীয়াত বিজেপিৰ পদ্ম হাজৰিকা ২৪৪,৫৫ টা, মৰিয়ণীত কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মী প্ৰায় ৩০০০ টা, পূৱ কোকৰাঝাৰ (জনজাতি) য়ুপিপিএলৰ লৰেঞ্চ ইছলাৰী ১৯,৮৩৪ টা, বোকাখাতত অগপৰ সভাপতি অতুল বৰা ৪৪,৬৬২ টা ভোটত জয়ী হৈছে। |
পাটাছাৰকুছিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৪১,৪৪২ টা, বৈঠালংছুত বিজেপিৰ ৰূপসিং টেৰণ প্ৰায় ৩০,০০০ টা, কমলপুৰত দিগন্ত কলিতা ৯,৫৪৮ টা, এআইয়ুডিএফৰ প্ৰাৰ্থী ৪৫,৭৫৮ টা ভোটত বিজয়ী হোৱা বুলি জানিব পৰা গৈছে। |
ইফালে শেহতীয়াকৈ অহা বাতৰি অনুসৰি নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ পৰাস্ত হৈছে। লুৰীণজ্যোতি গগৈক বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে পৰাজিত কৰিছে। |
ইফালে মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰী আৰু থাওৰাত কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁই বিজয়ী হোৱা বাতৰি আহিছে। |
(পৰৱৰ্তী প্ৰতিবেদনত সম্পূৰ্ণ তথ্য সংযোজন কৰা হ’ব)। |
Tags: Assam Election |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু ৰাতুল চন্দ্ৰ গোস্বামীয়ে দেওবাৰে এক সংবাদমেল আয়োজন কৰি কয় যে সপ্তম দৰমহা বিধি প্ৰকাশ হোৱাৰে পৰা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই বিষয়টোক একাষৰীয়া কৰি থৈছে। তেওঁলোকে আৰু কয় যে আসোঁৱাহ নিৰাময় সমিতিৰ নামত চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম দৰমহা বিধিয়ে একত্ৰিত কৰি ৰখা প্ৰাথমি... |
আনহাতে সপ্তম দৰমহা বিধিয়ে দিয়া স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে অৱনমিত কৰাটো অতি দুৰ্ভাগ্যজনক আৰু এয়া কোনোপধ্যে মানি লোৱা নহ’ব বুলিও সন্মিলনৰ সভাপতি-সম্পাদকে সদৰী কৰে। |
উল্লেখ্য যে যোৱা ৬ জুনত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে গ্ৰেড পেকে ধৰি সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি ক’লাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। সন্মিলনীয়ে ৭ জুনত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। |
‘দ্বিতীয় মূল্যায়নৰ সময় হোৱা বাবে আমি সাময়িক ভাৱে এদিনীয়া তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছো। কিন্তু মূল্যায়ন সমাপ্ত হোৱাৰ পাছত প্ৰয়োজন হ’লে কৰ্মবিৰতি কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ম’। |
উল্লেখ্য যে স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে আদায় দিয়া, ঠিকাভিত্তিক শিক্ষক বিনাচৰ্তে নিয়মীয়া কৰা, বিগত বৰ্ষৰ বৃত্তি পৰীক্ষা আজি ছমাহ পাছতো অনুষ্ঠিত নোহোৱা তাৰ তদন্ত কৰা, শৈক্ষিক দিনপঞ্জী আজিও কিয় অধিকাংশ বিদ্যালয়ে লাভ কৰা নাই তাৰ বিচাৰ কৰা আদি বিভিন্ন দাবীত আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যজুৰি তলাবন্ধ কাৰ্যসূচী ৰ... |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি ঠিক তেনেকুৱা উদ্দেশ্যৰেই গোলাঘাটৰ এক অগ্ৰণী বেচৰকাৰী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ কৰি জিলাখনৰ ক’ভিড যোদ্ধাসকল আৰু জনসাধাৰনৰ সুবিধা হোৱাকৈ তেখেতৰ হাতত কিছুসংখ্যক মাস্ক, গ্ল'ভছ, চেনিটাইজাৰ আৰু পি পি ই কিট অৰ্পণ কৰে। |
উল্লেখ্য যে আজি বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বুলি বৰঙণি বিচাৰি এক সাহাৰ্য্য সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু উক্ত কাৰ্যসূচীতে গোলাঘাটৰ প্ৰয়াস উন্নয়ন সমিতিৰ সভাপতি পাৰ্থ প্ৰতীম ৰাজপুতে তেওঁৰ কেইজনমান সহযোগীসহ খুমটাইত উপস্থিত হৈ বিধায়ক শইকীয়াৰ হাতত উক্ত সামগ্ৰী সমূহ অৰ্পণ কৰে। ইফালে খুম... |
গোলাঘাট ৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ |
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFS... |
Contact |
Thank you for contacting us! |
House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-781021, Assam, India |
6000654673, 9954203298 |
editor@newsnextone.com |
https://www.facebook.com/newsnextone/ |
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.<eot>শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ বদলিৰ বাবে এতিয়াৰ পৰা গুৱাহাটীলৈ আহি শিক্ষা বিভাগৰ কাৰ্য্যলয়ত বোন্দাপৰ দি থাকিবহি নালাগে বা গুৱাহাটীলৈ তাঁতবাটি কৰিব নালাগে। এতিয়াৰ পৰা অনলাইন যোগেই আন শিক্ষক-শিক্ষয়িত্ৰীৰ... |
আজি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিয়মীয়া আৰু ঠিকাভিত্তিক শিক্ষকৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত অনলাইন যোগে বদলি প্ৰক্ৰিয়াৰ মাজেৰে আজি ৮৫৫০ জন শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিৰ তালিকা প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অভূতপূৰ্ব সংস্কাৰ বুলি দাবী কৰে। |
মন্ত্ৰীজনে সকলোৰে সন্মতি সাপেক্ষে আৰু শিক্ষকসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি নিজৰ এটা টুইটযোগে জনাইছে। |
লগতে তেওঁ জনাইছে যে এই অনলাইন বলদি প্ৰক্ৰিয়াটো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে পাৰস্পৰিক লাভ থকা এটা পদক্ষেপ। |
ইয়াৰ জৰিয়তে শিক্ষকসকলৰ বদলিকৰণত লৰা-ঢপৰা আৰু ৰঙা ফিতাৰ মেৰপেচ নোহোৱা হ’ব। ‘মই এই সংস্কাৰ আনিব পাৰি সন্তোষ পাইছো আৰু আশা কৰো ই শিক্ষকসকলক তেওঁলোকৰ কাম অধিক ভালদৰে কৰিবলৈ উদগনি দিব।’ |
মন্ত্ৰীজনে লগতে শিক্ষয়িত্ৰীসকলক চৰ অঞ্চলৰ পৰা বদলি কৰা হ’ব বুলিও জানিবলৈ দিয়ে। |
আনহাতে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিৰ তালিকা ওলোৱাৰ পিছতে প্ৰক্ৰিয়াটোৱে সাঙুৰি নোলোৱা বহুতো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ অসন্তুষ্টি ব্যক্ত কৰা দেখা গ’ল। বিশেষকৈ যিবিলাক টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন বিদ্যালয়ত চাকৰি কৰি আছে তেওঁলোকক এই প্ৰক্ৰিয়াটোৱে সুযোগ দিব পৰা নাই বুলি জ... |
Recent News |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰত্যেক সংগঠনৰে স্বকীয় সাংগঠনিক শক্তি, সাংগঠনিক কৌশল আৰু মতাদৰ্শগত স্থিতি থাকে। এক বিশেষ লক্ষ্যত এই শক্তি, কৌশল আৰু স্থিতিসমূহৰ মিলনাত্মক উপাদানসমূহ সমন্বিত কৰি ল’ব পাৰিলে, তাৰ আধাৰত আগবঢ়া সংগ্ৰামৰ শক্তি আৰু বেগ পৰ্বতলংঘাধৰণে প্ৰবল হৈ পৰে। পাৰস্পৰিক প্ৰভাৱত সংগঠনসমূহৰো গুণগত আৰু সংখ্যাগত বিকাশ ঘটে। এনে সংগ্ৰামক প্ৰতিপ... |
জনতাই দিয়া এই সংকেত কিন্তু অখিল গগৈৰ কৃষক মুক্তিয়ে উপেক্ষা কৰা নাই। একাধিকবাৰ তেওঁলোকে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান দিছে। আছুৱে সেই আহ্বানত সঁহাৰি দিয়াৰ দৰকাৰ বোধ কৰা নাই। অথচ সকলোৰে ওচৰত এইকথা সূৰ্যসম স্পষ্ট যে আন্দোলনকাৰী সংগঠনসমূহৰ মাজত যিমানেই ব্যৱধান আৰু বিভাজন বাঢ়ি গৈ থাকিব, সিমানেই কা-বিৰোধী সংগ্ৰাম নিশকতীয়া হৈ গৈ থ... |
‘কা’-সমৰ্থক শক্তিবোৰে বিচাৰে যে ‘কা’-বিৰোধী শক্তিবোৰ বিভাজিত হৈ থাকক। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ শেহতীয়া এক অপৰিপক্ক মন্তব্যই এনে অনাকাংক্ষিত বিভাজনৰ ৰাস্তা বহলো কৰিছে, ‘কা’-সমৰ্থক শিবিৰৰ উৎসাহো বঢ়াইছে। কাৰাগাৰৰপৰাই চৰকাৰৰ এজেণ্টে আন্দোলন বিপথগামী কৰাৰ প্ৰয়াস কৰিছে বুলি শ্ৰীমান গগৈয়ে দিয়া মন্তব্য তেনেই দুৰ্ভা... |
অখিল গগৈক বহুতে সমৰ্থন কৰেও, বহুতে নকৰেও। কিন্তু, তেওঁক চৰকাৰৰ এজেণ্ট বুলি কোনেও নাভাবে। এনে অদ্ভূত ইংগিত দি শ্ৰীমান গগৈয়ে ৰাইজৰ ওচৰত নিজৰ কথাৰ মূল্যহে কমাইছে। আছুৰ কিছুমান সমৰ্থকে ক’ব খোজে যে অখিল গগৈৰ প্ৰতিবাদ জংগী বাবেই তেওঁ বাৰে বাৰে জেললৈ যায় আৰু আছুৰ আন্দোলন অহিংস বাবেই আছুৰ শীৰ্ষ নেতা জেললৈ নাযায়। পিছে মহাত্মা গ... |
ইমানদিনৰ অভিজ্ঞতাৰপৰা ক’ব পাৰি যে কৃষক মুক্তিৰ সৈতে আন্দোলন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমস্যা নাই আৰু পৰিষদৰ সৈতে লগ লাগি আন্দোলন কৰিবলৈ আছুৰো একো সমস্যা নাই। তেন্তে কৃষক মুক্তিৰ সৈতে আছুৰ সমস্যা কি? |
ধৰা হ’ল সমস্যা আছে। কিন্তু তাক নিৰাময় কৰাৰ কোনো পথেই নাই নেকি বাৰু? ধৰা হ’ল, আছুৰ বাবে অনভিপ্ৰেত কিবা-কিবি কৰি পেলাব পাৰে বুলিয়ে আছুৱে কৃষক মুক্তিৰ সৈতে ঐক্যবদ্ধ হ’ব নিবিচাৰে। তেন্তে অসমৰ ৰাইজ, গণসেৱী বুদ্ধিজীৱী, সাংবাদিক, সম্পাদক আৰু আন আন সংগঠনসমূহক লৈ এক জাতীয় অভিৱৰ্তন পতা হওক আৰু সেই অভিৱৰ্তনতে ঐক্যবদ্ধ আন্দোলনৰ এক... |
লুৰিণজ্যোতি গগৈয়ে মেধা পাটকাৰ, সন্দীপ পাণ্ডে আদিৰ দৰে ভাৰত-খ্যাত সমাজকৰ্মীক ‘চালানী নেতা’ আখ্যা দি তেওঁলোকক সমালোচনা কৰাটো তেনেই কেঁচা কাম হৈছে। গগৈয়ে মন কৰা নাইনে যে তেওঁলোকে আছুৰ ভূমিকাকহে সমালোচনা কৰিছে, কিন্তু অসমৰ জাতীয় স্বাৰ্থৰ অনুকূলে মাত নমতাকৈ থকা নাই। অসম-অসমীয়াৰ স্বাৰ্থত মাত দিয়া এইসকল সমাজকৰ্মীয়ে আছুকো সমাল... |
আছুৰ শীৰ্ষ নেতৃত্বৰ ক্ষেত্ৰত এটা আমনিদায়ক কথা লক্ষ্য কৰা যায়। দৰ্কাৰী বিষয়বোৰক লৈ তেওঁলোকৰ অধ্যয়ন আধৰুৱা আৰু সেয়ে হ’মৱৰ্ক হৈ থাকে দুৰ্বল। উদাহৰণস্বৰূপে, বিজেপিৰ ফালৰপৰা যেতিয়া প্ৰচাৰপত্ৰৰ মাজেদি, সভা-সমিতিৰ মাজেদি আৰু টিভিৰ টক্ শ্ব’ৰ মাজেদি জোৰদাৰ মিথ্যা প্ৰচাৰ কৰা হ’ল যে নাগৰিকত্ব আইনৰ পূৰ্বৰ সংশোধনীসমূহেই অসম চুক্তি ... |
জননী পূজাৰ মন্দিৰত সংকীৰ্ণতাৰ স্থান নাই, অহং ভাবৰ স্থান নাই। আছু অবিহনেও কা-বিৰোধী আন্দোলন সফল নহয়– আছুৰ শক্তিখিনি লাগিবই। কিন্তু, “সমালোচনাৰ অগনিৰে শুদ্ধ” হ’বলৈ আছু সৰ্বদাই সাজু থাকিব লাগিব আৰু অনতিপলমে জাতিৰ ভীষ্ম, দ্ৰোৰ্ণ, বিদূৰসকলক লগত লৈ এক জাতীয় অভিৱৰ্তনৰ মাজেদি সকলো কা-বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ হকে আগবাঢ়িব লাগ... |
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা |
ইমেইল : [email protected] |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.